ঢোল বাদন তথা ঢোলৰ ওপৰত এক তথ্যচিত্র | ঢোল সম্ৰাট সোমনাথ বড়া ওজা | শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র, ২০০৫
Vložit
- čas přidán 21. 04. 2020
- অসমৰ লোক বাদ্য ঢোলৰ ওপৰত এখন চুটি তথ্যচিত্র "ঢোল সম্ৰাট সোমনাথ বড়া ওজা" দেৱৰ যোগে আগবঢ়ালো। লগতে আছে ঢোল বাদনৰ কিছু সুন্দৰ দৃশ্য। পৰিবেশন কৰিছে সোমনাথ বড়া ওজা, স্বৰ্গীয় প্ৰসেন বৰা, ৰঞ্জিত গগৈ, প্ৰবীণ কুমাৰ শইকীয়া আৰু অসীম চুতীয়া দেৱে। আশা কৰোঁ সকলোৱে যেন ভিডিঅটো চাই ভাল পায়।
ভিডিঅ সংগ্ৰাহক, সম্পাদনা- স্বপ্নীল অঞ্জন বড়া (Aryanz Pixelography)
#DholBadon #SomnathBorahOja #ProsenBorah #RanjitGogoi
Video Credit- Mr. Upakul Bordoloi
In association with Srimanta Sankaradeva Kalakshetra Society
Hope everyone enjoys the video.... Like it... Share it... Subscribe to my channel😊🙏🏻🙏🏻🙏🏻
To follow me in Facebook:-
/ swapnilanjan.borah
Official Facebook Page-
/ 212104595551052
To follow me in Instagram:-
/ swapnil_aryanofficial
/ swaataryan - Hudba
অপূৰ্ব, সোৱাদ পালোঁ,ভগৱানে আপোনাৰ লোকক, কোখলে ৰাখক, এই ভগবানৰ ওচৰত সেৱা জনালোঁ কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ 🙏
কি সুন্দৰ অ 🙏 কুশলে ৰাখক ভগৱানে সদায় ,🙏🙏
অসমীয়া বিহু সংস্কৃতিৰ ধ্বজাবাহক সোমনাথ বড়াদাঙৰীয়া ' আপোনাৰ সবল প্ৰচেষ্ঠাত অসমীয়া জাতিৰ আত্মস্বভিমান বিশ্বদৰবাৰত উপস্থাপন কৰিব পাৰিলে ।সেয়েহে আপোনালৈ বহুত বহুত ধন্যবাদ ।আপোনাৰ সুস্ব্যাস্থ ও দীৰ্ঘায়ু কামনা কৰিলো ।
প্ৰয়াত প্ৰসেন বৰা দেৱলৈ মনত পৰি গ'ল।
আপোনালৈ কৃতজ্ঞতা জ্ঞাপন কৰিছো বহুত দিনৰ মুৰত এনেকুৱা vdo চাবলৈ পাই ।আমাৰ শৈশৱৰ কিছুমান কথা মনত পৰি গ'ল thanks
আগতে কেছেটত শুনিছিলো। আকৌ শুনিবলৈ পায় নথৈ আনন্দিত হলো। ধন্যবাদ।
অপূৰ্ব , মোৰ নেদেখা গুৰু প্ৰসেন বৰাৰ দেবলৈ প্ৰণাম🙏🙏🙏
কি যে সুন্দৰ ।
আপ্লুত হলোঁ। সকলোলৈ অফুৰন্ত শুভেচ্ছা থাকিল 🙏🙏🙏🙏🙏
আসাধাৰণ...প্রসেনদা /সোমনাথদাৰ এই ঢোলবাদন...মই 100% সুখি হ'লো
বৰা দা ঢোলবাদন সুন্দৰ হৈছে প্ৰভা বৰুৱা।
সোমনাথ বৰাদেৱৰ কথা আহিলেই বিখ্যাত ওজা বাদুলি হতিয়া জীবন গন্ধীয়াদেৱলৈ মনত পৰে😥
❤ঢোলৰ ৰগৰ ভাল লাগিছে মোৰ।🎉
ভাল লাগিল । আপোনালোকক শ্রদ্ধা
নিবেদন কৰিছো । 🙏
Wonderful Presentation...He is a living legend...an expert of the only Talking Drum(Dhol) of the World..
Best of the best
Dada bor Val pow moi Dhoul
Swapnil da dhuniya dhuniya bosfubur uliyai asa bht val lagise
Bro tumar contact nmbr2 pam neki
Thank you
Uff❤
Such a legend was born in GOLDEN ASSAM💖
ভাল লাগিল দেই ।
❤️ সুন্দৰ লাগিল.., বহুত কথা জানিলো ঢোলতোৰ বিষয়ে 😊🙏
বহুত ভাল লাগিল ।
সচাকৈ বহুত ভাল লাগিল চাই
ভাল লাগিল , আন্তৰিক অভিনন্দন
Bahut dhuniya lagise
বহুত মজা
Thank you so much for uploading this.
Xundor lagil dei.thanks to all
Bhal Haishya Aiya Prakit Asamiya Sanskriti . .
শ্ৰী শ্ৰী কৃষ্ণ 🙏🙏🙏🙏
Bar dhuniya dhool baadan
সুন্দৰ
Legends of Assamese Bihu... Hats off Sir🙏🏻🙏🏻🙏🏻
বঢ়িয়া
Moozza dada
Late prasen bora sir ❤❤❤
5 legendaries together... Woww
wow mojja lagile😊
Aponalokk kobole mor kno xobdo ni God bless you all best wishes for the
Val kotha
Latest, hahirt hobha bihpuria adhibekhanot 1984 t homnath bora debor program saisilu
অসমীয়াই অসমত বিহ মাৰে বহাগত গীতটো আছে যদি আপলোড দিবচোন। ধন্যবাদ।
Mjaaaa
Hundor.
ahomiya Kristi ki je apurba
Xundor.. Prasen da 🙏
আজ্জৈ🥳🥳🥳
Dhunia lgil mur hasakoi
Dhunia 👌
Hundor
Legend of dhol
Thnx for uploaading this video
দেহিটি ঐ চাইনো চাই থাকিলে ঐ আমনি নালাগে ঐ আমনি নালাগে ঐ
ঢোলৰে চাপৰৰ ছেৱেঁ মোৰে যৌৱনদৈ
যৌৱন আশাত আছোঁ ৰৈ
যৌৱন আশাত আছোঁ ৰৈ
যৌৱন নো কাল ভটিয়াই যায়--------------
Nice
সুন্দৰ ৷
😍😍😍😍👏👏👏👏👏
Good
Bor val lagil sai . Gar num hiyori uthil.
❤ ❤
❤️
Borhia 😭😭..kintu eta ktha... homnath uja r je etia suli ase tetia nasile je 😳😳😳
Tekhetor hair transplantation kora hoise... 6 bosoror agot...
🙏
ছাৰ আপুনি অসমৰ গৌৰৱ
কিমান পুৰণি ভিডিঅ হব পাৰে
Uponr phon no debo dada moi mor sowal beyaut upnerak matim dada mor ghr Biswanath chariali moi Army how
Apunak kukhole rakhok.....Ane Dre Jen saday dekha paw....
eyat suli dighol jon prokhen bora ne
Hoi
Uponr no debo
Borah dada uponi Dhol baden bohout deindeya nai moi bor val paw uzhak moi Army 9366726633
চুলি দীঘলজন প্ৰসেনবৰা নহয় জানো?
হয় হয়। তেখেত প্ৰয়াত প্ৰসেন বৰা দেৱেই হয়।
সুন্দৰ