I m watching first time this Assamese video, so I don’t know who is Mr Dipak Sharma, can anyone will tell me who is the gentlemen, better to introduce cos it’s not possible for everyone to know all ...but I enjoyed his talk, that is the reason I m watching this beautiful video...
বহুত মূল্যবান মন্তব্য । মোৰ মতে আপোনাক সকলোৱে অনুসৰন কৰিব লাগে।যিজনে এইবোৰ কথা নাজানে বিশেষকৈ তেওঁলোকক।
মই মেঘালয়ৰ ল'ৰা হয় কিন্তু মই অসম পঢ়ি আছু কাৰণ মোক অসমৰ সংস্কৃতি আটাইতকৈ ভাল লাগে আৰু ইয়াতে থাকিব বিচাৰো কাৰণ ইয়াত থাকি দীপক দা ৰ ভাল ভাল মন্তব্য শুনাৰ লগতে অসমৰ কলা-সংস্কৃতিৰ এনাজৰী জীয়াই ৰাখিব পাৰো।
মোৰ জীৱনৰ সকলোতকৈ ভাল প্ৰবক্তা হৈছে দীপক শৰ্মা ছাৰ ❤
যেতিয়াই জীৱন টোক লৈ দুখী অনুভৱ কৰোঁ তেতিয়াই আপোনাৰ video বোৰ বাৰে বাৰে চাওঁ,,আপোনাক বহুত বহুত ধন্যবাদ sir,
Sem moio
Jl
এখেতৰ ভাষণ শুনি থাকিলে কেতিয়াও চকি এৰি উঠি আহিবলৈ মন নাযায়। সঁচাকৈয়ে বহুত বেছি জ্ঞান থকা ব্যক্তি দীপক শৰ্মা ছাৰ।
Bohut vhal lagil kothakhini huni vhakhon huni . . Anekuwa kothar hobdok koi jibonabodho ortho. Aibur hobdor orthoi manuhor jibonok val kormor rastatuloi dekhuwai ag bohai loi jai . . Moi apunak hotokuti pronam jonaisu dipok sir 🙏🙏🙏👍👍👍
Dipak daa Mr bohut priyo❤️. তেখেতৰ সুস্বাস্থ্য ৰ কামনা কৰিলো 🙏
সুন্দৰ কথা কৈছা তুমি ভাইটি... সঁচাকৈয়ে বহুত ভাল লাগিল শুনি...💐💐
আপোনাৰ ভাষন বোৰৰ পৰা বহুত কথা শিকিছো চাৰ আপোনাৰ কথাবোৰে মন চুই নিয়ে🥰
খুব সুন্দৰ বক্তিতা দীছে আপুনাৰ জীৱন দীঘ্ দীনীয়া হউক । আগলৈকো এনেদৰেই কথা কৈ আমাক আমোদ দী জওক সেইয়ে কামনা কৰীলো
সত্য আজি যি সকল বৃদ্ধাশ্ৰমত আছে সকলোৰে পু-বোৱাৰীয়ে লেখত লব লগিয়া ডাঙৰ ডাঙৰ ছাকৰি কৰে কিন্তু পিতৃ -মাতৃক ৰাখিছে বৃদ্ধাশ্ৰমত। যি সকলে পিতৃ মাতৃক বৃদ্ধাশ্ৰমত ৰাখিছে ভগৱানে নকৰক তেখেত সকল যাতে এদিন বৃদ্ধাশ্ৰমলৈ যাবলগা নহয়। দুুখ লাগে মোৰ পিতৃ- মাতৃয়ে ইহ সংসাৰৰ পৰা বিদায় ললে কিন্তু আজি কাক কম ডেউতা বা মা বুলি। জিবিত কালত যদি তেওঁলোকক সুখ দিব নোৱাৰো কিহৰ বাবে এই মানৱ জিৱন কিহৰ বাবে এটা সন্মানিয় চৰকাৰি পদবি? এইবোৰ পদবি বৃথা নিস্পয়োজন এনে পদবি ই মাত্ৰ আৰ্বজনা।
Apunar speech bur bohut val lage sir hidoikhon sui jai sir god bless you sir..
বহুত মুল্যবান মন্তব্য আগবঢ়াইছে।
Nice speeches 👏👏👏
Apunakbohut.dhonybad
সুন্দৰ দাদা,ভগবান আপোনাৰ সহায় হওঁক।
Dipak sir apuner vakhon xuni moi bohut anandito hoisu. Dhaniyaobad🙏
সন্মানীয় দীপক শৰ্মা ক আমাৰ বিদ্যালয়লৈ নিমন্ত্ৰণ কৰিবলৈ বৰ মন আছে।ইমান নীতি শিক্ষা মূলক ভাষণ বৰ ভাল লাগে ।
তেওঁ আদৰ্শ আমি সকলো মানুহে লোৱা উচিত মই ভাবোঁ বাইদেউ ৷ এইয়া হৈছে জ্ঞানী মানুহৰ আদৰ্শ ৷
Aapunar ghr kt
@@binoyhazarika6054 ঞ
ঝঝ
Nice
নাম একেই কিন্তু বহুত মন আছে দীপক দা লগ পাম বুলি আশা কৰিলোঁ পাৰিলে কণ্টেক কৰিম এদিন লগ পাম 99%
আপোনি এজন মহান ব্যক্ৰি এনে কথা কোনো কোৱা নাই বা পচা মাধ্যমত প্ৰকাখ হোৱা নাচিল ইমান সুন্দৰকৈ বুজাই গল তাত অলপ নহয় অলব প্ৰভাৱ পৰিব !ধন্যবাদ 🙏
আপোনাৰ কথাবোৰ শুনি বহুত ভাল লাগিছে ❤️❤️❤️❤️দীপক চাৰ
আপোনাৰ কথাবোৰ শুনিলে কিবা এটা সাহস পোৱা যাই♥️♥️
Hosake
সচাকৈ বহুত উৎসাহ পাওঁ💐💐
Xosake
Um
Bahut val lage manuh jone manuhk bahut hukh santi aru hahok diye
Khosai bohut val lagil khuni.
দীপক দা আপোনাৰ কথা বোৰ শুনিলে শুনি থাকিব মন যায় থাকে ।
Bohut dhuniya lagil Dada❤️🙏
Bohut dhunia dada ❤️❤️
বহুত ভাল লাগিল ❤🙏❤
পৃথিবীত সন্তান জন্ম হলে নিতুমনি শইকীয়া, দীপক শৰ্মাৰ দৰে হওক।
L
sir apunar motivate bur bohu vl lage tq sir
ধন্যবাদ শমাদেব আপোনাৰ ভাষাণৰ বাবে
Bht dhuniya kotha 💜❤ touching video.. Goutom buddha ma homan dangor kunu nai
Bht vl lagil ktha xini xuni sir🙏🙏🙏🙏
অতি মূল্যৱান আৰু প্ৰেৰণাদায়ক ভাষণ ,the great man
হৃদয়স্পৰ্শী বৰ্ণনা। বহুত ভাল লাগিল ছাৰ শুনি। 👏👏👏
অতি মূল্যবান আৰু প্রেৰণা মূলক ভাষন 🙏
Hsyyy no puwalii😍
তিনিদিন ধৰি মই বহুতো ডিপ্ৰেচনত গুচি গৈছিলো।এইটো video এ মোক বহুতো উৎসাহ দিলে।আগলৈ দি যাব।
Pp ap ap ap
Excellent dad's your speaking...
Sir.. Tammm
তুমি গ্য়ান দি থাকিলে আমাৰ দেশ খন বহুত ভাল হব
জ্ঞান
Dada bohut vl lgela si...❤
Apnar arhi mulok bhakhon suni bohut bhal lagil, dhonyabad.🙏
My favourite motivetor ❤️Sharma sir
Congratulations but dipok da 🔥 best best
শৰ্মা মহাশয়ে অতি সুন্দৰ কথা কৈছে ৷
হৃদয়স্পৰ্শী। চকুলো বৈ আহিল।❤️
Mind blowing message
Very very thanks to Dipak Dada.
Bhut hundor Dipak dada keep it up
সেৱাহে আপোনাক । আপোনাক ঈশ্বৰে সদায় কুশলে ৰাখক দীপক দা । কৃষ্ণ
Apunar kotha hunile huni thakibo mon jaii
Dipak da
Eman bhal lagise.bujabo nuwaru
Sir হৃদয় চুই গৈছে 🥰🥰
Really appreciate it
দাদা আপোনাৰ প্ৰতিটো অনুস্থান চাওঁ। সাহস পাওঁ বহুত
Dr
Dipak Sarmah দেৱক আমাৰ বিদ্যালয়লৈ নিমন্ত্ৰণ কৰিবলৈ মন আছিল। কেনেকৈ নিমন্ত্ৰণ কৰিব পাৰি জানঝ
Ultimate sir...
আপুনি সদায় এনেকুৱাই ভাষণ দি থাকিব ছাৰ best ছাৰ 👍👍👍👍👍👍
Val lagil dada video to sai moi aponar video sai bohot utsa pao ❤❤🙏🙏❤❤
আপোনাৰ কথাবোৰ শুনিলে জীৱনত আগুৱাই যোৱাৰ সাহস পাওঁ👍👍
দীপক শৰ্মাদেৱৰ ভাষণ শুনি বৰ ভাল লাগে। ভিডিঅটো সম্পূৰ্ণকৈ চোৱাৰ হেঁপাহ থাকি গ'ল।
দীপক দাৰ কথা এইবাবেই ভাললাগে কাৰণ তেওঁ সম্পূৰ্ণ মৌলিক কথা কয় , মৌলিকতা টো তেওঁ বুজিপায় ।
বহুত মূল্যৱান বক্তব্য আগবঢ়াইছে।
Mind blowing speech
আপোনাৰ কথা শুনি থাকিলে বহুত উৎসাহ পাওঁ ।
সুন্দৰ। ছাৰ
Amoni napau apuna vakhon khuni tahkileu kotah bur bohut morom loga rokhal ...love u Dipak Sir...
আৰু অলপ শুনিব মন গৈছিল ।
😊❤❤❤❤
Sir bahot val lagil
দিপক ছারর নিছিনা মানুহ অসমত আরু বহুত দিপকর জন্ম হোওক তেতিয়া অসমর উন্নতি হব দিপক ছারক ধন্যবাদ🙏💕
বৰ সুন্দৰ ভাষন বহু জন উপকৃত হহ
সচাকৈ হৃদয় স্পৰ্শ কৰি গল
Bahut bhal lagil
Thanks bro
Great information sir love you 💖💖
Sosake apunar kotha suni thakebo aru mon goise.
Really Heart toching video
Very valuable sir
A man with visionary..........
Thank you dada eman val kotha manuhor majot bilai dise
Vl lgil sir apunar ktha sunibo pai.
🌹🌹🌹🌹 bohut val lagise sir
Sir. Mor. Monoloi. Jatiya dukh. Ahe. Tatiyai. Aponar. Motivation. Salu. Very nice. Sir.
দীপক দা আপুনাৰ কথা বোৰ মোৰ মন চুই গৈছিল 🙏
Kosakoi bohut Val lagise aipunar video bur bohut
Thanks sir aapunar pra bahut kothar xikilo
Val lagil Sir sosake apunk ki km Sir... Sodai omor hoi thkok apuni...
Bor Val lage apunar kotha bur,,,aji sokur pani ulai gol lastr kotha huni,,,😭😭🙏🙏,,,
Great
চাৰ সঁচাকৈয়ে আমাৰ এচামে আনৰ ভাল হোৱাবোৰ সমৰ্থন কৰিবলৈ টান পাওঁ #dkdipakkumar
মানুহ কম হলেও কথা নাই সকলোৱে দেখি আচে
Thank you Dada
I m watching first time this Assamese video, so I don’t know who is Mr Dipak Sharma, can anyone will tell me who is the gentlemen, better to introduce cos it’s not possible for everyone to know all ...but I enjoyed his talk, that is the reason I m watching this beautiful video...
Dipak sir apunar vakhon bohut vl lage ......bohut kiba kibi hikibo paru
bohut bhal lage apuner kotha bilak huni
salute sir
apunar dore manuhehe manuhok buji pai
Wounderfull training👍👍👍👍🔥🔥🔥
বহুত ভাল লাগিল দাদা, আপোনাৰ প্ৰতিটো অনুষ্ঠান চাও ।
Val lagise
জীৱনৰ গতিপথেই সলনি হ’ব আপোনাৰ কথা শুনি থাকিলে!!ইমান শুনিছোঁ তথাপিও হেপাহ নপলাই আপোনাৰ মন্তব্য শুনি!!
Thank you Dipak sarma you are very nice
সুন্দৰ ।
Salute of u sir absolutely right
মন চুই যায় আপোনাৰ কথাই
ভাল লাগিল
Bhut vl lgil kothabur huni 😘
Heart touching 🙏🙏🙏
aponar babe hoi2 bhut loke khahkh pai jabo...bhut vl lage aponar ktha bor
Sir aponar hklo program you tube channel dekhi Val lage...