অমিত শ্বাহৰ মতে অসমত বান হোৱা নাই। অমিত শ্বাহৰ মন্তব্য সঁচা প্ৰমাণ কৰাৰ চেষ্টা।
Vložit
- čas přidán 8. 07. 2024
- অমিত শ্বাহৰ মতে অসমত বান হোৱা নাই। অমিত শ্বাহৰ মন্তব্য সঁচা প্ৰমাণ কৰাৰ চেষ্টা। তেওঁৰ সুৰত সুৰ মিলাইছে বিজেপি নেতাই। 'অসমত বান হোৱা নাই, হৈছে বান-সদৃশ পৰিস্থিতিহে'
'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
/ asomlive24
/ @asomlive24digital
#asomlive24
#axomlive24
#assamlive24
#breakingnews
#exclusivenews
#currentaffairsofassam
#dailynewsupdate
#dailynews
#assamkanews
#latestnewsofassam
#latestnews
Amit sah তাকলু টোয়ে কি বুজিব তাৰ নিজৰ মূৰত চুলি নাই।
ভোট লাগে বাকি খবৰ নাই
মুৰ মতে এতিয়া অমিত চাহক অসমৰ মুখ্যমন্ত্ৰী আৰু ন বিজেপি কেইটা যে তেওঁ আনি দেখাই দিয়ক যদি দম আছে তেওঁ সঁচাকৈয়ে অমিত কলা আৰু কনা নেকি তেওঁ বাতৰি নাই চোৱা
তেওঁলোকে অসমীয়া দৰদ নুবুজে। অসম হৈছে খিৰতী গাই। গতিকে বুজিব কেনেকৈ
যি নহওঁক ৫ কেজি চাউল পায়,ভোট আকৌ এবাৰ ঝুম লা চৰকাৰ।তেতিয়াহে ঝুম লা হয়।
ৰাজ ভবনত ৰাইজৰ টকাৰে পেট পুহি থকা জনে কেনেকৈ জানিব।হিমন্ত বিশ্ব শমা ৰাইজৰ কাষত থাকক।
অমিত চাহে কৈছিল অসমত এটা পুখুৰী খান্দি দিব বানৰ কাৰণে ।
😭😭
Kot thake aibor manuh, charot thakibo lage...
Andho vakto bilak sai luwa...
😢😢😢😢
কাউৰী বাহত কুলিয়ে কণী পৰাটুয়ে কি বান পানী কথা বুজ লব.
চকুতো ওনকালে কনা হ'ব লাগে
অমিত চাহ, (ডাঙৰী/ সন্মানিয় শব্দ বোৰ প্ৰয়োগ কৰিব নোৱাৰি) কেন্দ্ৰীয় গৃহ মন্ত্ৰী বোলা সেই মানুহটো আছলতে মূৰ্খ নহয় বুলি বিশ্বাস কৰেনে ? কি ভাবি কলে অসমত বানপানী নিচিনাহে হেছে ? চালা মিছলিয়া চোৰৰ পুতেক।
বান পানি আৰু হব লাগে অসমত
Axomia aru voot de B J P ik
BJP 😂😂hoi oo😊
Without lifejeket dibrugarh khuwang ba majuli t ek hoptah thakibo diyok Amrit Katariya k.Ei bipodor homoyot ahom r ahomiya k jukai nolobo dei
2 sor man dibo lagisile
NONSENSE BJP. PARTY.😂😂😂😂😂😂😂😂.
Oi shH Assam Asom ko jante ho?
Ghappor dena saheeye cm
Assam flood nai huwa no
Ganga pe rakha he keya
Pagl hl sb ehte sess korise Assam khn
Kòni tu hoisal
Panit gotiai gotiai dekhale hey xondorkoi banpani tu bojibo ?
Amit sahok axomot ani banpani juburiyab lage tetiyahe gom pab banpani kak koi .a.c roomt thaki ki janib . voter timot 10 bar man ahib atiya nahe kio ?
আমাৰ টকাৰৰে পেট পুহি এইবিলাক ভণ্ড নেতাই আবুল টাবুল বকিছে।
Nonsence
Ai.bilak.neta.neki
অমিত শ্বাহ আৰু ৰাজ্যপালক লাখ লাখ চাকি জ্বলাই দেখুৱাই দিলেহে দেখিব। আমাৰ মূৰ্খ সকলে আকৌ সেই পাষণ্ড বোৰক আদৰিবলৈ কোটিৰ ঘৰত চাকি জ্বলাই দেখুৱাবলৈ সাজু হওক।
আণ্ধ ভক্ত আণ্ধই
Aponi.kio.najane
Who is he
Govonor bhogow change
😢
এই বাতৰিবোৰ ছাওক সন্দভক্তবোৰেএইবোৰ মানুহক মানুহে পাগল বুলি কব পাৰে।অমিতশ্বাই পাগল নহলে এনৈ নকয়