কংগ্ৰেছ চৰকাৰ হোৱাৰ পিছতেই বাজেয়াপ্ত হ’ব হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তি’

Sdílet
Vložit
  • čas přidán 9. 09. 2024
  • কংগ্ৰেছ চৰকাৰ হোৱাৰ পিছতেই বাজেয়াপ্ত হ’ব হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তি’। ‘বিজেপি চৰকাৰৰ দিনত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে গঠন কৰা হ’ব SIT’। বিজেপিৰ আন নেতাৰো সম্পত্তিৰ হিচাপ ল’ব কংগ্ৰেছ চৰকাৰে’।
    _______________________________
    The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
    FEARLESS, UNBIASED, TRUSTWORTHY
    NEWS BEGINS HERE
    Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
    Connect on Social Media:
    Follow Us on Twitter: / dy365
    Like Us on Facebook: / dy365
    Follow Us on Instagram: / dy365.in
    Our Website: dy365.in
    Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
    Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx

Komentáře • 265

  • @NipenHazarika-ny1hr
    @NipenHazarika-ny1hr Před 28 dny +62

    ধন্যবাদ জনাইছো কংগ্ৰেছ চৰকাৰক আৰু আগবাহি জাৱক বুলি আশা ৰাখিলোঁ।

  • @NipenHazarika-ny1hr
    @NipenHazarika-ny1hr Před 28 dny +61

    ভুপেন বৰা ডাঙৰীয়া জয় ৰাইজৰ জয় কংগ্ৰেছ চৰকাৰ জিন্দা বাদ।

  • @taradoi7957
    @taradoi7957 Před 28 dny +72

    মাননীয় মুখ্যমন্ত্ৰীৰ পত্নীৰ সম্পতি আয় অনুপাতে অধিক হোৱা যেন অনুভৱ হৈছে ।

    • @Dda8060
      @Dda8060 Před 28 dny +1

      Atiyao anubhav hoi ase??

    • @Dda8060
      @Dda8060 Před 28 dny +4

      Riniki Ambani hoi goise

    • @user-zh9ii8it6g
      @user-zh9ii8it6g Před 28 dny

      ​@@Dda8060 right 👍

    • @HabibUllah-yp9rd
      @HabibUllah-yp9rd Před 27 dny

      Bechara hotor Anubhab hoboloi aru 100 Basar man lagibo 😁😁😁😁

  • @SadanandaHazarika-nv6yv
    @SadanandaHazarika-nv6yv Před 28 dny +47

    কংগ্ৰেছৰ পদক্ষেপ প্ৰশংসনীয়, আমিও তাকেই কামনা কৰিছোঁ ।

  • @rezaulhoquesk259
    @rezaulhoquesk259 Před 28 dny +30

    2026 Congress 🎉🎉🎉🎉

  • @user-np4bh6yl8f
    @user-np4bh6yl8f Před 28 dny +30

    মই বহু কেইটা নিব্বা'চনত কংগ্ৰেছক ভোট দি আহিছো আৰু যোৰহাট লোকসভা সমষ্টিত গত নিব্বা'চনত কংগ্ৰেছৰ প্ৰাথী' বত্ত'মানৰ সাংসদ মাননীয় গৌৰব গগৈ ডাঙৰীয়াক ভোট দিয়াৰ সুবিধাকণ পোৱাত গৌৰবন্বিত হৈয়ে থাকিম চিৰদিন ৷

  • @lalitmoran2709
    @lalitmoran2709 Před 28 dny +24

    মূখ্যমন্ত্ৰীয়ে লিখি দিব নালাগে নতুন চৰকাৰ গঠন হ'লে কাহি আনিব সেই কথা আগতীয়াকৈ মূখ্যমন্ত্ৰীয়ে জানিছে, সেই কাৰণে এই কথা হৈছে।

  • @NayanDoleyNayanDoley-el9xk
    @NayanDoleyNayanDoley-el9xk Před 28 dny +13

    আগে চৰকাৰখন গঠন কৰি দেখাচোন..২৬ ত কংগ্রেছ বৰ বেয়াকৈ হাৰিব...

    • @krishnokachari7913
      @krishnokachari7913 Před 28 dny +6

      26 t Himonta Tihar Jailot thakibo lagibo sai thak 😅😅😅 aru tat goi Vendi jul, Bengena jul, aru Puri Kula hoi jua Fapor dhora Ruti khai thakibo 😅😅😅 26 t Himonta r gadi Brahmaputra nodit doliyai diya hbo sai thak 😅😅😅( CM Junei nhouk...Kela okol Nijor Hompoti gutabole Assam r Raije CM bonua nai...sidha kotha

    • @DGSolutions006
      @DGSolutions006 Před 28 dny

      😂😂in your dream😂😂..​@@krishnokachari7913

    • @Highlightsmusic123
      @Highlightsmusic123 Před 28 dny

      Hopun dekhibthak😂 ​@@krishnokachari7913

    • @BulumoniSaikia-ui8fh
      @BulumoniSaikia-ui8fh Před 28 dny +1

      @@krishnokachari7913 ঘেনটা cong হাৰিব ।

    • @jitenbora1369
      @jitenbora1369 Před 24 dny

      Maane......Stool Defeat 😂

  • @user-iw7vi7ej7e
    @user-iw7vi7ej7e Před 28 dny +8

    যদি চৰকাৰ আহিলেই সম্পতি বাজেয়াপ্ত হব পাৰে তেনেহলে কোনখন মুখেৰে ED ., CBI ক লৈ ছিঞৰী থাকে ?

  • @dilipsaikia718
    @dilipsaikia718 Před 28 dny +2

    Congress party netar jepot homab , 2026 Congress party go back

  • @shyamantadeka5943
    @shyamantadeka5943 Před 28 dny +16

    আৰু কংগ্ৰেছ দলৰ নেতা বোৰৰ সম্পতি বোৰ কি হব ।

  • @user-vw9gs1yk3e
    @user-vw9gs1yk3e Před 28 dny +18

    মিছা কথা কংগ্ৰেছো চোৰ

  • @santanurajkonwar4093
    @santanurajkonwar4093 Před 28 dny +3

    কংগ্রেছৰ আশা পূৰণ হওক। কিন্তু, প্রথম কথা হ"ল চৰকাৰ গঠন কৰিব পৰাটোহে।

    • @SBegum-qk5uc
      @SBegum-qk5uc Před 25 dny

      Apuni ami mili aklog hole kio নোৱাৰিব

  • @user-ez2co4nn8z
    @user-ez2co4nn8z Před 28 dny +1

    আজিৰ দিনত অসমত কংগ্ৰেছৰ চৰকাৰ আহিব কৈছে সকলোৱে । কিন্তু আৰু এটা বছৰ পিছত কব আকৌ BJP চৰকাৰ । সঁচাকে 26 ত BJP চৰকাৰ । ভূপেন দাৰ সপোন সপোন হৈয়ে থাকিব।

  • @user-cu9ur3sm2h
    @user-cu9ur3sm2h Před 25 dny +1

    কংগ্ৰেছৰ ‌চৰকাৰ গঠন কৰিবলৈ সপোন বাদে আৰু ০০০

  • @user-se5yz7zc6o
    @user-se5yz7zc6o Před 28 dny +10

    Good news

  • @SYM_SOYAMFF
    @SYM_SOYAMFF Před 28 dny +5

    Congresr, aru ghorov gogoi bhupen borahr mungrilalor asin sapna

  • @devajyotiborah8672
    @devajyotiborah8672 Před 28 dny +6

    Bhupen Bora dangoriyai guarantee dile kenekoi Axomot 2026ot Congress Government gothon hobo ? Axomor jonosadharon raije bisarile he eito sombhovpor hoi uthibo.

  • @user-lo9jn6xt4r
    @user-lo9jn6xt4r Před 28 dny +1

    চৰকাৰ কৰিবনোৱাৰে।এইতো ধুৰূপ।বি জে পি হব।

    • @BulumoniSaikia-ui8fh
      @BulumoniSaikia-ui8fh Před 28 dny +1

      @@user-lo9jn6xt4r বেছি আশা নকৰাই ভাল । লক্ষণ ভাল দেখা নাই ।

  • @user-vi6rf2wm4r
    @user-vi6rf2wm4r Před 28 dny +1

    নৰো কত চৰকাৰ গঠন কৰিব। পাৰিব ভূপেন বৰাই অসমত নহব

  • @tankanewar1303
    @tankanewar1303 Před 27 dny +2

    এইবোৰ সপোন দেখি একো লাভ নাই ডাঙৰীয়া,আপোনালোকৰ দিনৰ গোষ্ঠী সংঘৰ্ষ, serial boomblast, মানুহৰ জীৱনৰ নিৰাপত্তাহিনতা,ভ্ৰষ্টাচাৰ,দুৰ্নীতি এছাম মানুহৰ বাদে মানুহে পহৰা নাই,অসমৰ মানুহে দীৰ্ঘ দিনৰ অন্তত এজন সুদক্ষ মুখ্যমন্ত্ৰী পাইছে আৰু এইজনৰ পিছত next দ্বিতীয় এজন মিনিষ্টাৰ এনেকুৱা চতুৰ,সুদক্ষ অসমে পাব বুলি ভবিষ্যতে আশা কৰিব নোৱাৰি ৰাইজ, মাত্ৰ এখেতে এতিয়া অসমৰ দৰিদ্ৰ মানুহক সম্পদ হিচাপে গড় দিবলৈ শিক্ষা ব্যৱস্থা টো ভাল কৰিবলৈ অত্যন্ত জৰুৰী হৈ আছে,কিয়নো প্ৰকৃত্য মানৱ সম্পদ অবিহনে বিকশিত অসম বিকশিত ভাৰত কেতিয়াও হব নোৱাৰে। জয় হিমন্ত মামা, জয় মোদী ককা।

  • @PallopjuytiRabha
    @PallopjuytiRabha Před 28 dny +1

    কংগ্ৰেছ চৰকাৰে কেৱল সপোন দেখে আৰু এইবোৰ বাক্য সপোনত হে মুখৰ পৰা ওলাইছে বাস্তৱত একো কৰিব নোৱাৰে কংগ্ৰেছ, BJP চৰকাৰ থাকোঁতে আমাক বেলেগ চৰকাৰ নালাগে, আমাক লাগে কেৱল BJP চৰকাৰ, BJP

  • @davidmunda5166
    @davidmunda5166 Před 19 dny

    Gaurav Gogoi jindabad jindabad jindabad jindabad jindabad jindabad jindabad

  • @abinashkalita9242
    @abinashkalita9242 Před 28 dny +1

    সমুদায় সা-সম্পত্তি অসমৰ ৰাইজক গতাই দি তেওঁ ক’লৈ যাব !

  • @hemenbaishya8850
    @hemenbaishya8850 Před 28 dny +1

    Cong leader koun ase. Jot 2026 joy hobo.sopon dekha babe Bhupen borak dhanyawad

  • @NirmolRay1996
    @NirmolRay1996 Před 28 dny +1

    মিছা সপোন দেখি আছে কংগ্ৰেছে।বিজেপিক হৰুৱা কথাটো কংগ্ৰেছে ওপৰে ওপৰে ভাৱি আছে।কিন্ত বিজেপিয়ে ফিল্ডত ঘূৰি ঘূৰি সংখ্যা বঢ়াই আছে।।।গতিকে সংবাদ মাধ্যমত বকি থাকিলেই চৰকাৰ হৈ নাযায়।।।

  • @bantidas2403
    @bantidas2403 Před 28 dny +1

    আমি মানু্হ হয় মানুহৰ সন্তান এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ

  • @dipankusaika5754
    @dipankusaika5754 Před 28 dny +2

    ভূৱেন কুমাৰ বৰা আকাশত চাং পতা বাত দিয়ক আপুনি ভাদ মাহ আহি আছে নামঘৰ গৈ ভগবানৰ নাম লওক? দুৰ্নীতি কংগ্ৰেছৰ দিনত কিমান হৈছিল যে আমি আজি পাহৰিলো নেকি ? নাম লিখিব নোৱাৰে চাকৰি কৰি বহি আছে কাৰ দিনত ? আমি বোৰ পঢ়া শুনা কৰি বইলাৰ ফাৰ্ম খুলি বহিছিলোঁ ?

    • @ujjalkonwar9938
      @ujjalkonwar9938 Před 28 dny

      বৰ্তমান ৰ বিজেপি চৰকাৰ কংগ্ৰেছৰ নেতাই চলাই আছে

  • @nivagogoi9859
    @nivagogoi9859 Před 28 dny +1

    দুৰ্নীতিৰে গঢ়া সকলোৰে সম্পতি বাজেয়াপ্ত হব লাগে ।

  • @NinjaGaming-w8f
    @NinjaGaming-w8f Před 28 dny +7

    Nice step🎉🎉

  • @apurbadas4151
    @apurbadas4151 Před 27 dny +1

    প্ৰথম নেচেনেল হেৰাল্ড কেচটোৰ পৰা মুক্ত হ'ব দিয়ক গান্ধী পৰিয়ালক!! লাজ লগা নাই কবলৈ????

  • @rontugogoi8466
    @rontugogoi8466 Před 27 dny +1

    কংগ্ৰেছ চৰকাৰ গঠন কৰিব পাৰিব জানো ? গছত কঠাল ওঁঠত তেল নৌ খাওঁতেই কিহৰ চেলবেল।

  • @samudrahazarika110
    @samudrahazarika110 Před 28 dny +1

    বৰ বৰ কথা। সব ৰাজনৈতিক দলৰ সম্পত্তিৰ তথ্য লব লাগে। ৰাহুল আৰু গৌৰৱ গগৈ কোনো ধোৱা তুলসীৰ পাত নহয়। ভূপেন বৰাৰো লব লাগে। যেতিয়া শাসনত আহিব পাগল হৈ যাব কেনেকৈ খাম কত থম।

  • @K.G-z-I6b
    @K.G-z-I6b Před 28 dny +10

    ৰকিবুল হুছেইনৰ সম্পত্তি বিষয়ে কোনোবাই যানে নে ? গুগলৰ মতে তেওঁতো ২৬ কৰৌ ৭৬ লাখৰো অধিক সম্পত্তি মালিক কংগ্ৰেছৰ নেতা যদি ইমানেই নিকা ইমান সম্পত্তি ৰকিবুলৰ ওচৰত কৰ পৰা আহিল ? ইটোৱে সিটোৰ বদনাম কৰিয়ে ইহঁতে ৰাজনীতি কৰি আছে ।

  • @davidmunda5166
    @davidmunda5166 Před 19 dny

    Congress party zindabad zindabad zindabad

  • @northeastmarijaan
    @northeastmarijaan Před 28 dny +12

    একো ঘতিদাল কৰিব নোৱাৰে 😅

  • @tileswaryein1295
    @tileswaryein1295 Před 28 dny +4

    কংগ্ৰেছ চৰকাৰ হৈগলনেকি? মুখ্যমন্ত্ৰী কোন জনাবচোন ।

  • @dhrubajyotigoswami3961

    সকলো একেই।কাক নো বুলিবা ককা সকলোৰে দাৰি চুলি পকা।

  • @lakheborah6229
    @lakheborah6229 Před 28 dny

    কংগ্ৰেছ আহিলে অসমৰ মাটি সম্পত্তি সত্ৰৰ মাটি বনাঞ্চলৰ মাটি বাংলাদেশী মিয়াৰ মাজত ভগাই দিব
    ৰোহিংগিয়া মুচলমান হতক ভোটাৰ লিষ্টত নাম ভৰাই দিব
    অসমীয়া জীয়ৰী বোৱাৰী হতক..........................

  • @mostofamdkhairulislam5870
    @mostofamdkhairulislam5870 Před 28 dny +11

    Very good decision Congress party zindabad

  • @SYM_SOYAMFF
    @SYM_SOYAMFF Před 28 dny +3

    Ghorov gogoi property ketiya bjeyaptho hbo. Out of country ghor bur kak dhan dibo jonaboson axomor janaxadharonek

  • @arunrajbongshi6451
    @arunrajbongshi6451 Před 28 dny

    No tension. If form congress govt in 2026. Then HB Sir will supreme power in congress. He know how to change party.

  • @DigantaHazarika-zx7dr
    @DigantaHazarika-zx7dr Před 28 dny

    Congress jindabad

  • @sanjibsubedi2867
    @sanjibsubedi2867 Před 28 dny

    God vahkandise sar jindabad

  • @abhinavroy6141
    @abhinavroy6141 Před 25 dny

    Corrupted himanta, riniki, son n brother susanta biswas sarma sab jail jabo

  • @Majaharul78
    @Majaharul78 Před 27 dny

    Yes very good

  • @babulbora8228
    @babulbora8228 Před 28 dny +5

    কংগ্ৰেছৰ চোৰ বিলাকে ৬০/৭০ বছৰে ৰাইজক ঠগী ঠগী দেশক লুণ্ঠন চলাই ইতিমধ্যে ঘটা সিহঁতৰ সম্পত্তি বিলাক ৰাজহুৱা কৰক।অসম তথা ভাৰত বৰ্ষৰ কংগ্ৰেছ নেতা বিলাকে মহাত্মা গান্ধীৰ নামত ঘটা সমাত্তি বিলাকৰ তালিকা বিলাক দাখিল কৰক।

  • @jaduroy2449
    @jaduroy2449 Před 28 dny +2

    Congress or suta combol Rajnitir kam nai

  • @narmadakaman7901
    @narmadakaman7901 Před 28 dny +2

    Good news ❤❤❤

  • @pranjalanubhav8133
    @pranjalanubhav8133 Před 28 dny +7

    কংগ্রেছ কেতিয়াও নাহে সপুন

    • @dipankardeka5647
      @dipankardeka5647 Před 28 dny

      Toi kot thkibi

    • @pranjalanubhav8133
      @pranjalanubhav8133 Před 28 dny

      @@dipankardeka5647 নিজেই কত থাকিবা মিয়াৰাজ হলে

    • @pranjalanubhav8133
      @pranjalanubhav8133 Před 28 dny +1

      @@dipankardeka5647 মিয়াৰাজ হব তুমি কাৰ লগত থাকিৱা

    • @krishnokachari7913
      @krishnokachari7913 Před 28 dny

      Aru 26 t BJP srkar ohatu Hopun 😅😅😅 26 t Himonta Tihar Jailot thakibo lagibo 😅😅😅

    • @Highlightsmusic123
      @Highlightsmusic123 Před 28 dny +2

      Miya dolok jetia o ahibo nedio

  • @ranjitgoyary5101
    @ranjitgoyary5101 Před 28 dny +8

    কংগ্ৰেছ চৰকাৰ অহাটো সপোন

    • @akashchoudhury8630
      @akashchoudhury8630 Před 28 dny +2

      অলপ বাহিৰত ওলাই ছা

    • @krishnokachari7913
      @krishnokachari7913 Před 28 dny

      Akow j 26 t BJP srkar ohatu Hopun😅😅😅 aru 26 t Himonta Tihar Jailot thakibo lagibo 😅😅😅

  • @bkdthsolution9550
    @bkdthsolution9550 Před 28 dny

    অতি কম সময়ৰ ভিতৰতে মুখ্য মন্ত্ৰীৰ পৰিয়াল হাজাৰ হাজাৰ বিঘা মাটিৰ মালিক হৈছে। হাজাৰ কোটি টকাৰ মালিক হৈছে।

  • @NazrulIslam-hp3jh
    @NazrulIslam-hp3jh Před 28 dny +5

    কাৰ সম্পত্তি কোনে লয় ,সময়ত দেখা যাব।পেক পেক কিয় কৰি থাক।

    • @farmer4031
      @farmer4031 Před 25 dny

      বিদেশীও যাৱ লাগিৱ

  • @digantaphukan2405
    @digantaphukan2405 Před 28 dny

    Good moi congresot vot dem

  • @user-oc6rq4hw3r
    @user-oc6rq4hw3r Před 28 dny +1

    একো ঘৰিয়াল কৰিব নোৱাৰো ।

  • @jiyajiya6386
    @jiyajiya6386 Před 28 dny

    Right

  • @chauhanji3694
    @chauhanji3694 Před 28 dny

    Next PM of bharat Yogi aditya nath Maharaj🚩🇮🇳🚩

  • @RamenRabha-l7m
    @RamenRabha-l7m Před 28 dny

    Vall lagil

  • @Deepvlogs-s8w
    @Deepvlogs-s8w Před 28 dny

    Val kotha

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh Před 28 dny

    Assam Hemanta Biswas Sharma Bhumi alankari Mukhymantri very Modi Sarkar

  • @purnaphukon5275
    @purnaphukon5275 Před 28 dny

    বাকীবোৰ মন্ত্ৰী বিধায়কৰ সম্পত্তি কি হব

  • @Nazrulbarbhuiya5480
    @Nazrulbarbhuiya5480 Před 28 dny +2

    Nice

  • @KuhimaMahanta-f4d
    @KuhimaMahanta-f4d Před 27 dny

    কাক নো বুলিবি ককা সকলোৰে দাৰি চুলি পকা ।

  • @birendoley7136
    @birendoley7136 Před 28 dny +10

    আনৰ ব্যক্তিগত সম্পত্তিৰ ওপৰত সিমানকৈ কিয় চকু পৰিছে কংগ্ৰেছৰ ? তাতকৈ বেছি সম্পত্তি আছে কংগ্ৰেছ নেতাসকলৰ।

  • @apurbadas4151
    @apurbadas4151 Před 27 dny

    মই জন্মৰ পৰা, মানে যেতিয়াৰ পৰা গণতান্ত্রিক ভাবে ভোটদানৰ সুবিধা পাইছো তেতিয়াৰ পৰা বিজেপিক ভোট দিছো!!!
    সেইদিনবোৰ আহিব বুলি ভয় লাগে, য'ত এজন দুখিয়া বিপিএল বুলি ৭টকাকৈ কংগ্ৰেছৰ দিনত বিপিএল চাউল কিনি খাব লগীয়া হৈছিল,, ১২০ টকা হাজিৰা হৈ দেউতাৰ সেই চাউল খিনি কিনিব পৰা নাছিল😭😭😭সেই বিপিএল চাউল দেউতাই আমাক আনিব দিছিল,তেখেতে লাজ পাই আনিবলৈ কাৰণ সেই চাউল খিনি আনিবলৈ সম্পূর্ণ দেউতাৰ টকা নাছিল,,দেউতাই কংগ্রেসেৰ মণ্ডল কংগ্ৰেছৰ সভাপতি জনৰ pa নিছিনা আছিল, তেখেতে দেউতাৰ অবিহনে একো কাম কৰিব পৰা নাছিল,, দেউতাই মণ্ডল কংগ্ৰেছৰ সভাপতি হল হয়, যদি আমাৰ টকা-পইচা থাকিল হ'য়!!
    কিন্তু চাকৰিৰ সময়ত গেছ মাৰ্ক পোৱা আঙুঠা চাপ বুলে কলে ভূল নহৱ , সেই মণ্ডল কংগ্ৰেছৰ সভাপতি জনৰ পুতেকে চাকৰি ল'লে,, আতাইতকৈ ডাঙৰ কথা হ'ল তেখেতৰ পুতেকে দৌৰিব জোৱা নাছিল, বেলেগেহে দৌৰি দিছিল😭😭😭এনেকুৱা দুর্নীতি কৰা সকলে এতিয়া কি দৰে ডিঙি ফুলাই কথা ক'য়???
    হিমন্ত নথকা হ'লে আমি চাকৰিৰ কথা কেনেকৈ ভাবিৱ পাৰো???? আমাৰ মানত হিমন্ত ছাৰ ভগৱান,, আমাক ৰাজনীতি নালাগে কাম লাগে!!! বুজিলে গগৈ ডাঙৰীয়া????

  • @shine960
    @shine960 Před 28 dny

    C m hamanta jindabad

  • @bishaldas3964
    @bishaldas3964 Před 28 dny +1

    Xey dintur babe wait kori asu

  • @Keshab-e7e
    @Keshab-e7e Před 24 dny

    2026Ot congress 00 hobo

  • @sambhuray740
    @sambhuray740 Před 28 dny

    Right ✅️ raije bisar koribo jati jan jati cm bisar koribo nuwarey mathu hisab hey rakhibo

  • @bantidas2403
    @bantidas2403 Před 28 dny

    এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম ক্ষেত্ৰত জোন লোকে কয় আমাৰ অসমৰ অসমীয়া ৰাইজৰ জনতা সদস্য সকলোও ধৰ্ম প্ৰাণ ৰাইজৰ জনতা এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল এই কৰ্ম এই ধৰ্ম ক্ষেত্ৰত সকলো ও পাগলে কৰে এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ

  • @jadunathgogoi83
    @jadunathgogoi83 Před 28 dny

    ৰকিবুল হুছেইনৰ কাৰ্য্যকালত গঁড়ৰ হত্যা যে হৈছিল।বিচাৰ হ'বনে?

  • @user-jd3cm1qm6t
    @user-jd3cm1qm6t Před 28 dny +3

    Bohut toka hompoti karile dei CM r poriale....manichu kintu

  • @user-gs4lf3cz1e
    @user-gs4lf3cz1e Před 28 dny

    Moza❤❤❤❤

  • @polsingha9794
    @polsingha9794 Před 28 dny

    Dhuniya

  • @avlogs1674
    @avlogs1674 Před 28 dny

    Good job congress and #Bhupen_Borah

  • @bitupandeka4929
    @bitupandeka4929 Před 28 dny +11

    Bjp jindabad modi

  • @jyotishdihingia3957
    @jyotishdihingia3957 Před 28 dny

    Good ❤

  • @hazratali4698
    @hazratali4698 Před 28 dny +1

    পৰিবৰ্তন হ'ব লাগে আৰু হয়ে দেখোন! আগে আগে আগে দেখো হোতা হায় কেয়া!

  • @rupsanali9291
    @rupsanali9291 Před 28 dny +1

    Good

  • @13455sj
    @13455sj Před 26 dny

    Congress sarkar😂😂😂😂😂😂
    HBS jindabad ❤❤

  • @chauhanji3694
    @chauhanji3694 Před 28 dny

    HBS again in assam🚩🇮🇳🚩

  • @tileswaryein1295
    @tileswaryein1295 Před 28 dny +1

    কংগ্ৰেছ চৰকাৰ হবনে ? পানীত মাছ থৈ কান্ধত কান্ধমাৰি লোৱা কথাবোৰ শোভা নাপায় । কথাবোৰৰ উৰ্জণ আৰু গণবিওি থকাকৈ প্ৰচাৰ হব লাগে । এজন চকিদাৰে চাৰিখন বাচ কিনিব পাৰে, তেতিয়াহলে চি এমৰ পত্নিয়ে সম্পওি গঢ়াত কিহৰ ইমান হিংসা ।উদ্দেশ্য এইটো হব হব নালাগে -------------------। জনগণৰ কথা কওক উন্নয়নৰ কথা আগত ভাৱক,আৰু কাম কৰি দেখুৱাক ।অন্যথা-----------।🎉

    • @Abhi-pi4se
      @Abhi-pi4se Před 27 dny

      BJP r dalal tu nke toi ga porise j😊

  • @user-nl5ck4ft9z
    @user-nl5ck4ft9z Před 26 dny

    pisoloi nhoi atiai lage amak 😢😢😢😢

  • @user-jo1my2pz2i
    @user-jo1my2pz2i Před 24 dny

    100%

  • @chandanbasusri2246
    @chandanbasusri2246 Před 28 dny

    good

  • @SADAGARMILI
    @SADAGARMILI Před 28 dny

    👍👍👍👍👍👍

  • @jyotish5022
    @jyotish5022 Před 28 dny

    2026 ot cong india r pora noha hobo

  • @bantidas2403
    @bantidas2403 Před 28 dny

    মই এজনি ৰাইজৰ সমাজৰ জনতা হয় এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম ক্ষেত্ৰত এটা শব্দ নকাও কাৰণ মই পাগল নহয় এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ

  • @swapnapatir1786
    @swapnapatir1786 Před 28 dny

    I support but goton koribo nuware sorkar

  • @borsharaniburagohain8169

    Tarun gogoi r putra nahale saaam loi nahila hoi

  • @ujjalkonwar9938
    @ujjalkonwar9938 Před 28 dny +1

    প্ৰতি বছৰে চৰকাৰ সলনি হ'ব লাগে

  • @prahladmech2809
    @prahladmech2809 Před 28 dny

    Bjp jindabt 🙏🙏🙏

  • @IndiaTravelTips
    @IndiaTravelTips Před 25 dny

    Eta Corrupted CM 😡😡😡😡😡😡😡😡😡😡

  • @gobardhan4796
    @gobardhan4796 Před 28 dny

    Very bad decisions Congress party . Morda bad..

  • @SubashTamuly
    @SubashTamuly Před 28 dny +1

    মই অভিযোগ আনিছো নহয় আমি বুলি ক'ব লাগে

  • @GoneshPatowary
    @GoneshPatowary Před 28 dny

    10000

  • @digantaboro476
    @digantaboro476 Před 28 dny

    বিজেপি কি কংগ্ৰেছ এটামুদ্ৰাৰ ইপিথি সিপিঠী শাসনৰ গাদী পালে একে হৈ পৰে

  • @SYM_SOYAMFF
    @SYM_SOYAMFF Před 28 dny +1

    Bhupen borah seheratu val dhore sai luwa ...26 sarkar bonabo😂😂😂😂😂bhupen borah 😂😂😂😂

  • @patirambasumatary3123
    @patirambasumatary3123 Před 25 dny

    Atiya poriborton hobo lage.bjp sasonot Manu he jibon not bohut kosto pai ase.atiya kongres sorkar ashibo lage.

  • @bantidas2403
    @bantidas2403 Před 28 dny

    😂 জেদ সকলোও ধৎস হব এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল কাৰণ এটাই ভবিষ্যতৰ মোদীৰ হব এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল অসমৰ অসমীয়া ৰাইজৰ জনতা সদস্য সকলোও ধৰ্ম প্ৰাণ ৰাইজৰ জনতা সদস্য সকলোও অন্ধ নহয় এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ সঁচা কথা এটা মই অসমৰ অসমীয়া ৰাইজৰ জনতা সদস্য হয় মই এটা কথা ক ও মই মোৰ কথা হৈছে সন্তানৰ ভবিষ্যত মাক দেউতাক মুক্তি পাৱ লগতে এটা কথা ক ও মই এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম ক্ষেত্ৰত ভগবানেও সজ নকৰে এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ ভক্তি কাক কৰে আৰু কষ্ট কাৰ কাৰণে কৰিছে এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম ক্ষেত্ৰত মই অসমৰ অসমীয়া ৰাইজৰ জনতা সদস্য সকলোও ধৰ্ম প্ৰাণ ৰাইজক শুধিছোও এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই পৃথিৱীই হৈছে সন্তান আৰু নিজৰ জীৱন এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম ক্ষেত্ৰত ভগবান নহয় অসমৰ অসমীয়া ৰাইজৰ জনতা সদস্য সকলোও হয় কিন্তু এটা কথা ক ও মই কৰ্ম ধৰ্ম ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় সম্পত্তি কোনোও মৃত্যু ৰ সময়ত লগত লৈ ই নাজাই এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম ক্ষেত্ৰত এই কৰ্ম ক্ষেত্ৰত সমাজত আৰু ৰাইজতকৈই সম্পত্তি আৰু জন ধন ডাঙৰ নহয় সন্তান দিনৰ সম্পত্তি সন্তান হয় কিন্তু মই বা আমি এই ক্ষেত্ৰত কি কৱ আৰু কি শুনিব এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ এই ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল সকলো ও ক্ষেত্ৰত সকলো কৰ্ম ধৰ্ম ক্ষেত্ৰত লুকাই ৰাখিব কিন্তু কৰ্ম ধৰ্ম ক্ষেত্ৰত কত লুকাৱ ৰাইজ সমাজ লগত থাকিব এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ হয় হয় এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম ক্ষেত্ৰত সছাই এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম ক্ষেত্ৰত এই সকলোও কৰ্ম ত জি জি কৈই আৰু জি জি বকি আছে এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম ক্ষেত্ৰত এই সকলোও কৰ্ম কৰে পালৰ ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ