Ojapali - Lalit Chandra Nath - Part 4

Sdílet
Vložit
  • čas přidán 30. 11. 2012

Komentáře • 12

  • @mridulbarman5261
    @mridulbarman5261 Před rokem

    এই মহান শিল্পী জন এতিয়াও জীৱিত আছেনে জানিব বিচাৰোঁ।

  • @pronobsharma1602
    @pronobsharma1602 Před 5 lety +1

    প্ৰকৃত শিল্পী , আপোনাক লগ পাবলৈ ব্যাকুল হৈছে মন ৷

  • @brnath1918
    @brnath1918 Před 4 lety +3

    Great work done by you, thanks to all of the organiser of the video maker in the life of Sri Sri Lalit Chandra Nath Oja of Darrang District.

  • @akashkharel3615
    @akashkharel3615 Před 4 lety

    Sadho sadho sadho

  • @bibhutilsarma
    @bibhutilsarma Před 8 lety +1

    বৰ সুন্দৰ হৈছে | পৰীক্ষামূলক ভাৱে ন সাজেৰে কৰা নির্মাণশৈলী প্রশংসনীয় আৰু অনুপ্রেৰণাৰ যোগ্য |

  • @sanamdutta3703
    @sanamdutta3703 Před 4 lety

    সঁচা ক'ব গ'লে আমাৰ উজনিৰ মানুহে ওজাপালিৰ বিষয়ে একো নাজানোৱেই। সঁচাই ই এক অসমীয়া সংস্কৃতিৰ অন্তৰ্গত অতি সুন্দৰ কলা। আমাৰ অসমীয়া নতুন প্ৰজন্মৰ মাজত এই আপুৰুগীয়া কলাটি বিষয়ে জ্ঞান প্ৰসাৰ কৰাত গুৰুত্ব দিয়াটো উচিত বুলি ভাবোঁ।

  • @debajitrock
    @debajitrock Před 3 lety

    সুন্দৰ

  • @giokaustubha
    @giokaustubha Před 8 lety

    Very very beautiful! Thanks

  • @tribenibora6651
    @tribenibora6651 Před 5 lety

    Bohut xundor amar xankskriti...

  • @AnupamMallikMithun
    @AnupamMallikMithun Před 7 lety

    Great work!!

  • @bibhutilsarma
    @bibhutilsarma Před 8 lety +1

    যোগাযোগৰ বাবে ঠিকনা আৰু মোবাই নং দিলে মোৰ দৰে অনুসন্ধিত্‍সু উপকৃত হ’ব |