Rati- An AIR Guwahati Presentation
Vložit
- čas přidán 6. 05. 2021
- Drama: Rati- An AIR Guwahati Presentation
Play By: Bipul Bashistha Goswami
Production: Nilu Chakravarty
Date of Broadcast: 14-03-2001
Artists: Jonkie Borthakur, Hari Deka, Amar Chakravarty, Raj Sarma
Social Media Broadcast: Neil - Zábava
ভাল লাগিল
Bahut bhal lagil Naatkhon..
হৃদয়স্পৰ্শী
বৰ ভাল লাগিল ; বিশেষকৈ জংকি বৰঠাকুৰক কেৱল এগৰাকী কণ্ঠশিল্পী বুলিহে জানিছিলো ! ইমান সুন্দৰ অভিনয় কৰা এগৰাকী অভিনেত্ৰী বুলি এয়া প্ৰথম জানিলো । তেওঁৰ অকাল মৃত্যুত আমি এগৰাকী প্ৰতিভাবান শিল্পীক হেৰুৱালো । শেহতীয়াকৈ হলেও তেওঁৰ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো ।
কিমান যে নাটক শুনিছিলো ৰেডিঅত। সেই আগৰ দিনকেইটালৈ মনত পৰি গৈছে।
ধন্যবাদ। শুনি থাকিব।
জংকী বা ❤️🥺
❤️
Bahut vaal lagil atya kasmirt rati 12.18 dutyt xuni aaso....
ধন্যবাদ। শুনি থাকিব
বহুত ধুনীয়া লাগিল শুনি । শেষ খুবেই বিষাদময়ক ।।
ধন্যবাদ। শুনি থাকিব
@@akashvaniguwahati শুনি থাকিম জীৱন থকা লৈকে ।
বহুত ভাল লাগিল । ধন্যবাদ আকাশবাণী গুৱাহাটী।
তপন দাস অভিনয় কৰা গোটেই নাট সমূহ প্ৰচাৰ কৰিবলৈ অনুৰোধ জনালোঁ।।
ধন্যবাদ
@@akashvaniguwahati r+)₩
নিশা অশান্ত নামৰ নাটকখন upload korbo sun
শুনি ভাল লাগিল। আপোনালোকৰ কেন্দ্ৰৰ প্ৰতিখন নাটকেই আমাৰ প্ৰিয়।অনূগ্ৰহ কৰি প্ৰাধ্যাপক দেৱেন দত্ত ছাৰে অভিনয় কৰা অৰ্থাৎ ছাৰে সংলাপ মতা নাটক এখন শুনাব। হয়তো বহুত দিনৰ আগৰ।যিখনত বিশ্বজিৎ কাকতিৰো সংলাপ আছিল। অভিলাখা গাৰত যদি উপলব্ধ হয়।
Puhkor" natok khon plz upload dibo sir
❤️ হৃদয়স্পৰ্শী
Air gu2ahati Assamese
সুন্দৰ । পুৰণি দিনলৈ ঘূৰি গৈছো ।
Rabindra bhavan vitort major seat bohi natak khn je sai he asu tanekua lagil.....
Dhynabad AIR
ধন্যবাদ। শুনি থাকিব
Koina Kanda xil khon dibo plz. And puhkor natok khono dibo plz.
নিশ্চয়
Val lgil xuni..
বহুত ভাল লাগিল শুনি....
ধন্যবাদ। শুনি থাকিব
ৰংচৰাৰ খণ্ডবোৰ দিবচোন
নিশ্চয়
Sewali gogoi
বহুত ভাল লাগিল। চকুৰ পানী ওলায় গ'ল
ভাল লাগিল....
ধন্যবাদ
Mojja
ধন্যবাদ
Vakhre bujabo newaru 🙏🏻❤️❤️
ধন্যবাদ
বহুত ভাল লাগিল শুনি.....পিছে আৰু খণ্ড আছে নেকি ইয়াৰ?
ধন্যবাদ।
বৰ ভাল লাগিল।
ধন্যবাদ। শুনি থাকিব
zg dar pora,,,khub hundr
ধন্যবাদ
Bahut bhal lagil !
ধন্যবাদ
Bht vl lge
bohut bhut val lagil
বহুত ভাল লাগিল
Nostalgic
ধন্যবাদ।
Natok khon khuni khub val lagil 🥰🥰 Chitra lekha natok khon dibo sun sir please...
Bht vl lge
@@Ranturamdeka-vlogs hoi
@@minudas8526 apunar fvrt...
@@Ranturamdeka-vlogs Um bohut val lage
@@minudas8526 apunar ghrr
💖
ধন্যবাদ। শুনি থাকিব।
@@akashvaniguwahati নিশ্চয় .. দেউতা শ্ৰী নিলু চক্ৰৱৰ্ত্তী প্ৰযোজিত নাটকসমূহ upload দি থাকিব 🙏 বুলি আশা ৰাখিলোঁ...
নিশ্চয়
@@akashvaniguwahati ধন্যবাদ
Bohut bhal lagil
Nostalgic hoi golu, love jonkie ba❤️
ধন্যবাদ। শুনি থাকিব।
Jonkey mane zubin da r bhoniek ni
Nostalgic hoi golu
ধন্যবাদ। শুনি থাকিব।
Janki baa 🥹❤️
সুন্দৰ। অৰুণ শৰ্মা ছাৰৰ ' চিত্ৰলেখা ' নাটক খন পাৰিলে দিবচোন ।
নাটক খন শুনি ভাল লাগিল ! নাটক খনৰ লগত জড়িত সকলোলৈ আন্তৰিক অভিনন্দন জনালো!
সুন্দৰ নাটক।
ধন্যবাদ। শুনি থাকিব
@@akashvaniguwahati নিশ্চয়।
আৰু অলপ লাগিছিল
বিপুল বৈশিষ্ঠ গোস্বামীদেৱৰ মোবাইল নম্বৰটো পাম নেকি? কোনোবাই দিব পাৰে যদি দি সহায় কৰিবচোন।
পাৰিলে বনদৰৱ নাটক খন প্ৰচাৰৰ দিহা কৰিবচোন
Ki J hundr
Shundar natak shuni vl palo purani dinaloi bar manat pari gol
Iman je val lagil xuni Prakash koribo nowarim....bor mon asil role play korar....nohol ...kintu bohut agorkothai monot poril
কনকলতা ,লভিতা এইবোৰ নাটকো দিব🙏
Saxakoi moi jen kebal natak xuni jam kebal natak.. Moi tv o nesao moi mobile o nesao kebal mok radio Tu xunar paribekh ata diya pravu vagawan🙏🙏🙏🙏
বহুত দিনৰ পৰা বিচাৰি আছিলোঁ. আজি হঠাৎ পালোঁ. ❤️❤️.. ধন্যবাদ
ক্ৰমে সমীৰণ ৰসাত্মক কৰুণ ৰসাত্মক বিয়োগ ৰসাত্মক শেষলৈ যেন নিৰ্বান ৰসাত্মক ৰূপেৰে নাট্য খনে দিলে অতি দুখৰ ছবি বেদনা মৰ্মান্তিকতি চকুৰ পৰা ওলাই আহিল চকুৰ পানী
মৰ্মান্তিকতা শব্দটি ভুল হʼল
ভাল লাগিল
Nostalgic