কামৰূপী লোকগীত Hits 2018 - Hits Of Rameshwar Pathak - হিটছ ইফ ৰামেশ্বৰ পাঠক - New Song
Vložit
- čas přidán 23. 11. 2018
- #Hitsoframeshwarpathak #Kamrupilokgeet2018
Assamese Audio & Video song, Hope you like this song.
Please Subscribe, LIKE AND COMMENTS about this Video goo.gl/hQ5TxS
Company/ Label :- Wave
Category Music - Hudba
অনন্য কণ্ঠৰ অধিকাৰী ,আমাৰ অন্তৰৰ প্ৰেৰণাৰ উৎস ।তেখেতৰ কৰ্ম যুগমীয়া হওক ।
ৰা পাথকৰ তুলনা নাই
সৰুতে শুনিছিলো এইবোৰ গীত শৈশৱৰ স্মৃতি জড়িত হৈ আছে
বহুত ভাল লাগিছে কবলৈ ভাষা নাই
বহুত সুন্দৰ গীত এই গীতবোৰে তেওঁক সদায় জীয়াই ৰাখিছে
Eman sunder kanthaswer
অসমৰ লোক-সংগীতৰ ক্ষেত্ৰখনক অধিক সমৃদ্ধ আৰু জাকতজিলিকা কৰা শিল্পীজনেই হ'ল চিৰনমস্য প্ৰয়াত ৰামেশ্বৰ পাঠকদেৱ..তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছো...
Bohut vaal lagil
😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊
আমি যে কিমান ভাগ্যশালী!!এনেকুৱা সুকণ্ঠৰ লোকশিল্পীয়ে আমাৰ কামৰূপী লোকগীত চহকী কৰি থৈ গৈছে!!প্ৰণাম জনাইছোঁ এই গৰাকী শিল্পীলৈ।
❤❤❤ 2:17
Y z😅Jx
😅😮😮😮😮😮😮😢😢😢😢😢😢😢😢😢l0⁰00⁰⁰ ok😅😅😅
I left Assam 32 years ago but still can't forget this folk artist and still today every night I listen to only his songs and voice. My heart becomes full. Thanks to CZcams.
p
Rupok
অতি সুন্দৰ । সকলো লৈকে প্ৰণাম
@@ojitbisas5733 00p
Q
ৰামেশ্বৰ পাঠকদেৱৰ কামৰূপী লোকগীত আমাৰ জাতীয় সম্পদ, জাতীয় গৌৰৱ আৰু অতি সুমধুৰ হিয়া জুৰ পৰি যোৱা 🙏🙏🙏
Good morning everyone. In the world of music, specifically for Kamrupi Lokgeet Assamese people can't forget Rameshwar Pathak. Next to Dr. Bhupen Hazarika will remain in hearts❤💞❤💞 all Assamese for generation. 🙏🙏.
9ooo9999oo99@@bireswarbaruah6340
লোকগীত সম্ৰাজ্ঞী ৰামেশ্বৰ পাঠক দেৱ আজি হয়তো জীয়াই নাই সঁচা ; কিন্তু, তেখেতৰ কালজয়ী গীত সমূহে তেখেতক সদায় আমাৰ মাজত জীয়াই যে ৰাখিব সি ধুৰূপ |
বহত বহুত ধন্যবাদ...... |
জয় গুৰু শংকৰ।পুৱাই পুৱাই পাঠকৰ লোকগীত বোৰে মনতো উৎফুল্লিত। কৰিলে।
লোক গীত মানেই ৰামেশৰ পাথক
ৰামেশ্বৰ পাঠক মহান পুৰুষ জনৰ কামৰূপী লোকগীত সমূহত আমৃতৰ নিচিনা ৰস আছে আশা কৰো তেখেতৰ লোকগীত বোৰ অমৰ হৈ থাকিব,
খুবেই ভাললাগিল৷
I proud with assames flok song artist of Rameshwor pathak and miss Dhanada pathak .
চিৰ সজীৱ গীত ! জাতিটোৰ সম্পদ ।
Eman sunder
অপূৰ্ব কন্ঠ ।
সছাকৈ দেহা মন সাত পৰি যায় ❤❤❤
Mahan shilpi janak sasredha pranam janalo
সুন্দৰ কণ্ঠ শিল্পী জনলৈ শতকোটি প্ৰণাম জনাইছোঁ কৃষ্ণ কৃষ্ণ
Eman sunder swar
পাঠক ডাঙৰীয়াৰ লোকগীতৰ সুমধুৰ সুৰে মন আপ্লুত কৰি তোলে ।
Rameswar Pathokor Lokogeet bur Asomiyar oti hridoyor apun aru Apurugiya hompod .Tekhet biswa dorbarot Omor hoi thakok.
Ecb app quip
সুন্দৰ কন্ঠ শ্ৰদ্ধা জনাইছোঁ 🙏 তেখেতৰ গীত শুনি হেঁপাহ নপলাই❤ তেখেত অমৰ ৰওক🙏🙏🙏
Joy sree krishna
Bar anada lagil
কামৰূপী লোকগীত সম্ৰাট ৰামেশ্বৰ পাঠকৰ সশ্ৰদ্ধ প্ৰণাম
Ppppppppবৰ সুন্দৰ
লোকগীত সমূহে মন ভৰাই তোলে।
কৃষ্ণ কৃষ্ণ
শুনি থাকিলেও হেঁপাহ নপলায়।
4kxkf
Nice song
Akhetor geet br bht vl lage.. geetor kotha br bohut rokhal... Moy gari solaote khuni thaku . Mon tu bht fresh hy jai .❤
I miss you
Aponalokak dhnaybaad
লোকগীত বৰ ভাল পাওঁ। বিশেষকৈ আমাৰ শ্ৰদ্ধাৰ প্ৰয়াত ৰামেশ্বৰ পাঠকদেৱ তথা তেখেতৰ সুযোগ্যা সহধৰ্মিণী শ্ৰী যুতা ধনদা পাঠক বাইদেউ ৰ🙏
মন প্ৰান জূৰপৰিযোৱা সুমধুৰ লোকগীত তুলনাবিহীন।
Ppp
লোকগীতৰ মোৰ প্ৰিয় শিল্পী
প্ৰথমে ৰেকৰ্ড প্লেয়াৰত,তাৰ পিছত চিডিত এতিয়া ইউটিউবত শুনি আছো
Salute to Lt Rameshwar Pathak for his devotional songs of kamrupi lokgeet.
Mon pran jur pora lokgeet xuni val lagil
সু প্ৰভাত 🙏
Good. Morning. God. With. Pathak
Bhupen da aru Rameshwar pathok Okhomor gawrab.
ভাল লাগে
বহুত ভাল লাগে শুনি ।শুনিলে শুনিবলৈ মন যায়।
🙏🙏🙏কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏অতি সুন্দৰ 🙏🙏❤❤👌👌👌👌👌
অতি সুন্দৰ 💞
ইমান সুন্দৰ শুনি বহুত ভাল লাগিল
আৰু লগতে নতুন বছৰৰ শুভেচ্ছা আগ বহালো
Excellent
Yes
সুপার ডুপার হিট। ভাষা না বুজতে পারলেও সুর তাল অতুলনীয় খুব খুব খুব ভালো নমস্কার
Krishna Krishna.
Old is gold
Excellent. 🧞♀️🧞♀️🧞♀️
বহুত বহুত ধন্যবাদ তথা কৰে
Dhuniya lagisa
Bhal lagil
Krishno
Otikoi dhunia loka geet performed by Rameswar Pathak
Tiku
Prabhu krisnar baikunthalai jowa naam xuni mai dhanya maniso
Bht val loga git , punr pask dakori mtloi ahok Janma hoi
Nice what to say I don't have to say any words really. ,,😊
Good
Fata fati. Deutar sakulo olai goise
Pagol
ৰামেশ্বৰ পাঠক অসমৰ লোকগীত সম্ৰাট ৷ এখেতে লোক গীতৰ সুৰেৰে যি মধুৰতা সঞ্চাৰ কৰিব পাৰে মই ভাৱো অন্য শিল্পীৰ বাবে সেয়া বহুত কঠিন হৈ পৰে ৷ তেখেটৰ অন্য বহুত গীত প্ৰকাশ কৰাহোৱা নাই ; সেইৱোৰো শদাশয় ব্যক্তি সকলে প্ৰকাশ কৰে যেেন ৷ বহুত ধন্যবাদ ৷জয় আই অসম ৷
Mahamahim Shree Rameshwar Pathakr loka- sangeetar lokageet jen ati kam manuhe rschibs parichil aru ajan tene shilpi ako amar majaloi bhagabane amak ani diyk !!! --- thanks for your reading this humblr write - up !!!
Manyabar. Gan. Suni. Bhalpao.
@@SureshChandraSarmall😊😊😊p0pppppppp
বহোত ভাল লাগিছে
val lagil ratipuwatu🙏🙏🙏🙏🙏
Kamrupia the language of Kalita should be preserved.
গীতবোৰ শুনি ভাল লাগিল
ৰামেশ্বৰ পাঠকৰ কণ্ঠত গীত বোৰ শুনিলে আজিও মোৰ লৰালি কালত গ্ৰামোফোনত শুনা দিনবোৰলৈ মনত পৰি দেহা-মন আপ্লুত হয়।
Mojja
Ramashar pathakar luka geet bur mur bht besi vl lage .
🙏 rameshwar dar gaan huni hosai bohut vl lage.
aibur lokogeet xunile xuni thakibor mon jai ...... 🙏
Rameshwar Pathok Sir oar konthoar ek odvhut jaadu aasil, kunuwe etiyaou geet bur gaai, kintu Lokageet oar King oar nisina hoboi nuware
Mor ati pria
মোৰ অতিকৈ ভাললগা লোকগীত, ধন্যবাদ জনাইছো ৰামেশ্বৰ পাঠকৰ সকলোঁ লোকগীত
Khagen pathak Rameswar pathak r garu achil
ৰামেশ্বৰ পাঠকৰ লোকগীত মোৰ অতি প্ৰিয় আৰু শুনিলে শুনিয়ে থাকিবৰ মন ।
Thbk
কৃষ্ণ
অসমৰ কামৰুপী লোকগীতৰ মহাৰজা হয়, 🙏🙏🙏কোনো হব নোৱাৰে এওৰ নিচিনা 🙏🙏🙏
T👏👏👏
Thanks for uploading
Val lagl git gta ❤️❤️❤️❤️🥰🥰🥰🙏🙏🙏🙏
Shilpi janok sradha janalo
Dhunia lagil. Ayurvedic yugi.
আপুৰুগীয়া গীত।অসমৰ লোকসাহিত্যৰ অমূল্য সম্পদ।
Bhal lagil
Bohut dhuniya...
❤❤❤❤❤❤❤❤প😊😊❤❤❤❤
Lokageet r samrat khagen pathak (Pathbouchi). Ai khata Dhanada pathak a janiba lage
সুন্দৰ কণ্ঠৰ গৰাকী আছিল অসমীয়া লোক সংগীত জগতৰ।।
Bahut val lagil geet keita ..
Really unbelievable singer 👌🙏🙏🙏
অপূৰ্ব কণ্ঠ।অত্যন্ত আনন্দ লাভ কৰিলোঁ।
❤❤❤❤❤❤
Pratyak line anter sui gole
🙏🙏🙏🙏🙏🙏🙏
শ্ৰদ্ধাৰ লোকগীতৰ শিল্পী প্ৰয়াত ৰামেশ্বৰ পাঠক দেৱৰ কণ্ঠই মোক, সৰুকালৰ পৰাই অাকৰ্ষণ কৰি অাহিছে।তেখেতৰ সুৰ অাৰু কণ্ঠৰ মায়াজালে বৰকৈ মোহিত কৰে!এনে এজন শিল্পীৰ গীতবোৰ ভালদৰে সংৰক্ষণ কৰি ৰাখিব লাগে অাৰু নতুন চামক ইয়াৰ প্ৰতি অাকৰ্ষিত কৰিব লাগে।
mo
Ji86i
@@royalpalaceghy2906
Pa
Q
0pp%
P
PqAafaa
Lp
Qala
A
lQ
Bbye bbye
000p0000000y po p Oct
Late Rameswar pathak contributed a lot in popularising " kamrupi lokgeet" this is also a nice number by him.
আপুনি মোৰ ঘৰলৈ আহিবচোন এদিন
A magnificent & melodious voice.
কালজয়ী গীত
ধুনীয়া.. এক অদ্ভুত কন্ঠ..🙏🙏
Oti.sumoďhur.get.prìy
সুন্দৰ কামৰূপী লোক গীত । মোৰ অতিকৈ শ্ৰদ্ধাৰ হয়।।
Diganta kari geet !best singer
❤
ATI purva Asamiya lokgeet ..Rameswar Pathak deve Asamiya sangkritir bharal sahali kori gol.
Bahut vl lage ekhetr lukogt hr shni.....