Velikost videa: 1280 X 720853 X 480640 X 360
Zobrazit ovladače přehrávání
Automatické přehrávání
Přehrát
তোমাৰ মংগল কামণা কৰিলো ।তুমি সকলো ক্ষেত্ৰতে জয়ী হোৱা ।পিছে ঈশ্বৰৰ প্ৰতি ভাৱ ৰাখি আগবাঢ়িবা ।কৃষ্ণ ।জয় গুৰু শংকৰ ।
তুমি বহুত মৰম দিলোঁ, ইমান খোলা মনৰ আৰু সহজ সৰল, সেয়ে বহুত ভাল লাগে। সদায়েই কুশলে থাকা এনেদৰে আগলৈকে সুন্দৰ সুন্দৰ কাম কৰি আগুৱাই যোৱা শুভকামনা সদায়েই আছে তোমালৈ ❤️❤️❤️
আপুনি Winner হল বুলি গম পালো দিয়ক. . . Cngratulation
তবী তোমাক সচাঁ কৈ বহুত ভাল লাগিল। তোমাক মোৰ ভনী পাতি লৈছে। তোমাৰ কথা বৰ সুন্দৰ লগতে ৰাঢালী হাহি মুখিয়া এগৰাকী বোৱাৰী নাচ সুন্দৰ তুমি বিহুৱতী বোৱাৰী পাবা আশা ৰাখিলো।
বহুত ভাল লাগে তোমাক ❤❤❤❤❤। তোমাৰ অন্তৰখন বহুত পৰিস্কাৰ। আশীৰ্বাদ থাকিল আগুৱাই যোৱা। লক্ষীমপুৰৰ জীয়ৰী খেতিৰ লগতটো এনেও জড়িত।
তবী,তোমাৰ কথাবোৰ বৰ মোহনীয়।সদায় এতিয়াৰ গৰাকী হৈয়ে থাকিবা।বহু দুৰ আগুৱাই যাবা বুলি আশা থাকিল। নগাৱঁৰ পৰা ।
তোমাৰ কথা বোৰ বৰ ভাল লাগে।বৰ খোলা মনৰবোৱাৰীজনি
Khula monor baa joni ❤
তুমি এনেকৈয়ে আগুৱাই যোৱা। ভগৱানে মঙ্গল কৰিব।
তোমাৰ কথা বিলাক শুনি বৰ ভাল লাগে তবী। এনেদৰে থাকিবা সদায় সহজ সৰল হৈ। তোমাৰ প্ৰতিটো পদক্ষেপতে মোৰ আন্তৰিক শুভকামনা সদায়ে থাকিব।
Very. Very. Nice
বহুত বহুত ভাল লাগে তোমাক God bless you ❤️❤️❤️
Tumar nisina suwale ajoni puwatu kopal lagibo,Hosake bohut bohut val ❤❤
।।তোমাৰ মংগল কামণা কৰিলো ।বিহুৰ লগতে ধমীয় দিশটোৰ প্ৰতিও লক্ষ ৰাখিবা ।কথাষাৰ কোৱাৰ বাবে।বেয়া নাপাবা। কৃষ্ণ।
বহুত বহুত ভাল লাগে তোমাক মৰম ও আশীৰ্বাদ থাকিল ❤❤❤❤❤❤
ভাল লাগিল বেলেগে শুধা প্ৰশ্নতে মোৰ উওৰ পালো❤❤ভাল লাগিল মইয়ো ২০১৩ চনত বিয়া হৈছিলো
তবী তোমাৰ হাঁহি আৰু কথা বোৰ বহুত ধুনীয়া সদায়ে হাঁহি থাকিবা আশীৰ্বাদ থাকিল লক্ষীমপুৰৰ পৰা ❤❤
বা তোমাক সৰু পৰা দেখি আহিছোঁ তোমাৰ সকলো কথা a জানো ❤
Hundor
Good luck and best wishes for final,Love from sivsagar amguri❤
Dhunia kotha koisa, aru agbahe juwa, , lg pam,
বৰ্তমানৰ মোৰ আটাইতকৈ প্রিয় গৰাকী। বহুত বহুত মৰম তোমালৈ। কেতিয়াবা ওচৰৰ পৰা এদিন লগ পাম বুলি আশা থাকিল । Love you. Love from nagaon
Tobi tumaloi bahut bahut...... hubheshy thakil aru aguai jua❤️❤️❤️❤️
Bihuwoti buwari apuni a pabo ba☺️bakii apunar sob vedeo a sau ....olp deri hoi kintu sauu ❤️
Mur ata prosna ase tumar jonom matry aru prityk dekhaba ma ghor kot janaba tumi akl naraonpur gourav nohoy jonom lua gawn khonru gourav moi himolu guri pora koisu nilakhi sonowale
বিহুৱতী বোৱাৰীৰ আপুনিয়েই হব'ই? ❤❤ আশা ৰাখিছো । ❤️💐🫶🤗❤️❤️❤️❤️❤️❤️❤️💗💗🤗🤗🤗🤗🤗🤗🤗😘
Tumar Nas sai bohut vl lge baa bihuwoti buwarit tumi a paba buli aakha thkil ❤golaghat sarupathar pora bohut bohut morom jasilu❤
Apunar logot honmukhor pora kotha potar mon ase.anekuwa khula monor manuh val lage god bless you.
Amar akebarei usoror apuni apunar duikhon ghorei amr usrte. Bhut vl lage apunak strong woman ❤❤❤❤
Mur vl loga baa joni 2mk dekha pale bohut besi vl lge n 2mr maina joni taiku dekhaba sun videot n bihuwoti buwari 2mi mur bohut besi fvrt hoi love you baa log puwar akha ase bohut❤
Thank you so much 😊
Bahut bhal lagise tobi.... Aaguai jwa tumi
ৰাঙধালী তবী জনী ,ভালদৰে থাকিবা।হাহিথাকিবা
Mrm loga ba joni.. Bohut vl lgil kothabur huni. Lv u ba❤❤❤❤roi asu sunday
vl lagila sai
Hundor❤jani vl lagil😊moi usorror
Bohut bhal lagil, moi bhoba prosno buror uttor palue. Bihuwoti buwarit tumie mukut paba buli akha rakhilu, bohut bohut xubhesya. 😊🤗❤
মই বঙাইগাঁৱৰ পৰা চাই আছোঁ, আপোনাৰ হাঁহি আৰু কথা বিলাক বহুত মৰম লগা। শুভেচ্ছা থাকিল আপোনালৈ আগুৱাই যাওক আপুনি ❤❤
তবি বহুত ভাল লাগে তোমাক। লখিমপুৰ গলে লগ পাব পাৰিম চাগে তোমাক। ❤
Khub hundor video ba ..aru bor val lagise Tumar nas bur sai ❤
Val lagil kothabur huni tobeeee.❤❤❤❤
ভাল লাগিল তবী বা
তোমাৰ কথাবোৰ শুনি সচাঁই বহুত ভাল লাগে ।
বৰ মৰম ল'গা অ' তুমি তবী। মইও নাচিছিলো আগতে, নানাচি নানাচি ককালেই নভঙা হ'ল 😂😂😂
Bahut besi Val lagile dei video tu sai hakolu jani Bo parilu kailoi tumi bihu oti hoba buli akha kori asu saboloi ❤ ❤
Tumak bohut bhal lage❤❤❤
Baa tumar kotha bur bht val laga..❤
বহুত ভাল লাগিলে তোমাক ❤মোৰ ঘৰ লখিমপুৰ আমগুৰি বহুত বহুত মৰম জাচিলো তোমাক ❤❤
Emn vl lge tumk
Emin morm laga nsani God bless you
❤😊
Mozza
কথাবোৰ বৰ শুৱলা তোমাৰ লক্ষীমপুৰৰ পৰা মৰম দিলোঁ।
সুন্দৰ
Ba bhut vl lge o.log pam ketiyaba ❤❤❤ bihpuria pra
অভিনন্দন তবী বা,,❤
Pikhasi nai tur kunu aparod ,aporadhi Nehi kunu mathurar proja jotonane aporadh mathu kongkhor😚😚😚😚😚😙dialog tu diba
@@allone2175 thik ase
Tumak 1din log pam.moi usorore borborit ghr mur..bht vl lge tumak❤
শুভ কামনা থাকিল তবী
Val lagel
Tumi bohut khula monor goraki❤
Apnar nas mur val lagaya
আপোনাক কৰবাত দেখিছো গুৱাহাটীৰ ৰাজপথত কত থাকে জনাবচোন বা
শুভ কামনা থাকিল তবি
তোমাৰ "মানে" তো বৰ ভাল লাগে ❤❤
Val lage tumak.
হয় তুমি সাহসি হোৱা.মোৰ ঘৰ নাৰায়ন পুৰত থাকো dibrugraht.সদায় আগবাহি যোৱা মই তোমাৰ vediot সদায় গৌৰৱ কৰো একে ঠাই যে
Tumak kothabur bohut val lage
Hoxake y tumi bohut hohoj horol
Nice
Nice❤❤
Moza😊😊❤
Hundor👌👌👌❤️❤️❤️
Hi ba kaliloi val huar kamona korisu
তবী তুমি ইমান ধুনীয়া কৈ নাচা
ভাল লাগিল🎉❤
কথাবিলাক বৰ মৰম লাগিছে।
Val lagil video ❤❤
বিহুৱতী বোৱাৰী ফাইনেল হ'ল তুমি পালা নে জনাবা চোন বহুত জানিব মন গৈ আছে
Tumak val lagil
Hice❤❤❤
Ba moi tinsukia r hoi tumar vidio Sai val lage
বহু ত ভাল লাগে তোমাক❤❤❤ মই ঢকুৱাখনা
সুন্দৰ 🥰
ভাল লাগিল তবী।
Tumi bor morom loga
Mur ghr bhogpur.. narayanpur goi ya thku...aibar gle lg pm ba...Tina ba lgt tumk dhekhi thku vdo aru photo bort
Bor morom loga Tumi
Nice❤
Aji 1st salu,val lagile ❤❤❤❤
Oh bhut vl lge o apnk , biya hoya kimn year hl love from barpeta sarthebari
Tumar mar ghor jegatur name ke tumak ke kom kenokom lagesea bahut bahut val lagea
Bhal lagil tumak❤
So beautiful ❤️ tobi
❤❤❤
Val lagil Sai, Tumi bahut maram laga hoi
Tumi bahut maram laga
Ba mur ghor Lakhimpur bihpuriat..atya biya hoisu biswanat charialit.....apuni ahela log pam buli akha thakel..sotia aha vdo saisu..amaru ba asa sotiat
❤❤
তবী তোমাৰ কথাবোৰ মোৰ বহুত ভাল লাগে।তোমাৰ নাম্বাৰটো দিবা চোন।
❤❤❤❤❤❤❤.
Golaghat ❤ tobi

।।
তোমাৰ মংগল কামণা কৰিলো ।বিহুৰ লগতে ধমীয় দিশটোৰ প্ৰতিও লক্ষ ৰাখিবা ।কথাষাৰ কোৱাৰ বাবে।বেয়া নাপাবা। কৃষ্ণ।