শিৱসাগৰৰ সুৰজ গগৈৰ পত্নীক মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিলেনে?

Sdílet
Vložit
  • čas přidán 3. 05. 2022
  • শিৱসাগৰৰ সুৰজ গগৈৰ পত্নীক মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি। ৫ লাখ টকাৰ লগতে দিব এটা চাকৰি। আনহাতে স্বামীগৃহৰ বিৰুদ্ধে সুৰজৰ পত্নী গায়ত্ৰী চুলাধৰা গগৈৰ বিস্ফোৰক অভিযোগ। স্বামীৰ মৃত্যুৰ পিছতেই হেনো শহুৰেকৰ ঘৰত গায়ত্ৰীক চলাইছে বিভিন্ন ধৰণৰ আতিশয্য।

Komentáře • 4