Mojaa
এইয়া হে আমাৰ গাওৰ প্ৰকৃত বিহূ
এয়াহে আমাৰ প্ৰকৃত বিহু ৷
নিভাঁজ পৰিৱেশন দেখি আপ্লুত , মুগ্ধ ৷
বহুত বহুত ধন্যবাদ।
নিভাঁজ উপস্থাপন
শ্ৰী যুত ৰুবুল বৰা দেবক অশেষ
অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। 🔴🔴❣️❣️❣️🙏🙏🙏🙏🙏💜💜⛄
In such way we can safe our culture. Congratulations to all .. happy rongali bihu.
❤❤❤❤Dhunia hoise.
ভাল লাগিল ককাইদেউ
Val hoise. Pronam.
অতি, সুন্দৰ সাজপাৰ,ভাল হৈছে প্ৰভু ভগৱন্তই আপোনাক লোকক কৃপা কৰক কৃষ্ণ জয় গুৰু শংকৰ সুন্দৰ প্ৰদৰ্শন,উজ্বল ভৱিষ্যতৰ কমণা কৰিলোঁ 🙏
বহুদিনৰ মূৰত এটা অতিকে সুন্দৰ পুৰণি- পৰম্পৰাগত (যোৰহাট জিলাৰ বুলি উল্লেখিত ) হুঁচৰি-বিহ শ্ৰৱন দৰ্শন কৰিবলৈ পাই সচাকৈ আপ্লুত হ'লো । ধন্যবাদ।
Jorhatar paramparagat husori pradarsan sai bar bhal lagil.
বর বঢ়িয়া বিহু বিহু গালে এনেকৈ গাব লাগে
ভাল লাগিল চাই ।
মই বোকাখাত নগৰৰ বাসিন্দা আৰু
এতিয়া দিল্লীত থকা সৰু ছোৱালীৰ
ঘৰত বিশেষ কাৰণত আছো।
❤আপোনালোকৰ হুচৰি দল টিৰ
বিহু চাই মন মুগ্ধ হৈ গৈছে। মই ইয়াৰ
পৰাই যোৰহাটৰ বিহু হুচৰি দল টিক
আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।
যি সকলে ইউ টিউবিত প্ৰদৰ্শন কৰাৰ
চেষ্টা কৰিছে, তেওঁ বিলাককো মোৰ
তৰফৰ পৰা শুভেচ্ছা জনাইছো।
জয় আই অসম। 💜🙏🙏🙏🙏🙏❣️🔴🔴🔴🔴🔴🔴🔴❤❤❤❤❤❤❤❤❤💜💜💜❤
Rubul da aponi bohut bhal korile dei ayahe prokit husori dol or bihu
Bihur batarot aiahe asol husori .mon pran anondot nasi uthe bare bare huni amoni nologa husori bikhekh koi dhulor seubur❤.
Rubul...bihu ahilei tumaloi monot pore.college aru cassette or dinbur monot pore.dhuniya hoise husori.jorhotiya buli gourav koru.
Dolti loi dhonyabad jonalu...
Mjh mjh
সুন্দৰ উপস্থাপন ভাল লাগিল ।আৰু আশা কৰিলো ।
প্ৰকৃত নিভাঁজ বিহু।
সঁচাকৈ অতি সুন্দৰ প্ৰদৰ্শন হৈছে, এনেকৈ আমাৰ অতি মৰমৰ বিহুটি youtube ৰ জৰিয়তে ৰাইজৰ মাজলৈ অগবহাই দিয়া বাবে ধন্যবাদ জনাইছো🙏।
Hundor
Nice 👍👍
এই মানোহ জন বাৰো জীয়াই আছেনে
❤❤❤ nice
Rubul dak thank you miss you
Hundor bihu
Hundor,Rubul Da.bohut val lagile
Abu a asol bihu akhomiya....🥰🥰🥰❤❤❤
Hundar bihu ❤❤❤
এই বিহু হুঁচৰি এতিয়া লুপ্ত পথত কিন্তু ৰুবুল দা আপোনাক সঁচাই বহুত ধন্যবাদ জনাইছোঁ আপুনি এনেদৰে জীয়াই ৰখা বাবে। এতিয়াও মনত পৰে যেতিয়া ক্লাছ 5,6,7 পঢ়ি আছিলোঁ মইও এনেদৰে এখন বিহু গাইছিলো আজি এই বিহু চাই মোৰ স্মৃতি সজীৱ হৈ উঠিল।
লৰালি দিন বোৰলৈ মনত পৰি গ'ল দেই। ধন্যবাদ।
বহুত সুন্দৰ হুঁচৰি দেখা পালো।সকলো লৈকে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। ধন্যবাদ।❤❤
ৰুবুল da nice song
❤bohut val lagil
Samprotik bihu nittya ,husori ba sankrity bohut develop hoisy ,kintu ai puroni bihur hukia bishaysatta aru hoindoijya asy,jak arai goi bortoman bihur porompora sankritiry khap khuwai adunik rup dibo nowary.
Old bihu is always class .
Bor hundor cament dile dei porhi bhal lagile dei, aponak bohut bohut dhonyabad disu,
এইদৰেই পুৰণি বিহু যোৰা নিয়ম ধৰি ৰাখিব বুলি আশা ৰাখিলোঁ । সুন্দৰ হৈছে
বহুত ভাল মানুজন মই বহুত ভাল পাওঁ 😘😘😘🥰🥰🥰😊😊😊😊😊💋♥️♥️❣️❣️👌👌👌✌️✌️✌️👏👏👏💯💯💯🔥🔥🔥
Bhut dhuniya lagise buhu
Old is gold
Hosai bht hundor 😘😘😘😘😘😘😘
Hundor hoise
Bhut vl lagil ...
Very nice 🙏
সুন্দৰ👌
সুন্দৰ উপস্থাপন
ককা আপুনালোক আমা ইয়াত বিহু মাৰিব❤❤❤❤
Hosai Bohut val lagil
2024 ......❤❤❤
ধুনীয়া,,,🥰🥰🥰🥰
বৰ সুন্দৰ
ককাইদেউ,"যেতিয়া ফাগুনৰ বতাহ বলে তেতিয়া তোমালৈ মনত পৰে "গানটো আপলোড দিবচোন
Asal Bihu
Mojjaa
❤ 19:25
অসমীয়াৰ প্ৰকৃত নিৰ্ভেজাল বিহু । চাই মন প্ৰফুল্লিত হৈ গৈছে।
Mojja lagisile
বহিয়া দেই ৷
এনেদৰে আমাৰ লোক শিলপক সংৰক্ষণ কৰাৰ বাবে ধন্যবাদ ।
আমাৰ আগৰ বিহু চাই বৰ ভাল লাগিল .সেই ঢোলৰ চেওবোৰ কত চাবলৈ পাম ভাবিছিলো কিন্তু আপোনালোকে দেখোৱালে নথৈ সুখী হৈছো.চিৰদিন যাতে থাকে এনেদৰে
Nice 🥰
Nice
Nice.
Bhadokoli kaitik val lagise.
অধিক হাৰত চান্দ সংগ্ৰহ কৰাৰ নামত বেপাৰ কৰা সকলে এনেকুৱা বিহু চোৱাতো দৰকাৰ, বিহু কি বুজিব পাৰিব।
2r³
আজি কালিৰ এনেকুৱা বিহুৰ দেখিব নোপোৱাৰ হলো।
সকলোলৈকে আন্তৰিক শুভেচ্ছা জনাইছোঁ। এই বাপতি সাহোন সংস্কৃতি যাতে নেৰে তাকেই কামনা কৰিছোঁ।
🥰🥰🥰🥰🥰
Moiu bhumuki eta mari thoisu
Hosai Val.hoise.......puroni bihu paboloi nai.... Aajikali... Sob. Faltu hol bihu
Ki j humodhur. Aiyahe axomiyar prakitor bihu husori.
বহুত, ভাল, লাগিল, চাই Krishna🙏🙏🙏