বিজেপিত অব্যাহত গৃহকন্দল; দিশহাৰা নেতৃত্ব

Sdílet
Vložit
  • čas přidán 20. 08. 2024
  • ৰাজ্যিক বিজেপিত অব্যাহত আছে গৃহকন্দল। বৰ্তমানৰ নেতৃত্ব আৰু চৰকাৰৰ কাম-কাজত অসন্তুষ্ট হোৱা ৰাজ্যৰ শ শ নিষ্ঠাবান তথা জ্যেষ্ঠ নেতা-কৰ্মী সাজু হৈছে দল ত্যাগৰ বাবে।
    #nbnews #nbnewsdigital #BJPAssamPradesh #HimantaBiswaSarma #bhabeshkalita
    Facebook: / nbnewstv
    #NBnews
    #NBtv
    #NBnewsassam
    #NBnewstv
    #Satellitechannel
    #NBNews

Komentáře • 9

  • @balendas4259
    @balendas4259 Před měsícem +3

    অসম বিজেপি খান বান । ২০২৬ ত ক।ংগ্ৰেছ চৰকাৰ ।

  • @puspadhardowarah1932
    @puspadhardowarah1932 Před měsícem +2

    মথুৰাৰাজে এইটো ভুলটো সমাধান কৰিব নোৱাৰে!

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh Před měsícem +1

    Kam hai BJP

  • @user-uq1yo1dy2l
    @user-uq1yo1dy2l Před měsícem

    দলটো পুৰণি কৰ্মীসকলে গঢ়ি তুলিছিল। বিশেষকৈ ৰাজেন গোহাঁই, অশোক শৰ্মাৰ বহুতো নেতাই। দলটোৰ ভাল দিন অহাৰ লগেলগে এচাম ধূৰন্ধৰে দলটোত যোগদান কৰি নিজকে উঠি ৰজা বহি ৰজা দেখুৱাই থকাৰ ফলশ্ৰুতি এইবোৰ। সময় থাকোতে ধূৰন্ধৰসকলক কেন্দ্ৰীয় নেতৃত্বই নাকী লগাওক। নহ'লে ২০২৬ ত বিজেপি নেতৃত্বাধীন চৰকাৰ অসমত নহ'ব। (ব্যক্তিগত অনুভৱ)

  • @kakoligayan2065
    @kakoligayan2065 Před měsícem

    বিজেপিৰ চৰকাৰৰ . নাম শুনিলেই খং উঠে

  • @PabitraTeron-bi1xx
    @PabitraTeron-bi1xx Před měsícem

    BJP দলৰ শাসনত ৰাইজ দেউলীয়া হৈ গল । একো বস্তুৰ দাম কমাব নোৱাৰিলে বৰঞ্চ যোগান মন্ত্ৰীয়ে কয় যে তেওঁৰ দায়িত্ব নহয় ।

  • @upenpokhrel1740
    @upenpokhrel1740 Před měsícem

    bahut purani neta asil bjp r Rajen gohain,R.P.Sarma,Mrinal saikia,Ashok Sarma etc atia .....

  • @user-hg3di5bz7w
    @user-hg3di5bz7w Před měsícem

    Bjp par nahoi 2026

  • @bharatbaruah5702
    @bharatbaruah5702 Před měsícem

    এনে বাতৰি এই চেনেলত? অতনো ভূঞা আপুনি বিশ্বাস কৰে নে আপুনিও টো চেনেল বাগৰি ফুৰা সাংবাদিক