বানপীড়িতক অপমান কৰি বিপদত বিজেপি বিধায়ক ভাস্কৰ শৰ্মা। ভাস্কৰ শৰ্মাক সময়সীমা বান্ধি দিলে ১২ ঘণ্টা।

Sdílet
Vložit
  • čas přidán 1. 07. 2024
  • বানপীড়িতক অপমান কৰি বিপদত বিজেপি বিধায়ক ভাস্কৰ শৰ্মা। ভাস্কৰ শৰ্মাক সময়সীমা বান্ধি দিলে ১২ ঘণ্টা।
    A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
    'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
    / asomlive24
    / @asomlive24digital
    #asomlive24
    #axomlive24
    #assamlive24
    #breakingnews
    #exclusivenews
    #currentaffairsofassam
    #dailynewsupdate
    #dailynews
    #assamkanews
    #latestnewsofassam
    #latestnews

Komentáře • 207

  • @junjyotigogoi5074
    @junjyotigogoi5074 Před 2 dny +124

    মথা নাইকিয়া এসোপাই নিৰ্বাচন আহিলে আকৌ এইজনকে ভোট দি জিকাব ।

  • @behappy1903
    @behappy1903 Před 2 dny +47

    ক্ষমা খুজিলে নহব বিধায়ক আৰু তাৰ গুন্দা বাহিনিক বানক্ৰান্ত স্থানত ৭‌দিন মান ঠাকিব দিব লাগে আঠুৱা নোহোৱাকৈ

  • @assam2006
    @assam2006 Před 2 dny +69

    গাওঁৰ ৰাইজে মিলি ভলোকা বাঁহেৰে কোবাব লাগিছিল!

  • @mrinalmedhi8346
    @mrinalmedhi8346 Před 2 dny +38

    হাৰামি, কয়লা চিণ্ডিকেটৰ নায়ক,গো মাফিয়া ভাস্কৰ শৰ্মা ভালদৰে এশিকনী দিব লাগে।

  • @chandanjyotikalita6229
    @chandanjyotikalita6229 Před 2 dny +34

    নেপালী, বিহাৰী হোৱা হলে ভৰি চুই আঠুৱা দিলে হয়। অসমীয়া হলে বহিৰাগত মানুহে এনে ব্যৱহাৰ কৰে

    • @parbatisarmah-zh7bp
      @parbatisarmah-zh7bp Před 2 dny +2

      Kio nepali bihari koi thaka.aibore Assam,'t aku hubidha powa nai.hoday opoman pay

  • @pabitragogoi8654
    @pabitragogoi8654 Před 2 dny +22

    নিৰ্বাচন আহিলে আয়কেই ভোট দিব । সেয়ে কৈ লাভ নাই। একো নকওঁ মই।

  • @sushildas790
    @sushildas790 Před 2 dny +28

    ৰাইজে ভোট দি বিজেপিক ইয়াৰ প্ৰমান

  • @pabinsarma2989
    @pabinsarma2989 Před 2 dny +20

    সছা কথা,,, জনপ্ৰতিনিধি আৰু লগত যোৱা সকলে বেয়া কাম কৰিছে কাৰণ বিপদৰ সময়ত ৰাইজ ক সহায় কৰিব লাগিছিল

  • @user-iz5et9bw1l
    @user-iz5et9bw1l Před 2 dny +10

    এনেকুৱা বিধায়ক থাকিলে বিজেপিয়ে সেৰোৱাব লাগিব মাৰ্ঘেৰিটাৰ সমষ্ঠি।।

  • @BhabeshSarma-qf4dv
    @BhabeshSarma-qf4dv Před 2 dny +19

    আঠুৱা নিদিও বুলি কোৱা বিধায়ককে আকৌ এও লোকে ভোট দিব। অসমীয়া মানহবোৰ বৰ সহজ সৰল বাবে বাৰে বাৰে ঠগ প্রবনচনাৰ বলি হৈ আছে এই নেতাবোৰৰ দ্বাৰা।

  • @bandanagayan1929
    @bandanagayan1929 Před 2 dny +15

    এ মজাৰ দুখতে দুখ দিয়া মানুহক চেচ কৰি দিব লাগে

  • @debajitsaikia4319
    @debajitsaikia4319 Před 2 dny +18

    মুৰ্খ ৰাইজে নিৰ্বাচনৰ সময়ত আকৌ এই গৰু চবকে ভোট দিব গতিকে ৰাইজৰ ভূল

  • @ranjitbora734
    @ranjitbora734 Před 2 dny +15

    এতিয়া ফুকাৰি লাভ নাই। ইহঁতক কিয় ভোট দিছিলে ?

    • @stugg85
      @stugg85 Před 2 dny +2

      akou dibo next time toka 500 pale...

  • @junmonichetia3031
    @junmonichetia3031 Před 2 dny +6

    ৰাইজ এক হব লাগে

  • @TarunChDeka-cb4go
    @TarunChDeka-cb4go Před 2 dny +2

    বৰ ভাল নিয়ম , ভাগ্যৰ বলত একলব্য প্ৰতিনিধি পাইছে, ব্ৰহ্মাৰ লগত সংযোগ আছে,মা দেউতাই জন্ম দিয়া নাই

  • @user-pf3cc4ur4p
    @user-pf3cc4ur4p Před 2 dny +4

    আন্দোলন কৰি লাভ নাই আকৌ জিকিব 2/4টকা পালেই পাহৰিব ।

  • @lalithazarika0110
    @lalithazarika0110 Před 2 dny +7

    Vote diar upohar

  • @JakirHussain-hl2lj
    @JakirHussain-hl2lj Před 2 dny +4

    বানপিৰিত ৰাইজৰ খবৰ লবলৈ গৈ বিপদত পৰা মানুহক সহায় কৰিবলৈ এৰি ৰাজনৈতিক কৰিব হে যোৱা যেন লাগিছে এনেকৈয়ে হ'লে ৰাইজে কাৰণ ওচৰত ভৰষা কৰিব এনেকুৱা বিধায়ক go back.......

  • @Nabasonowal8304
    @Nabasonowal8304 Před 2 dny +11

    এয়াও বিষেশ সম্প্ৰদায়

  • @pranjal1393
    @pranjal1393 Před 2 dny +5

    একো নাই, আকৌ জিকিব এইছৱ। ৰাইজে ২৬ লৈকে পাহৰিব। পাৰিলে ২৬ ৰ আগত ৰাইজৰ ভৰিটো পৰি সেৱা কৰা দেখিব, ৰাইজে পাহৰিব আৰু ভুল যাব।

  • @binoykalita7597
    @binoykalita7597 Před 2 dny +4

    এইটোক জনতাই পিঠিত ওকীল দিব লাগিছিল।

  • @akhilpathak6181
    @akhilpathak6181 Před 2 dny +5

    অখিলঞ্জীয়া জনপ্ৰতিনিধীয়ে খিলঞ্জীয়াৰ মোল নুবুজে।

    • @sitaramdoley3222
      @sitaramdoley3222 Před dnem

      অসম অখিলঞ্জীয়া আৰু বিদেশীৰ চৰণীয়া পথাৰ । খিলঞ্জীয়া বা থলুৱাসকল এই চৰণীয়া পথাৰৰ গৰখীয়া । এটা কবিতাত "নৰৰ অধম নাই থলুৱাৰ মান" বুলি থকা পংক্তিটো ভাৰতৰ ভিতৰত অসমৰ ক্ষেত্ৰতহে খুব সুন্দৰকৈ মিলে । অৱশ্যে পূৰ্বৰ ত্ৰিপুৰা ৰাজ্যৰ ক্ষেত্ৰতো মিলিছিল । ফলত কি হ'ল আৰু কি হ'বলৈ গৈ আছে ই স্পষ্ট ।

  • @DebajitMahanta-if3zu
    @DebajitMahanta-if3zu Před 2 dny +6

    পিটিব লাগিছিল

  • @kamalkalita338
    @kamalkalita338 Před 2 dny +6

    লাইজ পায় নহয় এওঁলোকে এদিন কংগ্ৰেছক অপমান কৰিছিল আঠুৱা কম্বল বিলুৱা বুলি এতিয়াও কেনেকৈ ‌বিলাৱ আঠুৱা আঠুৱা বিলালে তো নিজেই লাইজ পাব নহয় জানো

    • @user-rw3pv9dw1j
      @user-rw3pv9dw1j Před 2 dny

      কংগ্ৰেছে দুৰদৰ্শীৰ কাম কৰিছিল আঠুৱা কম্বল বিতৰণ কৰি কাৰণ আঠুৱাই মহ নিবাৰণ কৰিছিল আৰু কম্বলে মানুহক শীতৰ পৰা ৰক্ষা কৰিছিল ৷ বিজেপিৰ দৰে মদ বিলোৱা নাছিল যিয়ে একোখন ঘৰ মৰিশালিত পৰিনত কৰিব পাৰে ৷

  • @manyatagogoi2427
    @manyatagogoi2427 Před 2 dny +2

    নিৰ্বাচনৰ সময়ত আকৌ ভোট দিব।

  • @user-hg3di5bz7w
    @user-hg3di5bz7w Před 2 dny +4

    আকৌ এবাৰ বিজেপী চৰকাৰ 😂

  • @Rana-hg8hg
    @Rana-hg8hg Před 2 dny +6

    পহু খেদা ভেকচিন ব্যবহাৰ কৰিবৰ সময় আহি পৰিছে

  • @duluduttadulu2138
    @duluduttadulu2138 Před 2 dny +2

    অহাবছৰ ভোট বিচাৰি গ'লে তাৰ কাপোৰ ফালি নাঙঠ কৰি পঠাবি

  • @chinmoychetia8477
    @chinmoychetia8477 Před 2 dny +2

    তেওঁ যদি একো এ দিব নোৱাৰে তন্তে কি চাবলৈ গৈছিল।

  • @BudhGogoi
    @BudhGogoi Před 2 dny +1

    কাপো ফলা লৰা জনৰ লগত থকা মানোহ বুৰ মাইকী মানুহ আছিল নেকি

  • @commenti5459
    @commenti5459 Před 2 dny +2

    ভোটটো বেলেগে নাইদিয় ৰাইজে দিয়াৰ কাৰণেহে এনেকুৱা কৰিব পাৰিছে

  • @user-oq2pf5ds5p
    @user-oq2pf5ds5p Před 2 dny +1

    ভোট এইবিলকেহে দিছিল, এতিয়া কিহৰ চিয়ৰ বাখৰ? ঠিকেই আছে।

  • @JkTree-xl9dw
    @JkTree-xl9dw Před 2 dny +1

    বান পিৰিতৰ ওপৰত বিধায়কৰ এনে কাষ্য কৰিবলৈ সামান্য তম বেয়া নেলাগিলে নে এনে কাষ্য গৰিহণা যোগ্য।।

  • @pranabjyotidas220
    @pranabjyotidas220 Před 2 dny +1

    ক্ষমতাই মূৰত ধৰা নেতা আৰু নেতাৰ পালিনেতাৰ অহংকাৰ বাঢ়িছে।

  • @dihingia5
    @dihingia5 Před 2 dny +1

    এতিয়া হে গম পাইছে নেকি ৰাইজে। আগতে গম পাব লাগিছিল......!!!!

  • @nirmalhazarika
    @nirmalhazarika Před 2 dny +2

    মাৰ্ঘেৰিটাৰ কয়লা মফিয়া কোন ? সকলোৱে জানে ! ?

  • @pranjal1393
    @pranjal1393 Před 2 dny +3

    কয়লা মাফিয়া, চিণ্ডিকেটৰ ৰজা, ৰাইজ হয় সেয়া, কয়লাৰ গাড়ীৰ ড্ৰাইভাৰ নহয়।

  • @nripenboruah32
    @nripenboruah32 Před 2 dny +1

    😮এনে নেতাবোৰে দুৰ্দশা গ্ৰস্ত সকলৰ ওপৰত জপিয়াই পৰিবলৈ ১২ মিনিট নালাগে কিন্তু সন্হাই মাফ খুজিবলৈ ১২ ঘন্টা সময় দিয়ে। আইনে কি কয়??

  • @user-ey1cd3gv4s
    @user-ey1cd3gv4s Před 2 dny +1

    দলসংগঠন কোনো কাম নাই

  • @nabindas7409
    @nabindas7409 Před 2 dny +2

    Khyamotai murot dhorise.

  • @HarenChutia-gc1tp
    @HarenChutia-gc1tp Před 2 dny

    বিজেপি ধন্যবাদ

  • @mridulduwarah7897
    @mridulduwarah7897 Před 2 dny +1

    বি জে পি দলে কিয় এওঁৰ ওপৰত ব্যবস্হা লোৱা নাই.

  • @dulengogoi3309
    @dulengogoi3309 Před 2 dny +2

    ভঙা চিংগা কেইটামান লৈ দাদাগীৰী কৰিব বিচৰা কেনে M L A

  • @PankajPegu-dw8ij
    @PankajPegu-dw8ij Před 2 dny +2

    BJP r asol rup dikilene guys 😢

  • @JitumaniTalukdar-dr4bl
    @JitumaniTalukdar-dr4bl Před 2 dny +2

    যোৱা কালিৰ ঘটনা বৰ দুখলগা আচলতে বিধায়ক সকলৰ উপাই নাই, তেখেত নিজাববীয়াকৈ একো দিম বুলি কথা দিয়া পাৱাৰ নাই

  • @bijuchetia3935
    @bijuchetia3935 Před 22 hodinami

    আঠুৱা কিমান উপকাৰত আহে এই কথাষাৰ ভাস্কৰ তথা তেওঁৰ গুন্দা বাহিনীয়ে নাজানে নেকি?বানপানীৰ সময়তো কংগ্ৰেছৰ কথা ৷২০২৬ চনলৈ কথাষাৰ মনত ৰাখিব ৷ডা°

  • @hanseali1924
    @hanseali1924 Před 2 dny +2

    ভোট দিয়তে চাব লাগিছিলে এতিয়া কিহৰ।জি হৈছে হৈছেআৰু বাদদিয়া সেইতো বতৰ ভাল হৈ আহিছে এক দুই দিনৰ ভিতৰত পানি কমিবএ।

  • @user-of4yf2pu7w
    @user-of4yf2pu7w Před 2 dny +2

    Garu pita dibo lagibo

  • @rajbonshilorarathin3287
    @rajbonshilorarathin3287 Před 2 dny +2

    2026 ot khela dekhi dile hl aru

  • @user-lm6ih9lk9p
    @user-lm6ih9lk9p Před 2 dny +1

    Mozaaaaaa

  • @manabbaishya9877
    @manabbaishya9877 Před 2 dny

    ইহঁতক দুখিয়াৰ ভোট লাগে।দুখিয়াৰ দুখ বুজি নাপাই।

  • @user-ye3hj2ud8v
    @user-ye3hj2ud8v Před 2 dny +3

    MLA public t koi uprat nahay ,, MLA you are not Bhagwan nahay ,, after only 5 year's,, you will know well,, don't proud .

  • @user-lm3pt6ik8d
    @user-lm3pt6ik8d Před 2 dny

    এইজন জনপ্ৰতিনিধি নে জুৱাৰী,

  • @arpitadutta9888
    @arpitadutta9888 Před 2 dny +3

    Ahankari

  • @4u206
    @4u206 Před 2 dny +1

    দুখত থকা মানুহেহে দুখ বুজে । AC ৰোমত বহি থকা সকলেহে কি বুজিব । ভুকাতোৰ সিংহ অতি ভয়ানক ।

  • @nathgallery2501
    @nathgallery2501 Před 2 dny

    Good

  • @rajibroyroy-vr7dk
    @rajibroyroy-vr7dk Před 2 dny +2

    Aru diba vote mazapaisa.

  • @user-kt7ju1ng5g
    @user-kt7ju1ng5g Před 2 dny +3

    Take pitibo lga

  • @rajibrabha9238
    @rajibrabha9238 Před 2 dny +3

    সাংবাদিক দাদা আপুনি ভালকৈ ভিডিঅ চাইহে বাতৰি কৰিব। আৰু আপোনাৰ কাঠৰ চছমা জোৰ খলি থব 😂😂😂😂

    • @deepjyotiborah4708
      @deepjyotiborah4708 Před 2 dny

      Ki hol kela laz loga nai amar oxomia lora atar shirt fali disa okol koila sur kori nija aru logt dujona poisa komala nohoi tu soboka sabo lagibo

  • @user-mo6uw8sh3q
    @user-mo6uw8sh3q Před 2 dny +2

    Pitib lage

  • @RajuRaj-yw5dq
    @RajuRaj-yw5dq Před 2 dny +1

    Andolan korile Baan pritta hokolor kiba homadhan hobo nki?

  • @debajanibaruah3105
    @debajanibaruah3105 Před 2 dny

    ভোট দি এইবোৰক জিকোৱাই ভূল হৈছে ।এই বিধায়কক এসপ্তাহ বানপানীৰ মাজত বান্ধি থব লাগে ।কংগ্ৰেছে আঠূৱা দিয়ে বিজেপি বানপানী আৰু মহৰ কামোৰ খূৱাই নেকি ।বিজেপিক বিদায় দিয়ক আমি বাৰু কংগ্ৰেছৰ আঠূৱা লৈয়েই থাকিম ।বিজেপি মহ নুসুমুৱা ঘৰ বনাই দিব নেকি।অসভ্যালি ঘৰ ভঙা বিজেপি আঠূৱা নিদিয়ে তেওলোকে ঘৰ হে ভাঙে ।

  • @najibulali4224
    @najibulali4224 Před 2 dny

    ইহঁতৰ অহংকাৰ অলপ বেছি হৈছে

  • @Assamboy-ou6yh
    @Assamboy-ou6yh Před 2 dny

    পানীৰ মাজত লেংটা কৰি বান্ধি থৱ লাগিছিল এইটোক।

  • @kishorimohansaikia2339

    This is a kind of way to save the mla. Avoid bjp.

  • @ujjalkonwar2859
    @ujjalkonwar2859 Před 2 dny

    আঠোৱা বিচাৰি অসভ্য আচৰণ যেন আশ্ৰয় শিবিৰৰ ৰাইজৰ

  • @user-mo6uw8sh3q
    @user-mo6uw8sh3q Před 2 dny +1

    DGP sir acction lb lage

  • @intajulzaman4393
    @intajulzaman4393 Před 2 dny +1

    Ako nahoi, Andolan Kari lav ni

  • @rubulsharma7253
    @rubulsharma7253 Před 2 dny

    ইহঁতক 26 অত বিদায় দিবৰ হল

  • @user-zi9fh7ne2s
    @user-zi9fh7ne2s Před 2 dny

    তেখেতক নেপালত পঠিয়াই দিয়ক

  • @jalaramcochin9009
    @jalaramcochin9009 Před 2 dny +1

    Khub pitib lagisil
    Ayikhini xamoyot mantri bidhayak kaku sab nalage.

  • @Ajsjskkkhsjhtsu
    @Ajsjskkkhsjhtsu Před 2 dny +2

    500toka palei vut disile nhy paise mja😂

  • @kripalsaikia924
    @kripalsaikia924 Před 2 dny

    MONEY POWER

  • @jibanandachoudhury8859

    গুন্দা সকলক লেংটা কৰি মাৰক ।

  • @anilchangmai3385
    @anilchangmai3385 Před 2 dny

    Atia halla korileu Asomor besivag jodhamurkho votere ehotokei jikai thake.

  • @anushkadutta2252
    @anushkadutta2252 Před 2 dny

    FIR দিব লাগে

  • @GoggleMan7860
    @GoggleMan7860 Před 2 dny

    He is businessman not politician..hope public e buji pai

  • @Assam-uk5nt
    @Assam-uk5nt Před 2 dny +1

    Aku ghanta nohoi aibur

  • @tonkeswargogoi5761
    @tonkeswargogoi5761 Před 2 dny

    এইটোক দিব লাগিছিল

  • @atowarhussain3788
    @atowarhussain3788 Před 2 dny

    Tension nai, aaram se muff khujibo Bhaskar bula joneeee

  • @pranabbhuyan3276
    @pranabbhuyan3276 Před 2 dny

    কয়লা সম্ৰাট

  • @promudborgohain7920
    @promudborgohain7920 Před 2 dny +1

    ইয়াৰ উপৰত হত্যাৰ গোচৰ আছিল কি হ'ল জানু??

    • @hemantaborgohain4493
      @hemantaborgohain4493 Před 2 dny

      বিজেপিত যোগদান কৰিলে গোচৰ শেষ হয় । সেইবাবে বিজেপি মানে ৰাজনীতিৰ "ডাষ্টবিন" ।

  • @GoneshPatowary
    @GoneshPatowary Před dnem

    তাক জোতা মাৰ

  • @tikhulimbu8858
    @tikhulimbu8858 Před dnem

    BJP go back 👎

  • @hemenchangmai612
    @hemenchangmai612 Před 2 dny +1

    Tar bapekor ghoror pora dibo neki?

  • @SilimaAktar-ds3ut
    @SilimaAktar-ds3ut Před 2 dny

    BJP go back ta ta ta by by by

  • @ritu2098
    @ritu2098 Před 2 dny

    Ki je mla hol .. Ane power loi furi thakibolle mla bonil .. Bjp e eyak next time ticket nidie jen.🙏

  • @mridulsaikia7875
    @mridulsaikia7875 Před 2 dny

    BJP r besi hoise.😮

  • @AjmalHussain-sg1nx
    @AjmalHussain-sg1nx Před 2 dny

    Utpat bsrise

  • @user-nw5ol5ek7v
    @user-nw5ol5ek7v Před 2 dny +1

    Ai samsa burok sini rakhok parile goru piton diyok

  • @khagenborgohain5600
    @khagenborgohain5600 Před 2 dny

    Why not f i r ?

  • @NorthEast-tc3ge
    @NorthEast-tc3ge Před 2 dny

    Fola bahere dibo lagisil

  • @abhilashgogoi2633
    @abhilashgogoi2633 Před 2 dny

    Ru de vote

  • @Dchetia77
    @Dchetia77 Před 2 dny

    কিলোৱা . কুটুমহে কুটুম

  • @ajitbora5587
    @ajitbora5587 Před 2 dny

    Bat .Bat

  • @dipankarkhargharia9952

    AKOU VOT DIBO ASOMIAI PAHORI JAI ARU ANOR KARONE NAKANDE BOHUTE

  • @PranabBordoloi-t7q
    @PranabBordoloi-t7q Před dnem

    Bjp aro besi din nai ....date line ses hab aro bjp aro val din nahe aro next time ot 😅😅😅😅

  • @rkrockstar5155
    @rkrockstar5155 Před 2 dny

    Vote kio die aituk

  • @RajuRaj-yw5dq
    @RajuRaj-yw5dq Před 2 dny

    Atia rajniti kori andolan kori eku luv nai.....Pratibhad koratu uschit ne Baan prittaholok hohai koratu us chit ?kiman Hiram??

  • @bablebable13
    @bablebable13 Před 2 dny

    Very good, aro vote Dyna BJP k,
    Aro vote Dyna BJP k naholy Ajmal CM habo.