গৌৰৱ গগৈৰ সৈতে পৱিত্র মাৰ্ঘেৰিটাৰ হাঁহি-ধেমালি
Vložit
- čas přidán 6. 07. 2024
- ৰাজনৈতিক শত্ৰুতাক পৰিহাৰ কৰি শিৱসাগৰৰ বকতাত একলগ হ’ল গৌৰৱ গগৈ আৰু পবিত্র মাৰ্ঘেৰিটা। একেলগে হাঁহি-ধেমালিৰে কথা পাতিলে, খালে চাহ। কিন্তু কিয়?
#nbnews #nbnewsdigital #PabitraMargherita #GauravGogoi #assam
A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
Facebook: / nbnewstv
#NBnews
#NBtv
#NBnewsassam
#NBnewstv
#Satellitechannel
#NBNews
আহোম সম্প্ৰদায়ৰ নেতা কেইগৰাকীক একেলগে দেখি মন ভৰি গ'ল। দল আৰু আদৰ্শ যিয়ে নহওঁক - অসমৰ সমূহ জাতি-জনগোষ্ঠীৰ পৰা অহা ৰাজনৈতিক নেতা সকলৰ মাজত সৌহাদ্যপূৰ্ণ সম্পৰ্ক বিচাৰোঁ। কিয়নো - তেখেত সকলৰ ওপৰতে অসমৰ বৰ্তমান, ভবিষ্যত - সকলো নিৰ্ভৰশীল।
এক সুষ্ঠ সমাজৰ লক্ষণ। এই একতাৰ এনাজৰীডাল আৰু দীঘল হৈ যাওক তাৰেই আশাত ❤❤❤
বৰ ভাল লাগিল । এনে দৰে সকলো আহোমৰ নেতা একে লগে নিজৰ পৰম্পৰা পূজা ত দেখা পাই ।
আহোমৰ একতাৰ ইয়াত ৰাজনীতিৰ আনিব নেলাগে । সদাই এনেকৈই একতাৰ দোলেৰে বান্ধোনে থাকিব লাগে ।
Bohut bhal lagil. Eitu kunu rajniti kotha nohai.
Dekhi bohut val lagil❤❤🎉🎉
ভাল পালোঁ ❤
Bahut val Lagil dekhi..
সুন্দৰ নিদৰ্শন দেখিবলৈ পালো , আহোম সম্প্ৰদায়ৰ ঐক্য , সাজ সজ্জাৰ পৰিধান অতি মনোৰম ।
❤💪🏻 Ahom hokol mili punor rajyo khon sombhalibor homoi hoi gol..
Wel concept video. Thank you .
গৌৰৱ গগৈ সৰ্বহাৰাৰ নেতা
কমিনিউষ্ট নেতা কেতিয়াৰ পৰা হৈ পৰিল ! পূৰ্বে দেখোন এআইইউড্এফৰ ভোটেৰে সাংসদ হোৱাৰ সূত্ৰে তেওঁলোকৰে নেতা হৈ আছিল 2024 পৰ্যন্ত ৷
Gaurav gogoi jindabad
Good
GAURAV ❤❤❤❤
Dekhi bohut bhal lagil
আজিৰ দিনত ভাল কথা
Love you all, it's our unity..
অখিল গগৈ নাই যে?
ত্তাঈ আহোম সকলৰ গাত হে জাতীয় সাজ-পোছাক পিন্ধি আছে আৰু এইয়া পূজা নহয় ককাই-ভাইৰ মিলন
Gourav Gogoi zindabad
Val lagise
Verry good
গৌৰৱ গগৈ অসমৰ গৌৰৱ
👌👌👌
Congress zindabad Gaurav Gogoi sir Lage Sarkar
আহোম সম্প্ৰদায়ৰ নেতা কেইগৰাকীক দেখা পাই মনটো ভাল লাগিলে । ৰাজনীতি কথা একে বাৰে নাহে ,ৰাজনীতিত থাকিলে ইজনে হিজনক গালি পৰাটো কে ৰাজনীতি ।
এই বিলাকেই ভাল অভিনয়ৰ ভাল উদাহৰণ ৷
Pranam
Gaurav ❤❤❤
Gaurav Gogoi zindabad zindabad
🙏❤️❤️🙏
Ahom ek log hobo hol hundor kotha
Ujonir ahom hoi ami hokolue Sauk abar
Bhaal kotha
🙏🙏🙏
❤❤❤❤❤❤❤
Mr Prabita Gogoi Sir Apuni kintu agontuk Akhamor bhavisotor karone parliament mat matibo lagibo BJP hoi nohai Akhamor jonogonr karone.MR Gourav Gogoi Sir or nesinake
অসমীয়া ভাষাৰ ণত্ববিধি-ষত্ববিধি নজনাজনৰ সৈতে আকৌ কিহৰ হাঁহি ধেমালি?
Ujoni oxomor manuh anakai ak hobo hol
Apunalukor neta kijnok dekhi vl lagile assam khan apunaluke soluk na kio belekok roja aru praja pati thoise
খাহহ, তহঁতেই খা, বেঙেনা খাই আমি জীয়াই থাকিম। পাছে বেঙেনাৰো বহুত দাম।
Medak Mefi
Prabitra Margherita ahom hoi janu murtu teu axomia hoi nai handeh ase
Good news anakua news dakhai thakila mahnuhar Rajnaitik cinta dhara bilak alp halao change hab....
Val lagil
নিৰ্বাচনত ধামাধৰা কেইজনে দেখা পালে নে নাই??
Aji kali ki kom aru Moreau ameha bostu dam hoisa
O aaiii tohoti atia hahi dhemali furti tamasa kori raijor tokare vuj vat kha awwww. Vogobane tohotok raijor toka khaboloi k janam disa aru. Howk de, tohotor a howk tez khua hupa.
Rup juoti kurmi kano
Fake bonding