Video není dostupné.
Omlouváme se.
Puwati Tora - পুৱতি তৰা | 13th July 2024 | Ep No 108
Vložit
- čas přidán 12. 07. 2024
- Click here to Subscribe to Rang TV Channel:- bit.ly/2zKPoy8
Episode No :- 108
---------------------------
জিউয়ে কথাখিনি গম পোৱাত অনুভূতিয়ে কি কৰিব?
#RangTV #PuwatiTora #prideeastentertainments
More Useful Links :
* Visit us at: www.rangtv.org
* Like us on Facebook: / rangtvofficial
* Follow us on Twitter: / rangtv2
মোৰ দৰে আৰু কোনে কোনে দেওবাৰেওঁ পুৱতি তৰা চাব বিচাৰা like কৰি
পুৱতি তৰা চাবলৈ নাপালে কাৰ কাৰ অশান্তি লাগি থাকে মনটো?কোনে কোনে ভাল পায় চাই?
Agte beya lgisil atya kiba khang utha hol..biyakhon a nedekhai
😊😊
কি কম 😢ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা বেদ আৰু অনুভূতিৰ যাতে বিয়া হয় জিও কিবা এটা কৰিবা..
শাহুক বিভানে ভালদৰে বুকুত কুঠাৰ বহুৱাব ৰাইজ মনত ৰাখি থব অনুভুতি আৰু বেদৰ কাৰণে বহুত কান্দিলো এতিয়া শাহু জোনালীৰ অৱস্থা চাই হাঁহিম
100%
ভাল লাগিব চাই।
অনুভূতিক বিভানলৈ বিয়া দিয়াতকৈ পজ্ঞা আৰু মাকজনি নিজেই বিয়া হৈ গলেই হল
Khosa ke.gun gun khnr dre hyise sb
Hy dya 😊😅😂
বেদ আৰু অনুভূতিৰ কাৰণে কাৰ কাৰ বেয়া লাগিছে এটা লাইক কৰা😂😂😂😂
অৱশেসত অণুৰ বিয়া খন বেদৰ লগতে হ'ব । সঁচা প্ৰেমৰ এদিন জয় হয়েই । বিন্দু❤ জিউ ❤ বহুত ভাল লাগে তোমালোকক । দীঘলি জনীক চকু পাৰি দেখিবৰ মন নাযাই । বদমাছ ছোৱালী দেখিবলৈও বেয়া ।
পুৱতি তৰা চাই ভালপোৱাসকলে এটা লাইক কৰা❤️❤️❤️❤️👍👍
অনু বেদৰে হ'ব গৈ....নে কি কয় ৰাইজ?❤
নিশ্চয় হ'ব😊
Hb hb sinta mat karo❤😂
Sure 😊😊😊😊
মাকে অলপ জিউৰ ওচৰত শিক্ষা লোৱাৰ প্ৰয়োজন আছে ৷
জীউজনী❤❤❤❤তাইৰ শৰীৰটোহে ৰুগীয়া মনটো❤ নিৰোগী।।কিন্তু প্ৰজ্ঞা😡😡😡
অনুভূতিৰ মাকজনী স্বাৰ্থপৰ।কেৱল নিজৰ আৰু টকাৰ কাৰণে জীয়াই আছে। অনুভূতিৰ মনৰ কথা এবাৰো ভাবিব লৈ মগজুত মাল নাই।
Pomor make kotha bur bedok kobo lagisil karon anubhuti a hetor krne bohut korile aru makor lgt beya hol ne ki kua guys like ata kori diya 😢❤❤🎉🎉
বস্তু দেখি 1 ছেকেণ্ড ত হাঁহি ওলাবলৈ.... অনুক কি তাইৰ দৰে পাইছে নেকি🙄 প্ৰজ্ঞা নিজে লুভিয়া বাবে আনকো ভাবে🙂
জিও জনিয়ে অণুক এই বিয়া খনৰ পৰা ৰক্ষা কৰিলেহে কৰা আৰু,,,
বিয়া খাবলৈ আমাক নামাতিলা এ দেখুন ❤❤ আৰু কাক কাক বিয়া খাবলৈ মতা নাই Like কৰা
এনে খান বিয়া আমি শাখাও দক। স্বাৰ্থ পৰা।
আমি ছাই এ সন্তুষ্ট লভিব লাগিব আৰু 😅
অনুভূতিৰ ভনীয়েক প্ৰজ্ঞা সঁচাকৈয়ে বনৰী । 😅😅😅 😅😅😅😅😅😅😅😅😅😅😅😅😅।
অনুক কিয় ইমান দুখ দিছা ভগৱান পিছে ভগৱানে প্ৰথমে দুখহে দিয়ে তাৰ পাছত সুখ চিৰিয়েল ছোৱা সকলোকে কৈছো অনু পিছত বেদৰহে হব বুলি ভাবিছো
Progya jonik dhoka dibo jeh he pou ru .....mor dore ru Kune kune vba like kora 😁
অনুভুতি আৰু বেদৰ বিয়া হোৱা হ'লে ভাল লাগিল হয়
Serial khon val nologa hol saboloi bya lagil bed aru anubhutir karne kar kar beya lagise 1 like kri diba
Puwati tora aru gungun kotha moromor kune kune sai asa like kora😢😢
Moi
Moi
Kia
বেদ দাক ড্ৰাইভাৰ ড্ৰাইভাৰ কৈ নাথাকিবি ভূটুনি প্ৰজ্ঞা 😡😡 দুই চৰ দিলোঁ হয় ওচৰত পালে
হয় দে..😂😂😂😂
Jiuk bhal puwa hakole like kora, aru progya, maakok beya puwa hakolueo.
এই পয়গাজনিয়ে নিজৰ সাথত লাগি বায়েকজনিক যেনে -তেনে আতৰাই দিব পাৰিলে তাই ৰাচতা কিলিয়ে হব ।তেতিয়া তাই পিনসূ লগত বিয়া হব পাৰিব
মইও যি ভাবো জীৱনটোত সকলো ওলোটা এ হয় 😢😢
কিয় জিওয়ে মাকক কব নোৱাৰে অনুভুতিক কোৱা কথাখিনি
বিন্দুক বহুত ভাল লাগে ❤️❤️❤️
অনুভূতি ৰ মাক কে মাহী মাক মাহী মাক লাগে 😅
প্রজ্ঞা তোমাক ও কিংশুকে সেনেকুৱা বস্তু দিব দিয়া বঢ়িয়াকৈ 😡সপোন দেখি থকা তুমি । যিদিনা কিংশুকে ৰাম ঠগন দিব তেতিয়া মজা টো পাবা লুভিয়া জনি কৰবাৰ 😡কেৱল বস্তুৰ পগলা
Tyk pragnent kri aribo kinsuke
কবলৈ একো ভাষা নাই
জিও কিবা এটা কৰিলে ভাল আছিল এই খন বিয়া না অণু নে বেদ দুয়োটাই সুখী নহয় 😢
মাক বিলাক ছোৱালীৰ প্ৰতি ইমান স্বাস্থ্য পৰ হব নেপায় ।চাই দুখ লাগিল ।
Hoi O gungun khonotu mak joni nijor sarthor karne biya dile
😮কিংসুকে প্ৰজ্ঞাক ঠগিব
He beyapota protekhudh loboloi ahesa tair usarat
টকা পইচাৰে সুখ কিনিব নোৱাৰি😅
জীউৱে কন্দুৱালে❤❤❤
Bed aru anubhutir biya hole sam serial khon nahole nasao😮😢😊
এই প্ৰজ্ঞাজনীক কোনে কোনে বেয়া পায় মোৰ দৰে 😊
এই বনৰী ক 2 চৰ দে
গুণ যেনেকে এতিয়া কষ্ট পায় আছে অনুভুতিৰ একে হব ভিভানৰ লগত বিয়া হলে 😡
Bankim da juiii❤
❤❤❤🎉🎉
বহুত দুখ লাগিল...অপেক্ষা মাথো...বেলেগ চাবলৈ😢
😢 mur beya lage bodmas maak Jodi aru danduri pragya nibhan e ketiau help nokoriba. Jedod korise anubhutik
Juk bhout Val lagil
Pragya ❤❤
এইবোৰ কাপোৰ পিন্ধি কইনাৰ ভনীয়েকে নাচি নাচি মদ খাব আৰু নাচিব পাৰিব।
অনুৰ সুখেই পোৱাৱা নাই দেখোন।
Bristi phut godhuli akakhigongga kune kune sai aru like kora❤
পুৱতি তৰা। ❤❤
Puwati tora serial khon kar kar fvrt serial hoi like kora ❤
Pragyak dui sor dibo mon jai
My favorite serial
Puwati tora I love you.bhal shokolubur holei hol aru.
Jio ki baat aapko aadmiyon ka gana Holi ll petrol jio ki pata karo cal ka paper
Jiur kothabur eman bhaal lageeere besari❤❤❤❤❤
Bohut dukh lagile bed aru anu babe 😢 duyo nijor jibonot nirupai 😢
Jiur kothakhini bohut dukh lagil ❤😂
moi 12.51AM ot sai asu .aru kune kune sai asa like kora❤
Bhut Val lagela Sai ❤❤
Pryga vutuni tuk adin kigsukay togibo mojja lgibo
My favorite serial puwati tora ❤Good night all friends❤
Puwati Tora sable bohut dhuniya
অনুভুতির মাকে কেনেকৈ বিশ্বাস কৰিব পাৰিলে যে নিভানে সিহঁতক টকা দি সহায় কৰিথ ?
Jiuk khuj kahib para kari diba lage.
Bohut apekhar murot pai
Aaiii biya khon ajiu nhol ge aji 3/4 din biya biya ke ase teu nhol anubhuti aru bedo ake log hobo lage ne ki koi rije 😢❤❤
Kone Kone apekhya kri asila mor dre sabole🥰
@AnandaBorah-w6w ki bapere
@AnandaBorah-w6wmor bapere nai😭
@😊😊😊❤AnandaBorah-w6w
❤❤😅❤❤
😊😊@@Rimlikakati-maina
আজিৰ এই পৰ্ব টোৰ প্ৰায় গোটেই খিনি ৰিমাইন্ডতে শেষ হ'ল।
Moja lagise
বেদে।যদি ইমানেই অনুক ভালপাই।কিয় তাইক এইটো।পিষাচৰপৰা নবছাই।মূঠতে এইখন পৃথিৱীত স্বাথআগত চব সাৰিযায়
Amak pagol koribo jen pau ae serial khone ebar anur biya khon hole hol arw jate bedor life tu arw beya nokoriba anu please
মোৰ আটাইতকৈ বেছি ভাল পোৱা চিৰেল খন হ'ল পুৱতি তৰা
🥰🥰🥰
Good ❤
Puwoti Tora serialkhn Mur Sai vl lage❤❤
Anuk bedor lgt biyat bohai dibo lagy aru priyamk bivanr lgt
Jiu r kotha bur huni soku pani uli gol 😢😢😢😭
❤❤
Jiu eman vl
Rati 3.28 am puwati tora sai aso❤❤😢
Last t romon a biya khon vangibo sage
জোনালী বুঢ়ী তোক ম
ই
😂😂😂😂😂
Jiu ❤❤❤❤.❤❤❤
এইজুৰ পিধিলে পঘা শিঙি নিচিনা লাগিছে
অজোনালী তোমালোকৰ অবস্থা গুণগুণ দৰে হবযেন লাগিছে
অনু বোনৰী 😡
জিও তুমি কিবা এটা কৰিলেহে কৰা ❤❤❤❤❤❤👌👌👌👌👌👌👍
Piomok bia patile he val hob bedoi onuvutie makokor karone bivanole hok😢
Praggya bia hobo lagisil bivan d logot,tai he poisa bolia 😂
ৰাইট
Bhut ksto paisu😭😭😭
1st views moy
কি হৈছে এইবোৰ বিয়া হব লাগিছিল বেদ দাদা ৰ লগত হে 😮 কালি দিব লগা খণ্ড টোত কইনা জনী সলাই দিব পৰা ব্যবস্থা টো নাই নে মই এই কিবা এটা কৰিলোঁ হেঁতেন 😂জানো পাই কি হবলৈ গৈ আছে 😢😢😢 বৰ বেয়া লাগিছে বিয়া খন কিবা ইলীগেল হৈছে😂😂
Thik
❤❤ hundor serial
Frast comnt 🎉
Jiu morile morok naa ki ahe jai 😂
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤😊😊😊😊😊
বেলেগ লগত বিয়া নাপায় তিব😂😂😂😂😂😂
Jiur thikei koise anubhuti biya nhba
Sirial khon sai val lage🎉🎉🎉🎉❤
Anubhuti baat please question
Anu r biya khon vibhan r lgt hobe ne??
ভাল লাগিছে 😮😊
Wait Kari asilo de aro Kone wait Kari asila