Ojaantric || Assamese Podcast ft.

Sdílet
Vložit
  • čas přidán 25. 04. 2022
  • Play on India's favourite Fantasy cricket platform "Gamezy"
    আপোনালোকে এইটো লিংকত গৈ এপটো ডাউনলোড কৰিব পাৰিব।
    Download using this Link:
    gamezy.page.link/MSRyTS8WnEuY...
    Play on Free and paid contest and stand a chance to win upto 5Crore.
    Thats not it play Rummy, Poker, Football and other easy games like Ludo, Carrom, Fruit Slice, 8-ball Pool etc and win big.
    #Gamezy
    #fantasycricketongamezy
    #GameNahiAppBadlo
    Our Second channel:
    Oasis Talukdar : • ONATAR || Assamese Pod...
    Udayan Duarah : • Hanayah's first day at...
    OJAANTRIC.....
    For business inquiries you can mail us at: oasismotionfilms@gmail.com
    Our contact number : 8133836648
  • Zábava

Komentáře • 1,6K

  • @lookeastrajibdowari
    @lookeastrajibdowari Před 2 lety +484

    এক চেকেণ্ডৰ বাবেও Skip নকৰাকৈ শেষৰলৈকে চালোঁ । হৃদয়ৰ পৰা ভাল পোৱা মানুহজন কুসুম ককাইদেউ 🥰

  • @pujahatimuria57
    @pujahatimuria57 Před 2 lety +456

    মৌচম দাৰ পাছতে আকৌ এজন নিভাঁজ মাটিৰ মানুহৰ অনুষ্ঠান চালো। খুবেই অনুপ্রাণিত হ'লো। ধন্যবাদ অযান্ত্রিক। কুসুম দাৰ গান বিলাক বেছিকৈ নুশুনো যদিও ব্যক্তি হিচাপে তেওঁক ভাল লাগিল।।

  • @debajanidutta5586
    @debajanidutta5586 Před 2 lety +81

    বহুত বহুত বহুত ভাল লাগিল।কুসুম আমাৰ বিদ্যালয়ৰ ছাত্ৰ আছিল আৰু আজি সফলতাৰ শীৰ্ষত উঠাৰ পিচতো কুসুমে নিজৰ ঠাইখন,নিজৰ বিদ্যালয়ৰ প্ৰতি যিখিনি হেঁপাহ,আন্তৰিকতা দেখুৱায়,সচাকৈয়ে ভাল লাগে,মন চুই যায়।এজন নিভাঁজ,শিপা পাহৰি নোযোৱা মানুহ হিচাপে চিৰদিন থাকা।আমাৰ শুভাশীষ,শুভকামনা সদায়েই আছে।

    • @user-qg9dt9zb1c
      @user-qg9dt9zb1c Před 10 měsíci +1

      সঁচা মানুহ এইজন ।ভগৱানে কৃপা কৰক।

  • @sunuku8145
    @sunuku8145 Před 2 lety +50

    কুসুম দাক প্ৰথম মই নিউজ লাইভৰ ভোগালী উৎসৱৰ অনুষ্ঠান এটাত দেখিছিলো ( চনতো পাহৰিলো কিন্তু অনুষ্ঠানতো আট ধৰিছিলে অনুপম চক্ৰবতি দাই আৰু অনুষ্ঠানতো মৰাণৰ ওচৰে পাজৰে হৈছিলে মই টিভিত হে চাইছিলো…… তেতিয়া কুসুম দা ইমান জনপ্ৰিয় নাছিলে অনুপম দাই ঘোষণা কৰোতে এইবুলি কৈছিলে - " এইবাৰ আপোনাৰ লোকৰ মাজত পৰিবেশন কৰিব এজন স্থানীয় গায়ক কুসুম কৈলাশে) আৰু তেতিয়া কুসুম দাই প্ৰথম "মাজনী মেঘে মাৰে গাজনী হ'বই লাগিব আনৰে ঘৰৰ বোৱাৰী গানতো গাইছিলে …… তেতিয়া অৱশ্যে কুসুম দাৰ নামতো মনত ৰৈ যোৱা নাছিলে মোৰ কিন্তু গানতো মনত ৰৈ গৈছিলে…… ।

  • @rajkumarrahul8960
    @rajkumarrahul8960 Před 2 lety +13

    এটা সময়ত অসমীয়া সংগীতৰ অধঃপতন বুলি কলে কুসুম কৈলাশৰ উদাহৰণ প্ৰথমে দিছিল আৰু এতিয়া সময় সলনি হল। কুসুম কৈলাশ দাই যিমান যি ফিউজনৰ কথা নকওঁক কিয়, তেওঁৰ কণ্ঠত আৰু শব্দত Ethnic taste এটা সদায় বিৰাজমান আৰু শ্ৰোতা বোৰে সেই টেষ্ট টো বুজি পোৱা হল লাহেকৈ। এতিয়া সমাদৰ বাহিল সকলো শ্ৰেণীৰ মানুহৰ মাজত।
    বাকী আপোনাৰ পৰা আৰু ভাল কাম আশা কৰিলোঁ..আপুনি আগুৱাই যাওঁক💐💐

  • @techassam451
    @techassam451 Před 2 lety +210

    কুসুম দাক এই বাবেই ভাল লাগে কাৰণ তেওঁৰ কথাবোৰ খুব নিভাঁজ ❣️মানুহে যিয়েই নকওক কিয়, প্ৰকৃতাৰ্থত যে মানুহজন ভাল সেয়া এই খণ্ডটোৰৰ পৰা খুব ভালদৰে বুজিব পাৰিলোঁ 😍 'মেঘে মাৰে বিজুলী', ''ৰ লাগি লাগি' কুসুম দাৰ পৰা এনেধৰণৰ গীত বহুত আশা কৰোঁ 🤗 সোনকালেই এনেকুৱা গান শুনিবলৈ পাম বুলি আশা কৰিলোঁ 🍃
    #long_live_ojaantric
    #love_from_golaghat

  • @villageyoungstar2886
    @villageyoungstar2886 Před 2 lety +93

    ১০০ শতাংশই নিশ্চিত যে, এই episode ৰ পৰা বহুতৰে চিন্তাধাৰা হলনি হ'ব।

  • @VickyKalitaOfficial
    @VickyKalitaOfficial Před 2 lety +223

    What a man, What a journey❤️

  • @shonypator5936
    @shonypator5936 Před 2 lety +49

    সংগ্ৰাম এ কিছু হাৰ মানিছে, কুসুম দাদাৰ আগত । Salute ...

  • @nirmalikashyap1455
    @nirmalikashyap1455 Před 2 lety +67

    বহুতো প্ৰিয় শিল্পীৰ ব্যক্তিগত বহুত কথা জানিলো , শিকিলো কেবল মাত্র 'Ojaantric' ৰ বাবে ..
    কুসুম কৈলাশ দা সচাকৈ মাটিৰ মানুহ, তেখেতৰ কোনো অহংকাৰ নাই, তেখেতে প্ৰকৃততে হাৰ মানি আকৌ নিজক উপস্হাপন কৰিছে সেয়ে অসমৰ অসমীয়াই তেওঁক মনত ৰাখিবলৈ বাধ্য .. শেষত বহুত বহুত মৰম দুয়োজনলৈ💕Thank you 'Ojaantric' , love frm Nalbari💕

  • @momiborgohain8401
    @momiborgohain8401 Před 2 lety +94

    মনত বহুত বহুত দুখ থাকিলেও মানুহৰ মুখত হাঁহি আনিব পৰা এটি অনুষ্ঠান। ভালপাওঁ অযান্ত্ৰিক ❤️❤️❤️❤️❤️

  • @bhabanabaruah7484
    @bhabanabaruah7484 Před 2 lety +34

    One of the best episode of ojantric till date. কুসুম কৈলাশৰ পৰা বহু শিকিব পাৰি।

  • @pinku9553
    @pinku9553 Před 2 lety +23

    তেওঁৰ উপস্থাপন শৈলী পাশ্চাত্য হব পাৰে কিন্তু কেঁচা মাটিৰ গুন্ধ থকা মানু্হ সেইবাবে তেওঁক ভাল লগে, অসমীয়া💚such a down to earth person

  • @jatinbosu6487
    @jatinbosu6487 Před 2 lety +88

    Honestly বহুত ধুনীয়া কথা কৈছে দেই কুসুম দাই। অন্তৰ চুই গল তেওঁৰ journey তোৰ বিষয়ে শুনি। আজিৰ আমাৰ নৱ প্ৰজন্মই কথা খিনি শুনিলে জীৱনটোত বহুত খিনি inspire হব পাৰিব । আজি যেনেকৈ নৱ প্ৰজন্ম অলপতে হতাশাত ভোগে,কিন্তু কুসুম দা আচৰিত যি হাৰি হাৰি ও জীৱনত জিকিব খুজিছে আৰু পাৰিছে । যি কি নহওঁক এই episode তো সকলোৱে চাব লাগে । ভাল লাগিল। love from মৰাণ ❤️❤️❤️❤️❤️❤️

  • @bigupdate3513
    @bigupdate3513 Před 2 lety +22

    Ojaantrict আজিয়েই 1ঘণ্টা জোৰা প্ৰথম এইটো ep. চালো মানে চাবলৈ বহুত মন গল আৰু বহুত ভাল লাগিল কুচুম দাক

  • @geet8974
    @geet8974 Před 2 lety +17

    Akdum ai conversation tu ghorot pati thaka nisina lagil jen moi nijeo tat bohi huni asu... ইমান নিভাজ ইমান সহজ সৰল কথা খিনি আপোনাৰ দাদা।।☀️✨

  • @aajenotunhomoi5664
    @aajenotunhomoi5664 Před 2 lety +28

    কুসুম দা যে এজন ভাল মানুহ কথাটে গমপোৱা হয় আৰু এজন বহুত, বহুত ভাল মানুহ।কুসুম দালৈ হুভকামনা জাছিলো। দাদা কেইজনলৈ বহুত ধন্যবাদ

  • @pranameeborah3363
    @pranameeborah3363 Před 2 lety +8

    আজিৰ পৰা ব্যক্তি হিচাপে কুসুম কৈলাশ দাৰ অনুৰাগী হলো। গান তেওঁৰ কণ্ঠত থাকক বা নাথাকক তেওঁ সদায় প্ৰিয় হৈ ৰব। ❤️

  • @devajits_world
    @devajits_world Před 2 lety +7

    কৈলাশ দাৰ অনুষ্ঠানটো চাই সঁচাই বহুত ভাল লাগিল, সেই স্কুলৰ দিনত দীঘল চুলিৰে আমাৰ আগে আগে খোজ কাঢ়ি গৈ থকা ককাইদেউ জনে আজি ইমানখিনি আগবঢ়া দেখি গৌৰৱ অনুভৱ কৰোঁ । আগবাঢ়ি যাওঁক ককাইদেউ লগতে অযান্ত্রিক ৰ যাত্ৰা অবিৰত হওক তাৰেই কামনা কৰিলোঁ ।

  • @LakhiDaVlogs
    @LakhiDaVlogs Před 2 lety +12

    গুতেইটো ইণ্টাৰ্ভিও চালোঁ। বহুত বহুত বহুতে ভাল লাগিল। গাঁওৰ নিভাজ মানুহ । Love from Lakhimpur ❤️❤️

  • @madhusmitadas1933
    @madhusmitadas1933 Před 2 lety +45

    Kusum daar gaan Bilak emn utpotia...kothabur dekhun biporit akdm gohin...soft spoken hunile huni thakibo mon jua k kotha koi...lots of love and respect to kusum...and yes.. ojantric is always special,oasis da ,ud daa are very special... thank you for invited kusum da💕💕

  • @sumisnakonwar7755
    @sumisnakonwar7755 Před 2 lety +45

    সাংঘাটিক সাহসী মানুহ আপুনি কুসুম দা❤️❤️ বহুতেই শিকিব লগীয়া আছে আপোনাৰ জীবনৰ পৰা ।। আপোনাৰ জীৱন যুঁজৰ কাহিনী ৰ পৰা আমি বহুত শিকিব পাৰিছো।। বহুত আগুৱাই যাওক আপুনি।।বহুত বহুত মৰম ❤️❤️।। ধন্যবাদ ojantric ৰ পৰিয়াললৈ ইমান নজনা কথা আৰু বহুত শিকিব পৰিছো 😊😊।।

  • @trishnaborgohain4969
    @trishnaborgohain4969 Před 2 lety +31

    একেবাৰে মাটিৰ লগত জৰিত মানুহ.... .. মৰাণৰ লগতে মহমৰাকো উজ্বলাব' পৰা এটি তৰা ..... ❤️❤️❤️

  • @bidishabaruah1569
    @bidishabaruah1569 Před 2 lety +14

    2020ত আমাৰ কলেজ লৈ আহিছিল । সহজ সৰল মানুহ ।। মনৰ ধনী তেওঁ।। সদায় এনেকুৱা এটা সৰল মনৰ অধিকাৰী হৈ জীয়াই থাকক ।। বিহুৰ শুভেচ্ছা থাকিল আপোনালৈ❤️

  • @lsd4889
    @lsd4889 Před 2 lety +10

    বহুত কষ্ট কৰি আজিৰ এই অৱস্হা পাইছে ..জীৱনত তেওঁ বহুত সংঘৰ্ষ কৰিছে মানিব লাগিব. বহুত ভাল লাগিছে আজিৰ এই খণ্ডটো চাই

  • @asikurali2006
    @asikurali2006 Před 2 lety +9

    কুসুম দাক ২০১৬ চনত তিনিচুকীয়া জিলা পুথিভঁৰালত অনুষ্ঠান এটাত লগ পাইছিলোঁ‌। ভাল লাগিল। সহজ সৰল মানুহ। ভাল লাগিল 😊🙏

  • @pabitragogoi8801
    @pabitragogoi8801 Před 2 lety +13

    চাই থাকোতে কুসুম দা ক টকা দি সহায় কৰা মানুহ জন দিস্কো ভন্টি গানটোত সহায় কৰা মানুহ জনৰ নামটো শুনি ভাল লাগিল,,,,আৰু এই খণ্ডটো চাই moja লাগিল,,, ধ্যন্যবাদ অজন্ত্ৰিক,,,,

  • @nikenbhai
    @nikenbhai Před 2 lety +26

    🙏কুসুম দাদাক বহুত ভাল লাগে ❤। তেখেতক প্রথমৰ পৰাই জানো, তেখেতৰ জীবন কাহিনী অতি আমোদজনক.তেখেতৰ সুৰতো অতি নিভাজ.. আজিৰ অনুষ্ঠানটো বহুত ভাল লাগিল

  • @prantikdas5018
    @prantikdas5018 Před 2 lety +59

    সহজ সৰল অসমীয়া খেতি কৰা ডেকা কুসুম দাদা love you ♥️

  • @THRILLER07
    @THRILLER07 Před 2 lety +32

    কুসুম কৈলাশ দাৰ অনুষ্ঠানটো চাই সঁচাই খুবেই অনুপ্ৰাণিত হ'লো৷❤️
    মানুহজন বহুত সহজ সৰল, কথাবোৰ ইমান সৰলকৈ ক'লে শুনি খুব ভাল লাগিল
    মানুহজনৰ গান বোৰ বহুত ভাল লাগে
    "মাজনী মেঘে মাৰে গাজনী......"❤️
    "বোৱা কটা জানা নে নাই....."❤️
    "মাজনী জ্বলা চাকিটিৰ জুই...."❤️
    "ৰ' লাগি লাগি......"❤️
    "ধনে সোনে...."❤️
    এই বিহু গান খিনি খুব ভাল লাগে।
    বাকি টু বিহুসুৰীয়া+Rap গোটেই খিনি গানেই ভাল লাগে সেইখিনি প্ৰায় সকলো মানুহেই শুনিছে।
    তেখেতৰ "মায়াবিনি" নামৰ গান এটা আছে গানটু ইমান বেছি মানুহে শুনা নাই কিন্তু গানটু শুনি বহুত ভাল লাগে।
    যোনে যোনে Comment টু পঢ়িছে গানটো শুনি চাওক।
    Ojantrik লৈ এটা অনুৰোধ তেখেতে Rap সংগীতৰ ওপৰত "ৰঙীন" নামৰ চিনেমা এখন কৰিছিল সেইখন CZcams ত Upload কৰিবলৈ কওঁকচোন সেইখন কেতিয়া Release হ'ল গমেই নাপালোঁ চাবলৈ বহুত মন আছে।

  • @theankur34
    @theankur34 Před 2 lety +17

    মাটিৰ মানুহ জন kussum দা❤️✨
    Love from চৰাইদেউ সোণাৰি।।

  • @DuguExtra22
    @DuguExtra22 Před 2 lety +18

    কুসুম দা ❤️ সঁচাকৈ ভাল লাগিল 🎶
    " পোন মানুহ চিধা কথা " কিন্তু আপোনাৰ । পুৰণি কাহিনীবোৰ খুবেই ভাল লাগিল 🥰
    আপোনাক গীতিকাৰ ৰূপে যিমান ভাল লগে সিমান খেতিয়ক বুলিও বহুত ভাল পাওঁ , আশা কৰোঁ আগন্তক দিনবোৰটো নতুন কল্পনাৰ নতুন সংগীত ও ছবি আগবঢ়াব 🎶। Love from Sonitpur (Chariduar)

  • @tikhortikhor8945
    @tikhortikhor8945 Před 2 lety +24

    Aajir pora Kusum Kailash le respect bahut barhi gol. Thanks ojantric.

  • @abinashhandique6745
    @abinashhandique6745 Před 2 lety +28

    বহুত বেছি ভাল লাগিল অনুষ্ঠানটি চাই, এনে অনুপ্ৰেৰণামূলক কাহিনীয়ে নিশ্চয়কৈ অসমীয়া সংস্কৃতি জগতৰ নৱপ্ৰজন্মক উৎসাহিত কৰিব ধনাত্মক ভাবে আগুৱাই যাবলৈ। ধন্যবাদ অজান্ত্ৰিক ❤️👍 কুসুম দাৰ দৰে নিভাঁজ অসমীয়া সম্পদলৈ অলেখ শুভকামনা ❤️

  • @abhijitsaikia6476
    @abhijitsaikia6476 Před 2 lety +36

    Recommend all of you to use headphones while watching this episode so that you don't miss a single word from Kusum. He is a pure ground level raw talent. Absolutely stunning ✊ Keep Shining brother👊
    Moral of these conversation is that you don't know when your life take U turn'. 1st 200 run by Sachin Sir in ODI when he was out of form, Sehwag broke the same record when he completely forgot how to score runs and like that Rohit. So let the life play the match you just do your duty.

  • @RishavBaruah
    @RishavBaruah Před 2 lety +41

    Even though I can't relate to his music... But I totally respect his journey.... A good episode indeed...

  • @mukulgogoi2789
    @mukulgogoi2789 Před 2 lety +8

    কুসুম দা সঁচাই এজন বহুত সৰল মনৰ মানুহ। মানুহ জনৰ এটা কথা কেতিয়াও নাপাহৰো। তেওঁ তেতিয়া প্ৰথম আমাৰ লালুক ত প্ৰগেম কৰিব আহিছিল। আৰু মোৰ ঘৰৰ ওচৰৰ ভাইটি জনে কুচুম দাক ফোন নম্বৰ খুজিছিল আৰু তেওঁ একো আপত্তি নকৰাকৈ ফোন নম্বৰ টো দিছিল। তেতিয়াই বুজি পাইছিলো তেওঁ কিমান সৰল মনৰ মানুহ। Love u kusum da♥️❤️

  • @polashprotimmusical2041
    @polashprotimmusical2041 Před 2 lety +10

    বহুত বহুত ধন্যবাদ ইমান এটা ধুনীয়া অনুষ্ঠান আমাক উপহাৰ দিয়া বাবে । মোৰ লগতে আৰু বহুত লৰা ,ছোৱালী বাবে কুসুম দা প্ৰেৰণা মই ও কুসুম দাৰ লগত ফোন যুগে কথা বতৰা হৈ থাকে ।মই গান গাঁও অলপ চলপ লিখোঁ ।। কুসুম দা অসাধাৰণ হৈও একদম সাধাৰণ ভাবে থাকে ।। লগতে আপোনালোক দুজনকো বহুত বহুত মৰম ,ভালে থাকক ❤️❤️

    • @lakhyajitbharali8138
      @lakhyajitbharali8138 Před 2 lety

      Bro muk number tu diba neki dadar please 🙏🙏🙏😭😭🥺🥺🥺moi tumar bhorit dhorisu

  • @promudkonch2033
    @promudkonch2033 Před 2 lety +10

    কিমান যে ভাল লাগিল কব পৰা নাই আৰু অলপ দীঘলীয়া হোৱা হলে আৰু ভাল লাগিল হয়।। I love you কুসুম দা ❤️❤️❤️

  • @abhijitgogoiap5233
    @abhijitgogoiap5233 Před 2 lety +11

    ভাল মানে বহুত বেছিয়েই ভাল লাগিল..কৈলাস দাৰ কাষৰে গাওঁ জজলীৰ পাৰ একাজলী মৰম❤

  • @chinmoy415
    @chinmoy415 Před 2 lety +81

    শিৱসাগৰ ৰ নামতিৰ পৰা হাজাৰ হাজাৰ লাখ লাখ কোটি কোটি মৰম জাচিছোঁ ❤️

  • @jayantamadhavdoley4890
    @jayantamadhavdoley4890 Před 2 lety +8

    Kussum daa ৰ বহুত নজনা কথা জানিলো আৰু Kussum daa ক আগতে যিমান ভাল পাইছিলো এতিয়া তাতকৈ ভাল পোৱা বহু গুণ বাঢ়ি গল I always love you Kussum daa and u d daa and oasis daa thank you so much এনেকুৱা ভাল লগা এটা episode আগবঢ়োৱাৰ বাবে ojaantric জিন্দাবাদ ✊❣❣

  • @kashmireesarmah4922
    @kashmireesarmah4922 Před 2 lety +2

    এই সৰল মানুহজনৰ প্ৰগ্ৰাম চাব যাওঁতে সদায় তেওঁৰ সৰলতাক চাওঁ। সিদিনা যোৰহাটৰ বিষ্টোৰাম বৰুৱা হলত প্ৰগ্ৰাম কৰিব আহোঁতে চাই আছো কাষত বহি। আপুনি সদায় এনেকৈয়ে অসমীয়া সংস্কৃতিক সবল কৰক,আপোনাৰ চিন্তা অতুলনীয় কুসুম দা।

  • @dhrubajyotigogoi939
    @dhrubajyotigogoi939 Před 2 lety +10

    Love from your birth place ❤️
    Buragohainbari ✌️
    অযান্ত্ৰিকৰ যাদু এয়াই... আগত নোকোৱা কথাবোৰো ওলাই যায়.... UD daa OASIS daa 💗🔥

  • @bhumijabarman3056
    @bhumijabarman3056 Před 2 lety +8

    বহুত বেছি ভাল লাগিল...দাদাৰ গানবোৰ ভাল পাওঁ বহুত ..কিন্তু আজি দাদাৰ জীৱনৰ কাহিনীবোৰ, Struggle বোৰ শুনি যেন কিবা এটা সাহস পালোঁ মনত... সচাঁকে মানুহে ইচ্ছা কৰিলে সকলো কৰিব পাৰে..... ❤অযান্ত্ৰিক প্ৰায় চাওঁ...আজি আটাইতকৈ বেছি ভাল লাগিল....বিশেষকৈ দাদাৰ সহজ-সৰল কথাবোৰ শুনি......❤

  • @biswajitbhuyan642
    @biswajitbhuyan642 Před 2 lety +9

    অযান্ত্ৰিক। আৰম্ভণিৰে পৰাই আপোন। এটাও খণ্ড এৰা নাই। চাইছো। সদায় চাম। আপোনালোক দুয়োজনকে আদি কৰি কেমেৰাৰ আঁৰত থকা সকলোলৈকে মৰম যাচিলো। অনাগত দিনবোৰত অযান্ত্ৰিক আৰু উজ্বলি উঠক। একাঁজলী শুভকামনা জনালো। আৰু এটা কথা কও, অযান্ত্ৰিক যেন সদায় অযান্ত্ৰিক হৈ থাকক কাৰণ, য'ত কৃত্ৰিমতা থাকে তাত মনৰ অসুখবোৰ বেছিকৈ হয়।

  • @macronymous2245
    @macronymous2245 Před rokem +4

    Manuh enekua open minded, free, bold and brave hobo laage. Josh u aase hosh u aase plus down to earth manuh.
    Naajanu singer hisabe kiman precious teu, but as a real human being Kusum Kailash is a gem.
    Please akou invite korok, asomiya manuh aaru new gen bohut inspired hobo, people like him can are indirect motivational speaker technically, unlike many professional motivators who try hard but cant motivate any.

  • @himangshu9116
    @himangshu9116 Před 2 lety +13

    The Best Ojantric episode. Such a phenomenal journey. Got to admit that Kusum Koilash brought a new trend in Assamese Music just like Zubeen, Papon, Neel Akash & recently Shankuraj. When Kusum Koilash was invited to the Rongali festival 3/4 years back, many people trolled that decision. But You may like his songs or not like them, but he is here to stay & rise only higher. He is in vogue.

  • @barunkumarrajmedhi1038
    @barunkumarrajmedhi1038 Před 2 lety +47

    সুন্দৰ ! Lyrics আধুনিক হলেও কুসুম কৈলাছ দাদাৰ গানবোৰত বিহু তথা খাটি অসমীয়াৰ গোন্ধ এটা থাকে সদায় ! UD দা আৰু Oasis দুয়োৰে উপস্থাপন ধুনীয়া ! Best Wishes to Team Ojaantric !

  • @ushas_handicraft8417
    @ushas_handicraft8417 Před 2 lety +14

    বহুত ভাল লাগিল আজিৰ অনুষ্ঠানটি । কুসুম দাৰ কথা আৰু শুনিবলৈ মন থাকিল ।❤️

  • @kapilsekhar7338
    @kapilsekhar7338 Před 2 lety +12

    Bohut respect barhi gol kusum koilashar proti... Really genuine artist.. Thank uuu ojantric for such video.. Kusumar gaan bhal lage bohut

  • @bishnustatus711
    @bishnustatus711 Před 2 lety +5

    মাটিৰ মানুহক সদাই ভাল লাগে । Kusum kailash দা আপোন আছিল আছে থাকিব ❤️
    Tq অযান্ত্ৰিক ।
    সুখী হলো আবেগ হলো 😌 🙏

  • @rituponarajkhowa8050
    @rituponarajkhowa8050 Před 2 lety +34

    One of the favorite show...Ojanntric...disco vontir pora sinaki kusum daa...kusum daak Ojanntric ot dakhi val lagil....Big Thanks to my Fvrt...UD da and Oasis da..❤❤❤💕💕💕✨✨✨😍😍😍

  • @bijitborpatra3670
    @bijitborpatra3670 Před 2 lety +28

    Kussum Kailash মানুহজন সহজ সৰল বাবেই আমাৰ সকলোৰে প্রিয় । ❤️❤️

  • @ansutija3405
    @ansutija3405 Před 2 lety +13

    অযান্ত্রিক সদায় আপোন। আজিৰ অনুষ্ঠানটো চাই সচাঁই বহুত ভাল লাগিল। সচাঁ অৰ্থাৎ মাটিৰ মানুহ তেওঁ।
    পিছে UD দা আপোনাৰ এইটো প্ৰথম episode য'ত আপুনি বেছি কথা কোৱা নাই😜😜🤣 বাকি অযান্ত্রিক ৰOCK 😍 বজালী ৰ পৰা বহুত মৰম❤

  • @rajbongshi9843
    @rajbongshi9843 Před 2 lety +10

    এদিন উজ্জ্বল ছাৰ , নীল দা, কুসুম দা,ৰিদিপ দা, ৰমেন দা , আকাশ নিবিড়, দিনেশ টাই আৰু কৃষ্ণ দাক লৈ দীঘলীয়া অনুষ্ঠান আয়োজন কৰিব লাগে

    • @The__9000__
      @The__9000__ Před rokem +1

      ময়ো বিচাৰো আটাইকেইজন ককাদেউক 😊😌

  • @agustd8167
    @agustd8167 Před 2 lety +11

    Papon Daa is in Assam ,,plz matok ebr teuk aru whole band k🔥👍🏿They are so talented✌🏾

  • @santanuchetia7796
    @santanuchetia7796 Před 2 lety +10

    Kusum daar'r gaan june ji nokouk kibtu tekhetor jibur lyrics tenekuwa lyrics zubeen daa pst teuwe dse...
    Akdom daily hoi thka jibonor kotha gaanor rupot aagbohai diye hkrne feel factor tu aahe and i love his songs alot ❤️

  • @pallavipborah
    @pallavipborah Před 2 lety +20

    This is the first episode that I have watched twice. His simplicity took my heart. Real people from my land. Birat bhal lagile. Best wishes❤️

  • @nijumonidas7020
    @nijumonidas7020 Před 2 lety +34

    আজি episode টো‌ চাই সঁচাকৈ বহুত‌ ভাল লাগিল । এজন নিভাজ‌‌ , এজন সহজ- সৰল মানুহ ।‌‌ কোনো কৃত্ৰিমতা নাই তেওঁৰ ভাল লাগে । মই অযান্ত্ৰিকৰ নিয়মীয়া দৰ্শক like আৰু share সদায় কৰোঁ কিন্তু comment কৰিব লাজ লাগে তেওঁ আজি কৰিলোঁ দুটা কাৰণত প্ৰথমতো episode টো বহুত বেছি ভাল লাগিল আৰু দ্বিতীয়তে আজি কুসুম দায়ে উদয়ন দাৰ মুখৰ মাত বন্ধ ‌কৰি দিলে‌ কিন্তু😄😄 ।

  • @bikashsaikia777
    @bikashsaikia777 Před 2 lety +15

    Don't judge a book by it's cover.
    Kussum da hence proved it.

  • @nirmaliboruah5669
    @nirmaliboruah5669 Před 2 lety +77

    Such a down to earth person respects grows itself for him thank you UD n Oasis.

  • @sujoybarg4674
    @sujoybarg4674 Před 2 lety +13

    Perfect Example of Simple Living High Thinking . Kusum da love you and your vision. ❤

  • @maverickchester3470
    @maverickchester3470 Před 2 lety +10

    He has much knowledge in music than anyone can imagine ,i myself didn't knew so much about him, ojaantric is really making a revolution in the the name of interview....move on guys...👏🏻👏🏻

  • @mainaphukon4151
    @mainaphukon4151 Před 2 lety +23

    দাদাৰ অতীতৰ সেই সংগ্ৰামৰ কথা আগতেই শুনিছো, আৰু সেই কথা বোৰ শুনিলে মোক কিবা এটা কৰিবলে উত্সাহ যোগাই..। তেওঁ গান সেই ২০১১ ৰ DISCO VONTI ৰ পৰাই শুনি আহিছো আৰু ভাল পাই আহিছো আৰু পাছলৈ ও নতুন সুৱাদৰ গান পায় যাম বুলি আশা কৰিম.।
    গোলাঘাটৰ পৰা মৰম দিলো... আৰু অযান্ত্ৰিকৰ দীৰ্ঘায়ু কামনা কৰিলো।
    আৰু এটাৰ কথা কওঁ এই chenel তোৰ ব্যতিক্ৰম অনুষ্ঠান ৰ বাবে আমাৰ পৰিয়ালৰ সকলো আপোনালোকৰ অনুৰাগী হয় দেই... ❤️

    • @mainaphukon4151
      @mainaphukon4151 Před 2 lety +1

      লগতে আৰু এটা কথা কবলৈ থাকি গল...
      দাদাই যে নব্-প্ৰজন্মৰ পৰা যি বিলাক আশা কৰিছে সঁচাকৈ মন কৰিব লগীয়া।
      আৰু এটা কথা, তেওঁ যে সেই চিন্তা ধাৰা অসমীয়া ভাষা তথা সংস্কৃতিক বিশ্ব দৰবাৰত লৈ যোৱা যি হেঁপাহ এদিন সফল হব... আমি ও আছো লগত।
      জয় আই অসম ❤️

    • @Bonoriya93
      @Bonoriya93 Před 2 lety +1

      Love From Golaghat
      #long_ojantric

  • @user-lg8ob3lx7o
    @user-lg8ob3lx7o Před 2 lety +23

    Choku dekhi e laagise Kusum Da ekdom tired!!! Stay blessed Dada 💕💕💕💕 Ekdom dangor fan here.

  • @manavsvlogs240
    @manavsvlogs240 Před 2 lety +4

    Kusum daa jiboni khuni Bht val o lagil bht dukh o lagil. You are the best dada 💕🥰.. ek dom practically life apunr..... actually life tu practical a hbo lage tetya he jbnr ortho ki buji puwa jai...jimn khini nijok buji puwa jai thik khimn khini aanr jbntuku buji puwa jai... Anyway God bless you Dada 🙏..

  • @bigupdate3513
    @bigupdate3513 Před 2 lety +5

    বহুত বহুত বহুত ভাল লাগিল কুচুম দা ।বহুত মৰম কুচুম দা আপুনি বহুত আগৱাঢ়ি যক ।Ojaantric show টোলে বহুত ধন্যবাদ

  • @anamikabaruah7753
    @anamikabaruah7753 Před 2 lety +18

    আছুটীয়াকৈ ৰাখিছোঁ তোমাক সোন❤️ এই গানটোত udi দা সচাকৈ ধুনীয়া লাগে❤️💕।কুসুম কৈলাচ সঁচাকৈ মাটিৰ মানুহ❤️❤️

  • @kakubhuyan3238
    @kakubhuyan3238 Před 2 lety +45

    মোৰ ভাল লগা এটা অনুষ্ঠান অজান্ত্ৰিক। Love from biwsanath ❤️

  • @midupobondutta4440
    @midupobondutta4440 Před 2 lety +2

    যাত্ৰা,অভিজ্ঞতা সফলতা আৰু এমুঠি কথা। খন্তেক জীৱনৰ আড্ডা। ভাল লগা মানুহ, ভাল লগা অনুষ্ঠান, ভাল লগা সময়।

  • @mninjagaming7793
    @mninjagaming7793 Před 2 lety +5

    কুসুম দাক মোৰ এই বাবেই ভাল লাগে, বহুত সৰলতা আছে মানুহজনৰ অন্তৰত।

  • @deepjyotikonwar3487
    @deepjyotikonwar3487 Před 2 lety +37

    One of the best episode, It was interactive, entertaining, inspiring story , Raw star, real podcast 👏 🙌 👌.
    Oasis is so cute, humai jabo mic or bhitorot..."Mic" tu uu koi saage "Alop durot juwa, don't be so close to me😉"

  • @priyagogoi9719
    @priyagogoi9719 Před 2 lety +10

    আৰম্ভণিৰে পৰাই অযান্ত্ৰিক চাই আহিছোঁ কিন্তু আজি episode টো বহুত বেছি ভাল লাগিল । একেলগে দুবাৰ চালোঁ ঘূৰাই ঘূৰাই। চেপনৰ পৰা বহুত বহুত মৰম দিলোঁ মাটিৰ মানুহজনক লৈ অহাৰ বাবে

  • @mrigankabarman425
    @mrigankabarman425 Před 2 lety +14

    Only interview I loved the most by these guys ...... Kusum Da is the inspiration of many of young buds

  • @dilippanyang7527
    @dilippanyang7527 Před 2 lety +4

    U D দাদাৰ আজি কথা কোৱাটো অলপ কম হ'ল নেকি😜 কিন্তু আজিৰ খণ্ডটো বহুত ভাল লাগিল। ধন্যবাদ ।। ###অযান্ত্ৰিক###

  • @bigbro7835
    @bigbro7835 Před 2 lety +10

    To be very honest কুসুম দাক ইমান ভাল পোৱা নাছিলোঁ । এতিয়া পৰা মানুহ জনৰ ব্যক্তিত্বক সন্মান বাঢ়ি গ'ল ।

  • @travelsphere6154
    @travelsphere6154 Před 2 lety +12

    অযান্ত্ৰিকে বহুতৰে নজনা কথাবোৰ জানিবলৈ দিয়ে সদায়....ভাল লাগে...শিকিব পাৰি...শুভকামনা অযান্ত্ৰিক...অবিৰত হওক সদায়

  • @napresentshort3385
    @napresentshort3385 Před 2 lety +3

    সেইদিনাৰ কথা কি ক'ম যিদিনা প্ৰথম তেওঁৰ লগত কথা পাতিছিলো বিশ্বাস কৰক সেইদিনা তেওঁৰ লগত ফোনত প্ৰথম কথা পাতিছো তেওঁৰ লগত যেন বহুত দিনৰে চিনাকি ১৫ মিনিট সময় কথা পাতিছে বহুত ভাল মানুহ কুসুম দা লাভ ইউ ফৰ এভাৰ ❤❤এটা বহুত ডাঙৰ আশা এদিন নীল ককাইটিক দেখা পাম অযান্ত্রিকৰ আড্ডাত......

  • @C.G.007
    @C.G.007 Před 2 lety +20

    After this episode .....my respect has grown for this man ❣️

  • @digantasaikia5933
    @digantasaikia5933 Před 2 lety +7

    মাটিৰ মানুহ ❤ মৌচুম দা ৰ পিছত কুসুম দা।
    বহুত কষ্ট কৰিছে ভাল লাগিছে তেওঁলোকৰ জীৱনৰ কথা, জীৱনৰ সংগ্ৰামৰ কথা। আৰু এটা Episode লাগে।।
    অযান্ত্রিক চিৰযুগমীয়া হওঁক ❤

  • @RIMJIM_SAIKIA
    @RIMJIM_SAIKIA Před 2 lety +17

    সঁচা মানুহ। ❤ 32:23 মন্ত্র was epic 😅

  • @pallabitalukdar4665
    @pallabitalukdar4665 Před 2 lety +6

    নিভাঁজ মাটিৰ মানুহ কুসুম দা...অযান্ত্ৰিকৰ অনুষ্ঠান চাই সচাঁকৈ বৰ সুখ অনুভৱ কৰোঁ 🥰 অযান্ত্ৰিক আৰু বহুত আগুৱাই যাওঁক.....

  • @drstdhruba1837
    @drstdhruba1837 Před 2 lety +6

    যান্ত্ৰিক সময়ত অযান্ত্ৰিকৰ নতুন খণ্ড লৈ বহুত আগ্ৰহেৰে ৰৈ থাকো, আৰু আগুৱাই যাওক বহুত বহুত শুভকামনা থাকিল

  • @debaxixhborah3223
    @debaxixhborah3223 Před 2 lety +3

    এইজন ব্যক্তি বহুত সহজ সৰল। তেওঁৰ কথাই বহুতক জীৱনত আগুৱাই নিয়াত সহায় কৰিব

  • @padunyazozo1494
    @padunyazozo1494 Před 2 lety +5

    এটা কথা সচাঁ যে সংগ্ৰামৰ পাছতহে সফলতা। অযান্ত্ৰিকক বহুত মৰম যাঁচিলো।

  • @_kAsH_cration
    @_kAsH_cration Před 2 lety +7

    ভাল পোৱা singer জনৰ অনুষ্ঠান তো চাই বহুত ভাল লাগিল.....🥰🌹
    Love..💓 you Kussum koilas. ..💓💓💓

  • @munusunu6486
    @munusunu6486 Před 2 lety +3

    মাটিৰ মানুহ❤️❤️ দেখাত বৰ ভাগৰুৱা যেন লাগি আছে তেওঁক।হয়য়ো বাৰু।আহিছে যে তথাপিও! ধন্যবাদ

  • @user-lg8ob3lx7o
    @user-lg8ob3lx7o Před 2 lety +12

    "Hum hai... Aapko lagta nehi par hum hai" Millions of fans exist for Kusum Kailash

  • @manjitdas2046
    @manjitdas2046 Před 2 lety +5

    Ojantric r protitu episode e ata notun positivie vibe dibo pare..ojantric mor priyo show..love from baksa(BTR)

  • @poojabordoloi903
    @poojabordoloi903 Před 2 lety +18

    কেচাঁ মাটিৰ সুৱাস মৌচম দা পাছতেই আকৌ পালো অযান্ত্ৰিকত❤️ ভাল লাগিল বহুত।কুুচুম দা ২৯ তাৰিখে আমাৰ ৰহালৈ অহালৈ অধীৰ আগ্ৰহৰে বাট চায় আছো দেই🤗

  • @varietyeverywhere6649
    @varietyeverywhere6649 Před 2 lety +3

    One of the best episode...I lk songs lk bukka bukka ,maram lagi jai nd many more songs..He is an excellent composer

  • @learningwithsahin5914
    @learningwithsahin5914 Před 2 lety +7

    Khodai notun episode ole baat sai thaku..... Aji finally notun episode ahile. Mur ataitkoi priyo ontusthan. Ojaantic r khokolu membero loike dhoynobad jonai eman dhuniake onusthan tu agbohai near babe. Lost of love from Golaghat ❤

  • @juridevi8514
    @juridevi8514 Před 2 lety +4

    আজিৰ এই অনুষ্ঠানটো চাই খুবেই ভাল লাগিল..কুসুম দাৰ কথাবোৰ বহুত ভাল লাগিল..

  • @bakkbakk_girl
    @bakkbakk_girl Před 2 lety +6

    Fearless, straightforward, self-made man ....bht vl lagile ktha bur huni ....aru ata episode lagibo

  • @Channdrimaa
    @Channdrimaa Před 2 lety +13

    ক্লা শব্দটো আহোমৰে হয় সেইকাৰনে উজনি অসমত প্ৰভাৱটো বেছি শুনিও ভাল লাগে বহুত ❤

    • @chowlengdonahom1105
      @chowlengdonahom1105 Před 2 lety +1

      হয় 'ক্লা' শব্দটো আমাৰ আহোমৰে হয়। 'ক্লা' শব্দটো তাঈ আহোম ভাষাৰ হয়।

    • @ANUJ_CHUTIA
      @ANUJ_CHUTIA Před 2 lety +1

      Kelah 💗⚡

    • @Channdrimaa
      @Channdrimaa Před 2 lety

      @@ANUJ_CHUTIA 😇🤭

    • @ANUJ_CHUTIA
      @ANUJ_CHUTIA Před 2 lety

      @@Channdrimaa insta ase nih 2mr

    • @Channdrimaa
      @Channdrimaa Před 2 lety

      @@ANUJ_CHUTIA নাই । ফেচবুক হে আছে ।
      নাঙ য়েচেংখাম ফুকন

  • @chausaaanglwi2117
    @chausaaanglwi2117 Před 2 lety +15

    হেই মাত থোকাথোকি হৈ গৈছে! বহুত শুভেচ্ছা থাকিল!

  • @betigogoi7078
    @betigogoi7078 Před 2 lety +8

    বহুত বেছি ভাল লাগিল কথাবোৰ ❤️❤️ ভালে থাকক সদায় কুসুম দা😍 অজান্ত্ৰিক আগুৱাই যাওঁক।।

  • @rahulhazarika5023
    @rahulhazarika5023 Před 2 lety +4

    This is so real...... Like seriously iman khorol khohoj ejon manuh... ❤️❤️❤️❤️

  • @krishnajinadeka
    @krishnajinadeka Před 2 lety +1

    Ketiau nahahe buli kua manuh jonor interview tu saute gutei xomoi khini mur mukhor hahi tu nugusile. Moi tekhetor gaan ketiau mon di xuna nasilu. Appreciate his vision for the assamese music industry.