বিয়াৰ পাছত প্ৰথমবাৰ কেমেৰাৰ সন্মুখত Barsharani Bishaya. ❤️ Exclusive Interview with Bhukhan Pathak

Sdílet
Vložit
  • čas přidán 5. 03. 2021
  • Baahi App Playstore link - bit.ly/baahi-am
    website -
    baahi.xomoy.com
    Background Flute music Raati Raati Flute- Dilip Hira - • RATI RATI / FLUTE COV...
    Bhobai Nasilo Flute- Hirak Jyoti Kalita • Bhobai Nasilo।। Flute ...
    Exclusive Interview Barsharani Bishaya with Bhukhan Pathak .
    Barsharani Bishaya Marriage
    Bhaskar Baruah
    #bhukhanpathak #barsharanibishaya
    Cinematography - Jyotiban Borah
  • Zábava

Komentáře • 1,3K

  • @shirajali509
    @shirajali509 Před 3 lety +1603

    Barsha baa r husband r interview kar kar lage like kora

  • @dhunugogoi8885
    @dhunugogoi8885 Před 3 lety +465

    বৰষা বা জোন জ্বলে কপালৰ দিনৰ পৰাই প্ৰিয় শেহতীয়াকৈ আকৌ বাস্তৱ পৃথিৱীত এক নতুন আদৰ্শ দাঙি ধৰিলে ..... সদায় কাৰনে প্ৰিয় হৈ থাকিব ❤️❤️❤️

  • @mamonigogoi9232
    @mamonigogoi9232 Před 3 lety +122

    ভাস্কৰ ৰ জীৱনৰ কাহিনী শুনি সচাই বৰ দুখ লাগে, কবলৈ গলে বৰষা তকৈও দুখ লগা তোমালোকৰ দুয়োজনলৈ আশীৰ্বাদ কৰিছোঁ সদায় মিলে থাকা সুখী হোৱা।

    • @learningisland7831
      @learningisland7831 Před 3 lety +1

      Ki kahini bhaskoror ...akonman jonabo neki

    • @mamonigogoi9232
      @mamonigogoi9232 Před 3 lety +1

      ভাস্কৰ ৰ মাক - দেউতাক দুৰ্ঘটনাত ঢুকাল, চনটো ভালকৈ নেজানো ২০১৭ হ'ব পাৰে

  • @sankarjyotibordoloi1454
    @sankarjyotibordoloi1454 Před 3 lety +295

    নিজৰ বিয়া খন নিজৰ মতে পতাটো সকলোৰে সপোন থাকে। আপুনি কাৰো কথাত গুৰুত্ব নিদিব। সদায় দুয়ো সুখী হৈ থাকক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলো।

  • @dikshitasarma7737
    @dikshitasarma7737 Před 3 lety +747

    উকা কপালৰ ৰঙা ফুটতোৰে জিলিকি উঠিছে বৰষা বাʼৰ জীৱন ❤️ বহুত শুভেচ্ছা

    • @niranjangaming4502
      @niranjangaming4502 Před 3 lety +6

      Hasai ba bahut Dhuniya lagesa ❤❤👌🏼

    • @satyaranjanchungkrang7824
      @satyaranjanchungkrang7824 Před 3 lety +2

      @@niranjangaming4502
      nirada. chungkrang

    • @dimpubaruah4761
      @dimpubaruah4761 Před 3 lety +2

      @@niranjangaming4502 তই GAY হয়নে ।সৌ সিদিনা চাৰিআলিত ল'ৰাৰ লগত লিলি কৰি ফচা নাচিলি জানো ! হা হা হা

  • @rimpiboruah2986
    @rimpiboruah2986 Před 3 lety +244

    আপোনাৰ interview এটা চাইছিলো মই কেইবছৰমান আগতে, মই তেতিয়াই ভাবিছিলো বৰষা বা বিয়াখন আকৌ হোৱা হলে আৰু এতিয়া বিয়া পাতিলেই😊।ভাল লাগিছে বহুত ,সুখী হওক সদায়💚💚

  • @runjunsaikiagogoi
    @runjunsaikiagogoi Před 3 lety +15

    বৰ্ষা ‌বা‌ তুমি সদায় সুখত থাকা........ তোমাৰ জীৱন তোমাৰ কথা তুমি তোমাৰ ভাল লগাক লৈ জীয়াই থাকা ........👍❤️

  • @nabacreation6896
    @nabacreation6896 Před 3 lety +282

    কমেণ্ট পঢ়ি পঢ়ি ভিডিও চাই থকাৰ মজা এ বেলেগ । বৰষা বাৰ যুগ্ম জীৱন সুখৰ হওঁক তাৰে কামনা কৰিলোঁ ।

  • @anupriyaYein
    @anupriyaYein Před 3 lety +238

    ভাস্কৰ দাকো লগত লাগে 👍🏼 বহুত ভাল লাগিল 🥰 😘❤️

    • @dy2k20vlogs5
      @dy2k20vlogs5 Před 3 lety +5

      Mur name u bhashkar

    • @anupriyaYein
      @anupriyaYein Před 3 lety +5

      @@dy2k20vlogs5 wow

    • @DiphuJengoprank
      @DiphuJengoprank Před 3 lety +4

      Love from diphu karbi anglong ♥️♥️♥️♥️♥️♥️♥️😘😘😘😘😘

    • @anupriyaYein
      @anupriyaYein Před 3 lety +3

      @@DiphuJengoprank love from sivosagor 💓🥰

    • @DiphuJengoprank
      @DiphuJengoprank Před 3 lety +4

      @@anupriyaYein jai asu sivsagor 💕💕💗💗😘😘😘💗💗💕

  • @krishnalidas4726
    @krishnalidas4726 Před 3 lety +27

    আগৰ পৰাই বৰ্ষা বাক বহুত ভাল লাগে ❤️,আজিও সিমানেই ভাল লাগে,আশা কেৱল এটাই তেওক লগ কৰা..দুয়ো সুখেৰে দিন কটাওক তাৰে কামনা কৰিলো

  • @monikuntalgautom9164
    @monikuntalgautom9164 Před 3 lety +10

    She is too intelligent...I cried a bit....May God bless them both together...💖💖💖

  • @asmisharma8080
    @asmisharma8080 Před 3 lety +13

    She is so humble, pure and clear to her words!!💕💕

  • @rphukan3403
    @rphukan3403 Před 3 lety +143

    কথাৰেই অন্তৰ জয় কৰে দেই ,বহুত ভাল লাগে ✨জিলিকি থাকক

  • @princenripennarzari9483
    @princenripennarzari9483 Před 3 lety +231

    বৰ্ষা বা বিয়াৰ বহুত বহুত শুভেচ্ছা জনালোঁ, ভগৱানৰ ওচৰত পাৰ্থন জনাইছোঁ আপোনালোক যাতে সদায় সুখত থাকে।

  • @gautamdey3221
    @gautamdey3221 Před 3 lety +43

    Borosha should be an example of our superstitious society. May God bless this ideal couple.

  • @bhesojbaruah8725
    @bhesojbaruah8725 Před 3 lety +4

    বৰষা-ভাস্কৰৰ যুগ্মজীৱনৰ অশেষ শুভকামণাৰে ।
    ( বাঁহী app টোত গীতিকাৰৰ আৰু কণ্ঠশিল্পীৰ নাম যাতে শুদ্ধকৈ থাকে - কাৰণ এতিয়া দেখা পাওঁ যে ভূপেনদাৰ গান ও কাৰোবাৰ বুলি হে প্ৰচাৰ কৰিবলৈ চেষ্টা কৰে যিটোৱে নৱ প্ৰজন্মৰ মাজত এক ভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে )

  • @taniyabhattacharjee12
    @taniyabhattacharjee12 Před 3 lety +23

    May god bless her . She really have a kindness in her attributes.

  • @nirathengal1872
    @nirathengal1872 Před 3 lety +67

    আপোনাৰ আদৰ্শ চিৰ যুগমীয়া হৈ ৰব সদায় সুখত থাকিব তাকেই ভগৱানৰ ওচৰত আশীৰ্বাদ কৰিছোঁ 👌👌?

  • @dikuentertainment7768
    @dikuentertainment7768 Před 3 lety +33

    আপোনাৰ কপালত থকা সেন্দূৰৰ ফোটতোৱে বহুত শুৱনি কৰিছে আপোনাক #dikuentertainment

  • @nitumonikurmi1380
    @nitumonikurmi1380 Před 3 lety +50

    ভগৱানৰ ওচৰত মোৰ এটাই প্রার্থনা..🙏 আপোনালোক দুয়োজনক যাতে সদায়েই কুশলে ৰাখে।❤️সদায়েই সুখী হোৱা মোৰ মৰমৰ বা জনী💕😍

  • @janardon6554
    @janardon6554 Před 3 lety +15

    এইযে বাৰ কঁপালত ৰঙা ফুঁট টি আঁকি লৈছে, সচাঁকৈয়ে বহুত ভাল লাগিছে।

  • @trishnadas3656
    @trishnadas3656 Před 3 lety +12

    Beautiful girl, beautiful mind, beautiful answers.... Very inspiring baa❤️

  • @monikangkanadeka193
    @monikangkanadeka193 Před 3 lety +7

    বৰষা বা ৰ জীৱন ঢিৰ সুন্দৰ অসমৰ গৌৰব বৰষা বা ভাস্কৰ বৰাৰ সৈতে চিৰ জীবন সুখময় হওক ।আমি বহুত সুখী

  • @aerodynamicstatus5344
    @aerodynamicstatus5344 Před 3 lety +37

    বৰষা বাৰ কপালত সেন্দুৰ কন দেখি
    বহুত ভাল লাগিল বৰষা বা আপুনি সদায়
    আগুৱাই যোৱা 💜💜💜💚

  • @PANKAJDAS-pc6pb
    @PANKAJDAS-pc6pb Před 3 lety +78

    খুব ভাল লাগিল চাই । দুয়োৰে বৈবাহিক যাত্ৰা সুখৰ হওঁক । বহুত বহুত শুভকামনা

  • @lalitakakati7899
    @lalitakakati7899 Před 3 lety +39

    বৰষা বা আপোনালোক দুয়োজনকে যুগ্ম জীৱনৰ অলেখ শুভকামনা জনাঁলো।সদায় যেন আপোনালোক সুখী হৈ থাকে তাৰেই কামনা কৰিলোঁ।

  • @NagariEntertainment
    @NagariEntertainment Před 3 lety +18

    বৰষা বালৈ যুগ্ম জীৱনৰ শুভেচ্ছা জনাইছোঁ ৷

  • @montusaikia9966
    @montusaikia9966 Před 3 lety +6

    বৰষা বাক এটায়ে বহুত ভাল লাগে
    তেওঁ সকলো কথা খোলা খোলি কৈ কয়...

  • @lifehacksbykuhii9041
    @lifehacksbykuhii9041 Před 3 lety +64

    এই যে ভাবি গুনি, লাহে লাহে, বৰ গভীৰ ভাবে কথাবোৰ কয়, সেইবাবেই বেছি প্ৰিয় আপুনি । ❤️

  • @nilomroy8547
    @nilomroy8547 Před 3 lety +4

    বৰষা বাৰ প্ৰতিটো ফ্লিম চাও।
    বৰষা বা মোৰ
    বহুতে বেচি প্ৰিয় ।
    ভিনদেউ আৰু বৰষা বাক যুগ্ম জীৱনৰ শুভেচ্ছা থাকিল।

  • @kanakbaruah7364
    @kanakbaruah7364 Před 3 lety +15

    প্ৰেমে নামানে বয়সৰ সীমা প্ৰেমে মাথো জানে প্ৰেমৰ ঠিকনা, নৌকায় বিচাৰিলয় নিজৰ বাট মানুহে বিচাৰি মৰে সুখৰ বাট। নতুন জীৱনৰ পাতনিৰ বহুত বহুত শুভেচ্ছা থাকিল। আপোনাৰ জীৱন ৰঙীণ হৈ পৰক দুয়ো যাতে সদায় সুখী হৈ থকা নেদেখা জনৰ আগত তাৰে কামনা কৰিলো।

  • @monikankaborah7461
    @monikankaborah7461 Před 3 lety +2

    Barsha ba eman straight forward and dhemeliyau.I was thinking ki hoise eman khojuwaise but baai nije koidile mohe khaise😀Thats so sweet of you😘😘😘ekdom open heartor tumi

  • @crypticselft
    @crypticselft Před 3 lety +27

    Vogobane ekhn dorja bondho kri dile bht rasta khuli diye buli koi. Borkha ba eta example hoi.... Love you Ba 😇❤

  • @runalaila201
    @runalaila201 Před 3 lety +23

    ❤️🖤❤️🖤❤️bhindo r lgt barasharani bar interview loi opexa thakil

  • @dullovdas2529
    @dullovdas2529 Před 3 lety +1

    My Favorite Assamese actress Borasha ba👌👌👌👌👈

  • @pompimd8725
    @pompimd8725 Před 3 lety +8

    ভাল লাগিল বহুত❤️💗 সুখী হওঁক আজীৱন💐💐

  • @findpeace2933
    @findpeace2933 Před 3 lety +15

    Woww Barasha Ma'am 😍😍😍😍😍😍😍❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❤️❤️💗

  • @সুদীৰ্ঘ
    @সুদীৰ্ঘ Před 3 lety +48

    Akw entrviw lobo Ba lgtt 😘😘 Eman dhunia kotha baa r ভগৱানে এটি সোণালী সূৰুয দিয়ক তোমাক আপোনালোকক😘😘

  • @AbhiGogoi312
    @AbhiGogoi312 Před 3 lety +26

    সুন্দৰ ।কথাখিনি জানি ভাল লাগিল।।যুগ্ম জীৱনৰ শুভেচ্ছা যাচিলোঁ বৰষা বা।

  • @chandramabaruah1064
    @chandramabaruah1064 Před 3 lety +4

    বৰষা বা জনীক মই বহুত ভাল পাওঁ। শুভেচ্ছা থাকিল দুয়ো জনলৈ।

  • @raktimsaikia7432
    @raktimsaikia7432 Před 3 lety +16

    I'm very happy , Happy marriage life both of you ❤️

  • @Biman_Gogoi
    @Biman_Gogoi Před 3 lety +63

    বৰষা বা হাঁহিটো বহুত ধুনীয়া ।

  • @no2pulinaharaninarayanpur561

    বৰষা তুমি লোকৰ কথাবোৰ যিমানেই গুৰুত্ব দিবা সিমানেই তোমাক সমালোচনা কৰিবলৈ সুবিধা পায় সেয়ে জীৱনটো নিজৰ মতে সজাই লোৱা, কাকোৱেই কথা কোৱাৰ সুবিধা নিদিবা,শেষত এগৰাকী মা
    হিচাপে তোমালৈ আশীৰ্বাদ মোৰ সদায়ে থাকিব।

  • @mvlogs69113
    @mvlogs69113 Před 3 lety +9

    Happy Married life Barasha Baa always be Happy and keep smiling

  • @bandanadas7096
    @bandanadas7096 Před 3 lety +20

    ❣ All time favorite barasha baa ❣

  • @hirokgamer1750
    @hirokgamer1750 Před 3 lety +3

    Barsha bar voice tu bohut vhal lage, ❤️😘❤️
    Kintu ata kotha beya lagil Hart problemot dhukal , karon moiu Hart problemot vhugi asu aji 11bosor pora atiya mur boiyokh 21😭😭😭dukh lage 😭

  • @debajitdas3105
    @debajitdas3105 Před 3 lety +14

    বৰষা বা ভাষ্কৰ দা দুইয়োলৈ যুগ্ম জীৱনৰ শুভেঁছা থাকিল।

  • @rituponpriyabaruah2704
    @rituponpriyabaruah2704 Před 3 lety +12

    আপোন জীৱনৰ সদায় সুন্দৰ হৈ পৰক বা । যেতিয়া পৰা টিভি চাব শিকিছোঁ তেতিয়া পৰা আপুনি এতিয়া লৈকে মোৰ প্রিয় । আৰু মোৰ মৃত্যুৰ লৈকে আপুনি অ মোৰ প্রিয় হৈ থাকিব । সদায় আপুনি সুখত থাকক বা । ❤️

  • @mridusmita_jaankonwar6680
    @mridusmita_jaankonwar6680 Před 3 lety +111

    আপোনালোক সদায় সুখত থাকক |

  • @daisydutta8765
    @daisydutta8765 Před 3 lety +9

    বা আপোনাৰ বৈবাহিক জীৱন সুখৰ হওঁক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। বহুত বহুত শুভকামনা থাকিল❤️❤️

  • @sabitagogoi8220
    @sabitagogoi8220 Před 3 lety +2

    খুবেই ভাল লাগিল চাই বষাৰ কথাবোৰত তাৎপৰ্য আছে ।সূখী হোৱা দুয়ো ।শুভকামনা থাকিল

  • @jonaliboruah1449
    @jonaliboruah1449 Před 3 lety +1

    সদায় সুখেৰে থাকা ।আমাৰ মৰম আৰু আৰ্শীবাদ সদায়ে আছে বৰষা

  • @sangitarabha590
    @sangitarabha590 Před 3 lety +3

    বৰষা বা বহুত বহুত মৰম❤️ অাৰু শুভেছা থাকিল অাপোনালোক দুয়োজনকে❤️❤️

  • @geetgogoi2033
    @geetgogoi2033 Před 3 lety +3

    Yes expect kore apunar pra.. Hei2 hoi baru... Apuni hokolure porai morom paise Barasha baa

  • @xarmadharitri869
    @xarmadharitri869 Před 3 lety +2

    আপোনাৰ যুগ্ম জীবন সুমধুৰ হয় তাৰে শুভেচ্ছা জনালো

  • @exploregesm
    @exploregesm Před 3 lety +11

    Positive people see things postively and the same way negative people will see things the way they are but You fly high with emmense number of dreams #Barsha ba ,Lots of love❤️❤️❤️❤️❤️and Happy married life.

  • @TayungKo
    @TayungKo Před 3 lety +25

    আপোনালোকে সদায় সুখত থাকক তাৰে বহুত বহুত শুভকামনা

  • @jkent.4575
    @jkent.4575 Před 3 lety +70

    Thanks for the "bahi" information

  • @yoyohappyboyschannel3098
    @yoyohappyboyschannel3098 Před 3 lety +4

    Bhaskar dar lgtu interview lobasun da... Ru Barasha baa hdy anekoiye happy t. Thakiba. Gd bless you 🙏🙏🙏...

  • @moinadas8712
    @moinadas8712 Před 3 lety +20

    বৰষা বা তুমি লোক কথা ভাবি নাথাকিবা আৰু তোমাৰ লোক সদায় সুখত থকা মই ভগৱান ওচৰত প্ৰাৰ্থনা কৰিম ।

  • @pulenbodo8388
    @pulenbodo8388 Před 3 lety +24

    Baar instt prem hoi biya hol .. atiya ako amr instt dur kotha ghuri a nasai suwali bur ..lv frm Nalbari 👍🥰

  • @chinmoyeebaruahsumu2333
    @chinmoyeebaruahsumu2333 Před 3 lety +36

    বৰ্ষা বাক মই বহুত বহুত ভাল পাওঁ ❤️❤️ LV u

  • @nisharaniphukon4538
    @nisharaniphukon4538 Před 3 lety +1

    Rnga hendur knr hoite borsha bak bhut dhunia lgise. Aru vindew lgt interview dibo buli akha rkhilu bhukhon daa ❤

  • @dhunu9899
    @dhunu9899 Před 3 lety +1

    কথাবোৰ শুনিলে শুনি থাকিব মন যায়। ইমান গহীনকৈ কয়। আপুনি যিমান ধুনীয়া আপোনাৰ মনতো তেনেকৈ ধুনীয়া আৰু চাফা।

  • @madhuriproduction5096
    @madhuriproduction5096 Před 3 lety +4

    I like you borosha ba....thank you bhukhan da livot ona karone

  • @emonsworld8059
    @emonsworld8059 Před 3 lety +7

    বহুত মৰম বা৷আপুনি সুখী হওক

  • @rangmon8500
    @rangmon8500 Před 3 lety +11

    ইমান মৰম লগা বষা বা ।তোমাৰ যুগ্ম জীৱন সুখেৰে ভৰি পৰক তাৰে কামনা কৰিলো।

  • @purabibhuyan4064
    @purabibhuyan4064 Před 3 lety +6

    ভগবানে ভাল কৰক তোমালোকৰ সংখাৰ🥰🥰🥰🥰🥰🥰

  • @gayatrithakore7017
    @gayatrithakore7017 Před 3 lety +16

    Apnluk dujn hdai hukh thkibo... 💕💕💕💕from Bokht

  • @hemashriskitchen
    @hemashriskitchen Před 3 lety +9

    Always stay happy..... Wish u a very happy married life

  • @hemarabha8322
    @hemarabha8322 Před 3 lety

    ভাল লাগিল বৰষা বাৰ কথাখিনি শুনি। দুয়োকে যুগ্ম জীৱনৰ বহুত বহুত শুভকামনা থাকিল । আৰু অতি সোনকালেই ‌ভাস্কৰ দা আৰু বৰষা বাক একেলগে দেখিবলৈ বহুত মন‌ । ভূষণ দা আপুনি মাতিব দেই ভাস্কৰ দাক। ধন্যবাদ।

  • @rumaghatwual8141
    @rumaghatwual8141 Před 3 lety +1

    বৰষা ৰ বাৰ বিয়াৰ যুগ্ম জীৱন সুখৰ হওক❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @rahmanmixture901
    @rahmanmixture901 Před 3 lety +4

    Biyar past o brasha baak bahut cute lagise....

  • @helen9850
    @helen9850 Před 3 lety +5

    মোৰ অন্তৰৰ পৰা আপোনালৈ বহুত বহুত শুভকামনা!

  • @tazulislam6636
    @tazulislam6636 Před 3 lety +3

    Boroxa bar jibon bohut kukhor houk Bhaskar dar logot......👫💗💗💗💖

  • @pampideka8631
    @pampideka8631 Před 3 lety +2

    বৰষা বাৰ দিন বোৰ ভালে ভালে পাৰ হৈ জাক তাৰে কামনা কৰিচো মই মোৰ আৰ্শীৰবাদ সদায় আছে I love u 2

  • @gitikakalita698
    @gitikakalita698 Před 3 lety +6

    bht din pra wait kri asilu .bor vl lgil.Khoda e vl e thakak Baa.best wishes thakil♥️♥️

  • @runumeeborah4417
    @runumeeborah4417 Před 3 lety +16

    তোমালোকৰ যুগ্ম জীৱনৰ অসমীয়া সমাজত এক আদৰ্শ,

  • @bitubaruah1504
    @bitubaruah1504 Před 3 lety

    Buhut buhut buhut buhut buhut buhut buhut buhut buhut buhut buhut buhut buhut buhut buhut buhut buhut buhut buhut val lagil interview tu sai. Axa koru Bhaskar r interview dekha pau. Happy married life to both❤💗. Love you both❤.

  • @parineetaphukan3360
    @parineetaphukan3360 Před 3 lety

    Bhusan tumar interviews bilakor weight xodaiyei beleg... thanks for this most awaited show..🙏🙏 God bless you

  • @kalpunadeka2196
    @kalpunadeka2196 Před 3 lety +14

    বা আপোনাৰ ভৱিষ্যত ভাল হওক

  • @beautirajbongshi981
    @beautirajbongshi981 Před 3 lety +5

    Love you barasha ba

  • @purabideka301
    @purabideka301 Před 3 lety +1

    Xdai happy thaka Baa ❤️❤️❤️ যুগ্ম জীৱন সদায় সুখৰ হক বা তোমাৰ❤️❤️❤️lv u baa😘😘😘😘

  • @bijoylakhisaikia9768
    @bijoylakhisaikia9768 Před 3 lety +1

    Ki j ru manuh ase amar axomt...kebol anor dukh khusori val pai....aguwai jauk... apunaluk happy huwa to a lage....❤️❤️❤️❤️

  • @tulikasaikia3224
    @tulikasaikia3224 Před 3 lety +5

    সুখী হোৱা বা ।তোমালোকৰ যুগ্ম জীৱন সুখৰ হওঁক । তুমি মোৰ খুবেই প্ৰিয় । জীৱনত সুখ আৰু সফলতাৰে আগবাঢ়ি যোৱা।তোমাক বহুত বাৰ ওচৰৰ পৰা পাইছোঁ । ৰত্নাকৰ প্ৰমোচন ৰ বাবে মাধৱদেৱ বিশ্ব বিদ্যালয় ত আহিছিল তাতো লগ পাই ছোঁ তোমাক ।তোমাক বহুত বেছি ভাল লাগে বা । Love u more😘

  • @manashiintertainment3466
    @manashiintertainment3466 Před 3 lety +6

    Baa_Vndo duijone Hodai jate hukhi hoi thakok💞💞💞🙏God blss you 🙏💞♥️Baa e Jonohadharonor majot ek Udahoron di goll ...... Bhut hukhi♥️🙏Tq Baa love you ♥️🙏💗♥️

  • @dhanmoni826
    @dhanmoni826 Před 3 lety +1

    ধন্যবাদ ভূষণ দা, আপোনাৰ চেনেলৰ জৰিয়তে বৰ্ষা বা ও তেখেতৰ সংগীৰ দীর্ঘায়ু কামনা কৰিলো লগতে তেওঁলোকৰ যুগ্ম জীৱন সুন্দৰ ও সুখৰ হোৱাৰ কামনা কৰিলো।। 🌹🌹🙏🙏🌹🌹

  • @ashagogoi8847
    @ashagogoi8847 Před 3 lety +1

    তোমালোকলৈ যুগ্ম জীৱনৰ বহু বহু শুভেচ্ছা থাকিল।❤️

  • @keshabnath8021
    @keshabnath8021 Před 3 lety +3

    Baa ATA kou apunar kthai kin2 jiwnt jiwai thkar perona diye.love you ba😍😍 sukhi houk apunaluk tare kamna krilu.

  • @apurbaashok3832
    @apurbaashok3832 Před 3 lety +12

    গোটেই ভিডিওটোত বৰষা বা বৰ অসহজ ভাৱে থাকিলে। প্ৰথম ছয় মিনিট মান সময়টো বৰ অস্বস্তিকৰ যেন অনুমান হ'ল। বোধহয় কিবা পৰুৱা কাপোৰৰ ভিতৰত সোমাইছিল। এংকৰৰ দ্বায়িত্ব আছিল। এইসমূহ কথাত নজৰ দিব লাগিব। বেয়া নাপাব। ধন্যবাদ

  • @AssameseVloggerDG
    @AssameseVloggerDG Před 3 lety

    Love u baa...lovely interview...bohut bhal lagil kothakhini.

  • @bhagyashreedeka239
    @bhagyashreedeka239 Před 3 lety +2

    May you be always happy💕. And keep smiling. God bless u both✨

  • @santudutta6347
    @santudutta6347 Před 3 lety +3

    Bohutai vl lagil bhukon da aru barasha baar nijor jugmo jibon xukhor houk💕

  • @ankudas7238
    @ankudas7238 Před 3 lety +12

    Mr fvrt baa Joni😍😍😍

  • @myrootsworld1497
    @myrootsworld1497 Před 3 lety

    বৰষা বা ইমান সহজ কৈ কথাবোৰ বুজি দিয়ে ধুনীয়া কৈ। Love You বা

  • @warsif4574
    @warsif4574 Před 3 lety +1

    বৰষা বাৰ কথা বোৰ,মানে.........
    ........
    ......মজা লাগে।।।বহুত ধুনীয়া কে কৈ কথা বোৰ।।

  • @sushmitakalita4246
    @sushmitakalita4246 Před 3 lety +10

    শুনি ভাল লাগিল অৱশেষত অসমীয়া এপ এটা ওলাল গানৰ বাবে 😘❤️

  • @musicvideosong3739
    @musicvideosong3739 Před 3 lety +23

    যুগ্ম জীৱনৰ শুভেচ্ছা জনালোঁ বা❤️❤️

  • @akalabyavlogs8661
    @akalabyavlogs8661 Před 3 lety +2

    বৰষা বা নতুন জীৱন টো লৈ শুভকামনা

  • @dipsikhasaharia9192
    @dipsikhasaharia9192 Před 3 lety

    বহুত বহুত শভকামনা বৰষা বালৈ ।সুখী হওঁক দুয়োৱে।ভাস্কৰ ভিনদেউক লাগে intervew ত।