After long gap have this classic Assamese song which I always heard from my elders folklore...🥰🥰🥰...very heart touching & meaningful and love to sing it ever moment...A Beau of Assam melodies...love from bottom of my heart from Daporijo, Arunachal Pradesh...🙏🙏🙏🥰🥰🥰
কোনে কোনে comment পঢ়ি পঢ়ি গান টো শুনি আছা , like এটা কৰি যোৱা ❣️❣️
Moi
আমি বাংলাদেশি, গাও গ্রামের মানুষ আমি।
নিজের গ্রামের কত সুখ স্মৃতি আছে,এই গানটি শুনে গ্রামে যেতে ইচ্ছে করছে।
সছা নে তুমি কথাই
বহুত বহুত সুন্দৰ গীত, মোৰ গাওঁ ঘৰলৈ হে মনত পৰিছে । এইবোৰ হে গান শুনিলে শুনি থাকিব মন যায় ।👌👌👌
HOY
😅😅
গাঁৱৰ প্ৰতি থকা শ্ৰদ্ধা এই গীতটিত সুন্দৰ ভাৱে প্ৰতিফলিত হৈছে
কেতিয়াও শুনি আমনি নলগা এটি আপুৰুগীয়া গীত 💝💝💝
সচাকৈ এইবোৰ গীত শুনি কেতিয়াও আমনি নালাগে।
Verygoodsong
এই সমুহ গীত শুনাৰ এক সুকীয়া আমেজ আছে😊❤️ সদায়েই চিৰযুগমীয়া হৈ ৰব
Hc
বহুত দিন পিছত শুনিলো ভাল লাগিল
বহুত ভাল লাগিছে বহু দিনৰ আগতেই শুনিছিলো এই গীতটো ❤️
বহুত পুৰণি গীত । শুনিলেই সৌ তাহানিৰ শৈশৱৰ স্মৃতি মানস পটত জাগ্ৰত হয় । মনতো সেমেকি যোৱা যেন লাগে। প্ৰায়দুকুৰি মান বছৰ
আগতে গানটি শুনিছিলো।
চহৰত ডাঙৰ দীঘল হলেও গ্ৰাম্য জীৱনৰ প্ৰতি শ্ৰদ্ধা আছে ৷গ্ৰাম্য জীৱন অতি সুন্দৰ ৷যদিও আজিকালি একতা কমিছে তথাপিও গ্ৰাম্য জীৱনত সদায় একতা দেখা যায় আৰু সহজ সৰলতা মানুহৰ দেখা যায় ৷সেইবাবে ভাল লাগে ৷
Nixoi. Ami gaonlia......buka panir mazot dangor hoisu.......
Right
Dipen Baruah Sir__Such a legend ! ❤️
অতীৱ মনোমোহা গীতৰ এনাজৰী
গাওখনৰ এই প্ৰাকিতিক সৌন্দৰ্যটো বৰ ভাল লাগিছে।
সচাকে গাঁৱৰ বিনন্দীয়া প্ৰকৃতিয়ে যেনে দৰে মানুহক নিজৰ আপোন কৰি লয়, ঠিক তেনেদৰে এই চিৰসেউজ গীতটিয়েও শ্ৰোতাৰ মন মুহি লয়🥰
Hiii
সঁচাকৈ এই গাওঁ নিচেই আপোন❤️
❤️😘🥰♥️🕉️😃👌
Hi
I am a modern day guy and I can proudly say that I knows the taste of Music😘❤
🥳
How😎🙄
Uff emn xundor ata gaan...ki kom vakha nuhuwa hoi goise ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️💓🥰🤩💫❤️💓🥰🤩💫💫🤩💓🤩....... Sir apunar voice tu bohut val lge mur ❤️🙏🙏🙏🙏🙏🙏🙏🙏🙏
Mur sualia bahut val pai ai gan tair 4basor haise tathapi buji pai nasi thake dintu hune
বহুত দিনৰ মূৰত শুনিছো ভাল লাগিল
দ্বীপেন ছাৰ আপোনাৰ গোটেই গীত মই শুনো মোৰ অতি প্ৰিয়। ❤️❤️❤️
বহুত ভাল লাগিল গান টো শুনি এটা সময়ত বহুত গাইছিল এই গীতটো ♥️
Mja Dimpu the
বহুত দিনৰ পিছত শুনিবলৈ🙏🙏🙏
Guinness World records book world no 1 best song video, my favourite song, Awesome, superb, evergreen, world no 1 best song video
চিৰযুগমীয়া গীত ❤❤❤২০২১
চিৰসেউজ গীত। ভাল লাগিল শুনি। অতি সুন্দৰ হৈছে।
চিৰযুগমীয়া গীত টি মোৰ হিয়া পমি গৈছে 🍁
বহু দিনৰ পাছত শুনিলৈ পালো অতিসুন্দৰ গীত 🎉🎉🎉🎉🎉
Real love for the native village and beauty of the nature of the village expressed through this song ❤💕💞💓💗
Nice song
Nice song my favorite song
😂😂😂😂😂😂😂🤣
M
.
Mm ok no😊@@shyamalboruah6646
বহুত ভাল লগা এটা গীত ❤️❤️❤️
অতি সুন্দৰ গীত।সৰুতে আইতা আৰু দেউতাৰ মুখত শুনিছিলোঁ
মন-প্ৰাণ জুৰাই নিলে গানটোৱে।
Bahut vl laga gan aitu🔥🥀❣️
Bhut vl lagil gaan tu xuni ❤❤❤🌼
Old is gold 😁👌👌👌👌
বৰ সুন্দৰ গীত
❤️❤️❤️
সুন্দৰ গান। এই গান শুনিলেই অতিতৰ স্মৃতি বোৰ মনলৈ আহে।
love this song frvr not matter how old this is .❤️❤️❤️😘
Most beautiful song video, my favorite song, Marvelous, awesome, superb, evergreen, world no 1 best song video, I love you this song video
বহু ত দিনৰ পাছত শুনিলো। ভাল লাগিল
Sooo beautiful😍😍😍❤❤❤
Beautiful,song🙏
Mor priyo gaan... nice song 🥰💖
Dipen dai mur konthot guji dea fulr panchoi😘😘😘
শুনিলে
শুনি থাকিব মন যায়
Pubg😂😂😂😂😂😂😂😂gamer😊
😅🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤨
এই গান সমূহ আমি ধৰি ৰাখিব লাগিব , এই গান সমূহ আমি শেষ হৈ যাব দিব নোৱাৰোঁ । ❣️❣️❣️
Old is gold 💯🔥💯💯💯😘🥰🥰
Remain my childhood days.. love bhupen da
খুব ভাল লাগিল শুনি ।
I love the song what a nice voice
ভাল লাগিছে
বহুদিনৰ মূৰত গানটো শুনি কিবা এটা ভাল লাগি গ'ল
❤️👍😘
এই গান সমূহ শুনি ভাল লাগে
গীতটি শুনি বহুত ভাল লাগিল 🥰🥰🥰🥰
I'm still listening.... I love this song
গান তো শুনি ভাল লাগিল
বৰ ধুনিয়া গীত
গাওঁবোৰ ❤
আইতাৰ মুখৰ পৰা শুনা মোৰ ভাল লগা এটি চিৰসেউজ গীত।
❤❤
Akdom
মন মোহিনী গীত
Best song video, my favorite song, Marvelous, awesome, superb, evergreen, world no 1 best song video, my favorite song
হিয়া জুৰ পৰি যায়
ধুনীয়া গান.Evergreen song
Our life is bundled with our beautiful native village. ✨
M
Mm ❤️
2021 kune kune hunilee..like
Moi hunisu
@@misingpuwali6252 aà
A
So geetu sira jugamia hi thakibo
Moi ajon juwan ae gan tu xunile gauloi bohut monot pore
আমাৰ আপোন শিল্পী হয় ,কণ্ঠ অপূৱ´;চিৰসেউজ গীত
Very nice scenery and nice classic songs
proud to be an assamese singer dwipen Da
Yes
Moi buhut besi val paw agar purona git bor .so nice song .lovely song
Bohut val lage puroni Gan huni
Xundor ❤️❤️❤️
Luvly...evergreen hit of Ramen Baruah n Dwipen Baruah
বৰ সুন্দৰ গান শুনি বৰ ভাল লাগে
সচাকৈয়ে আমি গাঁও ৰ মানুহ গৌৰৱ কৰো ।
শুনি ভাল লাগিল
All time favorite song....
Tq Dipen Boruah sar
Nice
গান টো শুনি ভাল লাগিল
গানটো শুনি ভাল লাগিল
Nice.song
Bhoriya bhupeen hazarka das I love ❤️❤️❤️
Nice 🙏🙏💖
Mur all time favourite dong😍
Bhut Val lage purani song bor
I love the song ❤️
Aibr gan huni ktwau amoni nlge... Bhut dhuniya gan hosa 🥰🥰🥰
Gaon❤️❤️❤️
So so nice song 😍 favorite song
I love this song 💖💖💖
এই গীতটো মোৰ বৰ প্ৰিয় ।
Mor val loga geet.
মোৰ প্ৰিয় গীত । অতি সুন্দৰ ...
Hunile huni thakibo mn jai 💕
I Like Old Assamese song 💝💝
ইমান মধুৰ গীতটো
Beautiful song.. 🙏🙏🙏
After long gap have this classic Assamese song which I always heard from my elders folklore...🥰🥰🥰...very heart touching & meaningful and love to sing it ever moment...A Beau of Assam melodies...love from bottom of my heart from Daporijo, Arunachal Pradesh...🙏🙏🙏🥰🥰🥰
চিৰসেউজ গীত,বহুত ভাল পাওঁ
Great depen da
এতিয়া সকলোবোৰেই ৰঙীন হৈ পৰিল
শৈশৱৰ হাহাকাৰ বোৰো হেৰুৱাই থাকিল।।
বহুত ভাল লাগে গানটো শুনি
মোৰ প্ৰিয় গাঁও
Nice song
I love this song very much, and remembering those days
Love this song
LP school ot pore thakhota gaisilu gaan tu .. Bohut vl lagil gaan tu huni aji ..
N;; lup fbb""l"ĺ89