ভূপেন দাৰ সংগীত সন্ধিয়াত হাস্যৰসিক দুৰ্গেশ্বৰ বৰঠাকুৰৰ হাস্যৰস (LIVE AT JORHAT IN1979).সংগ্ৰহ ধ্ৰুৱ

Sdílet
Vložit
  • čas přidán 6. 09. 2024

Komentáře • 32

  • @abinashkalita9242
    @abinashkalita9242 Před 2 lety +2

    বহুত মূল্যৱান এয়া !

  • @ipsitasarmah6488
    @ipsitasarmah6488 Před rokem +2

    আপুৰুগীয়া সম্পদ! অশেষ‌ ধন্যবাদ

    • @h34852
      @h34852  Před rokem

      স্বাগতম্

  • @gitikadevi836
    @gitikadevi836 Před rokem +1

    Great artist barthkur da reach the assamese culture.

  • @bijunathsarma830
    @bijunathsarma830 Před rokem +1

    বহুত সুন্দৰ

  • @uttamkumarroy2583
    @uttamkumarroy2583 Před 2 lety +1

    এনে এটি আপুৰুগীয়া সম্পদ সংগ্ৰহ কৰি ৰাইজক হাঁহিৰ খোৰাক দিছে নথৈ আনন্দিত হৈছোঁ।"নকোৱাই ভাল"ৰ নায়ক হাস্যৰসিক শ্ৰদ্ধাৰ দুৰ্গেশ্বৰ বৰঠাকুৰৰ দেৱৰ এনে এটি চিৰসেউজ অনুষ্ঠানে বিমল আনন্দ দিলে। তেখেতৰ কথাবোৰ শুনি ৰেডিঅ'ৰ দিন বোৰলৈ উভতি গলো।আপোনালৈ আন্তৰিক শ্ৰদ্ধা ও প্ৰণাম জনাইছোঁ এনে এটি সুন্দৰ উপহাৰৰ বাবে।

  • @gitikadevi836
    @gitikadevi836 Před rokem +1

    Majja

  • @apurbadas6799
    @apurbadas6799 Před 4 lety +2

    অতি সুন্দৰ৷দুৰ্গেশ্বৰ বৰঠাকুৰক শ্ৰদ্ধাৰে সুৱৰিছোঁ৷

  • @khanindranath3278
    @khanindranath3278 Před 4 lety +2

    বহুত দিনৰ মুৰত দূৰ্গেশ্বৰ বৰঠাকুৰৰ কন্ঠ শুনি হাঁহিলো | এটা সময় আছিল যেতিয়া নোকোৱাই ভাল শুনি আমি হাঁহি হাঁহি বাগৰি পৰিছিলো |বৰঠাকুৰদেৱৰ সুকীয়া কন্ঠস্বৰ,সংলাপ প্ৰক্ষেপন অদ্বিতীয় | সেই কন্ঠস্বৰ এতিয়াও আমাৰ হৃদয়ত বাজি আছে | সেইবাবেই তেওঁ শিল্পী | তেওঁলৈ আমাৰ সশ্ৰদ্ধ প্ৰণাম |

  • @gkcalling
    @gkcalling Před 4 lety +3

    What a collection!!! Great to hear the live performance of Late Durgeswar Borthakur ..its a rare collection....after so many years of listening on All India Radio ..Guwahati!!

  • @prasantagoswami1477
    @prasantagoswami1477 Před 3 lety

    ডাঃ হীৰেণ শইকীয়া দাদা আপুনি যি সংৰক্ষণ কৰি ৰাখিলে তাক ভাষা নাই মোৰ কবলৈ। আমাৰ সকলোৰে অতি প্ৰিয় "নোকোৱাই ভাল " শ্ৰদ্ধাৰ দূৰ্গেশ্বৰ বৰঠাকুৰ ককাইদেউৰ মাত শুনি তাহানিৰ দিনবোৰলৈ মনত পৰি চকুলো বৈ গৈছে ।তেও ইমান সোনকালে গুচি যাব ভবাই নাছিলো। অসংখ্য ধন্যবাদ ধ্ৰুবজ্যোতি ডাঙৰীয়ালৈ। বহুত দিনৰ মূৰত হাঁহিলোও
    কাণ্ডিলোও।

  • @nanditadevi8484
    @nanditadevi8484 Před 3 lety +2

    😃 বৰ ভাল লাগিল।

  • @inugogoi3290
    @inugogoi3290 Před 4 lety +2

    Bah -ba ! What wonderful
    speech !A real produ
    cer , good farmer in our agricultural society .

  • @bhesojbaruah8725
    @bhesojbaruah8725 Před 4 lety +2

    সচাই !!
    নোকোৱাই ভাল অনুষ্ঠান শুনিবলৈ কেনেকৈ যে ৰেডিঅ' ৰ চাৰিওফালে জুম বান্ধিছিলো তাহানি ..... !! কথাবোৰ ভাবি এতিয়াও মনটো সেই দিনবোৰলৈ উৰি যায় !!তেখেতৰ মাতটো শুনিবলৈ পোৱাত বৰ ভাল লাগিল !!ডেকা দেৱক অশেষ ধন্যবাদ জ্ঞাপন কৰিলো ।

  • @prasantagoswami1477
    @prasantagoswami1477 Před 3 lety +1

    ইয়াৰ পিচৰ খিনি কওক।আধাতে থাকিল।

  • @pratyashibarman2706
    @pratyashibarman2706 Před 4 lety +2

    Great collection...😄😄

  • @hcmusicmedia4185
    @hcmusicmedia4185 Před 4 lety +2

    সুন্দৰ সংগ্ৰহ।

  • @gourangaamchibordoloi5427

    নোকোৱাই ভালৰ নায়কৰ মাতষাৰ শুনিব পৰাকৈ সঙ্গ্ৰ কৰি ৰখাৰ বাবে অশেষ ধন্যবিদ জনালো ।

  • @bishakhabarthakur528
    @bishakhabarthakur528 Před 4 lety +1

    Atit rumanthan xuni bor bhal lagil..
    Mohan kam..

  • @sachindrasaikia1729
    @sachindrasaikia1729 Před 3 lety +1

    এনেকুৱা কৌ তুক অভিনেতা কোনোদিন নোলাব ছাগে

  • @debajitbora8189
    @debajitbora8189 Před 4 lety +1

    দুৰ্গেশ্বৰ বৰঠাকুৰক সুৱৰাৰ সুযোগ দিয়াৰ বাবে ধন্যবাদ ৷ আপোনাৰ হাতত নথকা হলে পোৱাটো সম্ভৱ নহলহয় ৷ আন নোকোৱাই ভাল বোৰৰ কিবা সংগ্ৰহ আছে নেকি জনাবছোন ৷

  • @greatindia5003
    @greatindia5003 Před 4 lety +2

    Great comedian.

  • @debaborah3730
    @debaborah3730 Před 2 lety +1

    গজেন্দ্ৰ উপাখ্যানৰ কথা মণত পৰে নে? নোকোৱাই ভাল।

  • @dhirendeka5745
    @dhirendeka5745 Před 4 lety +1

    very Nice

  • @soulofspirit2504
    @soulofspirit2504 Před 4 lety +1

    Dhunia lagil

  • @nikunjkalita5239
    @nikunjkalita5239 Před 4 lety +1

    👌

  • @binaborah5866
    @binaborah5866 Před 4 lety +1

    Nice

  • @sbmusic2522
    @sbmusic2522 Před 4 lety +1

    nice jok

  • @kritikadeka7041
    @kritikadeka7041 Před 4 lety

    😂😂😂