Video není dostupné.
Omlouváme se.

Bhagwat Path. Riju Pathak. Video-2 (প্ৰথম স্কন্ধ)

Sdílet
Vložit
  • čas přidán 24. 05. 2020

Komentáře • 350

  • @bhupendas1971
    @bhupendas1971 Před 4 lety +9

    উত্তম বাপ, উত্তম !
    কৃষ্ণ বাপ, সেৱা নিবেদিলোঁ চৰণত |
    তত্ব গধুৰ বিশ্লেষণৰ দ্বাৰা আমাক ধন্য কৰিছে প্ৰভূ | আমি মহা আনন্দেৰে ভাগৱতৰ অমৃত ৰস কৃষ্ণ কীৰ্তন শ্ৰৱণ কৰাৰ পথ পাই নিজকে ধন্য মানিছো | আপোনালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলো | আপুনি সু-স্বাস্থ্যবান হৈ থাকে যেন
    তাৰেই কামনা কৰিলোঁ | কৃষ্ণ বাপ, কৃষ্ণ ~ ~

    • @rupasaikia7513
      @rupasaikia7513 Před 3 lety

      ভাগৱতৰ অমৃত ৰস পান কৰোৱাৰ বাবে আপোনাৰ ওচৰত কৃতজ্ঞ হৈ ৰম।

  • @japanidas6859
    @japanidas6859 Před 2 lety +1

    কৃষ্ণ ৰাম ৰাম ৰাম ৰাম

  • @atulhazarkia9195
    @atulhazarkia9195 Před 4 lety +10

    কৃষ্ণ বাপ ,ভগৱন্তে আপোনাক শক্তি দিয়ক ৷

    • @Shiva_YouTube.
      @Shiva_YouTube. Před rokem

      কৃষ্ণ কৃষ্ণ আপোনাৰ সুমধুৰ ভাগৱতৰ বাখ্যা শুনি নজনা কথা বহুত জানিব পাৰিলো। ভগৱানে আপোনাক কুশলে ৰাখক। 🙏🙏🙏

  • @manomatikalita4131
    @manomatikalita4131 Před 4 lety +5

    কৃষ্ণ বাপ আপোনাৰ বাক্ষ্যা শুনি পৰম শান্তি পাও কৃষ্ণ কৃষ্ণ বাপ

  • @user-kc6xo1mb8f
    @user-kc6xo1mb8f Před 3 měsíci

    Krishna krishna krishna.. Ram Ram Ram. Narayan Narayan Narayan. 🙏🙏🙏

  • @kumudgayan1664
    @kumudgayan1664 Před 2 lety +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ। প্ৰভু ঈশ্বৰ আপোনাৰ ভাগৱত পাঠ ‌শুনিলে চিতৰ দৃঢ়তা নিশ্চিত ভাৱে‌ কৃষ্ণৰ চৰণত একান্ত ভক্তি হ'ব ‌
    । কৃষ্ণ কৃষ্ণ কৃষ্ণ ।

  • @pankajboruah3673
    @pankajboruah3673 Před 4 lety +4

    কৃষ্ণ কৃষ্ণ প্রভুজনা সেৱাহে জনালো কৃষ্ণ

  • @achyutsaikia4312
    @achyutsaikia4312 Před 4 lety +3

    কৃষ্ণ কৃষ্ণ বাপ,সুপ্ৰভাত সেৱা জনালো কৃষ্ণ

  • @kanakdas2316
    @kanakdas2316 Před měsícem

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ 🙏🙏🙏

  • @sabitrimedhi6564
    @sabitrimedhi6564 Před 2 lety +1

    কৃষ্ণ কৃষ্ণ ঈশ্বৰপ্ৰভু আপোনাৰ শ্ৰীীচৰণত প্ৰণিপাত কৰি কৃতাঞ্জলী নিৱেদিলোঁ অতি তত্ত্বগভীৰ ভাগৱত বিশ্লেষণ প্ৰভূ' ৰাম কৃষ্ণ হৰি

  • @nibirdas7120
    @nibirdas7120 Před 3 lety +18

    ‌‍বাপ আপোনাৰ চৰনত সেৱা নিবেদন কৰিছো।আপোনি ভাগৱতৰ অমূতময় বানি শুনাই আমাৰ জীৱন ধন্য কৰিছে।বাপ আপোনাৰ দীৰ্ঘ আয়ু হবৰবাবে ইশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালো।

  • @probinchetia416
    @probinchetia416 Před 4 lety +4

    কৃষ্ণ, বাপ ঈশ্বৰ আপোনালৈ সেৱা জনালো।আপোনাৰ মোখেৰে ভাগৱতৰ অমৃতময় ৰস পান কৰিবলৈ পাই আমি ধন্য হৈছো।ঈশ্বৰে আপোনাক মঙ্গল কৰক।

  • @anjalidekadas1555
    @anjalidekadas1555 Před 3 lety +2

    বাপ,আপোনাক সেৱা জনালোঁ, ইমান সুন্দৰ কৈ বুজাই দি আমাক ভাগৱতৰ অমৃত ভাগ আগবঢ়োৱাৰ বাবে।কৃষ্ণ🙏🙏

  • @pradyutsarma5338
    @pradyutsarma5338 Před 3 lety +1

    কৃষ্ণ মহাপ্ৰভুৰ এই মহৎ বাণী আমাৰ দৰে অজ্ঞানী প্ৰাণীয়ে আপোনাৰ শ্ৰী মুখৰ পৰা জানি পৰম ধন্য হ'লো । কৃষ্ণ কৃষ্ণ কৃষ্ণ নাৰায়ণ ৰাম ৰাম হৰি....

  • @nantudas6577
    @nantudas6577 Před 2 lety +1

    বাপ আপোনাৰ সেৱা ধৰিছো।।কৃষ্ণ।

  • @ranjandas1158
    @ranjandas1158 Před 2 lety +1

    কৃষ্ণ ।প্ৰভু মন প্ৰফুল্ল হৈ যায় ।ধন্য ।

  • @RanjitDas-mi5hd
    @RanjitDas-mi5hd Před 2 měsíci

    Radhe shiyam.Radhe shiyam. Radhe shiyam

  • @pulakbarman529
    @pulakbarman529 Před 2 lety +1

    হে বাপ আপোনাক ‌সেৱা হে।

  • @bimalborah3420
    @bimalborah3420 Před 3 lety +1

    জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ

  • @diptirekhaborah6912
    @diptirekhaborah6912 Před rokem +1

    কৃষ্ণ কৃষ্ণ বাপ পুনৰ বাৰ আপোনাৰ ভাগৱত পাঠ শুনিবলৈ আৰাম্ভ কৰিছো, আপোনাৰ বাখ্যা অতি সুন্দৰ, কৃষ্ণ

  • @ganeshkoch561
    @ganeshkoch561 Před 2 lety +1

    Krishna Ram Ram pronam jonalu apunak bap 🙏🙏🙏

  • @bhabanidas6326
    @bhabanidas6326 Před 3 lety +2

    কৃষ্ণ কৃষ্ণ সেৱাহে

  • @MinakshiCreation...
    @MinakshiCreation... Před 13 dny

    Ram krisna Ram krishana

  • @nibeditasarmakalita1167
    @nibeditasarmakalita1167 Před měsícem

    কৃষ্ণ কৃষ্ণ কৃষ্ণ,,,,,,,,,

  • @utshavbarman587
    @utshavbarman587 Před 2 lety

    কৃষ্ণ কৃষ্ণ প্রভু 🙏🙏🙏🙏

  • @madhabibarman5508
    @madhabibarman5508 Před 4 lety +5

    কৃষ্ণ,বহুত ভাল লাগিল।

  • @gitahazarika6430
    @gitahazarika6430 Před rokem

    Krishna krishna🙏 provu hewa jonalu🙏🙏

  • @letslearnwithsashin8648
    @letslearnwithsashin8648 Před 2 lety +2

    কৃষ্ণ কৃষ্ণ 🙏🙏

  • @dilipmahanta6957
    @dilipmahanta6957 Před 2 lety +1

    ভগৱানে শক্তি দিয়ক

  • @binandadas9675
    @binandadas9675 Před 4 lety +6

    নমস্কাৰ বাপ ভগবানে আপোনাক অধিক শক্তিশালী ৰূপত প্ৰকাশ কৰক ।অমি সবে কি ভাবে ধন্যবাদ দিন পাৰোঁ নাজানো ।আপোনাৰ চৰম কমলত শত কুটি নমস্কাৰ ।

  • @nilimadas1784
    @nilimadas1784 Před 2 lety

    Krishna Krishna🙏 kripa kariba🙏 Krishna Krishna🙏

  • @apurbadeka471
    @apurbadeka471 Před 3 lety +1

    কৃষ্ণ কৃষ্ণ বাপ৷আপোনাক সেৱা ধৰিছোঁ৷ঈশ্বৰে মংগল কৰক

  • @bibeksols6596
    @bibeksols6596 Před 3 lety +1

    হে শ্ৰদ্ধাৰ বাপ ,আপোনাৰ চৰণত সেৱা ধৰিলো

  • @ajantamedhidas8946
    @ajantamedhidas8946 Před 2 lety +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏

  • @jigyashirranjanadas...9144

    বাপ আপোনাৰ চৰণত শতকোটি প্ৰনিপাত জনাইছো..আপোনাৰ মুখেৰে ভাগৱত পাঠ ও বাখ্যা ভাগ শুনি সচায় বহুত নিজকে বহুত ধন্য হৈইছো...

  • @bhobanikantaborsaikia5206
    @bhobanikantaborsaikia5206 Před 7 měsíci

    Krishna Krishna Krishna prabhudev

  • @suwalakonwar3844
    @suwalakonwar3844 Před 4 lety +4

    বাপ জনা ভাগৱত বননা সদায় ৰাতিপুৱা এটা স্কন্ধৰ শুনি কাম ত ধৰো মই এগৰাকী গৃহিণী মই গুৱাহাটীত হেঙেৰাবাৰি বৰটিলা থাকো মনটো বহুত ভাল লাগে ধন্যবাদ

  • @gogoivlog.b2798
    @gogoivlog.b2798 Před 3 lety +1

    পৰ্ভূ দেৱ আপোনাৰ ভাগবত পাঠ শুনি ভাল লাগিছে ।

  • @user-jx1ox9hu6r
    @user-jx1ox9hu6r Před 3 měsíci

    Krishna prabhujona🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @mridulbhuyan9745
    @mridulbhuyan9745 Před 2 lety +2

    ভাগৱতৰ অমৃতবাণী শ্ৰৱণ কৰি আমাৰ জীৱন ধন্য হ'ল। আপোনাক শতকোতি প্ৰণাম জনালোঁ।

  • @bijoypawandas4034
    @bijoypawandas4034 Před 2 lety

    🙏🙏🙏🕉নমোঃ ভাগৱতেই বাসুদেৱাই

  • @purushottamsutradhar6895
    @purushottamsutradhar6895 Před 4 lety +9

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ প্ৰভু সেৱাৰে অশেষ ধন্যবাদ জনালোঁ !

  • @binadeka9674
    @binadeka9674 Před 2 lety +1

    Krishna Krishna Bap.

  • @amiyasaikia8822
    @amiyasaikia8822 Před 2 lety

    সুপ্রভাত বাপ 🙏কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏🙏

  • @ratuldutta3524
    @ratuldutta3524 Před 3 lety +2

    বৰভাল হৈছে বাপ

  • @ashimhazarika9150
    @ashimhazarika9150 Před 6 měsíci

    🙏🙏🌺🕉️ওঁম নমো ভাগৱতে বাসুদেৱায় 🌺🙏🙏

  • @ankurentertainment2791
    @ankurentertainment2791 Před 3 lety +1

    কৃষ্ণ কৃষ্ণ প্ৰভু

  • @nitudas2643
    @nitudas2643 Před rokem

    কৃষ্ণ বাপ আপোনাক ভগৱানে সদায় ভালে ৰাখ ভাগৱতৰ বাখ্যা যি সুন্দৰ মন্তব্য শুনি বহুত ভাল লাগিল যাতে সদায় শুনিবলৈ পাও। ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত সৰল প্ৰাথনা।

  • @bibekdeka4569
    @bibekdeka4569 Před rokem

    Bohut val lagil baap krishna krishna

  • @Gitarthavlog5751
    @Gitarthavlog5751 Před 4 lety +2

    কৃষ্ণ বাপ আমাৰ ভক্তি ভৰা সেৱা গ্ৰহণ কৰিব।আমিও আপোনাৰ শ্ৰী মুখেৰে ভাগৱত শ্ৰৱণ ৰ সুবিধা কণ পাই নিজকে ধন্য আৰু কৃতাৰ্থ মানিছো। এয়া প্ৰভু ভগৱন্তই আমাক কৃপা কৰা বুলি অনুভৱ কৰিছো। প্ৰভু ভগৱন্তৰ ওচৰত আপোনাৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ কামনা কৰিলো। আপোনাৰ শ্ৰী মুখেৰে নিমি নৱসিদ্ধ স্ংবাদ আৰু কৃষ্ণ উদ্ধৱ সংবাদ ধাৰাবাহিক ভাৱে শ্ৰৱণ কৰিছিলোঁ। প্ৰতিদিনেই আপোনালৈ মনতে সেৱা জনাইছিলো। এতিয়া প্ৰতিদিনেই আপোনাৰ শ্ৰী মুখৰ অমৃতময় বাণীলৈ অতি আগ্ৰহেৰে বাটচাই থাকো। আমাক কৃপা কৰিব।

  • @manjulanath2645
    @manjulanath2645 Před 4 lety +4

    বাপ কৃষ্ণ ,পদ্মনাভ ।শুভৰাত্ৰি ,

  • @horenrajkhowa5823
    @horenrajkhowa5823 Před rokem

    কৃষ্ণ,পৰম কৃপালু বাপ আমাৰ সেৱা গ্ৰহন কৰিব। আপোনাসবৰ ভাগৱত অমৃত বাখয়াৰে অনুপ্ৰানিত কৰিলে।আপোনাসৱক ধন্য মানিছো। যিহেতু আমাৰ দৰে মূঢ়মতিয়ে শুনিবলৈ ইচ্ছা আৰু কৰিছো

  • @sabitriboruah4411
    @sabitriboruah4411 Před 2 lety +1

    🙏 কৃষ্ণ ।

  • @mrinalmedhi8346
    @mrinalmedhi8346 Před 2 lety +2

    কৃষ্ণ প্ৰভূ আশীৰ্বাদ কৰিব আপোনাৰ দৰে সন্ত ভকত ৰ শ্ৰী মুখেৰে ই এই অমৃত বাণী সদায় শুনি থাকিব পাৰো

  • @basantakumardas41
    @basantakumardas41 Před 4 měsíci

    বহুত ভাল প্ৰভৃ কৃষ্ণ কৃষ্ণ বাপ।

  • @gitalineog930
    @gitalineog930 Před rokem +1

    Krishna pranam Prabhu 🙏🙏🙏🙏🙏

  • @bibhamedhi6490
    @bibhamedhi6490 Před 4 lety +2

    আপোনালৈ কৌতি কৌতি প্ৰনামো বাপ কৃষ্ণ 🙏 কৃষ্ণ 🙏 কৃষ্ণ 🙏 কৃষ্ণ 🙏

  • @bulbulisarma8578
    @bulbulisarma8578 Před 3 lety +1

    ঔম নমঃ ভগৱতে বাসুদেৱায় 🙏🙏🙏 কৃষ্ণায় নমো নমঃ 🙏 🙏🙏

  • @nialifestyle2482
    @nialifestyle2482 Před 11 měsíci

    কৃষ্ণ কৃষ্ণ বাপ আপোনালৈ সেৱাহে ।

  • @gitanjalipathak1375
    @gitanjalipathak1375 Před 2 lety +1

    আপোনাক ভগৱানে কুশলে‌ ৰাখক 🙏🙏🙏

  • @krishnatamang7248
    @krishnatamang7248 Před 4 lety +6

    কৃষ্ণ বাপ, সুন্দৰ পাঠ আৰু ব্যাখ্যা। শ্রৱণ কৰি মন প্রাণ ধন্য হৈ যায়। আপোনালৈও অশেষ ধন্যবাদ জ্ঞাপন জনালোঁ। ভগৱন্তই আপোনাক সদায় ভালে কুশলে ৰাখক। তাৰে কামনা কৰিছোঁ।
    কৃষ্ণ কৃষ্ণ 🙏🙏

  • @dimbeswaripatardeka2793

    🙏 Krishna Hori Ram Krishna🙏🙏

  • @juntibordoloi8008
    @juntibordoloi8008 Před 2 lety +1

    কৃষ্ণ ভাগত ভাল লাগিছে কৃষ্ণ 🙏🙏🙏

  • @mamuchangmai2544
    @mamuchangmai2544 Před 3 lety +3

    👏👏👏🙏🙏আপোনাৰ ভাগৱত পাঠ শুনি আছো। আৰ্শীবাদ কৰিব মই যাতে গভীৰকৈ বুজিব পাৰো।

  • @JoyaHazarika-ls1ud
    @JoyaHazarika-ls1ud Před 6 měsíci

    Ram Krishna hori bap apunar bikhya khuni bohut val laga

  • @orponadas6754
    @orponadas6754 Před 3 lety +1

    Krishna🙏Krishna🙏Krishna🙏

  • @gaganchdutta498
    @gaganchdutta498 Před 4 lety +2

    হৰে কৃষ্ণ

  • @aairumidutta3711
    @aairumidutta3711 Před 3 lety

    কৃষ্ণ কৃষ্ণ বাপ সেয়া হে

  • @bijoypawandas4034
    @bijoypawandas4034 Před 2 lety

    🙏🙏🙏🕉নমোঃ ভাগৱতেই বাসুদেবাই🙏🙏🙏 ৰাম কৃষ্ণ🙏🙏🙏 ৰাম কৃষ্ণ🙏🙏🙏 ৰাম কৃষ্ণ🙏🙏🙏 হে সএাধিকাৰ প্রভু ইশ্বৰ অধমৰ সেৱা নিবেদিছু কৃষ্ণ🙏🙏🙏 🌹🌹🌹🪔🪔🪔

  • @rulennath7538
    @rulennath7538 Před 4 lety +2

    কৃষ্ণ কৃষ্ণ, ধন্য বাপ আপোনাৰ শ্ৰম সাৰথক হৈছে । আমিও ধন্য মানিছো । গোবিন্দ ।

  • @shyammahanta7317
    @shyammahanta7317 Před 4 lety +7

    হে প্রভুজন. আমি সচাকৈয়ে মুঢ়মতি | আজিৰ এই অধ্যায়তি সচাকৈয়ে বৰ তত্ব গধুৰ অধ্যায় | হে পৰম কৃপালু ধন্যবাদ |🙏🙏🙏🙏

  • @hridaykowshikvloge9877
    @hridaykowshikvloge9877 Před rokem +1

    Krishna 🙏🙏🙏

  • @KamalaBaishaya-us6io
    @KamalaBaishaya-us6io Před 2 dny

    Krishna prabhu pranam

  • @bhubenthakuria9006
    @bhubenthakuria9006 Před 4 lety +13

    কৃষ্ণ প্ৰভু ঈশ্বৰ আপোনাক সহশ্ৰ প্ৰনামো, এই ভাগৱতৰ জ্ঞান লাভৰ সুবিধা ম ই মূৰমতিয়ে পাইছোঁ, আপোনাক দৃঘাউ কামনা কৰো।

  • @user-ol9xi4vr8m
    @user-ol9xi4vr8m Před 10 hodinami

    Krishna Krishna bap

  • @bontiborah5014
    @bontiborah5014 Před 4 lety +7

    কৃষ্ণ কৃষ্ণ ,প্ৰভু জন আপোনাৰ কৃপা হে বাপ ঈশ্বৰ ।শত কোটি প্ৰণাম ।

    • @alponagogoi3377
      @alponagogoi3377 Před 4 lety

      কৃষ্ণ কৃষ্ণ প্ৰভু...

  • @susmitamahanta2368
    @susmitamahanta2368 Před 3 lety +1

    🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @santanudeka90
    @santanudeka90 Před 4 lety +2

    🙏জয় শ্ৰী কৃষ্ণ 🙏

  • @guneswarpadiguneswarpadi8995

    কৃষ্ণ বাপ ঈশ্বৰ ধন্যবাদ কৃষ্ণ

  • @narayanmalo3739
    @narayanmalo3739 Před 4 lety +2

    প্ৰনাম প্ৰভু ঈশ্বৰ। আজি ৰাতিপুৱা আপোনাৰ মুখেৰে ভাগৱতৰ অমৃত কথা শ্ৰৱণ কৰি আমি ধন্য মানিলো।

  • @juridas4937
    @juridas4937 Před 3 lety +1

    🙏🙏🙏

  • @assammahakalfreefire4771
    @assammahakalfreefire4771 Před 3 lety +1

    আপোনাৰ পাঠ শুনি ভাল লাগিল

  • @rupalibhuyan8075
    @rupalibhuyan8075 Před 2 lety +1

    🙏🙏🙏🙏🙏🙏🙏

  • @Minakakati-nu5hp
    @Minakakati-nu5hp Před 4 lety +2

    কৃষ্ণ জয় গুৰু শঙ্কৰ ।

  • @tutumonidas8999
    @tutumonidas8999 Před rokem

    কৃষ্ণ কৃষ্ণ🙏🙏🙏

  • @purabibaruah2035
    @purabibaruah2035 Před 4 lety +2

    কৃষ্ণ কৃষ্ণ

  • @prasantakumarnath9469
    @prasantakumarnath9469 Před 3 lety +2

    হে বাপ জন বৰ ভাল লাগিছে কৃষ্ণ কৃষ্ণ

  • @sikhakour842
    @sikhakour842 Před 2 lety +1

    🙏🙏

  • @minakshigogoi9054
    @minakshigogoi9054 Před rokem

    কৃষ্ণ৷৷ধন্য হৈছো দেউ৷৷বহুত ধন্যবাদ আপোনাক৷৷

  • @hkumar9364
    @hkumar9364 Před 3 lety +1

    বহুত সুন্দৰ অমৃতময় ৰস, বাপ। আপ্লুত হলো।

  • @sujitdas4101
    @sujitdas4101 Před 2 lety +1

    কৃষ্ণ

  • @sasadharrajbangshi3321

    কৃষ্ণ কৃষ্ণ বাপ🙏

  • @puspanjaliphukan4067
    @puspanjaliphukan4067 Před 3 lety

    Krishno.....🙏🙏🙏

  • @junmonidutta4330
    @junmonidutta4330 Před 2 lety

    Krishna Krishna bap 🙏🙏🙏

  • @tapantamuli925
    @tapantamuli925 Před 3 lety +1

    ৰামকৃষ্ণ হৰি ৰাম 👏👏👏

  • @user-id4ov8zs9f
    @user-id4ov8zs9f Před rokem

    কৃষ্ণ কৃষ্ণ 🙏

  • @rikadas2664
    @rikadas2664 Před 4 lety +2

    কৃষ্ণ বৰ সুন্দৰ বাখ্যা বাপ ।

  • @toradas9911
    @toradas9911 Před 2 lety

    কৃষ্ণ বাপ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ

  • @mahanandaadhikary3778
    @mahanandaadhikary3778 Před 2 lety +1

    কৃষ্ণ..

  • @user-xj4uq5ws8z
    @user-xj4uq5ws8z Před 3 měsíci

    কৃষ্ণ🙏🙏🙏🙏 কৃষ্ণ