নাচনী বহাগতে... (Nasoni Bohagote..) Old Bihu song by Mahananda & Geetimoni// “ PHAGUNI " 1992//
Vložit
- čas přidán 26. 08. 2023
- গীত :- “ নাচনী বহাগতে কুলিৰ মাত
নাচনী শুনিবলৈ শুৱলা,
মৰমী মৰমতে তোমাৰ মাত
মৰমী ইমান নো মিঠা লগা..... "
কন্ঠ :- মহানন্দ মজিন্দাৰ বৰুৱা আৰু গীতিমণি হাতীবৰুৱা ।
কথা /সুৰ :- ৰুবুল বৰা আৰু নন্দেশ্বৰ বৰুৱা।
পৰিচালনা :- ৰুবুল বৰা ।
(Copyright received by the producer).
Old is gold, হেৰাই যোৱা বিহুগীত
Hundor geet
Bohut val lagil.bohu dinor pora bisari asilu...
অশেষ ধন্যবাদ জনালোঁ ।
আগৰ সেই গীত সমূহ কিবা এটা বেলেগ আছিল যিতু আজিকালি নাই
হয়, সেইটো মাদকতা এতিয়াৰ বিহুগীতত নাই।
বহুত দিনৰ(প্ৰায় ৩০বছৰ)পৰা বিচাৰি ফুৰা গীতটো শুনিবলৈ পায় নথৈ আনন্দিত হৈছোঁ।
@@subhanchangmai5703 অশেষ ধন্যবাদ জনালোঁ ।
Purana Assamese Bihu geet block 🤲🤲🤲🤲🤲🤲🤲👍👍👍👍👍🏃🏃🏃🏃🌹🌹🌹🌹🌹🌹
Sowonsiri bihu aru soanpokhili r rubul borah gotei gaan khini upload Kori dibosun please quickly dibosun please dibosun. Dipankar Borah. Golaghat. Duliagaon. Missamora.
গাত লাগি জাই দেই।
উঁমহ্...
Moi,aapunar bihu bilak bisari furu bohut val lagae.xadori cassator geet keita aasey jodi diboxun.
হয় আছে, Convertingৰ problems অলপ চলি আছে। বিহুৰ আগে আগে দিয়া হ'ব ছাগে, চেষ্টা কৰি আছোঁ ।
Ajjoi
Gaan upload korar babe bhohut dhanyabad disu.bor val lagil gaan tu suni aji. Dipankar Borah. Missamora.Duliagaon.
Wel come wel come.... তোমাৰ মূল্যবান commentএ মোক আৰু উৎসাহী কৰি তুলিছে।
Thank you. Sunpakhila keset tur mur jaan kolija geet tu dibo
চেষ্টা কৰিম।
jape dim dusangot ei gaan tu diok sun
czcams.com/video/cFc3eYfZZsU/video.htmlfeature=shared
☝️☝️☝️
জাপে দিম মই দিচাঙত...
এই এলবামখনতে তুমি দিয়া চিঠিখনিৰ উত্তৰে মই পোৱা নাই গীতটো আছে চাগে !
নাই।
তুমি দিয়া চিঠিখনিৰ... মই Upload দিমেই চিন্তা নকৰিবা, মোৰো প্ৰিয় তথা আগতে শুনা লগতে মই গোৱা।
@@puranibihugita এ.... ইমান দিনে লুকুৱাই ৰাখিছিল ☺️☺️☺️☺️☺️ !!!
বৰ্তমান নাই মোৰ লগত, collection কৰিমেই তাৰ পাছত দিম বুলি কৈছোঁ।
বুজিলা....
এই বিহুগীতটোৰ প্ৰথম কলিটো তেনেকৈ আছিল জানো ?