Video není dostupné.
Omlouváme se.
লখিমপুৰ কেন্দ্ৰীয় বিহু সন্মিলনত অংশগ্ৰহণ কৰি কিয় খং উঠিল নিতুমণি শইকীয়াৰ ? | Nitumoni Saikia |©MEG|
Komentáře • 68
Další v pořadí
Automatické přehrávání
অসম আকৌ ৰক্তাক্ত হ'ব নেকি ?Pratidin Time
zhlédnutí 4,3K
বিহু কমিটি সম্পৰ্কত জনপ্ৰিয় সাংবাদিক নিতুমণি শইকীয়াৰ ভাষণ||Nitumoni Saikia||Bhakhan||Bihu Kamiti||SUMIT SAIKIA OFFICIAL
zhlédnutí 198K
Tinsukia News | তিনিচুকীয়াত বোমাতংক প্ৰসংগত পৰেশ বৰুৱাৰ ভাতৃ বিমল বৰুৱাৰ প্ৰতিক্ৰিয়া | N18VNews18 Assam/Northeast
zhlédnutí 10K
ONLYNET Challenge s Mich Sakem a Dodem!Horis
zhlédnutí 213K
TOHLE JSTE O V HLAVĚ NEVĚDĚLI #zajimavosti #insideoutLůk
zhlédnutí 172K
Kundosaki - INSTAGRAM TĚ NEVYLÉČÍ, SURVIVOR MI POMOHL, TÝPCI JSOU MIMOVláďa Kadlec - EXPERIENCE
zhlédnutí 130K
Chocolate Screwdriver! 🔩 Always have the right tool for the job! #amauryguichon #chocolateAmaury Guichon
zhlédnutí 43M
Former ULFA-I Member Detained LIVE : ৯জন প্ৰাক্তন আলফা সদস্যক আটক আৰক্ষীৰ। Kaliabor News |News18 Assam/Northeast
zhlédnutí 60
নিতুমণি শইকীয়াই শিৱসাগৰ আটাছু অনুষ্ঠানত এইকেইটা কথা কিয় কলে | Nitumoni Saikia Motivation spech ।SK JUBAHOMAJ🙏
zhlédnutí 150K
‘মোৰো এটা সপোন আছে’ৰ স্ৰষ্টা ড০ ৰুবুল মাউত,মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ সৈতে ‘অভিমত’Pratidin Time
zhlédnutí 125K
বিহু কিয় মানে , History of Assamese bihu - dimpu baruahDimpu Baruah
zhlédnutí 360K
জনপ্ৰিয় সাংবাদিক নিতুমণি শইকীয়াৰ সময়োপযোগী অভিভাষণ||Nitumoni Saikia Abhibhakhan||Live At Khonamukh||SUMIT SAIKIA OFFICIAL
zhlédnutí 264K
BJPক গান গাই হৰুৱাম- জুবিন গাৰ্গ//zubeen Garg CAA protest//Mayur Mix AssameseMayur Mix Assamese
zhlédnutí 942K
কেজি হিচাপত পানীৰ দামত চীন,কোৰিয়াৰ পৰা জাহাজত অহা কাপোৰ॥ Wholesale cloth Business ॥Cloth BusinessJIBON ARU HONSTHAPON - Pranjal Gogoi
zhlédnutí 5K
নিতুমণি শইকীয়াৰ মতে ছাত্ৰ ছাত্ৰী সকল ভাল মানুহ নহয় কিয়? Nitumoni Saikia Motivation Video।Nitumoni Saikia Unofficial
zhlédnutí 138K
Kundosaki - INSTAGRAM TĚ NEVYLÉČÍ, SURVIVOR MI POMOHL, TÝPCI JSOU MIMOVláďa Kadlec - EXPERIENCE
zhlédnutí 130K
Zázrak na břišní svaly??? 🔥Aleš Lamka - Fitness
zhlédnutí 105K
Joker can't swim!#joker #shortsUntitled Joker
zhlédnutí 36M
Lifehack on how to make a salt bath bomb.Mamasoboliha
zhlédnutí 11M
Attack a Terezka jdou na rande… KVÍZ LÁSKYAttackShorts
zhlédnutí 532K
WHO CAN RUN FASTER?Zhong
zhlédnutí 33M
হৃদয় কঁপাই যোৱা এটা সুন্দৰ ভাষণ। বৰ ভাল লাগিল। ছাৰ আপুনি দীৰ্ঘজীৱী হওক
নিতুমণি শইকীয়াৰ ভাষন শুনি বৰ ভাল লাগিল ।তেখেতৰ দৰে সাহসেৰে কথা কোৱা মানুহ অসমত আৰু লাগে ।তেতিয়াহে অসমীয়াৰ বিহু জীয়াই থাকিব ।
নিতুমনি ছাৰৰ লৈ নমস্কাৰ জনালো সুন্দৰ ভাষণ কেন্দ্ৰীয় বিহু নামটোক লৈ দিয়া ভাষণ শুনি আপ্লুত হলো ছাৰলৈ অভিনন্দন জনালো বৰ্তমান ঢকুৱাখনাটো হৈ গৈছে কিয় হব লাগে কাৰণ ফাট বিহু হোৱা পাছত এই বিহু হবই নালাগে 🙏
নিতুমনি ছাৰ ভালে থাকক বৰ্তমানে অসমত সাহসেৰে কথা আৰু বহুমূলীয়া ভাষণ দিয়া এক মাত্ৰ সাংবাদিক আছে আমাৰ মৰমৰ নিতুমনি ছাৰ সকলোৱেই সাহসেৰে কথা আৰু ভাষণ দিবলৈ ওলাই আহক দেখিব কোনো বেয়া মানুহ জন্ম হব নোৱাৰে 🙏
আপোনাৰ গুৱাহাটী থকা ঘৰটোত এটাও গৰু নাই কিয় নিতু দা 😥😊
নিতুমনি, ধন্যবাদ, বহুত অৰ্থ পূর্ণ কথা কৈছা।
বৰ্তমান সময়ৰ লগত খাপ খাই গৈছে কথাবোৰ।সচাকৈ প্ৰতিজন অসমীয়া সজাগ হ'বৰ হ'ল।দিনে দিনে বিহুৰ ৰূপ বিকৃত হৈ পৰিছে।অসমীয়া সংস্কৃতিৰ প্ৰকৃত স্বৰূপ নোহোৱা হৈ আহিছে।আধুনিকতাৰ নামত প্ৰতি বিহু মঞ্চৰ তলত এক বিশৃংখল পৰিবেশ বিৰাজমান।কোন দিশে গতি কৰিছে আমাৰ সমাজখনে?
very good speech by MR. Nitumoni Saikia sir,,,
Nitu da, l love you so much.
সকলোতে একমত কিন্তু আপোনালোকৰ নিউজ চেনেল কেইটাকো ক'ব যে ব'হাগ আৰু মাঘ বিহুৰ এমাহ আগৰপৰা মানুহ গোটাই ঢোল কোবাই বিহু পকাই নাথাকে যেন
Thank you for your valuable fearless, partyless, patriotic cultureful lectures. May God bless you. 🙏🙏🙏
Most genius and true. Assamese should realise the fact.
আপোনাৰ ভাষণত মোৰ একমত ।👍🙏
একেবাৰে সঁচা কথা।বৰ আক্ষেপ লাগিছে শইকীয়া দেউ।
সত্য কথা কৈছে ধন্যবাদ
Nitumoni da i sodai shuddh athat val kotha koy . Tekhetor kotha ami sokolu asomiyai hidoyngom/hridoyngom koribole deri hoise . Tekhetor kothai asomiya jatitur astitbo roikshat bohukhini arihona jugab buli vabu . Dhanyobad
আপোনাৰ সৈতে একমত 🙏🙏
বৰ ভাল কথা কৈছে ।❤❤❤
আপুনি দিয়া ভাষণে ওচৰতে ৰৈ থকা কেইজনমানক থকা সৰকা কৰি পেলাইছে
আপোনাৰ ভাষন শুনি বহুত বেছি আপ্লুত হৈছোঁ
Hundar
❤
Sir Apuni Hodai Priyo ❤️🙏
ভাষণ শুনি সঁচাই ভাল লাগিল৷
নিতুমণি দা আপুনি স্পষ্টকৈ কওকছোন আপোনাৰ ঘৰত গৰু আছে নে কুকুৰ আছে
সুন্দৰ প্ৰশ্ন
Very good sir
লক্ষীমপুৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ সমিতি কেইখনত থাকে নেকি ক্ষমতাৰ যুজ বাগৰ ? কাৰোবাৰ নিজস্ব আধিপত্য ? একনায়কত্ত বাদৰ প্ৰভাৱ ?
Good
Xasakoi ki je hbo goi amar axomiya jatitur. Vabile voye lage,Gaont ajikali xei agor poribex bur korbat herai jaboloi dharise.
Kintu manuhe vabi nasai.
Bahut sundar kotha koise apuni Dada.🙏🙏🙏
Good advice sir
নিতমনিদাৰ দৰে আৰু কেইজনমান মানুহ অসমত থাকিলে অসমখন কোনো অপশকতিয়ে বিনষ্ট কৰিব নোৱাৰে
In
dhuniya nitumoni da❣️
Nice👌👌👌👌
নিতুমনি দা বহুত ভাল কথা কয়, god bless you
god bless you
Asolote apuni thikei koise .aji kali jotei bihu nohawk kio kajiya hobai bihu hol Amar axomiya furtri take kisuma luk ase mod khai kajiya kore ayai koli jug😥
হিয়াৰ আমঠু নিতুমনি মহাশয়ক বহুদিন দেখা নাছিলো ।
excellent voice ni tu moni da love you❤
Heart atact kora ata most important vakhon dile aapuni,Mur aapunar kotha hunile huniei thakibole mon Jay oo,aapuni aamar Dhakuwakhanale aahibosun,Mur loratuk aapnar varidukhonot ata hewa koram,kijani aapunar akonman provab pore ba,
100% correct.
সচাঁ কথা বৰ ভাল লাগিছে।
ভাল লাগিল
লক্ষীমপুৰ বাসীক ভাল শিক্ষা দিলে নিতুমণি শইকীয়াই । Weldone Nitumoni
From Biswanath.
কিন্তু নিতুমণি শইকীয়া ও লখিমপুৰৰে হয় ।
👍👍👍👍👍👍👍👍🙏
Good Good
আমাৰ অসমত ময় ভালপুআ মানুহ আছে তিনজন । তাৰেই এজন নিতুমনি ককায়দৌ
কথা খিনি যথেষ্ট গুৰুত্বপূৰ্ণ , আমাৰ সাধাৰণ ৰাইজে বিহু কি বহুতে নজনা হৈ পৰিছে । গতিকে সময় থাকোতে নিজক চিনি পাব লাগে ।
aapunar video bur moi prai saw, vale thakok kusole thakok
HOI KENDRIO BIHU BULI KOLE GOTEI BHAROTBORKHOT EKHONEI BIHU HOBO LAGE BULI MUR FALOR PORA VABU
Hoi moio akmat karan kendriya bihu akhan ye hbo lage..
Apunar logot akmot .
গৰু ৰখাৰ যোগ বিয়লি বেলা পাইছে দাঙৰীয়া।
Xodai apunar bhakhon xunibole agrahi
আপুনি অসমীয়াক আবাহন কৰক নিজৰ মাটি য়েন অনা অসমীয়া নিদিয়ে । মাটি ভেটি নাথাকিলে বিহু নাথাকে।
Moi bhaxon huni Bea paw but aijnr bhaxon konduwai dise
Nitumoni sir flat t thake garu kanaka puhiba
aa
PICPHALOR UDYOGTA XOKOL BOR BESI SNIYOR BAKHOR KORAT PROGRAM TU BHAL NALAGIL.
Airudag
আপোনাৰ গুৱাহাটী থকা ঘৰটোত এটাও গৰু নাই কিয় নিতু দা 😥😊
Very good sir
একেবাৰে শুদ্ধ কথা কলে