Thikona Bihin by Mahendra Hazarika Assamese Song
Vložit
- čas přidán 20. 06. 2018
- Thikona Bihin
Mahendra Hazarika Assamese Song
-----------------------------------
Please SUBSCRIBE our channel for more popular videos
-----------------------------------
If you want to upload your any video our channel then contact us :
cultureofassam0@gmail.com
-----------------------------------
Thanks for everyone
Culture of Assam - Zábava
চিৰসেউজ গীত... মহেন্দ্ৰ দা আপোনাৰ শব্দৰ আৰু আপোনাৰ গীতৰ পাগল প্ৰেমীক মই, এদিন লগ পাম যদি ভগৱানে কৃপা কৰে।ভগৱানে আপোনাকো কুশলে ৰাখক।এনেকুৱা গীত যাতে আৰু আমালৈ আগবঢ়াব পাৰে তাৰ বাবে ভগৱানে সু স্বাস্থ্য দিয়ক আপোনাক।
dk...
ভাষা আৰু কণ্ঠত যথেষ্ঠ বিষাদ ভৰা ।
ঠিকনা বিহীন
জীৱন নাটৰ
ৰলো ভাৱৰীয়া হৈ ।
উফ্ ❤🎉😢❤❤
মহান শিল্পী মহান কণ্ঠ মহান কথা, মহান বাস্তৱ,
ঠিকনা বিহীন জীৱনটোত মহেন্দ্ৰ হাজৰিকাদেৱৰ এই গান বোৰৰ শুনি ঠিকনা বিচৰাৰ প্ৰেৰণা পাওঁ।
Hoi Deka Deu❤
প্ৰত্যেক কথাই মনত পেলাই গৈছে। সঁচাকৈ জীৱন টো কি? আমি কি লৈ ইমান গৌৰৱ কৰো।
সৰু কালৰে পৰা শুনিছো, অতি কৈ ভাল লাগে।।।।।
জীৱনটো মাত্ৰ এটা নাটঘৰ। আমি হ'লো ভাৱৰীয়া।
Mahendra hazarika sir apuni mohan apunar matkhare dehatu tolor pora hittol kori diye. Mur sobotkoi priyo hongeet hilpi.you are legend your words are fire always. Lot of love from lakwa
সদায় শুনিলেও আমনি লগা গান এইবোৰ প্ৰায়েই শুনো.......
কেঁচা মাটিৰ গোন্ধ থকা আধুনিক গীত💯 মোৰ প্ৰিয় গীতৰ ভিতৰত অন্যতম, হৃদয় চুই যোৱা❤❤ মহেন্দ্ৰ হাজৰিকা দেৱলৈ বহুত বহুত ধন্যবাদ 🙏🙏 তেওঁৰ কুশল তথা দীৰ্ঘায়ো কামনা কৰিলোঁ🙏🙏
অভিন্ন পিতা পুত্ৰৰ কন্ঠত অন্তৰ জিনিব পৰা গীতৰ নান্দনিক অনুভৱত জীৱন ধন্য কৰিলো।
এই গান বোৰে মহেন্দ্র হাজৰিকাক অমৰ কৰি ৰাখিব ।
Lpdo
ো
মহেন্দ্ৰ হাজৰিকাদেৱৰ গানটোৰ বহুত ভাল লাগে। এনেকৈ গাই যাওক আমলৈ।
Song of reality in life
Heart touching
Xosakoi bohut kisu korar pisotu ami xexot kebol bhaoriya hoi robo lage. Dhorar dhuniya khiniru aku rong xuwad naikiya hoi .
অন্তৰ চুই যোৱাগীত । আজি ২৫ বছৰে শুনি আহিছো ।আমনি লগা নাই ।
সচাকৈয়ে অনুভৱি জীৱনৰ প্ৰকৃত সত্য সচা অনুভৱ প্ৰকাশ কৰিছে.... গীতটোত
P
এই আধুনিক অসমীয়া সাহিত্যৰ যুগত। আপুনি এই সুন্দৰ সৃষ্টি গান বোৰ শুনি বৰ পোৱাত আমাৰ দৰেই বহুত আছে।।
মহেন্দ্ৰ দাৰ প্ৰতিতো গীতেই হৃদয়ত সাঁছ বহুৱাই জায়
জীৱনৰ বাস্তৱিক গীত..তথাপিও মানৱতাৰ অৱসান..মানবিক জ্ঞান আজি ক'ত..???????
Moja
Jimanei purona himanei notun ❤🙏
Jibon naator gaan . Hosakoi bor monumuha gaan eitu .
EXCELLENT....👍🎧🎤❤️
সচাঁ জীৱনৰ সচাঁ কাহিনী দাভি ধৰিলে চকুলোঁ বৱাই এটি গানৰ সুৰৰে দোৱা ৰাখিছোঁ সদায় সজীৱ হৈ থাকক জীৱন নাটৰ আমাৰ মাজতে সদায়। চিৰাজ হাজো দামপুৰ।।।। ধন্যবাদ জানিয়ে 🙏🙏🙏🙏🙏👍👉👌🟢
মোৰ জীৱন ৰ ভাল লগা গীতটি..........
Who still listen in 2024❤❤❤
Me from Udalguri district...
Moi
সদায় শুনিলেও আমনি নলগা গীত ❤️
মোৰ অতি অন্তৰ চুইযোৱা গীত । যোৱা পছিচ বছৰে শুনি আছো যদিও সদায় নতুন নতুন লাগে।
হয় ময়ো শুনি আছো আৰু কেছেটটো এতিয়াও মোৰ হাতত আছে সুন্দৰকৈ।
2024 hunisu kune kune hunisa ❤❤❤❤❤
Moi etia huni asu 10 April 2024 t.
মহেন্দ্ৰ দা আপোনাৰ গান শুনি আমনি নালাগে,
মোৰ প্ৰিয় গায়ক মহেন্দ্ৰ হাজৰিকা
2023 nd still listening this masterpiece
Nice
Bhal lagil
দেউতাৰ অন্যতম প্ৰিয় গীতটি।
সচাকৈ তুলনা বিহীন
Beautiful Song.
আপোনাৰ এই গীত টো দিনটোত এবাৰ হলেও হুনো ককাইদেউ
Sweet song dada
Gan to huni bohut val lage
অতি আদৰৰ গীত।🙏
মহেন্দ্ৰ হাজৰিকাৰ প্ৰতিটো গানেই মোৰ2 খুবেই প্রিয়।
মোৰ অন্তৰ চুই যোৱা গীত 😭😭😭
ধুনীয়া গান
Mur bohut val loga gaan.
সুন্দৰ
Mor bhut piyo .
Mahendra hazarika mr prio singer❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
প্ৰিয় গীত টি💝💖💖💝
অতি ভাল
My favorite song
Dhunia sonhs
Oh so sweet song
One of my fav song ❤
Xunile xuni thakibo Maan jai❤❤❤❤❤❤❤
Mur Hodi Valloga 🙏🙏🙏aie Honggit TU,
Yes we are all actor and actress
❤❤❤
মোৰ মৰম সজাত কলিজাৰ গীত
Manuhar jibantoje akhan natak take bujaise amibur hai natakor vawariya good song I love this song
Listening the evergreen song in 2022
Nice song
I love this song♥️♥️♥️♥️😭😭😭😭😭😭😭😭🙏🙏🙏
😭😭😭borkoi monot pore o deuta apunale🥺apunitu gusie golgoi ghuri nohar batere apuni val pua gan bur hunie apunak huori thku bor kosto pau o😭😭thikona bihin jibon nator rolu vaoria hoi😭😭😭😭😭
Who's still listening in 2022
I'm here bro
Nice
@@SRD231 1q
I am also here bro
Moi o huni achu
এই কেছেট তো এতিয়াও মোৰ হাতত সুন্দৰ কৈ আছে। কেতিয়াবা মন গলেই বজাই শুনো।
হৃদয় চুই গৈছে
Bahut val lage
One of the favourite song....
I listen always your songs my dearest brother Mr. Hazarika.
Mosttallentedperform.
orthopurno gaan
Mur jibanar lagat mila git🙏🙏🙏
Jibonat pahoribo nowora hirdoy sui juwa gan
😍😍😍😍😍😍😍😍
Very nice song
Assomor ajon prokito khosa manuh..
Nice song great day to day
Nice song
Who's still listening in 2023
Very good thank you
Gan 20/25 basar man sunisu . Hepah 100gune bahi aase . Gan tu a mor hridai namar jantra to khantekar babe dandha kari dia. Mor jibanar lagat Bahu sadrisya bisari paw.
Reflect in life
মোৰ অতি মৰমৰ গান
সদাই মিঠা অনুভব পাও
Moi ataitkoi val pua geet2 ❤☺🤗
কি গান ঐ 💝💘❤️🩹🌹
চিৰসেউজ গীত, শলাগিবলৈ ভাষা নাই =====তথাপিও আমি মানুহ বোৰ ইমান অহংকাৰী ।
One of my favourite song
I am so proud fill☺️
I love this song and it is a very good song
My best song
one of favorite song
Taughtful song da
Uuuufffff 👌👌👌👌💯🌄🙏🙏🎤🎉🎤🎉🎇🎇🎇🎇
Heart broken song
Life time song
2024❤
Super
I love you da
আজি মোৰ মনত পৰিল অতীত লৈ অমৰ হওক।
boria
I always listen this song one time every day
Ll
Lo
Keep quiet