SOLI GOILA"// Akax Anukul //Rash Fastival Song

Sdílet
Vložit
  • čas přidán 9. 09. 2024
  • Soli goila
    : Audio Credit :
    Vocal: Akax Anukul Medhi ,Ananta Pagag.
    / anukul.medhi
    Lyrics , Tune & Vocal : Indeshwar nath
    Music, Additional vocal: Anurag madhi
    / anuragg.medhi
    khol: Niranjan saikia
    / niranjan.saikia.16
    Dotora, Ektar: Porag borah
    Dogor: pranab nath
    / pranab.nath.35574
    Khol: Rajib nath
    / rajib.nath.731
    Flute, :Lakhyajit saikia
    www.facebook.c...
    co.flute;-Bitul duwori
    / bitul.duwari.7
    Additional vocal: Basanta saikia
    / basanta.saikia.5458
    cover design : Cosmic Nath
    Video Credit :
    প্ৰজেক্ট ডিৰেক্টৰ : দেবাঙ্গৰাজ মেধী।
    / debanga.raj.7
    এচিষ্টেণ্ট ডিৰেক্টৰ :পাৰ্শ্বজিত নাথ।
    / parchyajyoti.nath
    কেমেৰা :মানস দত্ত
    সম্পাদনা : প্ৰাচুৰ্য নাথ ।
    / dhonti.nath.1
    অভিনয়ত :
    অঘাসুৰ : পুলক শইকীয়া।
    / pulak.saikia.54
    বকাসুৰ : জিতেন শইকীয়া
    ধেনুকাসুৰ : সমুদ্ৰ হাজৰিকা।
    / samudra.hazarika.90
    পুতনা : দেবঙ্গৰাজ মেধী
    পলম্বাসুৰ : লক্ষজিৎ শইকীয়া
    গৰখীয়া : প্ৰাচুৰ্য নাথ।
    চিত্ৰশিল্পী : পংকজ দত্ত।
    / pankaj.dutta.3597
    পোহৰ : পৰাগ বৰা। জিতেন শইকীয়া
    আমি চিৰকৃতজ্ঞ :
    শ্ৰী শ্ৰী উত্তৰ কমলবাৰী সত্ৰ , মাজুলী।
    শ্ৰী শ্ৰী মন্ত শংকৰ দেৱ সংঘ, মাজুলী জিলা শাখা ও অসম
    কৃষ্ণ গুৰু সেৱাশ্ৰম ,ন সত্ৰ অসম
    শ্ৰী শ্ৰী অনন্ত কালশিলা সত্ৰ, অসম, ভাৰত।
    শ্ৰী শ্ৰী মাধৱদেৱ কৃষ্টি কেন্দ্ৰ,খোনাচুক,গাঁও।
    সূৰ্যোদয় আঞ্চলিক সাংস্কৃতিক বিকাশ কেন্দ্ৰ ,পহুমৰা নাথ গাঁও তিনিআলি।
    মেডিয়া পাৰ্টনৰ :
    ৰুমাল live,মণিকাঞ্চন live, সোঁৱৰণি live
    ষ্টুডিও পাৰ্টনৰ :
    সাৰেঙ্গ , ষ্টুডিঅ.মাজুলী।
    / sarenga-studiomajuli-1...
    Noise workstation, মাজুলী।
    / noise-workstation-1102...
    বিশেষ কৃতজ্ঞতা :
    সৰ্বশ্ৰী সত্যেন্দ্ৰ নাথ মেধি(দেউতা), মনিমা শইকীয়া মেধি(মা) , দেৱেশ্বৰ শইকীয়া, দেৱকান্ত মেধি,ধৰ্মেশ্বৰ পগাগ, লাবণ্য প্ৰভা মেধি , সনাতন মেধি , কৃষ্ণ মেধি , চান্দ্ৰমা মেধি, নিৰঞ্জন মেধি, ফটিক দত্ত, গণেশ শইকীয়া, লক্ষীনাৰায়ন শৰ্মা,জগত মেধি , জয়ন্ত হাজৰিকা, দীপক বৰুৱা, কৃষ্ণ যদুমণি, প্ৰবিত্ৰ, অমৃত নাথ, মুহিৰাম নাথ, ভোলাৰাম নাথ, চেনীৰাম নাথ , গোবিন নাথ, অপূৰ্ব নাথ, ভাস্কৰ নাথ, Sanjib Borah মহেন্দ্ৰ নাথ বৰা, মহেন্দ্ৰ নাথ , বুধিন নাথ , প্ৰশান্ত নাথ , সমৰজিত বৰুৱা , জীৱন দলে, মুকুল দলে, Mridu saimi , প্ৰেম নাথ, নাৰায়ন ভৰালী, বিনা ভৰালী মেধি, দেৱনুৰাগ মেধি,
    মুকুন্দ বৰবায়ন,সুৰুজ কাকতি,সিদ্ধাৰ্থ দত্ত ,ৰুদ্ৰ দত্ত,মাণিক বৰা, বিষ্ণু দাস , নবীন কলিতা,অজিত হাজৰিকা , Jyotshna Borah, প্ৰিয়াশ্রী মেধী,হিয়ামন মেধী, দেৱাশ্ৰী নাথ, বিতোপন,ৰঞ্জন, তপন , অসীম হাজৰিকা ,তথা Zonak The Live Station Foundation ৰ সমূহসদস্য আৰু সমূহ মাজুলীবাসী ৰাইজ তথা ব্ৰহ্ম।
    👇👇👇
    • PRAKRITI The Nature |...

Komentáře • 1,3K

  • @bituponboraassam9322
    @bituponboraassam9322 Před 11 měsíci +11

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
    কৃষ্ণৰ প্ৰেমত বলিয়া মই 💛🙏
    দেহে মনে মোৰ মাথো কৃষ্ণ 🙏🙏

  • @MYWORLD-on8oq
    @MYWORLD-on8oq Před 3 lety +3

    গানটো বহুত ধুনীয়া .... শুনিলে ৰাস ৰ আনন্দ মনত জাগি উঠিছে ।

  • @ujutpaldas9001
    @ujutpaldas9001 Před 3 lety +4

    ইমান ধুনীয়া গীত। শুনি আমনি নালাগে ।,,সদায় শুনো ৰাতি শুৱা আগত

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před 3 lety

      আপোনাৰ channelৰ পৰা link tu share কৰিব।আমাক আগ বাঢ়ি যোৱাত সহায় কৰিব। সবিশেষ জানিবলৈ দেবঙ্গৰাজ মেধিক যোগাযোগ কৰক 8208181130

  • @pranjalsaikia8113
    @pranjalsaikia8113 Před 3 lety +26

    মাজুলী হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ । অনুকল দাদাক আগতে লগ পাইছোঁ সংগীতৰ ক্ষেত্ৰত আৰু আগুৱাই যাওঁক ।

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před 3 lety

      @JN entertainment আপোনাৰ channelৰ পৰা link tu share কৰিব।আমাক আগ বাঢ়ি যোৱাত সহায় কৰিব। সবিশেষ জানিবলৈ দেবঙ্গৰাজ মেধিক যোগাযোগ কৰক 8208181130

  • @simantanath7659
    @simantanath7659 Před 3 lety +84

    মাজুলীবাসীৰ আবেগ জৰ্জৰিত এটি গীত । হৃদয় চুই গ'ল । আৰু আশা কৰো এনেকুৱা গীত ।।

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před 3 lety +2

      @JN entertainment আপোনাৰ channelৰ পৰা link tu share কৰিব।আমাক আগ বাঢ়ি যোৱাত সহায় কৰিব। সবিশেষ জানিবলৈ দেবঙ্গৰাজ মেধিক যোগাযোগ কৰক 8208181130

  • @munusaikia3479
    @munusaikia3479 Před rokem +13

    মাজুলী জীয়াৰি হৈ গৌৰৱ অনুভৱ কৰিছো আজি সঁচাকৈ ❤️😘❤️

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před 10 měsíci

      Warm wishes and regards to you soul's for the blessings and support, stay tuned for more upcoming update.
      কৃষ্ণ, আপোনাৰ অনুভৱ আৰু দিহা পৰামৰ্শ বাবে অলেখ সেৱা জনালোঁ।

  • @bohnimangogoi1535
    @bohnimangogoi1535 Před 2 lety +39

    মোৰ ঘৰ যোৰহাটৰ টিয়ক ত।মাজুলী ৰ ৰাস সঁচাকৈ পৃথক।এইবোৰ অসমীয়া জাতিৰ সম্পদ।যোৰহাটৰ পৰা সমূহ মাজুলী বাখিলৈ শুভেচ্ছা জ্ঞাপন কৰিছো।

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před 10 měsíci +1

      Warm wishes and regards to you soul's for the blessings and support, stay tuned for more upcoming update.
      কৃষ্ণ, আপোনাৰ অনুভৱ আৰু দিহা পৰামৰ্শ বাবে অলেখ সেৱা জনালোঁ।

  • @psaikia_entertainmentsaiki6920

    মুক্তি পোৱাৰ পৰা ২৩ বাৰ হৈছে, এই মাহটোত ২০০০ বাৰ শুনিম,,, মন আপ্লুত হৈপৰিছে... কৰুণাৰ ভয় হেৰাই ৰাসৰ আনন্দত মন মতলীয়া কৰাৰ বাবে অশেষ ধন্যবাদ,,,, আগলৈ আৰু আশা থাকিল দোষ্ট❤️❤️

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před 3 lety

      আপোনাৰ channelৰ পৰা link tu share কৰিব।আমাক আগ বাঢ়ি যোৱাত সহায় কৰিব। সবিশেষ জানিবলৈ দেবঙ্গৰাজ মেধিক যোগাযোগ কৰক 8208181130

  • @PranamikaDeka
    @PranamikaDeka Před 3 lety +152

    সাম্প্ৰতিক পৰিস্থিতিবোৰে ৰাসৰ অনুভৱ মনৰ মাজৰ পৰা আঁতৰোৱাৰ সময়তে এই গীতটিয়ে পুনৰ ৰাসৰ মধুৰ অনুভৱ কঢ়িয়াই আনিলে।❤️❤️❤️

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před měsícem

      Warm wishes and regards to you soul's for the blessings and support, stay tuned for more upcoming update.
      কৃষ্ণ🌍🙏🏿
      আপোনাৰ অনুভৱ আৰু দিহা পৰামৰ্শ বাবে অলেখ সেৱা জনালোঁ।

  • @Majuli645
    @Majuli645 Před rokem +39

    পূজা নহয় ৰাস মেইন কাৰণ আমি মাজুলীয়ান ❤️🙏🙏🙏🙏

    • @bobitadas7271
      @bobitadas7271 Před rokem

      .CNN I'll

    • @user-mc6gi6tw6r
      @user-mc6gi6tw6r Před 11 měsíci

      ​@@bobitadas7271q ki ni by bu

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před 10 měsíci

      Warm wishes and regards to you soul's for the blessings and support, stay tuned for more upcoming update.
      কৃষ্ণ, আপোনাৰ অনুভৱ আৰু দিহা পৰামৰ্শ বাবে অলেখ সেৱা জনালোঁ।

    • @Majuli645
      @Majuli645 Před 9 měsíci +1

      Oii kla

  • @letsstudywithvlogs2232
    @letsstudywithvlogs2232 Před 3 lety +50

    oh ho ho.... মাজুলী মাজুলী সুগন্ধ বিয়পি পৰা ৰাসৰ এটি মনোমোহা গীত।❤❤❤সেই বাবেই মই মাজুলীৰ বুলি কৈ গৌৰৱ কৰোঁ।

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před 10 měsíci

      Warm wishes and regards to you soul's for the blessings and support, stay tuned for more upcoming update.
      কৃষ্ণ, আপোনাৰ অনুভৱ আৰু দিহা পৰামৰ্শ বাবে অলেখ সেৱা জনালোঁ।

  • @kaloogaonsangbad4650
    @kaloogaonsangbad4650 Před 2 lety +29

    পুৱাই এই লোকগীতটি শুনিলে মন প্ৰাণ সুন্দৰ হৈ যায়। সঁচাই বহুত সুন্দৰ লোকগীত। জয় মাজুলী জয় 🙏🙏🙏

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před měsícem

      Warm wishes and regards to you soul's for the blessings and support, stay tuned for more upcoming update.
      কৃষ্ণ🌍🙏🏿
      আপোনাৰ অনুভৱ আৰু দিহা পৰামৰ্শ বাবে অলেখ সেৱা জনালোঁ।

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před měsícem

      Warm wishes and regards to you soul's for the blessings and support, stay tuned for more upcoming update.
      কৃষ্ণ🌍🙏🏿
      আপোনাৰ অনুভৱ আৰু দিহা পৰামৰ্শ বাবে অলেখ সেৱা জনালোঁ।

  • @tulikanath6648
    @tulikanath6648 Před 3 lety +48

    বৰ ভাল লাগিল । ইন্দ্ৰেশ্বৰ নাথৰ অনুপম সৃষ্টি ( ৰচক) । সকলো কলা কুশলীক অভিনন্দন

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před 10 měsíci

      Warm wishes and regards to you soul's for the blessings and support, stay tuned for more upcoming update.
      কৃষ্ণ, আপোনাৰ অনুভৱ আৰু দিহা পৰামৰ্শ বাবে অলেখ সেৱা জনালোঁ।

  • @jintuhazarika5555
    @jintuhazarika5555 Před rokem +11

    আকৌ মনত পৰি গল ৰসৰ এনে গীত 🙏💖💖💖

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před 10 měsíci

      Warm wishes and regards to you soul's for the blessings and support, stay tuned for more upcoming update.
      কৃষ্ণ, আপোনাৰ অনুভৱ আৰু দিহা পৰামৰ্শ বাবে অলেখ সেৱা জনালোঁ।

  • @musicalkankana3548
    @musicalkankana3548 Před 3 lety +39

    মাজুলীৰ জীয়ৰী হৈ গৌৰৱ কৰিছোঁ love you majuli 💝💝💝💝💝💝💝💝

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před 3 lety

      @JN entertainment আপোনাৰ channelৰ পৰা link tu share কৰিব।আমাক আগ বাঢ়ি যোৱাত সহায় কৰিব। সবিশেষ জানিবলৈ দেবঙ্গৰাজ মেধিক যোগাযোগ কৰক 8208181130

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před měsícem

      Warm wishes and regards to you soul's for the blessings and support, stay tuned for more upcoming update.
      কৃষ্ণ🌍🙏🏿
      আপোনাৰ অনুভৱ আৰু দিহা পৰামৰ্শ বাবে অলেখ সেৱা জনালোঁ।

  • @birajprotimborah
    @birajprotimborah Před rokem +15

    মাজুলী, নামটোৱেই যেন এক সুকীয়া পৰিচয়
    ।। সমূহ অসমবাসী ৰাইজলৈ পবিত্ৰ ৰাসৰ শুভেচ্ছা জ্ঞাপন কৰিলো। জয় শ্ৰী কৃষ্ণ।🙏💞

  • @dibyasaikia8331
    @dibyasaikia8331 Před 3 lety +231

    মাজুলী সচাকৈ বেলেগতকৈ পৃথক,,,,love from lakhimpur♥️

    • @uddiptaboruah6791
      @uddiptaboruah6791 Před 3 lety +7

      Majuli main

    • @Jadab_2.0
      @Jadab_2.0 Před 3 lety +7

      Majuli main hoi💕💕

    • @gyannarah9677
      @gyannarah9677 Před 3 lety +7

      gan বুলিলে jubin rah বুলিলে মাজুলী

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před 3 lety +1

      আপোনাৰ channelৰ পৰা link tu share কৰিব।আমাক আগ বাঢ়ি যোৱাত সহায় কৰিব

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před 3 lety +1

      @@Jadab_2.0 আপোনাৰ channelৰ পৰা link tu share কৰিব।আমাক আগ বাঢ়ি যোৱাত সহায় কৰিব সবিশেষ জানিবলৈ দেবঙ্গৰাজ মেধিক যোগাযোগ কৰিব

  • @anupamkaushikmusical209
    @anupamkaushikmusical209 Před 3 lety +123

    সম্পূৰ্ণ এমাহ অকল চলি গৈলা ই শুনিম 🔥🔥🔥🔥🔥🔥🌹🌹

  • @chirojyotipamegam4606
    @chirojyotipamegam4606 Před 3 lety +158

    ২০২০ চন সকলোৰে বাবে বেয় দিন অথচ আপোনালোকে মাজুলীবাসী তথা সমগ্ৰ অসমবাসীক ৰাসত ইমান সুন্দৰ উপহাৰ দিয়া বাবে সকলো কৰ্মকৰ্তালৈ ধন্যবাদ জনালো ❤

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před 3 lety +8

      @JN entertainment আপোনাৰ channelৰ পৰা link tu share কৰিব।আমাক আগ বাঢ়ি যোৱাত সহায় কৰিব। সবিশেষ জানিবলৈ দেবঙ্গৰাজ মেধিক যোগাযোগ কৰক 8208181130

    • @animasaikia959
      @animasaikia959 Před 3 lety +3

      @@zonakthelivestation8268 95

    • @jayantabiswas4031
      @jayantabiswas4031 Před 2 lety +2

      @@animasaikia959
      00)1)))))0)))))

    • @jayantabiswas4031
      @jayantabiswas4031 Před 2 lety +1

      @@animasaikia959 qpplppppppppip

  • @janardon6554
    @janardon6554 Před rokem +7

    ৰাসৰ পৰিৱেশ মাজুলীত সচাঁকৈয়ে বহুত ভাল লাগে।
    বুকুৰ পৰা সুখ পাও।

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před měsícem

      Warm wishes and regards to you soul's for the blessings and support, stay tuned for more upcoming update.
      কৃষ্ণ🌍🙏🏿
      আপোনাৰ অনুভৱ আৰু দিহা পৰামৰ্শ বাবে অলেখ সেৱা জনালোঁ।

  • @BidyadharDas-gg5uu
    @BidyadharDas-gg5uu Před 9 měsíci +4

    Excellent song, evergreen, marvelous, awesome, superhit, most beautiful song, best song

  • @gayotriboruah8124
    @gayotriboruah8124 Před 3 lety +13

    খুবেই ভাল লাগিল 👌👌👌আকাশ দা সহিতে সকলোলৈকে শুভকামনা❤️❤️❤️

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před měsícem

      Warm wishes and regards to you soul's for the blessings and support, stay tuned for more upcoming update.
      কৃষ্ণ🌍🙏🏿
      আপোনাৰ অনুভৱ আৰু দিহা পৰামৰ্শ বাবে অলেখ সেৱা জনালোঁ।

  • @pritamsaikia7021
    @pritamsaikia7021 Před 3 lety +41

    সুন্দৰ......
    ❤️ ❤️ ❤️
    সকলোলৈকে শুভকামনা থাকিল।

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před 3 lety

      @JN entertainment আপোনাৰ channelৰ পৰা link tu share কৰিব।আমাক আগ বাঢ়ি যোৱাত সহায় কৰিব। সবিশেষ জানিবলৈ দেবঙ্গৰাজ মেধিক যোগাযোগ কৰক 8208181130

  • @udeshnahazarika1884
    @udeshnahazarika1884 Před 3 lety +17

    সুন্দৰ । অধিৰ আগ্ৰহেৰে ৰৈ আছিলোঁ।শুভ কামনা থাকিল।

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před měsícem

      Warm wishes and regards to you soul's for the blessings and support, stay tuned for more upcoming update.
      কৃষ্ণ🌍🙏🏿
      আপোনাৰ অনুভৱ আৰু দিহা পৰামৰ্শ বাবে অলেখ সেৱা জনালোঁ।

  • @rajibnath9247
    @rajibnath9247 Před 3 lety +28

    বহু অপেক্ষা মূৰত আজি সম্পূর্ণ গীতটি পালোঁ তোমালোক আৰু আগ বাহি যোৱা ভগৱানে তোমালোক সহায় কৰক এনেকুৱা গীত আৰু শুনিবলৈ পাম বুলি আশা ৰাখিলো

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před 3 lety +1

      @JN entertainment আপোনাৰ channelৰ পৰা link tu share কৰিব।আমাক আগ বাঢ়ি যোৱাত সহায় কৰিব। সবিশেষ জানিবলৈ দেবঙ্গৰাজ মেধিক যোগাযোগ কৰক 8208181130

  • @GODISGOOD1984
    @GODISGOOD1984 Před 3 lety +2

    ভাল লাগিল গীতটো । সঁচাকৈয়ে বৰ প্ৰসংশনীয় হৈছে। আমাৰ অনবদ্য সংস্কৃতিক এনেকৈ ধৰি ৰখাৰ এই মহান প্ৰচেষ্টাক কৰযোৰে সেৱা জনাইছোঁ। বহুত বহুত ধন্যবাদ যাচিলোঁ আপোনালোকক🙏🙏🙏

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před 3 lety

      আপোনাৰ channelৰ পৰা link tu share কৰিব।আমাক আগ বাঢ়ি যোৱাত সহায় কৰিব। সবিশেষ জানিবলৈ দেবঙ্গৰাজ মেধিক যোগাযোগ কৰক 8208181130

  • @sanjaymili473
    @sanjaymili473 Před 3 lety +4

    ৰাস উৎসৱৰ মধুৰ ক্ষণ নিৰ্দিষ্টকৈ কেৱল কোনো এখন ঠাইতে নাথাকে, ৰাস প্ৰত্যেকজন মাজুলীয়ানৰ মনে-প্ৰাণে নিমজ্জিত হৈ থাকে আৰু সদায় থাকিব।
    এই গীতটিয়ে এনে অনাকাংক্ষিত আৰু বিপদময় সময়তো সমূহ ৰাসপ্ৰেমী ৰাইজক ৰাসৰ মধুৰ সুৱাদ দিলে।
    অতি সুন্দৰ ❣️❣️❣️❣️❣️
    Akash Anukul Da, Ananta Da, Anurag Da
    ❣️❣️❣️❣️

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před měsícem

      Warm wishes and regards to you soul's for the blessings and support, stay tuned for more upcoming update.
      কৃষ্ণ🌍🙏🏿
      আপোনাৰ অনুভৱ আৰু দিহা পৰামৰ্শ বাবে অলেখ সেৱা জনালোঁ।

  • @bhoirabdehingia5647
    @bhoirabdehingia5647 Před 3 lety +3

    মাজুলীবাসীৰ আবেগ জৰ্জৰিত এটি গীত ! বহুত দিনৰ অপেক্ষাৰ মুৰত সম্পূৰ্ণ গীতটো শুনিবলৈ পালোঁ 😊 মন মুগ্ধ কৰি গ'ল ❤️মাজুলী সচাকৈ বেলেগকৈ পৃথক❤️। ধন্যবাদ জ্ঞাপন কৰিলোঁ ...

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před 3 lety

      আপোনাৰ channelৰ পৰা link tu share কৰিব।আমাক আগ বাঢ়ি যোৱাত সহায় কৰিব। সবিশেষ জানিবলৈ দেবঙ্গৰাজ মেধিক যোগাযোগ কৰক 8208181130

  • @karabisaikia8272
    @karabisaikia8272 Před 3 lety +61

    সকলোৱে আদৰি ল'ব আপোনালোকৰ এই মূল্যবান উপহাৰটি❤️🌼 শুনি ভাল‌ লাগিল 🌼❤️

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před 3 lety

      @JN entertainment আপোনাৰ channelৰ পৰা link tu share কৰিব।আমাক আগ বাঢ়ি যোৱাত সহায় কৰিব। সবিশেষ জানিবলৈ দেবঙ্গৰাজ মেধিক যোগাযোগ কৰক 8208181130

    • @kizermusic
      @kizermusic Před rokem +1

      @@zonakthelivestation8268 m

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před měsícem

      ​@@kizermusicWarm wishes and regards to you soul's for the blessings and support, stay tuned for more upcoming update.
      কৃষ্ণ🌍🙏🏿
      আপোনাৰ অনুভৱ আৰু দিহা পৰামৰ্শ বাবে অলেখ সেৱা জনালোঁ।

  • @udeswarmili
    @udeswarmili Před 3 lety +1

    Super se upar hit hai.... Gaan2 lyrics & voice top...😍

  • @RITUTALKS
    @RITUTALKS Před 3 lety +21

    মন মুগ্ধ কৰি গ'ল। ধন্যবাদ জ্ঞাপন কৰিলো।
    গীতটি ভাল পোৱা সকলে লাইক এটি কৰি দিব👍

    • @gyannarah9677
      @gyannarah9677 Před 3 lety +1

      Vai ei gantu kio মোৰ বাৰ val লাগে rahat tupani মাৰি takileu ei gantu uluar lage lage har পাওঁ

    • @gyannarah9677
      @gyannarah9677 Před 3 lety +1

      gantu aji mbl ত pai val পাই val পালো

    • @gyannarah9677
      @gyannarah9677 Před 3 lety +1

      mai 19 bar lik দিম tenson naloba

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před měsícem

      Warm wishes and regards to you soul's for the blessings and support, stay tuned for more upcoming update.
      কৃষ্ণ🌍🙏🏿
      আপোনাৰ অনুভৱ আৰু দিহা পৰামৰ্শ বাবে অলেখ সেৱা জনালোঁ।

  • @njyotithangta999
    @njyotithangta999 Před 3 lety +1

    মাজুলী সচাকৈ বেলেগতকৈ পৃথক ।।।
    Love From NJyoti Konwar ⚔️ 💓♥️💓 ...
    #Sivasagar ♥️👍♥️ ...

  • @bhaskarmajuli7391
    @bhaskarmajuli7391 Před 3 lety +16

    "চলি গৈলা" শীৰ্ষক গীতটিৰ স্ৰষ্টা শ্ৰদ্ধাৰ শ্ৰীযুত ইন্দেশ্বৰ নাথ দেৱৰ লগতে বৰ্তমান এই গীতটিত নতুনকৈ কণ্ঠদান কৰা আৰু সুন্দৰ সংগীতেৰে সজাই পৰাই তোলা শিল্পী সকললৈ তথা মাজুলীৰ বুকুত নতুনকৈ জন্ম লাভ কৰা সাৰেঙ্গ ষ্টুডিঅলৈ অশেষ ধন্যবাদ ইমান এটা সুন্দৰ গীত আমাক উপহাৰ দিয়াৰ বাবে।💟
    💐সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছো💐

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před 3 lety

      @JN entertainment আপোনাৰ channelৰ পৰা link tu share কৰিব।আমাক আগ বাঢ়ি যোৱাত সহায় কৰিব। সবিশেষ জানিবলৈ দেবঙ্গৰাজ মেধিক যোগাযোগ কৰক 8208181130

  • @Priyanki234
    @Priyanki234 Před 10 měsíci +5

    মাজুলীৰ প্ৰত্যেক গৰাকী নাগৰিকৰ লগতে আমাৰ মৰমৰ মাজুলী খনিলৈ হিয়াভৰা উলগ জনালোঁ। Love from teok , jorhat

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před měsícem

      Warm wishes and regards to you soul's for the blessings and support, stay tuned for more upcoming update.
      কৃষ্ণ🌍🙏🏿
      আপোনাৰ অনুভৱ আৰু দিহা পৰামৰ্শ বাবে অলেখ সেৱা জনালোঁ।

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před měsícem

      Warm wishes and regards to you soul's for the blessings and support, stay tuned for more upcoming update.
      কৃষ্ণ🌍🙏🏿
      আপোনাৰ অনুভৱ আৰু দিহা পৰামৰ্শ বাবে অলেখ সেৱা জনালোঁ।

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před měsícem

      Warm wishes and regards to you soul's for the blessings and support, stay tuned for more upcoming update.
      কৃষ্ণ🌍🙏🏿
      আপোনাৰ অনুভৱ আৰু দিহা পৰামৰ্শ বাবে অলেখ সেৱা জনালোঁ।

  • @gubindrachbharail5713
    @gubindrachbharail5713 Před 3 lety +7

    বহুত ভাল লাগিল শুনি,,,,,আচলতে এই গীতটি শুনিবলৈ হেঁপাহেৰে অপেক্ষা কৰি আছিলোঁ,,,সুন্দৰ সংগীত,বাদ্যযন্ত্রী আৰু কলা কৌশলী সকলৰ নিপুনতাৰ বাবে ৰাসৰ দৈত্য গনে আকৌ প্ৰাণ পাই উঠিছে।,,,,,আগলৈও এনে মধুৰ গীত শুনিবলৈ পাম বুলি আশা থাকিল।

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před 3 lety

      আপোনাৰ channelৰ পৰা link tu share কৰিব।আমাক আগ বাঢ়ি যোৱাত সহায় কৰিব। সবিশেষ জানিবলৈ দেবঙ্গৰাজ মেধিক যোগাযোগ কৰক 8208181130

  • @paragsway
    @paragsway Před 3 lety +2

    বঢ়িয়া বঢ়িয়া বঢ়িয়া হৈছে..... এইবাৰ ৰাস পূৰ্ণিমাত এইটোৱেই বাজিব.....

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před 3 lety

      আপোনাৰ channelৰ পৰা link tu share কৰিব।আমাক আগ বাঢ়ি যোৱাত সহায় কৰিব। সবিশেষ জানিবলৈ দেবঙ্গৰাজ মেধিক যোগাযোগ কৰক 8208181130

  • @monigogoi3414
    @monigogoi3414 Před 3 lety +41

    সুন্দৰ লাগিল! মাজুলিক কেতিয়াও পাহৰিব নোৱাৰিম ।

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před 3 lety

      @JN entertainment আপোনাৰ channelৰ পৰা link tu share কৰিব।আমাক আগ বাঢ়ি যোৱাত সহায় কৰিব। সবিশেষ জানিবলৈ দেবঙ্গৰাজ মেধিক যোগাযোগ কৰক 8208181130

  • @bijumonihazarika8456
    @bijumonihazarika8456 Před 3 lety +1

    ভাষা নাই, অতি সুন্দৰ হৈছে ।আমাৰ নামনি গড়মূৰৰ ৰাসলৈ ও মনত পৰিল ।👍👍👍

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před 3 lety

      আপোনাৰ channelৰ পৰা link tu share কৰিব।আমাক আগ বাঢ়ি যোৱাত সহায় কৰিব। সবিশেষ জানিবলৈ দেবঙ্গৰাজ মেধিক যোগাযোগ কৰক 8208181130

  • @avijitborah3624
    @avijitborah3624 Před rokem +4

    I love this song,, love form dibrugarh,,,

  • @pankajuzir6509
    @pankajuzir6509 Před 3 lety +2

    অপূৰ্ব । এটি মিঠা অপেক্ষাৰ অন্ত পৰিল

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před 3 lety

      আপোনাৰ channelৰ পৰা link tu share কৰিব।আমাক আগ বাঢ়ি যোৱাত সহায় কৰিব। সবিশেষ জানিবলৈ দেবঙ্গৰাজ মেধিক যোগাযোগ কৰক 8208181130

  • @junmonimahanta12534
    @junmonimahanta12534 Před 3 lety +14

    সুন্দৰ হৈছে ।ভাষা নাই কবলে ❤️🌹🥰🙏

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před 3 lety

      @JN entertainment আপোনাৰ channelৰ পৰা link tu share কৰিব।আমাক আগ বাঢ়ি যোৱাত সহায় কৰিব। সবিশেষ জানিবলৈ দেবঙ্গৰাজ মেধিক যোগাযোগ কৰক 8208181130

  • @dhirensaikia7888
    @dhirensaikia7888 Před 3 lety +2

    Bht bht val lage huni
    Bubu priyam official r pora ahe hunisu.
    Huni a asu non stop din tut 20 baru uporot..
    Anukul da hit aei bar ❤❤❤😘😘😘😍😍❤❤❤❤❤❤❤❤❤

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před měsícem

      Warm wishes and regards to you soul's for the blessings and support, stay tuned for more upcoming update.
      কৃষ্ণ🌍🙏🏿
      আপোনাৰ অনুভৱ আৰু দিহা পৰামৰ্শ বাবে অলেখ সেৱা জনালোঁ।

  • @jagadishkakati4517
    @jagadishkakati4517 Před 2 lety +16

    নামনি অসমৰ পৰা🙏🙏🙏❤️❤️❤️❤️❤️❤️

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před 10 měsíci +1

      Warm wishes and regards to you soul's for the blessings and support, stay tuned for more upcoming update.
      কৃষ্ণ, আপোনাৰ অনুভৱ আৰু দিহা পৰামৰ্শ বাবে অলেখ সেৱা জনালোঁ।

  • @utpaldutta313
    @utpaldutta313 Před 3 lety +2

    বহুত ধুনীয়া।শুভেচ্ছা থাকিল সকলোলৈকে🌺🌺🥀🥀💕💕

  • @dhonborah6451
    @dhonborah6451 Před 3 lety +48

    বহুত বহুত ভাল লাগিছে।
    মই পতিয়া তিনি আলিত পুৰা লগাই আছোঁ ।

    • @user-kn8lp3gr8n
      @user-kn8lp3gr8n Před 3 lety +8

      শুনিছো শুনিছো

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před 3 lety

      @JN entertainment আপোনাৰ channelৰ পৰা link tu share কৰিব।আমাক আগ বাঢ়ি যোৱাত সহায় কৰিব। সবিশেষ জানিবলৈ দেবঙ্গৰাজ মেধিক যোগাযোগ কৰক 8208181130

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před 3 lety +1

      @@user-kn8lp3gr8n @JN entertainment আপোনাৰ channelৰ পৰা link tu share কৰিব।আমাক আগ বাঢ়ি যোৱাত সহায় কৰিব। সবিশেষ জানিবলৈ দেবঙ্গৰাজ মেধিক যোগাযোগ কৰক 8208181130

  • @brojenborah4704
    @brojenborah4704 Před 3 lety +1

    আকাশ,ৰাসত লাগি থকা মানুহেহে বুজি পায় মাজুলীৰ ৰাসৰ কথা।আনে কি বুজিব।অতি সুন্দৰ উপস্থাপন কৰিছা।মাজুলীয়াল হিচাপে সচাই গৌৰৱবোধ কৰিছো।আৰু আগুৱাই যোৱা তুমি।

  • @tarunboruah1742
    @tarunboruah1742 Před 3 lety +20

    সকলো কৰ্ম কৰতাক শুভেচ্ছা জ্ঞাপন কৰিলোঁ সুন্দৰ উপহাৰ মাজুলিবাসী হিচাপে আৰু বেচি গৌৰৱ অনুভৱ কৰিছোঁ !!

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před měsícem

      Warm wishes and regards to you soul's for the blessings and support, stay tuned for more upcoming update.
      কৃষ্ণ🌍🙏🏿
      আপোনাৰ অনুভৱ আৰু দিহা পৰামৰ্শ বাবে অলেখ সেৱা জনালোঁ।

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před měsícem

      Warm wishes and regards to you soul's for the blessings and support, stay tuned for more upcoming update.
      কৃষ্ণ🌍🙏🏿
      আপোনাৰ অনুভৱ আৰু দিহা পৰামৰ্শ বাবে অলেখ সেৱা জনালোঁ।

  • @rpborah7737
    @rpborah7737 Před 3 lety +1

    ধুনীয়া। 10 বাৰ মান শুনিলো।

  • @utpaldutta5497
    @utpaldutta5497 Před 3 lety +5

    ভগৱানৰ ৰাসলীলা প্ৰদৰ্শনৰ পূৰ্বে এনে আৰু অপূৰ্ব সৃষ্টি দেখিবলৈ তথা শুনিবলৈ পাম বুলি আশা ৰাখি। সমূহ কৰ্মকৰ্তালৈ আন্তৰিক শুভেচ্ছা জনালোঁ।🙏

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před 3 lety +2

      আপোনাৰ channelৰ পৰা link tu share কৰিব।আমাক আগ বাঢ়ি যোৱাত সহায় কৰিব। সবিশেষ জানিবলৈ দেবঙ্গৰাজ মেধিক যোগাযোগ কৰক 8208181130

  • @nikibaruah-f1y
    @nikibaruah-f1y Před 3 lety +1

    Bohut val lagil huni vini aguai jua😊😊

  • @majulirdeka4857
    @majulirdeka4857 Před 3 lety +17

    গানটো শুনি ভাল লাগিল আৰু অলপমান দীঘল হোৱা হলে আৰু ভাল লাগিল হয়"ধুনীয়া

    • @lakhyanath9986
      @lakhyanath9986 Před 3 lety +1

      Hoinki🥴

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před 3 lety

      @JN entertainment আপোনাৰ channelৰ পৰা link tu share কৰিব।আমাক আগ বাঢ়ি যোৱাত সহায় কৰিব। সবিশেষ জানিবলৈ দেবঙ্গৰাজ মেধিক যোগাযোগ কৰক 8208181130

  • @gyan2587
    @gyan2587 Před 3 lety +16

    অতি সুন্দৰ।
    বহুত বহুত শুভেচ্ছা যাচিলো।

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před 3 lety +1

      @JN entertainment আপোনাৰ channelৰ পৰা link tu share কৰিব।আমাক আগ বাঢ়ি যোৱাত সহায় কৰিব। সবিশেষ জানিবলৈ দেবঙ্গৰাজ মেধিক যোগাযোগ কৰক 8208181130

  • @jyotshnasaikia8001
    @jyotshnasaikia8001 Před 3 lety +3

    Hunilei huni thakibor mon jai🥰🥰🥰ati hundor

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před 3 lety

      আপোনাৰ channelৰ পৰা link tu share কৰিব।আমাক আগ বাঢ়ি যোৱাত সহায় কৰিব। সবিশেষ জানিবলৈ দেবঙ্গৰাজ মেধিক যোগাযোগ কৰক 8208181130

  • @niranjanborpatra1290
    @niranjanborpatra1290 Před 3 lety +1

    এজন অসমীয়া হিচাপে গৌৰাৱবোধ কৰোঁ!সুন্দৰ হৈছে অতি সুন্দৰ।আগুৱাই যোৱাটো কামনা কৰোঁ।
    ||জয় গুৰু শংকৰ||

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před 3 lety

      আপোনাৰ channelৰ পৰা link tu share কৰিব।আমাক আগ বাঢ়ি যোৱাত সহায় কৰিব। সবিশেষ জানিবলৈ দেবঙ্গৰাজ মেধিক যোগাযোগ কৰক 8208181130

  • @jahnobeekohar8224
    @jahnobeekohar8224 Před 3 lety +26

    অতি সুন্দৰ হৈছে 👍
    শুনিয়েই থাকিব মন গৈছে 🤗
    আগুৱাই যাওক 🙏

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před 3 lety +1

      @JN entertainment আপোনাৰ channelৰ পৰা link tu share কৰিব।আমাক আগ বাঢ়ি যোৱাত সহায় কৰিব। সবিশেষ জানিবলৈ দেবঙ্গৰাজ মেধিক যোগাযোগ কৰক 8208181130

  • @nihartanvi7591
    @nihartanvi7591 Před 3 lety +1

    বহুত সু্ন্দৰ আকাশ , সকলোলৈকে শুভ কামনা জনালোঁ।

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před 3 lety

      আপোনাৰ channelৰ পৰা link tu share কৰিব।আমাক আগ বাঢ়ি যোৱাত সহায় কৰিব। সবিশেষ জানিবলৈ দেবঙ্গৰাজ মেধিক যোগাযোগ কৰক 8208181130

  • @hrghrishi8659
    @hrghrishi8659 Před 3 lety +24

    অতি সুন্দৰ ।।
    বহুত অপেক্ষা অন্তত শুনিবলৈ পালো ।।
    শুভকামনা থাকিল সকলো লৈকে

  • @manashnath4548
    @manashnath4548 Před 3 lety +2

    খুউব সুন্দৰ....... 💖

  • @rupamtamulikaku6271
    @rupamtamulikaku6271 Před 3 lety +22

    সুন্দৰ থিম,আৰু আগুৱাই যাওকঁ।🙏💖

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před 3 lety

      @JN entertainment আপোনাৰ channelৰ পৰা link tu share কৰিব।আমাক আগ বাঢ়ি যোৱাত সহায় কৰিব। সবিশেষ জানিবলৈ দেবঙ্গৰাজ মেধিক যোগাযোগ কৰক 8208181130

  • @mithubharali
    @mithubharali Před 3 lety +2

    Xundr..bhut bhut vl lgel..akdom majuli rkh sbo mn goise

  • @upasanasaikia6414
    @upasanasaikia6414 Před 3 lety +3

    বহুত বহুত শুভেচ্ছা থাকিল সকলো লৈকে🙏🙏♥️♥️👌👌👌👍👍👍

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před 3 lety

      আপোনাৰ channelৰ পৰা link tu share কৰিব।আমাক আগ বাঢ়ি যোৱাত সহায় কৰিব। সবিশেষ জানিবলৈ দেবঙ্গৰাজ মেধিক যোগাযোগ কৰক 8208181130

  • @shristipriya3069
    @shristipriya3069 Před 3 lety +1

    Bohut val lgisa.. Majulir gourob

  • @saratnath1609
    @saratnath1609 Před 3 lety +18

    বহু দিন অপেক্ষাৰ মুৰত সম্পুৰ্ণ গীতটো শুনিবলে পালোগে........ভাল লাগিছে ৷

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před 3 lety

      @JN entertainment আপোনাৰ channelৰ পৰা link tu share কৰিব।আমাক আগ বাঢ়ি যোৱাত সহায় কৰিব। সবিশেষ জানিবলৈ দেবঙ্গৰাজ মেধিক যোগাযোগ কৰক 8208181130

  • @dipankaborah5251
    @dipankaborah5251 Před 3 lety +1

    সুন্দৰ........ বহুত ভাল লাগিছে।

  • @toraliborah5622
    @toraliborah5622 Před 3 lety +37

    কবলৈ ভাষা নাই
    বহুত ভাল লাগিল❤️

    • @tapansaikiafilms5105
      @tapansaikiafilms5105 Před 3 lety +1

      Moja

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před 3 lety

      @JN entertainment আপোনাৰ channelৰ পৰা link tu share কৰিব।আমাক আগ বাঢ়ি যোৱাত সহায় কৰিব। সবিশেষ জানিবলৈ দেবঙ্গৰাজ মেধিক যোগাযোগ কৰক 8208181130

    • @pronabhazarika7618
      @pronabhazarika7618 Před 3 lety

      😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘

  • @akankshyajunakmajuli2435
    @akankshyajunakmajuli2435 Před 3 lety +2

    বৰ ধুনীয়া হৈছে সদায় ৰাতিপুৱা এইটো শুনিম

  • @deepjyotiyoutube8460
    @deepjyotiyoutube8460 Před 10 měsíci +4

    সাংস্কৃতিক প্ৰাণকেন্দ্ৰ মাজুলী ৷ ৰাস মেইন ❤

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před 10 měsíci

      Warm wishes and regards to you soul's for the blessings and support, stay tuned for more upcoming update.
      কৃষ্ণ, আপোনাৰ অনুভৱ আৰু দিহা পৰামৰ্শ বাবে অলেখ সেৱা জনালোঁ।

  • @mamuborah8948
    @mamuborah8948 Před 3 lety +2

    বহুত বহুত ভাল লাগিচে 💓💓মাজুলিৰ লৰা হয়

  • @rituponborah7829
    @rituponborah7829 Před 3 lety +217

    Dis like মৰা গিতা চাগে ডাঙৰ মহান সংগীতৰ ৰজা।সুমধুৰ সংগীত।বহুত ভাল লাগিল ।।আগুৱাই যাওক।😍

    • @lakhyajyotibez2243
      @lakhyajyotibez2243 Před 3 lety +7

      কি ভাল কি বেয়া তেওঁলোকে নাজানে। যি কেই জনে Dis like কৰিছে তেওঁলোকৰ এটা গানো শুনা নাই । you tubt পাম নি । তেওঁলোকৰ ভাল গান শুনিব।

    • @bituponborahofficial3391
      @bituponborahofficial3391 Před 3 lety +4

      Mojja dise

    • @lalitadas1941
      @lalitadas1941 Před 3 lety +3

      সচা কথা

    • @ashimdas685
      @ashimdas685 Před 3 lety +9

      ককা কেইজনে নোগোৱা হলে আৰু অলপ ভাল লাগিল হয় অথবা অকল এজন মানুহে গোৱা হলেও ভাল লাগিল হেতেন। গানটো যি ভাগে ষ্টাৰ্ট হৈছিল তেনেকৈ শেষ কৰিব লাগিছিল। chorus ত গোৱাৰ কাৰণে মাতটো অলপ ফাটি গ'ল। হলেও বেয়া লগা নাই। হলেও প্ৰথম চুটি চুটি কে video কেইটা যে উলিয়াইছিলে তেনেকে হোৱা হলে গানটো আৰু অলপ হিট হল হেতেন।

    • @dancemania6123
      @dancemania6123 Před 3 lety

      @@lakhyajyotibez2243 eeee

  • @mayonkpranjaldas1209
    @mayonkpranjaldas1209 Před 3 lety +2

    ধুনিয়া এটি গীত উপহাৰ কৰা বাবে ধন্যবাদ❤❤❤❤❤💙

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před 3 lety +1

      আপোনাৰ channelৰ পৰা link tu share কৰিব।আমাক আগ বাঢ়ি যোৱাত সহায় কৰিব। সবিশেষ জানিবলৈ দেবঙ্গৰাজ মেধিক যোগাযোগ কৰক 8208181130

    • @mayonkpranjaldas1209
      @mayonkpranjaldas1209 Před 3 lety

      Sure bro... Agbahi jua hodaii..

  • @pankajdutta8660
    @pankajdutta8660 Před 2 lety +29

    মাজুলীৰ ৰাস , আৰু ৰসৰ সময়ৰ পৰিৱেশ ........এটা বুজাব নোৱাৰা অনুভৱ ........ মাজুলীত জন্ম হৈছো .....সেই বাবে নিজকে ভাগ্যবান বুলি ভাবো🙏🙏🙏এই গীতটি এ সকলোৰে হৃদয়ত ৰসৰ উন্মাদনা জগাই তুলিছে.....সকলো কলা কৌশলীক ধন্যবাদ জনালো।

    • @seemakalita5135
      @seemakalita5135 Před rokem +2

      Hoi. Ei dhoroner geet xunile voktit mur du khai Jai. Krishna . Ami pronam jonaisu kola kuxoli xokolok.

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před 10 měsíci

      Warm wishes and regards to you soul's for the blessings and support, stay tuned for more upcoming update.
      কৃষ্ণ, আপোনাৰ অনুভৱ আৰু দিহা পৰামৰ্শ বাবে অলেখ সেৱা জনালোঁ।

  • @UNBhagya
    @UNBhagya Před 9 měsíci +2

    সুন্দৰ গীতটি আজি আকৌ এবাৰ শুনিলো,,, বৰ ভাল লাগে যে আমি মাজুলী বাসি...🥰❤️

  • @dhirankumardutta1569
    @dhirankumardutta1569 Před 3 lety +3

    বহুত ভাল লাগিছে.সকলোলৈকে শুভকামনা জনালো.

  • @sujitborah4997
    @sujitborah4997 Před 3 lety +1

    sundor hoise medhi😍👍🎶

  • @DNlifestyle123
    @DNlifestyle123 Před 3 lety +25

    অপূৰ্ব❤️🙏
    শুভকামনা থাকিল৷

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před 3 lety

      @JN entertainment আপোনাৰ channelৰ পৰা link tu share কৰিব।আমাক আগ বাঢ়ি যোৱাত সহায় কৰিব। সবিশেষ জানিবলৈ দেবঙ্গৰাজ মেধিক যোগাযোগ কৰক 8208181130

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před 3 lety

      @JN entertainment আপোনাৰ channelৰ পৰা link tu share কৰিব।আমাক আগ বাঢ়ি যোৱাত সহায় কৰিব। সবিশেষ জানিবলৈ দেবঙ্গৰাজ মেধিক যোগাযোগ কৰক 8208181130

  • @samujjolhatiboruah8241

    কি সুন্দৰ সছাঁকৈ! মন আপ্লুত হৈ গ'ল!

  • @aparajitphukan7130
    @aparajitphukan7130 Před 2 lety +9

    ❤❤ৰাস বলিয়া আমিবোৰ❤❤
    🤗ৰাস বুলিলেই আনন্দত আত্মহাৰা হও ।🤗
    ❤গানটো সচাকৈয়ে বহুত ভাল লাগিল❤
    💓💓LOVE FROM LAKHIMPUR💓💓

  • @mrinmoygoswamiofficial588
    @mrinmoygoswamiofficial588 Před 3 lety +26

    2:42 .....যাৰ বাবে ৰৈ আছিল সমগ্ৰ মাজুলীৰ লগতে অসম বাসী।বঢ়িয়া গোটেই পৰিয়াল...

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před 3 lety

      @JN entertainment আপোনাৰ channelৰ পৰা link tu share কৰিব।আমাক আগ বাঢ়ি যোৱাত সহায় কৰিব। সবিশেষ জানিবলৈ দেবঙ্গৰাজ মেধিক যোগাযোগ কৰক 8208181130

  • @bikashsaikianewyoutubechan7172

    Bohut vl lgil suni.lovely song ❤️

  • @pranatisaikia9421
    @pranatisaikia9421 Před 3 lety +3

    Dislike মৰা কেইজনক মানিছো কিন্তু।।।ইমান ধুনীয়া এটা গীতত dislike ,মাজুলীৰ মানুহ ৰ আবেগ জড়িত হৈ আছে গীতটিত।।ইমান ধুনীয়াকৈ কমেণ্ট বোৰ দিছে বহুত ভাল লাগিছে।।আকাশ দা আপোনাৰ এইটো এটা ধুনীয়া উপহাৰ সকলোৱে বাবে।শুভ কামনা থাকিল দাদা❤️🤘🤞🌸

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před 3 lety

      আপোনাৰ channelৰ পৰা link tu share কৰিব।আমাক আগ বাঢ়ি যোৱাত সহায় কৰিব। সবিশেষ জানিবলৈ দেবঙ্গৰাজ মেধিক যোগাযোগ কৰক 8208181130

    • @pranatisaikia9421
      @pranatisaikia9421 Před 3 lety

      @@zonakthelivestation8268 নিশ্চয়

  • @rajoshreesaikia2622
    @rajoshreesaikia2622 Před 3 lety +2

    Just one word i can say,,,, excellent.... Love 4m Sangskrit Pritom(Om Natya Gusthi)

  • @niharikasaikia414
    @niharikasaikia414 Před 3 lety +14

    বহুত সুন্দৰ ❤️❤️❤️ কবলৈ ভাষা নাই👌🙏

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před 3 lety

      @JN entertainment আপোনাৰ channelৰ পৰা link tu share কৰিব।আমাক আগ বাঢ়ি যোৱাত সহায় কৰিব। সবিশেষ জানিবলৈ দেবঙ্গৰাজ মেধিক যোগাযোগ কৰক 8208181130

  • @ispleasegaming3070
    @ispleasegaming3070 Před 2 lety +1

    সংগীত সম্পৰ্কে বিশেষ জ্ঞান মোৰ নাই। তথাপিও এই গীতটিয়ে ৰাসৰ স্বকীয় মৰ্যাদা ৰক্ষা কৰাৰ লগতে আত্ম - স্বাভিমান পৰিচয় দাঙি ধৰাৰ উৎকৃষ্ট উদাহৰণ দেখা পাই আনন্দ অনুভব কৰিছোঁ।

  • @khanjurinath326
    @khanjurinath326 Před 3 lety +20

    ইন্দ্ৰেশ্বৰ নাথৰ অনুপম লিখনি সুৰ আৰু আকাশ অনুকূল দাৰ লগতে তেওঁ নিজে কণ্ঠদান কৰা গীত টি শুনি অতি আনন্দিত হলো।খুব সুন্দৰ প্ৰচেষ্টা

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před 3 lety

      @JN entertainment আপোনাৰ channelৰ পৰা link tu share কৰিব।আমাক আগ বাঢ়ি যোৱাত সহায় কৰিব। সবিশেষ জানিবলৈ দেবঙ্গৰাজ মেধিক যোগাযোগ কৰক 8208181130

  • @ankitahazarika7670
    @ankitahazarika7670 Před 3 lety +1

    Bohut dhunia...adori louk hokolue...mon pran sui jua ak modhur gitor lohor.....

  • @zonakthelivestation8268
    @zonakthelivestation8268  Před 3 lety +14

    Thnq for all your support and blessings 🙏

  • @bijitboruah9358
    @bijitboruah9358 Před 3 lety +1

    মাজুলীখন চাবলৈ বহুত মন আছে, ভগৱানে কৃপা কৰিলে এদিন যাম, মনমোহা মাজুলী চাবলে

  • @porinitahatiboruahporinita8742

    বহুত ভাল হৈছে গানটো ❤️❤️ শুনি থাকিলেও আমনি নলগা এটি গীত 🥰🥰আৰু এনকুৱা সুন্দৰ গীত আমাক উপহাৰ দি থাকিব বুলি আশা থাকিল❤️ আৰু আগুৱাই যাওক❤️❤️

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před 3 lety +1

      আপোনাৰ channelৰ পৰা link tu share কৰিব।আমাক আগ বাঢ়ি যোৱাত সহায় কৰিব। সবিশেষ জানিবলৈ দেবঙ্গৰাজ মেধিক যোগাযোগ কৰক 8208181130

  • @rituponsaikia6767
    @rituponsaikia6767 Před 3 lety +1

    সুন্দৰ হৈছে বহুত ভাল লাগিল আগলৈয়ো এনেকোৱা গীত পাই থাকিম বুলি আাশা কৰিলো । আপোনালোকলে বহুত বহুত ধন্যবাদ ।

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před 3 lety

      আপোনাৰ channelৰ পৰা link tu share কৰিব।আমাক আগ বাঢ়ি যোৱাত সহায় কৰিব। সবিশেষ জানিবলৈ দেবঙ্গৰাজ মেধিক যোগাযোগ কৰক 8208181130

  • @mouchumisaikia1823
    @mouchumisaikia1823 Před 3 lety +3

    অতি সূন্দৰ...শুভকামনা থাকিল

  • @hemangahazarika1190
    @hemangahazarika1190 Před 3 lety +2

    সচাকৈ বৰ ভাল লাগিল গানটি শুনি.... আপোনালোকৰ এই অনুপম সৃষ্টিক কোটিবাৰ প্ৰনাম..... আপোনালোকৰ এই সৃষ্টি যেন এনেদৰেই অব্যাহত ৰাখক...🙏🙏

  • @pkentertainment544
    @pkentertainment544 Před 3 lety +30

    দিছ লাইক মৰা‌কেইটা‌ ৰাকু দাৰ ভক্ত যেন পাও😁😁😁

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před 3 lety +1

      @JN entertainment আপোনাৰ channelৰ পৰা link tu share কৰিব।আমাক আগ বাঢ়ি যোৱাত সহায় কৰিব। সবিশেষ জানিবলৈ দেবঙ্গৰাজ মেধিক যোগাযোগ কৰক 8208181130

    • @bituponborahofficial3391
      @bituponborahofficial3391 Před 3 lety +1

      🤣😂🤣😂😂😂👌👌👍👍

  • @bedantaborah4714
    @bedantaborah4714 Před 3 lety +1

    Bohut val lagile 😍

  • @jurisaikia8278
    @jurisaikia8278 Před 9 měsíci +3

    গীতটিৰ লগত জৰিত প্ৰতিজন ব্যক্তিকেই প্ৰণাম 🙏🙏

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před 9 měsíci +1

      KRISHNA,
      THE GOD WILL BLESS YOU FOR SUPPORTING US . STAY TUNED FOR MORE UPDATES.

  • @Gwjwngoyary736
    @Gwjwngoyary736 Před 3 lety +1

    Aibr soli goilai xundim deii❤️❤️❤️

  • @dipshikamili3194
    @dipshikamili3194 Před 3 lety +7

    Ananta mama ❤️Aru aguwai juwa🤗huni Val lagil❤️

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před 3 lety +1

      আপোনাৰ channelৰ পৰা link tu share কৰিব।আমাক আগ বাঢ়ি যোৱাত সহায় কৰিব। সবিশেষ জানিবলৈ দেবঙ্গৰাজ মেধিক যোগাযোগ কৰক 8208181130

  • @nagenbonia7148
    @nagenbonia7148 Před 2 lety +2

    Love from Majuli 💓💓💓

  • @SUKUMARBORUAH
    @SUKUMARBORUAH Před 3 lety +4

    বহুত বহুত সুমধুৰ গীত । শুনিয়ে থাকিম যেন অনবৰতে । ৰাস বুলিলে মাজুলীৰ কথাই সুকীয়া দেই । শুভেচ্ছা জনালো ।

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před 10 měsíci +1

      Warm wishes and regards to you soul's for the blessings and support, stay tuned for more upcoming update.
      কৃষ্ণ, আপোনাৰ অনুভৱ আৰু দিহা পৰামৰ্শ বাবে অলেখ সেৱা জনালোঁ।

  • @paparisaikia867
    @paparisaikia867 Před 3 lety +1

    আধ্যাত্মিকতাৰ মাজত সুমধুৰ সুৰ বাকী বোৰ বৰ সুন্দৰ ব্যৱস্থাপনা হৈছে ।অলেখ শুভকামনা জ্ঞাপন কৰিলো ।

    • @zonakthelivestation8268
      @zonakthelivestation8268  Před 3 lety

      আপোনাৰ channelৰ পৰা link tu share কৰিব।আমাক আগ বাঢ়ি যোৱাত সহায় কৰিব। সবিশেষ জানিবলৈ দেবঙ্গৰাজ মেধিক যোগাযোগ কৰক 8208181130

  • @digantaboruah5087
    @digantaboruah5087 Před 3 lety +6

    উৎকণ্ঠাৰ অন্ত পৰিল....ককাই আকাশ এটা সুন্দৰ উপহাৰ দিলে ভাল লাগিল। আগবাঢ়ি যাওঁক সকলোৰে কষ্ট সাৰ্থক হৈছে সুন্দৰ অতি সুন্দৰ