Aha Xokhi He || Churamoni Dutta || Assamese devotional song || Raas Song || melody || Trip.TY

Sdílet
Vložit
  • čas přidán 9. 09. 2024
  • This season parades towards the joyous aroma of love, a woeful tale of a Divine beginning with "Rasleela"
    Trip.ty will take you in an euphoric ride of paradise "Brindavan" with this mellifluous song. In Assam during the beginning of winter Lord Krishna appears and then begins this epic tale of joy, love, wonder, victory and end of evil.
    Thanks & Regards

Komentáře • 711

  • @prantikhazarika2923
    @prantikhazarika2923 Před 29 dny +4

    মাজুলী বাসীৰ কাৰনেতো এইটো অমৃত। শুনা লাগে লাগে goosebumps আহে

  • @upashanachabukdhara134
    @upashanachabukdhara134 Před 2 lety +80

    বেলেগে কি কয় মই নাজানো কিন্তু মই শুনি পগলা হৈ গৈছোঁ ৰাসৰ কাৰণে এই গীতটি এক শ্ৰেষ্ঠতম উপহাৰ।।কৃষ্ণ🙏💕

  • @manashikalita5151
    @manashikalita5151 Před 8 měsíci +19

    Krishna r logot ekatmo hoi jau gaan tu hunile.. Bohut val lage..

  • @gopalkurmi1161
    @gopalkurmi1161 Před 2 měsíci +1

    ইমান সুন্দৰ দিনটোত কেইবাৰ শুনো হিচাপ নাই বহুত ভাল লাগিল ❤️

  • @sailenbordoloi1895
    @sailenbordoloi1895 Před 3 lety +57

    বহুত ৰাসৰ গীত শুনিছোঁ । কিন্তু এই গীতটি অতিমাত্ৰা ধুনীয়া হৈছে হে।

  • @luhitmorang5729
    @luhitmorang5729 Před rokem +18

    ৰাস বুলি কলে এই গীতটিৰে বুকুত ছাঁ পেলাই যায়।গাঁওত প্ৰথম বাৰৰ বাবে বহুত কষ্ট কৰি ৰাস উদযাপন কৰিছিলোঁ।গান টি শুনা পিছত দুখ ভাগৰ আতৰি গৈছিল

  • @robindrapachari2564
    @robindrapachari2564 Před 2 lety +17

    গান টো শুনিয়েই ৰাসৰ নন্দালয়ৰ দৃশ্যটো মনত পৰি গৈছে আৰু আপোনাৰ কণ্ঠত গীতৰ প্ৰত্যেক শব্দই প্ৰাণ পাই উঠিছে

  • @samisthakumarsaikia3796
    @samisthakumarsaikia3796 Před 10 měsíci +33

    সঁচাকৈয়ে এই গীতটোৱে মন - প্ৰাণ শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ সেই সুন্দৰ দৃশ্যলৈ উৰুৱাই লৈ যায়.... এনেকুৱা এটি গীত পাই আমি সঁচাকৈয়ে ধন্য ।😊

  • @trishnakshideka9183
    @trishnakshideka9183 Před rokem +33

    বাহীৰ সুৰটো আহঃ কি অপূৰ্ব😊💝
    কণ্ঠ অতুলনীয়😊

  • @PahiGogoi-kp9co
    @PahiGogoi-kp9co Před měsícem +2

    গীতটি শুনিলে বহু কথা মনলৈ আহে। নিশাৰ লগৰী এই গীতটি। যিয়ে মনত দি যায় এক প্ৰকাশ কৰিব নোৱাৰা শান্তি❤😊

  • @ramkrishna3197
    @ramkrishna3197 Před rokem +6

    ককাইদেউ এসময়ত উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত আপোনাৰ বাঁহীৰ মাতে মুগ্ধ কৰিছিল ৷
    সুব সুন্দৰ ৷
    আগুৱাই যাওক

  • @DebajitKrDeka
    @DebajitKrDeka Před rokem +6

    Belege aitu gaan xuni ki koi najanu moi mudha hoi galu non stop 50 times xunilu hepah nopolai xuniye thakibo mon goise...jen ami...xosake krishak sabo parim...jen amio brindabon jam....bahir xur tuo apurbo...montra mugdho hoi galu ........thank you anekuwa song...guwar babe....... thank you again.....

  • @nijoraborahazarika3336
    @nijoraborahazarika3336 Před 2 lety +21

    আপোনাৰ কণ্ঠ ইমান ধুনীয়া যে -ভাষাৰে বুজাব নোৱাৰি । মই মোৰ জীৱনত প্ৰথমবাৰ ইমান ধুনীয়া গান শুনিলোঁ ।

  • @navajitgogoi5754
    @navajitgogoi5754 Před 2 lety +23

    ৰাসোৎসৱ সমাগত এনেকুৱা সময়ত গীতটো শুনিছো মন প্ৰাণ নাচি উঠিল।😍❤️

  • @imanentertainment5485
    @imanentertainment5485 Před 2 lety +29

    ককাইদেউ তোমাৰ কন্ঠ God gifted 🙌 ✨ 🥰😍😍❤❤

  • @birinchinath4320
    @birinchinath4320 Před 2 lety +12

    chura মই শুই উঠি এই গানটোৰ পৰাই নিজৰ দিনটো আৰম্ভ কৰোঁ। গানটো যিমান বাৰ শুনা হৈ প্ৰতি বাৰে তোমাৰ গায়কীৰ প্ৰেমত পৰা দৰে হয় । এক অদ্ভুত ধৰণৰ ভক্তি ভাৱ জাগি উঠে মনত। 💗❤️ আগলৈও এনেকৈ গান ৰাইজৰ মাজলে এৰি দিবা তাৰে আশা থাকিল । তোমাৰ হোষ্টেল মেট বিৰিঞ্চি 🙏

    • @churamonidutta
      @churamonidutta  Před 2 lety

      অশেষ ধন্যবাদ বিৰিঞ্চি। নিশ্চয় চেষ্টা কৰিম

  • @dipakbora1306
    @dipakbora1306 Před 3 lety +88

    মন প্ৰাণ পুলকিত কৰি তুলিছে গীতটোৱে, সঁচাই। মহাৰাসৰ এনে পবিত্ৰ সময়ছোৱাত অসমবাসীৰ বাবে এটা অতুলনীয় হৃদয়স্পৰ্শী উপহাৰ। কেইবাবাৰো শুনিলো ❤️
    অভিনন্দন সকলোলৈকে। ❤️🎉

  • @bhargobsaikia7974
    @bhargobsaikia7974 Před 3 lety +9

    Pura BRINDABAN t asu Jen lagise...❤️❤️

  • @musical7846
    @musical7846 Před rokem +9

    ইমান মন - প্রাণ জুৰুৱা কন্ঠ.. 🙏🌸🌸

  • @himangshudeka331
    @himangshudeka331 Před rokem +19

    ৰাসৰ সময়ত ইয়াত কৈ ডাঙৰ উপহাৰ কি হব পাৰে ধন্যবাদ ❤ আগুৱাই যাওঁক অন্তৰৰ পৰা শুভকামনা জনালোঁ

  • @user-sc8vv5pn9w
    @user-sc8vv5pn9w Před 2 lety +9

    ফেচবুকৰ অমূল্য অসম পেজত আজি শ্ৰী কৃষ্ণৰ জন্মাষ্টমী উপলক্ষে এটা এই গীতৰ video পাই ইউটিউব ত বিচাৰি ভালকৈ শুনিছোঁ,এবাৰ নহয় একে লেথাৰীয়ে সাত বাৰ ।হেপাহ পলোৱা নাই,ইমান ধুনীয়া কণ্ঠদান ❤️,বুকুৰ মাজত সোমাই পৰিল সঁচাই👏❤️

  • @user-jg1oo9fc1e
    @user-jg1oo9fc1e Před rokem +5

    মোৰেই ভাগ্য বেয়া এবছৰ আগৰে গানটো এটিয়াহে পাইছো৷ এইকেইদিন শুনিয়েই আছো৷ ইমান ধুনীয়া🙏

  • @user-sc8vv5pn9w
    @user-sc8vv5pn9w Před rokem +9

    যোৱাকালি মনাই জয়সিদ্ধি ৰাসত এই গীতটো গাইছে এজনে,সুৰ তানিবৈই নোৱাৰিলে,ঘৰ গুচি আহিলো শুনিয়েই😌

  • @bijaysvlog131
    @bijaysvlog131 Před 2 lety +2

    ভক্তিভৰা সোৱাদ । কি উওঁম উপহাৰ দেৱগন নহয়নে এয়া । মন পৰশা । হৃদয় জুৰোৱা ।

  • @jyotikaburagohain8690
    @jyotikaburagohain8690 Před 2 lety +59

    I'm so unlucky 😪😪because I found this MASTERPIECE a few days back.. So soothing voice..❤️❤️ নুশুনাকৈ মোৰ এটা দিনো পাৰ হোৱা নাই । দিনটোত কিমানবাৰ শুনো হিচাপ নাই।

  • @bishnubabuli28
    @bishnubabuli28 Před rokem +5

    দূবছৰ পূৰনি এটা গিত জন্মাষ্টমী দিনা চকুত পৰিল নাজানো এইয়া মোৰ সূভাগ্য নে দুৰ্ভাইগ🙏 আগুৱাই যোৱা❤

  • @kaushikbaruah9522
    @kaushikbaruah9522 Před 3 lety +94

    মহাৰাসৰ বতৰত ইয়াতকৈ ভাল উপহাৰ আৰু কি হ'ব পাৰে !! কৃষ্ণপ্ৰেম বৈ থাকক সকলোৰে অন্তৰে অন্তৰে । বহুত ধন্যবাদ chura দা ।

  • @huntuburagohain8166
    @huntuburagohain8166 Před 2 lety +4

    Krishna Jagat khon kenekua hobo kolponare vahi uthise. Salute

  • @sijuka44
    @sijuka44 Před 2 lety +7

    সঁচাকৈ শুনিলে শুনি থাকিবৰ মন যোৱা এটি মন পৰখা গীত

  • @kalpanahazarika7631
    @kalpanahazarika7631 Před rokem +2

    গোপীৰ হৃদয়ৰ আৱেগৰসুৰ মেন বাঁহী টিৰ সুৰ। বহুত বহুত সুমধুৰ।

  • @silaboro7112
    @silaboro7112 Před 9 měsíci +3

    Eman moja lagil gan tu xuni rakhot thoka jen lagil oooo dada very nice ❤❤❤❤❤❤❤❤❤❤❤❤❤😊😊😊😊😊😊😊😊😊😊

  • @sumithazarika9831
    @sumithazarika9831 Před rokem +4

    Kati aru aghun mahot rati hole ene xur xunibole pale montu brindabonole jabo khuje... Ene xundor xur aru tal ki je mon muhiniya.... 🙏krishna

  • @khirodtanti2919
    @khirodtanti2919 Před 2 lety +5

    O shyam Gopal guwali tapate nase.. eitu natun roopt xunibo paam buli axa krilu

  • @nabanitabonia8887
    @nabanitabonia8887 Před 3 lety +3

    বহুত ধুনীয়া হৈছে। বাৰে বাৰে শুনিও হেপাহ পলুৱা নাই। সঁচাই বহুত ধুনীয়া হৈছে। ❤❤❤

  • @porismitasaikia2834
    @porismitasaikia2834 Před rokem +6

    Excellent song ... Mon pran muhi Nile ow... Jay Krishna ❤️

  • @dolimali2550
    @dolimali2550 Před 9 měsíci +2

    কৃষ্ণ ৰাম দাস শিক্ষণ মহাবিদ্যালয়ৰ পৰিবেশ্য কলাৰ(Drama) ক্লাছৰ অংকীয়া নাট পৰিৱেশন কৰাৰ সময়ছোৱাত এই গীতটি বজোৱা শুনিলো, ইমান সুন্দৰ গীত যে মোৰ মন চুই গল।
    ৰ'ব নোৱাৰি গীতটি বিচাৰি আহিলো....
    মই এনে ও ভক্তিমূলক গীত শুনো, কিন্তু এই গীতটি কেনেকৈ ৰৈ গল ভাবি নাপাওঁ।
    ইমান সুন্দৰ গীত, অশেষ ধ্যনবাদ আপোনালোকলৈ ❤❤

  • @Travel....434
    @Travel....434 Před 9 měsíci +2

    Unbelievable Songs 🙏🙏 Radhe Radhe

  • @moramisaikia8566
    @moramisaikia8566 Před rokem +2

    Super...otuloniyo kontho aaru geet...emn hondorkoi gaise jen lagise brindabonot krishnoi nasi ase..homogro music team r ek hundor uphar aamar babe...🙏🙏

  • @tina-lx6dr
    @tina-lx6dr Před rokem +3

    ❤JAI SHRI KRISHNA❤JAI DWARKADHISH❤JAI SHRI GOVIND❤OM NAMAH VENKATESAYA❤JAI MAA RADHARANI❤JAI MADANMOHINI❤JAI MAA RADHARANI❤RADHE RADHE❤JAI SHRI RADHE KRISHNA❤JAI SHRI VISHNU❤JAI SHRI NARAYAN❤JAI SHRI VISHNU❤JAI MAA LAKKHI❤JAI SHRI MAHAKAL❤JAI SHIV SHANKAR❤JAI SHRI KEDARNATH❤JAI SHRI MAHAKAL❤HAR HAR MAHADEV❤JIA SHIV SHAMBHOO❤JAI MAA PARVATI DEVI❤JAI MAA SATI DEVI❤JAI SHIVSHAKTI❤JAI MAA DURGA DEVI❤JAI MAA KALI❤JAI MAA KAMAKHYA DEVI❤JAI MAA SARASWATI❤JAI MAA LAKKHI❤JAI SHRI RAM❤JAI HANUMANJI❤JAI SIYARAM❤JAI SITA MAIYYA❤JAI SHRI SHYAM❤OM SAI RAM❤JAI MAA HARSHIDDHI❤JAI MAA SAPTASHRUNGI❤JAI MAA SHERAWALI❤JAI MAA VAISHNO DEVI❤JAI MAA AMBE❤JAI MAA SHRINKHALA DEVI❤JAI MAA SARASWATI❤JAI MAA LAKKHI❤JAI MAA HARSHIDDHI❤JAI MAA BHAGWATI❤JAI MAA BHADRAKALI❤JAI MAA DURGA DEVI❤JAI MAA SARASWATI❤OM SARASWATAYE NAMAH❤JAI MAA SHELPUTRI❤JAI MAA KALRATRI❤JAI JAGANNATH❤JAI NRIHINGHO MURARI❤OM NAMAH SHIVAY❤RADHE RADHE❤JAI GURU XANKAR❤

  • @popibora2324
    @popibora2324 Před rokem +3

    আৰম্ভণি কন শুনিয়ে গাৰ নোম শিয়ঁৰি উঠিছে।

  • @geetaranisarmah4324
    @geetaranisarmah4324 Před rokem +3

    জয় শ্ৰী শ্ৰী ৰাধে কৃষ্ণৰ মাজতো গভীৰ প্ৰেম আছিল গতিশীল জীৱনৰ সৈতে বন্ধুত্ব কৰিছোঁ সঁচাই এনে এজন বন্ধু যাৰ ওচৰত হৃদয়খন সপি দি সুখী অনূভব কৰিছোঁ সঁচাই এনে লাগিছে যেন সাক্ষাৎ কৰে যে এজন ব্যক্তিত্ব সম্পন্ন বন্ধু চন্দিপ মহেশ্বৰি জীৰ হৈ থাকিম আপুনি মোৰ মৰমৰ শ্ৰদ্ধাৰ ভক্তি সন্মান বিশ্বাস প্ৰতিক ৰূপে গণ্য কৰিছোঁ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ বন্ধু।

  • @Rontudas05
    @Rontudas05 Před rokem +2

    Ki Kom aru ei gan tur kotha. Jetia mon jai tetiai xunu. Enekue gan aru lage dada🥺🙏❤️

  • @dhanjitsarmah9706
    @dhanjitsarmah9706 Před rokem +5

    অতদিনৰ পিছত আজিহে শুনিবলৈ পাইছো গানটো। মানুহে এনেবোৰ গান প্ৰচাৰেই নকৰে। কৃষ্ণৰ সুৰ মানুহৰ সীৰাই সীৰাই বিয়পি থাকক। বৰ সুন্দৰ গীত। সাংঘাতিক❤️

  • @Allinone-ls7bh
    @Allinone-ls7bh Před 2 lety +4

    Hoxakoi ki j hundor geet..
    Ratipua geet ti hunile huni thkbo mon jai agoloi ankua de thkiba bhktimulok geet

  • @sukumardutta9260
    @sukumardutta9260 Před 5 měsíci +1

    Rashleela geet are remarkably sweet and touch the hearts which are exquisite composition in praise of Lord Krishna Suramoni Dutta is singing beautifully

  • @ritudas4610
    @ritudas4610 Před 6 měsíci +1

    ধুনীয়া লাগিছে খুনী so nice voice

  • @tinanath8479
    @tinanath8479 Před 9 měsíci

    বাৰে বাৰে শুনি থাকিলেও আমনি নালাগে .... উফ কি যে মজা লাগে ❤❤❤❤❤❤❤❤

  • @jushnaborah1919
    @jushnaborah1919 Před rokem +4

    Hay vogoban Teo Hatole mone bisora Homan poisa Ahok 🙏🙏🙏

  • @bidyadhardasvlogsgod5867

    Guiness world record book world no 1 best song, my favorite song, Marvelous, awesome, superb, evergreen, world no 1 best song

  • @surabhikalita1398
    @surabhikalita1398 Před rokem +10

    ৱাহ্ কি সুমধুৰ কন্ঠ নিগৰাইছে 🌼 মন প্ৰাণ হৰি নিয়ে গীতটোৰ সুৰে 🌸❤️🌹💙

  • @popidas6208
    @popidas6208 Před 2 lety +20

    গীতটি শুনি মনটি জোৰ পৰি গ'ল 🥰🥰

  • @BidyadharDas-gg5uu
    @BidyadharDas-gg5uu Před 9 měsíci +4

    World no 1 best song, my favourite song, I love you this song, my favourite song

  • @asomiyasanskritikjogot1131

    বাৰে বাৰে শুনো।। কিন্তু হেঁপাহ নপলাই।। সচাকৈ খুব সুন্দৰ হৈছে।

  • @parthaofficial7107
    @parthaofficial7107 Před 3 lety +2

    O Shyam kanu Ru ai2 ganor Dre Ru LGE..emn dhunia Ka gaise.mon pran hat Pori jy ..din2t kiman bar hunu hisap ny....

  • @deboprotimhazarikamajuli79

    বহুত ভাল লাগিল।দাদা।
    আপোনাৰ কণ্ঠ ইমান ধুনীয়া।
    ভাল লাগিল ❤️

  • @geetikahazarika8896
    @geetikahazarika8896 Před 3 měsíci +1

    I am yours, you are mine ❤ jai shree shyam❤ Radhe Krishna 🪷🪷🪷🪷🪷

  • @shradhanjalisaikia248
    @shradhanjalisaikia248 Před 2 lety +4

    সঁচাকৈ কিমান বাৰ শুনিছোঁ ঠিক নাই।প্ৰতি বাৰতে মুখত হাঁহি বিৰিঙি উঠে❤️

  • @premangaborgohain4707

    ৰাসৰ আগতে আপোনাৰ পৰা আৰু এটি এনে উপহাৰ লাগে ।

  • @palabidewri
    @palabidewri Před 3 lety +2

    ❤️❤️❤️iman dhuniya ..mon xat pori goise

  • @jadumonidas9816
    @jadumonidas9816 Před rokem

    Duta geet, jitu khunile khosake bare bare khunibo mon jai, aasam jete kuwar dore jitu geet khuni bhogoban u khontukh hoi khei geet keita aji 1 Year pasot he gom palu je geet keita churamoni dar,so dhoinyobad eman dhuniya geet upohar diya babe.thankyou

  • @BidyadharDas-gg5uu
    @BidyadharDas-gg5uu Před 9 měsíci +2

    Excellent song, evergreen, marvelous, awesome, superhit, most beautiful song

  • @Adventure_with_Homen
    @Adventure_with_Homen Před 2 lety +3

    আধ্যাত্মিক ৰসেৰে মন ভৰি যোৱা এটি সুন্দৰ ৰাস ৰ গীত, বহুত ভাল লাগিল। আৰু নতুন উপহাৰ পাও যেন আগন্তুক সময়ত।

  • @utpalgam9106
    @utpalgam9106 Před 10 měsíci +3

    Love from majuli ❤❤❤❤❤

  • @palashparasar7432
    @palashparasar7432 Před 2 lety +1

    Aru bonaok Raas geet.. apunalukor composition bur't beleg eta rokh bisari paisu.. maat 2'u eman hundor ❤️

  • @banasridas7566
    @banasridas7566 Před 9 měsíci

    Bht anuvab r aagmani ..kinto sabadabur he sunyo hoi goise ...

  • @bhaskarjyotidas6539
    @bhaskarjyotidas6539 Před 2 lety +1

    Xosai bohut xundar gaan

  • @amlanjyotichetia8997
    @amlanjyotichetia8997 Před 2 lety +6

    সুন্দৰ কণ্ঠ৷আগলৈও সংগীতৰ জগতত নতুন নতুন আৱদান পাম বুলি আশা ৰাখিলো৷

  • @rimpidutta1489
    @rimpidutta1489 Před rokem +1

    Moi a masterpiece tu aji he paisuu,😕.........Bohut Bohut vl lgil huni hsakoi💞💞💞💞

  • @sumandas3734
    @sumandas3734 Před rokem +3

    Bohut bhal hoise gaan tu… gantur first line khini bohut bhal lage

  • @geetaranisarmah4324
    @geetaranisarmah4324 Před rokem +1

    আপুনি আজীৱন স্মৰণীয় হৈ থাকিব লাগিব আপুনি মোৰ মৰমৰ যাদুকৰী আইনা আছিল গতিশীল জীৱনৰ সৈতে বন্ধুত্ব কৰিছোঁ সঁচাই এনে এজন বন্ধু যাৰ ওচৰত হৃদয়খন সপি দি সুখী অনূভব কৰিছোঁ সঁচাই এনে লাগিছে যেন সাক্ষাৎ কৰে যে এজন ব্যক্তিত্ব হ'ল আমাৰ লগতে সমগ্ৰ বিশ্ববাসীৰ ওচৰলৈ লৈ যাব পাৰিছো সেয়ে আপোনাৰ ওচৰত নিজকে নিৰাপদ অনুভৱ কৰিব পাৰিছো আপুনি মোৰ মৰমৰ যাদুকৰী শক্তি লাভ কৰে যেন আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ বন্ধু।

  • @zonakthelivestation8268
    @zonakthelivestation8268 Před 3 lety +3

    KRISHNA, BEST WISHES TO YOU ALL

  • @jofficialteam1540
    @jofficialteam1540 Před rokem +2

    Bohut dhuniya hoise gaan tu agoloi anekua aru gaan xunibo pam buli axa rakhilu Krishna🙏🥺

  • @madhujyaborah320
    @madhujyaborah320 Před měsícem +1

    Ufff ki hundor kokai eggal man morom apunaloi ❤

  • @kuldeepsenchowa7930
    @kuldeepsenchowa7930 Před rokem +2

    সচাঁকৈয়ে আপ্লুত হ'ল মন।

  • @monmaurabha2984
    @monmaurabha2984 Před rokem +2

    শুনিলে শুনি থাকিব মন যাই। ♥️♥️

  • @paporinath5422
    @paporinath5422 Před 2 lety +10

    ৰাসৰ বতৰত আটাইতকৈ ভাল লগা গীতটি😍😍😍

  • @souravlakhimpuriya
    @souravlakhimpuriya Před 2 lety +14

    ৰাসৰ বতৰ..তাতে তোমাৰ সুমধুৰ কণ্ঠ শুনিলে শুনি থাকিবলৈ মন যায়.. আগুৱাই যোৱা #চূড়ামণি_বন্ধু

  • @Ridipaxom
    @Ridipaxom Před rokem +1

    কৃষ্ণ কৃষ্ণ
    জয় গুৰু শ্ৰীমন্ত শঙ্কৰ

  • @user-sc8vv5pn9w
    @user-sc8vv5pn9w Před rokem +9

    ৰাতিপুৱা বিছনাতে এইটো গীত শুনি আনন্দিত হও ❤️

  • @BhargabRt
    @BhargabRt Před 3 měsíci +1

    Jai shree Krishna ❤

  • @deviswar230
    @deviswar230 Před rokem +2

    Wow ....কʼবলৈ ভাষা নাই

  • @BituponBorah-zq2mh
    @BituponBorah-zq2mh Před 3 měsíci +1

    Mojja dada chironjit daya gantu hunai sila mojja lagila ❤❤❤

  • @chapter00
    @chapter00 Před rokem +6

    The beauty of Assam💚💚💚

  • @parag_saikia_1
    @parag_saikia_1 Před měsícem +2

    Aha hokhi heeeee...❤❤❤

  • @pritamjyoti2214
    @pritamjyoti2214 Před 3 lety +3

    Sui gl mn tu .❤️axa kru apunar aru sristi hunibo le pm❤️

  • @ruminath4668
    @ruminath4668 Před rokem +8

    I loveeee this song.......❤️💞...
    _Jai sree Krishna_🙏❤️🧡

  • @minakshiboruah4772
    @minakshiboruah4772 Před 3 lety +3

    Hay prabhu aaponk aaru hundor huror goraki korak....100bart ke besi hunilo ....mon mugdho hoi goise .....6mnth pragnency moi....aponr dore huror goraki kore jen bhogabne mur hontantuku.....

    • @churamonidutta
      @churamonidutta  Před 3 lety +1

      Apunak mohaprobhu e kripa korok... Ahibo loga xontan tir xuswaistho aru ujjal vabishyot kamona korilu ... Anekuwa morom seneh buror babei ami jiyai asu, bohut inspire hou. Dhanyabad.

    • @minakshiboruah4772
      @minakshiboruah4772 Před 3 lety

      @@churamonidutta dhonobad dai ....aaru aaponi bahu dur aaguaai jauk tarai kamona korilo.....

  • @tina-lx6dr
    @tina-lx6dr Před 11 měsíci

    ❤JAI SHRI KRISHNA❤RADHE RADHE❤JAI SHRI RADHE KRISHNA❤JAI LAKSHMINARAYAN❤JAI SHRI RAM❤JAI HANUMANJI❤JAI SIYARAM❤JAI SITA MAIYYA❤OM SAI RAM❤JAI MAA DURGA DEVI❤JAI MAA KALI❤JAI MAA KAMAKHYA DEVI❤JAI MAA SARASWATI❤JAI MAA LAKKHI❤JAI MAA HARSHIDDHI❤JAI MAA SAPTASHRUNGI❤JAI MAA MAHAGOURI❤JAI SHRI KEDARNATH❤HAR HAR MAHADEV❤JAI SHIV SHAMBHOO❤JAI MAA PARVATI DEVI❤JAI SHIVSHAKTI❤JAI SHRI GANESH❤JAI SHRI KARTIKE❤JAI SHRI NANDI MAHARAJ❤JAI SHRI VISHWAKARMA PRABHU❤JAI SHRI BRAHMA DEVAY NAMAH❤JAI JAGANNATH❤JAI NRIHINGHO MURARI❤OM NAMAH SHIVAY❤

  • @ghananeog6389
    @ghananeog6389 Před 10 měsíci +3

    Oh my God.. Goosebumps after listening this song. Thank you for give us this spiritual song. May God bless you

  • @debajitgogoi3337
    @debajitgogoi3337 Před 8 měsíci +1

    Why only 9.8 lakhs view. .. eman ata asorit geet ..eman asorit music ... Eman asorit kontho... ..jiman pari dur pabogoi lage aibilak geet

  • @amritvlogs7555
    @amritvlogs7555 Před 2 lety +3

    Jai Shri Krishna 🌺🙏🙏🙏Jai Shri Krishna 🌺🙏🙏🙏Jai Shri Krishna🌺🙏🙏🙏

  • @bidyadhardasvlogsgod5867

    Amazing song,my favorite song, Marvelous, awesome, superb, evergreen, world no 1 best song

  • @relaxingyard9585
    @relaxingyard9585 Před rokem +2

    আপোনৰ কন্ঠত গীতটি বহুত মনোমোহা হৈছে। এইবাৰ ৰাসৰ কাৰণে নতুন গীত পাম বুলি আশা কৰিলো। ❣️❣️

  • @bidyadhardasvlogsgod5867

    Most beautiful song, sweet voice,my favorite song, Marvelous, awesome, superb, evergreen, world no 1 best song

  • @mrinalidevi8979
    @mrinalidevi8979 Před 9 měsíci +2

    Jaiiii Sri Krishna 🙏

  • @tulikaaboruah5413
    @tulikaaboruah5413 Před 3 lety +3

    অন্তৰ চুই যোৱা গীত আৰু কন্ঠ. আগলৈ আৰু এনেদৰে ধুনীয়া ধুনীয়া গীত আমাক উপহাৰ দি থাকিব ...

  • @sanjibkalita8982
    @sanjibkalita8982 Před rokem +2

    Bahut bahut dhunia lagesa huni gan tu

  • @rajuarttutorial70
    @rajuarttutorial70 Před rokem +1

    Starting mein jo music 🎶, flute wow🥰 bahut hi achchha banaya gaya hai❤❤❤

  • @janardon6554
    @janardon6554 Před rokem +1

    নুশুনাকৈ নহয় অ'ও
    উফ💜💚💙

  • @moromidutta4349
    @moromidutta4349 Před 11 měsíci +1

    ❤RADHE RADHE❤JAI SHRI KRISHNA❤JAI SHRI RADHE KRISHNA❤