বিহুনৃত্য, অভিনয়ৰ উপৰিও আৰু কি কি গুণ আছে ভাইৰেল বোৱাৰী তবীৰ?
Vložit
- čas přidán 8. 05. 2024
- শাহুৰ লগত কাজিয়া লাগেনে তবীৰ?
খং উঠিলে শাহুক কেনেকৈ উত্তৰ দিয়ে তবীয়ে?
তবীৰ সপোন পূৰণত কেনেদৰে উৎসাহ যোগায় স্বামী পৰিয়ালে?
বিহুনৃত্য, ভাওনাৰ লগতে ভাইৰেল বোৱাৰীৰ কৰে কবিতা আবৃত্তি, গাই সুন্দৰ গানো
#nbnews #nbnewsdigital #bihuwatibuwari #viralbuwari #tobeeborahkhangia
A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
Facebook: / nbnewstv
#NBnews
#NBtv
#NBnewsassam
#NBnewstv
#Satellitechannel
#NBNews
এনেকুৱা পৰিয়াল যদি সকলো ছোৱালীৰ কপালত থাকিল হয়।
জীৱনতো ধুনিয়াকে সজাই লৈ যাবা,তুমি ৰুপে গুনে কামে বৰ ভাগ্রৱান এনেকুৱা সকলোয়ে নাপায় ভগৱানৰ ওচৰত প্রনাম
বঢ়িয়া হৈছে ভাল লাগিছে ❤
প্ৰথম কথা হ'ল ,প্ৰতিভা থাকিলে ,প্ৰকাশিত কৰিব পৰা মন এটাও লাগে,আৰু তেওঁ তবী মন খোলা মানুহ ,আপোনালোকে মঞ্চ খনলৈ মাতি আনি ,এই শাহুৰ লগত কাজিয়া লগা কথাবোৰ সুধি তুলুঙা কৰি পেলাইছে ,মোৰ মনৰ ভাৱ তবী ক বিহুমঞ্চখনতে ভাল লাগিছে।
সুন্দৰ আদৰ্শ পৰিয়াল। বহুত বহুত শুভেচ্ছা থাকিল আগলৈ।
Best family and happy member ❤❤❤❤❤❤
proud of you tobee baa❤
বৰ সুন্দৰ
অতি সুন্দৰ তবী ..চাইচাই আমনি নাই লগা
সুন্দৰ পতিভা ❤❤
বাইদেউ নমস্কাৰ ❤
Nice God bless you
Khahu maa bor dhunia dekhat....
Happy family,love u❤❤
Xosa kotha ❤❤ muru mon jai
ভাল লাগিল
Best. Family ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Femaliy tu bohutt vl hoii..bohutt vl lgil sai
Excellent
Happy family ❤❤
Khub bhal lagil ba
পলৰি কেইটাই এইৰ পৰা অলপ শিক্ষা লোৱাটো দৰকাৰ...
বিহুৱতী বোৱাৰীত এই বাৰ বিয়া নাম এফাকি গাবা ...আৰু গোৱালপৰীয়া গীত এটা
Lokogeet mur bor priyo
আমাৰ লগত বহুত মিলিছে
Tobi khongiya baideur gane unibine obinoye sabi sobote number 1.
Aapuni mising nki
Hoi baru teu expart but teu jestha keijonor agot boha tuhe moi akebare vl nedekhilu@@sliceoflife1600
Um hy
amaru mon jai kintu hubidhai napawo
Aibur manuhe poisa r karone publicity kore
Vul bujise
Sinta dhara change kora dada😏
@@tuhikakoch909 ami asomiya Buji pau nohoi kothabur
Hahuma goraki bor dhunia kintu.
Hahuma goraki bor dhunia kintu.
Hahuma goraki bor dhunia kintu.