তেজপুৰ জামুগুৰিহাট সৰুভগীয়া গাঁও ভাগৱত ব্যাখ্যা অনুষ্ঠান

Sdílet
Vložit
  • čas přidán 13. 09. 2024
  • || জয় গুৰু শঙ্কৰ ||
    #ভাগৱতপাঠ #pranjitgogoi #pranjalprotimborah
    বিজয় শইকীয়া বাসগৃহ
    সৰুভগীয়াগাঁও , জামুগুৰিহাট (তেজপুৰ)
    pranjit Gogoi
    Contect - 7635942031
    SashiBorahআধ্যাত্মিক
    Contect - 8822878382
    আমাৰ Channel টি Subscribe আৰু share কৰি দিব 🙏

Komentáře • 239

  • @rupamdas4459
    @rupamdas4459 Před rokem +6

    কৃষ্ণ বাপ অন্তত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী যেন ভগৱানে আপোনাক এনেকৈ শক্তি দিয়ে ৰাম কৃষ্ণ প্ৰভু

  • @Kaustav_rava
    @Kaustav_rava Před rokem +6

    কৃষ্ণ বাপ প্ৰভুৰ জামুগুৰিহাটৰ ভাগৱত পাঠৰ শ্ৰৱণ কৰা সকল অভক্ত।

  • @bhaskarborah7929
    @bhaskarborah7929 Před rokem +5

    কৃষ্ণ ৰাম ৰাম ৰাম এওঁলোকক সু-বুদ্ধি দিয়ক কৃষ্ণ 🙏

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd Před 28 dny

    জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ কৃষ্ণ

  • @NripenBorah-pk3wq
    @NripenBorah-pk3wq Před 3 měsíci +1

    Sundar baykha hoisa bap bujai lav naikrishna

  • @khirodagogoi625
    @khirodagogoi625 Před rokem +10

    কৃষ্ণ কৃষ্ণ।। কৃপালু বাপ জনা
    পূৱাৰ গুৰু সেৱা ভাগী আপোনাৰ
    চৰণ পঙ্কজত নিবেদন কৰিছোঁ ।
    পূজা পাৰ্বনৰ বিষয়ে ইমান সূন্দৰ
    ভাৱে কলিৰ মলমতি আমাসবক
    বুজাই দিছে জানি বৰ সন্তোষ
    পালো বাপ ।। আপোনাৰ প্ৰতিটো
    অনুস্থানেই আমি হৃদয় ঙ্গমেৰে
    পাণ কৰি আহিছোঁ বাপ ।।
    আশীৰ্বাদ কৰিব যাতে সদায় এই
    অমৃত ময় ভাগৱতৰ ৰস পাণ কৰি
    যাব পাৰোঁ।। কৃষ্ণ কৃষ্ণ।।

  • @Kaustav_rava
    @Kaustav_rava Před rokem +7

    ঈশ্বৰ কৃষ্ণই প্ৰভুক অভক্ত সকলক বুজাবলৈ জ্ঞান দিয়ক।
    কৃষ্ণ- -

  • @prakashbezbaruah907
    @prakashbezbaruah907 Před rokem +3

    ভাগবততে আকৌ চোন পুজা কৰাৰ কথা উল্লেখ আছে ।

  • @sonjoybonia5468
    @sonjoybonia5468 Před rokem +6

    Krishna.. Krishna.. Ram... Ram... Eman xundor ke bujai dise .... Bapjone.... Ami... Oti... Anondito hoisu🙏🙏🙏🙏

  • @dipengogoi2598
    @dipengogoi2598 Před 11 měsíci +1

    জয় কৃষ্ণৰ জয়
    ভাগৱত শাস্ত্ৰৰ যুক্তি খণ্ডাব কোনে পাৰিব। ❤❤❤❤❤❤❤ জয় বাপ জনাৰ জয়

  • @DineshSharma-ei3sm
    @DineshSharma-ei3sm Před rokem +4

    Little knowledge is verry dengerous

  • @sarumaiborah448
    @sarumaiborah448 Před rokem +3

    কৃষ্ণ কৃষ্ণ প্ৰণাম প্ৰভূ প্ৰণাম বাৰম্বাৰ প্ৰণাম আপোনাৰ শ্ৰীচৰণত।
    ।। কৃষ্ণ। ।🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @abinashdutta8617
    @abinashdutta8617 Před rokem +23

    আপোনাক শংকৰ সংঘৰ মানুহে কেৱল আমাৰ সনাতন বৈদিক কৰ্ম কৰা লোকসকলক নিন্দা কৰাৰ বাহিৰে আন একো নাজানে। শংকৰদেৱে সংঘ প্ৰতিষ্ঠা কৰা নাছিল সত্ৰহে প্ৰতিষ্ঠা কৰিছিল যি সত্ৰ সমূহত সনাতন বৈদিক কৰ্ম যেনে কৃষ্ণৰ বিগ্ৰহৰ পূজা, শ্ৰাদ্ধ, তুলসী পূজা আদি আজিও কৰা হয়। শংকৰদেৱে, মাধৱদেৱ, দামোদৰদেৱ গোপালদেৱ আদি মহাপুৰুষ সকলে কাহানিও বৈদিক কৰ্মক উলংঘা কৰা নাছিল। শংকৰদেৱে নিজেই কেৰেলা বাঢ়ৈ হতুৱাই মদন গোপাল মূৰ্তি সাজি পূজা কৰিছিল,গয়াত পিতৃ পুৰুষৰ পিন্ড দান কৰিছিল জগন্নাথ মন্দিৰ, কাশী মথুৰা বৃন্দাবন আদি পুৰনি মন্দিৰ দৰ্শন কৰিছিল।বেদক নিন্দা কৰি হাজাৰ বাৰ হৰি নাম ললেও বেদ নিন্দক তেনে পাপীৰ নৰক যাতনা ভুগিব বুলি শংকৰ দেৱে কীৰ্তনত কৈ গৈছে। হিন্দু দেৱ-দেৱী,পিন্ড, বৈদিক কৰ্ম , পূজা , হোম, তীৰ্থ, শালগ্ৰাম, মূৰ্তি, তুলসী আদিক সন্মান কৰিব নোৱাৰে যদি এইসমূহৰ নিন্দা নকৰিব কাৰণ আমি বৈদিক সনাতন ধৰ্মী লোকসকলৰ ইয়াৰ লগত আমাৰ আস্হা জড়িত হৈ আছে।

  • @bankimkakati3990
    @bankimkakati3990 Před rokem +6

    বাপ 🙏🏻Krishna.(Pranjit Gogoi)
    শংকৰদেৱক বহুতে বহু ককৰ্থনা মাত মাতি বহু থাইৰ পৰা খেদি পথাইছিলবুলি শুনিছিলো , তথাপিও তেওঁ আমাৰ ঈশ্বৰৰ অন্যএটা ৰুপ 🙏🏻 ," কৰ্মই ধৰ্ম ,কিন্তু আজিৰ দিনত ভাল কৰ্ম অপমান.
    Krishna🙏🏻🙏🏻🙏🏻

  • @nabajyotidas6117
    @nabajyotidas6117 Před rokem +4

    🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏 pranam 🙏 janalo 🙏 pravu 🙏 krishna 🙏❤️🙏

  • @satyenborgohain5683
    @satyenborgohain5683 Před rokem +5

    সৰস্বতী , লক্ষ্মী , দুৰ্গা আদি পূজাৰ ক্ষেত্ৰত ক'ব বিচাৰোঁ । এই যে , এইবোৰ হৈছে কৃষ্টি । পূজা কৰি সৰস্বতী দেৱীক সন্তুষ্ট কৰা লক্ষ্য নহয় । মুঠতে সকলো মিলি এটা দিন আমি সুখ স্বাচ্ছন্দ্যৰে পাৰ কৰিলে মিলাপ্ৰীতি তথা একতাৰ এনাজৰী মজবুত হয় ।

    • @dhrubajyotisarmah6733
      @dhrubajyotisarmah6733 Před rokem

      Durga ki jane .nojona kathar oporot ostadi namaribo pagolor dore

    • @jagatbhuyan3137
      @jagatbhuyan3137 Před rokem

      ​@@dhrubajyotisarmah6733বিশ্বাসে মিলয় হৰি কোৱা পিছত জুনে যাক বিশ্বাস কৰে তেখেতৰ ইচ্ছা পূজা কৰে কৰক । বাধা প্ৰদান কৰা পাপ নহয় জানো বাপ ।

  • @dimbeswaripatardeka2793
    @dimbeswaripatardeka2793 Před rokem +1

    Krishna Krishna Krishna Oum santi santi santi 🙏🙏🙏🙏🙏

  • @sovanakakati2340
    @sovanakakati2340 Před rokem +2

    🙏🙏🙏🙏🙏 কৃষ্ণ বাপ। ইমান সুন্দৰ ব্যক্তব্য। কিছুমানে বুজিব নিজে ইচ্ছা নকৰে।

  • @deboborah5858
    @deboborah5858 Před rokem +6

    ওলোটাই যদি প্ৰশ্ন কৰো কৃষ্ণ কৃষ্ণ বুলি যদি কাম বন নকৰো তেন্তে খাবলৈ ববলৈ সখলো পাব নেকি?

  • @binaysarmah8552
    @binaysarmah8552 Před rokem +2

    গাহৰী আৰু মূৰ্গী পোহা লোকক এঘৰীয়া কৰাৰ নিয়ম এই সকল ভকতৰ মাজত আছে বুলি শুনিছো

  • @PKEntertainment-ii4jp
    @PKEntertainment-ii4jp Před rokem +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @jishmikonwar6032
    @jishmikonwar6032 Před rokem +5

    কৃষ্ণ প্ৰভূ পুৱা সেৱাভাগী গ্ৰহন কৰিব কৃষ্ণ।

  • @upenbora450
    @upenbora450 Před rokem +4

    Krishna Krishna Krishna 👃👃👃

  • @Ridipaxom
    @Ridipaxom Před rokem +1

    কৃষ্ণ কৃষ্ণ বাপ্ বান্ধৱ আই মাতৃ সমস্ত জনৰে শ্ৰী চৰণত আমি অধমে সেৱা ভাগি

  • @hemaprabhasaikia5321
    @hemaprabhasaikia5321 Před rokem +4

    কৃষ্ণ কৃষ্ণ বাপ পূৱা সেৱা নিবেদন কৰিলো।

  • @nagenray5556
    @nagenray5556 Před rokem +1

    Bap ati xundor ব্যাখ্যা ভাল লাগিল

  • @junumech7558
    @junumech7558 Před rokem +1

    কৃষ্ণ জয় গুৰু শ্ৰীমন্ত শঙ্কৰ কৃষ্ণ বাপ মধুৰ আৰু সুন্দৰ ব্যাখ্যা শুনি বৰ ভাল লাগিছে কৃষ্ণ কৃষ্ণ সেৱা জনাইছে কৃষ্ণ কৃষ্ণ

  • @sarbanandasingh269
    @sarbanandasingh269 Před rokem +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @riyanpalash1679
    @riyanpalash1679 Před rokem +1

    Gogoi Bap krishna 🙏 Nam ghukhate Ase dwkhun ...krishna ako debo dukhohari .....parthona vagi atho vangoni dibo lagisil

  • @aparajitatamuli7273
    @aparajitatamuli7273 Před rokem +3

    🙏 কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 🙏 কৃষ্ণ 🙏❤️🙏

  • @asomiaasom6008
    @asomiaasom6008 Před rokem +6

    প্ৰাণজিৎ বাপ জনাই এটা কাম কৰিবচোন শৰীৰৰ বুকুত হৰিয়ে আত্মাৰূপে আছে আত্মা থকা স্থলী মুল বুকুস্থল ৰাখি শৰীৰৰ অন্যান্য অংগ হাত ভৰি চকু কাণ নাক কাটি পেলাই অকল বক্ষ স্থল শৰীৰটো ৰাখিবচোন শৰীৰটোৰ কিবা ক্ষতি হবনে নহয় ? যিহেতু জীৱাত্মা থকা বক্ষস্থল থাকিলে শৰিৰৰ অন্য অংগৰ প্ৰয়োজন নাই যেনেকৈ ঈশ্বৰ কৃষ্ণ থকাৰ পিছত শিৱ দেৱ দেৱীৰ প্ৰয়োজন নাই ।গছৰ গুৰিটো বা মুল ৰাখি দাল পাত থাল ঠেঙুলী কাটি অকল গুৰিটো ৰাখিবচোন গছদাল কেনেকুৱা হব ? প্ৰাণজিৎ বাপ জনাই গাই বাই থকা বহু পদ বাংলা ভাগৱত আৰু সংস্কৃত ভাগৱতত বিচাৰি পোৱা নাই বাপজনাই নিজাকৈ পদ সৃষ্টি কৰি অৰ্থাৎ ভাগৱৰ শ্লোক পদ অস্ত্ৰপচাৰ কৰি কাটি কুটি কিছুমান আতৰাই কিছু ৰাখি সুবিধাজনক পদ কৰি লৈ গাই বাই সমাজত ভকত সেৱকৰ মাজত বিভেদ বৈষম্য বিদ্বেষ বিভ্ৰান্তি বিয়পাই শিৱক ঈশ্বৰৰ বিভুতি স্বৰূপ দেৱ দেৱীক ,ঈশ্বৰৰ অন্য পন্থীয় গুৰু ,অন্য আচৰণীয় ভকত সেবকৰ অন্তৰত মনত দুখ আঘাত দি নিন্দাবাদ কৰি নিজৰ লগতে শ্ৰোতা সকলকো পাপ অৰ্জন কৰাই শ্ৰোতা সকলোক মহাচন্ন কৰি বেপাৰ কৰি খাই থকা যেন লাগিছে । ভাৰতবৰ্ষত বিশ্বত প্ৰাণজিৎ বাপ ,তাতী বাপ আদিকৰি কেইজনমান গুৰু শংকৰ মাধৱৰ শিষ্য ভকত ভাগৱত ব্যাখ্যাকাৰী কেইজনৰ বাহিৰে অসমত ভাৰতবৰ্ষত ভাগৱত গীতা কীৰ্তনঘোষা নামঘোষা বুজি পোৱা প্ৰকৃত একশৰণ নিৰ্গুণ ভক্তি ধৰ্ম জনা বুজা লোক নাই অকল সেই কেইজনেহে সকলো জানে বুজে বাকী কোনও নাজানে অজ্ঞ পাপী দুৰ্জন ।প্ৰণাম বাপ দায় দোষ নধৰিব পাপী দুৰ্জন লোক ।ও হৰি ও ৰাম ।

    • @nirjurajgogoi319
      @nirjurajgogoi319 Před rokem +1

      গুৰুজনাই ভক্তিধৰ্ম প্ৰচাৰ কৰোতেও একশৰণবিৰুধীসকলে কি অৱস্থা কৰিছিল ৷ সকলোৱে নিন্দা গৰিহনা আৰু প্ৰাণেমৰাৰো ষৰযন্ৰ কৰিছিল ৷ সেই তেতিয়াৰ যুগতো একশৰণবিৰুধী লোক আছিল আৰু এতিয়াও আছে ৷ আগলৈও থাকিব ৷ আনকি কৃষ্ণকো দেখুন বধ কৰিবলে বহুতো দৈত্যই বৃথা চেস্টা চলাইছিল ৷ গতিকে আমি প্ৰাণজিতক গালি পাৰিলে নহব ৷ ভাগৱত , নামঘোষা আদি মনোযোগেৰ পঢ়িলে আনৰ প্ৰতি কেতিয়াও বেয়া ভাবিব নোৱাৰো ৷

  • @ranjanborah8190
    @ranjanborah8190 Před rokem +6

    ইমান ধুনিয়াকৈ বুজাই দিয়াৰ বাবে আপোনালৈ বহুতো ধন্যবাদ জ্ঞাপন কৰিলো বাপ

  • @gambit339
    @gambit339 Před rokem +1

    কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাক শ ত কোটি প্ৰনান জনালো

  • @লোহিত
    @লোহিত Před rokem +3

    কৃষ্ণ কৃষ্ণ 🙏 জয় গুৰু শংকৰ 🙏

  • @dulalsaikia632
    @dulalsaikia632 Před rokem

    Krishna Krishna bap aapuni eiman sundarke bujuar pasatu kiyo eiman lagibo lage .eihat bur vakat noi eihat bur vukat hoi ... Krishna pranjit bap ...

  • @DipankarBora-pw1ef
    @DipankarBora-pw1ef Před 11 měsíci +1

    হে বা

  • @kritarthamudoi5123
    @kritarthamudoi5123 Před rokem +4

    কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🙏🙏

  • @shaisabsaikia2265
    @shaisabsaikia2265 Před rokem +3

    কৃষ্ণ বাপ ঈশ্বৰে আৰু শক্তি দিয়ক ৷

  • @user-md4ro4jl5c
    @user-md4ro4jl5c Před rokem +1

    Krishna Bap... Apunar path aru baikhya xuni bohut val pau... Apunak phoner jugei xewa jonaisu...eswarr kripa hole ketiyaba xakhyat hom🙏🙏

  • @akhilburagohain381
    @akhilburagohain381 Před rokem +1

    Krishna Krishna Krishna hare murari

  • @mridusmitasaikia83
    @mridusmitasaikia83 Před rokem +8

    Pranjit গগৈ দৰে এজন ভকত বৈষ্ণৱ ক সন্মুখৰ পৰা দৰ্শন কৰিবলৈ পোৱা টো এ আপোনালোকৰ সৌভাগ্য বুলি ধৰক,, তেওঁ ৰ বাখ্যা শুনিবলৈ মানুহ ব্যাকুল হয় থাকে, আপোনালোকে তেওঁ ৰ সৈতে কথা পতা ৰ যোগ্যতা খিনি আহৰণ কৰিবলৈ বহুত সময়,, কাল লাগিব,,😌😌🙏🏻🙏🏻👍মই তেওঁ মতে এটা ই শিকিছো,,🙏🏻এক দেৱ এক সেৱ,এক ৰ বিনে নাই কেৱ,,,🙏🏻

    • @sashibhatta5198
      @sashibhatta5198 Před rokem

      গগৈ বাপে অনুদিত ধৰ্মগ্ৰণ্ঠত যি লিখা আছে তাকেহে শুনাই আহিছে দিন-ৰাতি একাকাৰ কৰি কৰি ৷ বহুতেই কাম এৰি তেৰাৰ কথা শ্ৰৱণ কৰি দিবা-নৈশ পাৰ কৰি দিয়ে ৷

    • @mridusmitasaikia83
      @mridusmitasaikia83 Před rokem

      @@sashibhatta5198 hmm তাকেই কাৰণ ভগৱান ক পোৱা পথ শ্ৰৱণ কীৰ্তন,,, শ্ৰৱন ৰ বেছি শক্তি মুক্তি পথ পোৱাত,,,,🙏🏻🙏🏻🙏🏻

  • @kishorhaloi5563
    @kishorhaloi5563 Před rokem +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰাণজিৎ বাপ ডাঙৰীয়া আপোনাৰ জ্ঞান অতুলনীয় কৃষ্ণ কিন্তু মোৰ এটা প্ৰশ্ন যে বিশ্ব বেছি জনসংখ্যা গীৰ্জাঘৰ মানে খীষ্টান তাৰ পিছত মুছলমান তাৰ বহু পিছত আমি হিন্দু ধৰ্মৰ মই কব খোজে যে আপুনি আপোনাৰ ধম্ শেছয কিন্তু সেইবুলি অন্য ধম্ বেয়া বুলিও লিখা নাই ধন্যবাদ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @indrakonwar4230
    @indrakonwar4230 Před rokem +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @keshabbora7742
    @keshabbora7742 Před rokem +3

    কৃষ্ণ কৃষ্ণ

  • @dipankarbora723
    @dipankarbora723 Před rokem +1

    Joy Sri Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna...

  • @upakhisivam5568
    @upakhisivam5568 Před rokem +2

    কৃষ্ণ কৃষ্ণ প্ৰণাম প্ৰভু 🙏

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd Před 28 dny

    এজন ভকত নিন্দা মহাপাপ হয় বাপ জনাই ভাগৱত ৰ কথা খিনিহে কৈছে ভাগৱত কৃষ্ণ ৰ মুখৰ বানী হে বাপজনাৰ নহয় কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @excellenceacademy5995
    @excellenceacademy5995 Před rokem +1

    Jay Ma Kamakhya

  • @bhagyagogoi9369
    @bhagyagogoi9369 Před rokem +1

    Krishna prabhu hundar uttar

  • @sewalibora7160
    @sewalibora7160 Před rokem +3

    কৃষ্ণ কৃষ্ণ বাপ

  • @user-id4ov8zs9f
    @user-id4ov8zs9f Před rokem +2

    কৃষ্ণ কৃষ্ণ,,,,

  • @DipaMoran-kk7gw
    @DipaMoran-kk7gw Před rokem +1

    🙏🙏🙏

  • @prakashborah1560
    @prakashborah1560 Před rokem +4

    ভাগৱত মহাপুৰাণ ব্যাস দেৱে লিখিছিল , ভগৱন্ত শ্ৰী কৃষ্ণৰ লীলা ৰ বিষয়ে লিখি পৰম শান্তি লাভ কৰিছিল। এইভাগ ব্যাস ৰ অন্তিম পুৰাণ আছিল।এতিয়া কথা হল এই বাপ জনাই যি ধৰণে কথা বিলাক কৈছে আচলতে তেওঁ লোকে নিন্দা ৰ সুৰেৰে কথাবিলাক কৈছে ভাগৱতৰ নাম লৈ। ভাগৱত মহাপুৰাণ ৰ আগতে বাল্মিকী ৰামায়ন গ্ৰন্থ আছিল ।ব্যাস দেৱে ভাগৱত পুৰাণ লিখাৰ আগতে বাল্মিকী ৰামায়ন পঢ়ি মন শান্ত কৰাৰ পিছতহে নাৰদৰ কথা মতে ভগৱন্ত ৰ কথা স্মৰণ কৰি ভাগৱত মহাপুৰাণ লিখিবলৈ সক্ষম হৈছিল।পিছলৈ ভাগৱত ধৰ্ম শংকৰ মাধৱ আদি গুৰুসকলৰ জৰিয়তে প্ৰচাৰ হৈছিল।এতিয়া কথা টো হল নাম ধৰ্ম লোৱাৰ পিছতো আমাৰ কিছুমান জাতিগত বা বংশগত নীতি নিয়ম আমি বিলাকে সুকীয়াকৈ পালি আহিছো।আৰু আমাৰ ধুনীয়াকৈ সমাজ ব্যবস্থা চলি আহিছে,ভৱিষ্যতেও চলি থাকিব।সকলোৰে নিজৰ আপোন কিছু ৰীতি নীতি থাকে ,সেইবিলাক এৰাই চলিব নোৱাৰি।ওপৰত কোৱা বাপ জনে যি ধৰণে তেওঁ লোকৰ নীতি নিয়ম নিজে নিজে বনাই লৈছে সেই মতে চলিলে অসমীয়া এদিন শেষ হৈ যাব।নিজৰ নীতি নিয়ম একো নাথাকিব।গতিকে এইসকল ৰ কথা শুনিলে আপুনি মই ধ্বংস হোৱাতো খাটাং।আজিকালি মানুহে মানুহৰ ঘৰত যাব নোৱাৰা হৈছে,এই আমাৰ এনেকে চলে,আমাৰ আকৌ এনেকৈ,আমি আমুকৰ ঘৰৰ প্ৰসাদ না খাও ইত্যাদি।

  • @jintudutta278
    @jintudutta278 Před rokem +1

    Krishna Krishna bapjana amritmoi bani

  • @chandradas8418
    @chandradas8418 Před rokem

    Prabhu sakal apunalokor prannam,Apunalok Bahut Gyani Bhakat apunaloker Bhagabat Sastra Porhi Porhi eman Gyani hoise je Amar Pujaniya Dev Devi Sakaloko Apunaloke Gali Dibo pora hol .Apunaloke abar nijoke sudhi sabo Apunaloke Bhal karma kori ase ne ki kori ase, Apunalokor purba puurukh sakalo Puja korisil.Dhanyabad

  • @harakantatamuli1053
    @harakantatamuli1053 Před rokem +1

    Kridhna Krishna Baap Jona Kaowti kaowti pranam jonaisu 🙏🙏🙏🙏🙏

  • @paramananda5403
    @paramananda5403 Před rokem +3

    কৃষ্ণ🙏🙏🙏

  • @djgaming6589
    @djgaming6589 Před rokem +1

    Krishna Krishna bap ❤️❤️

  • @parikalita2917
    @parikalita2917 Před rokem +1

    🙏Hosa koi dei shastra kotha khini eman sundor koi bujai diyar pasotu bare bare ekei prasna ke kori ase... Krishna 🙏

  • @sukhamtamuli5759
    @sukhamtamuli5759 Před rokem +2

    কৃষ্ণ কৃষ্ণ বাপ 🙏🙏

  • @buddhaboruah3008
    @buddhaboruah3008 Před rokem +1

    Krishna krishna krishna❤❤❤ 🙏🙏🙏

  • @asomiaasom6008
    @asomiaasom6008 Před rokem +6

    অন্য গুৰু নিন্দা ,অন্য শাস্ত্ৰ সন্মত বিধান ঈশ্বৰ আৰাধ্য অৰ্চনা পদ্ধতিক ,ভক্তক ,ঈশ্বৰৰ বিভুতি স্বৰূপ দেৱ দেৱীক পুজা শ্ৰদ্ধা সেৱা কৰা ,বেদৰ কৰ্ম ,বেদৰ বাণী ,গীতাত কোৱা বাণী ,ভাগৱতত থকা বাণী আদিক তুলুঙা মন্তব্য যুক্তিৰে নিন্দা তুচ্ছ তাচ্ছিল্য কৰি ভাটৌৰ দৰে মায়াবী শাস্ত্ৰৰ মায়াবী নিৰ্দেশ বাণী আওৰাই থাকি ঈশ্বৰৰ নাম লৈ ভাগৱত শাস্ত্ৰ পাঠ কৰা নিন্দুকক শাস্ত্ৰৰ ভাষাত মহাপাপী আৰু মহাপাপীৰ মুখত শাস্ত্ৰ শুনা ঈশ্বৰ কথা শুনাও মহাপাপ ।এক ঈশ্বৰক ভজাৰ নামত ঈশ্বৰৰ বিভুতি স্বৰুপক নিন্দা তুচ্ছতাচ্ছিল্য কৰি ঈশ্বৰৰ প্ৰিয় কেতিয়াও নহয় উদাহৰণ দক্ষ ৰাজৰ পতন । শিৱক নিন্দা কৰা বিষ্ণু ভক্ত দক্ষক বিষ্ণুৱে ৰক্ষা নকৰিলে । এবছৰ সৰস্বতী পুজা নকৰি পঢ়ি পৰিক্ষা দিলেও পুজা কৰাৰ দৰে ফলাফল পাব বুলি কৈছে তেনেকৈ আপুনিও এতিয়া যেনেকৈ কৃষ্ণ ,শংকৰ মাধৱৰ নাম গুণ গাই যেনেকৈ আছে তেনেকৈ এবছৰ কৃষ্ণ শংকৰ মাধৱৰ নাম নোলোৱাকৈ থাকিলেও একে দৰেই থাকিব পৰিবৰ্তন একো নহয় ।সৰস্বতী দেৱ দেৱীৰ ক্ষেত্ৰত যি যুক্তি ঈশ্বৰৰ ক্ষেত্ৰতো একেই যুক্তি ।আপোনাৰ তুলুঙা সংকীৰ্ণ ঠেক যুক্তিক প্ৰাধাণ্য দিলে বেদ গীতা ভাগৱত পূৰাণ কীৰ্তনঘোষা আদিৰ বহু শ্লোক পদ বাণী কাটি আতৰাব লাগিব শুধৰণি কৰি সংষ্কাৰ কৰিব লাগিব তেতিয়া আপোনাৰ যুক্তি অকাট্য অখণ্ডনীয় শ্ৰেষ্ঠ হব ।

  • @nssodiya713
    @nssodiya713 Před rokem +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সুন্দৰ

  • @dibyagamingzone9844
    @dibyagamingzone9844 Před rokem +3

    নিজৰ ধৰ্ম ৰ মত কৃওক ।আনৰ নীতিক সমালোঢনা কৰিবলৈ আপুনি কোন ?

  • @ashokhatibaruah7535
    @ashokhatibaruah7535 Před rokem +5

    শ্ৰী মদ্ভাগৱতেই সনাতন হিন্দু ধম’ৰ একমাত্ৰ ধম’শাত্ৰ নেকি? সনাতন ধম’ই একমাত্ৰ কৃষ্ণকহে পূজনীয় দেৱতা বুলি কৈছে নেকি? মদ্ভাগৱতৰ বাহিৰেও অন্য হিন্দু শাস্ত্ৰও পঢ়িব ৷সুন্দৰ সুৰেৰে কীৰ্তন ভাগৱত পাঠ কৰিলে পণ্ডিত নুবুজাই ৷ অন্য মাগ’ক নিন্দা কৰা লোকক পাষণ্ড বোলে ৷

    • @nirjurajgogoi319
      @nirjurajgogoi319 Před rokem

      আমি সকলোৱে মণিকাঞ্চন সংযোগৰ বিষয়ে শুনিছো বা পঢ়িছো ৷ মাধৱদেৱ ঘোৰ শাক্তপন্হী আছিল আৰু শংকৰদেৱতকৈ দুগুন পন্দিত আছিল ৷ কিন্ত শেষত মাধৱদেৱে কিয় শংকৰৰ ওছৰত শৰণ লব লগা হ’ল ? মোক বুজাই দিবনে বাৰু দয়াকৰি ৷

  • @jaganathsonowal6873
    @jaganathsonowal6873 Před rokem +2

    🙏 কৃষ্ণ 👣👈🤲

  • @baneswerrabha1918
    @baneswerrabha1918 Před rokem +1

    Krishna.Krishna.bap.ponam

  • @pikudas2865
    @pikudas2865 Před rokem +1

    আপোনালোকৰ শ্ৰী চৰনত শেৱা জনাছো কৃষ্ণ

  • @rupamsaikia4383
    @rupamsaikia4383 Před rokem +3

    ভকত কেইজনে কিয় আঙুলি দেখাই কথা কৈছে ,গৰু নেকি সেই ভকত কেইজন ,তেওঁ ভাগৱত থকা কথা কৈছে বেলেগ কোৱা নাই টো

  • @pranjitkalita689
    @pranjitkalita689 Před rokem +4

    ইমান বুজালেও নুবুজে ।আৰু কেনেদৰে বুজাব। লাগিব । কৃষ্ণ কৃষ্ণ ।

  • @dibyagogoi7823
    @dibyagogoi7823 Před rokem +5

    কৃষ্ণ কৃষ্ণ বোপা প্ৰাণজিৎ 🙏।"সেহি হে চতুৰ যিটো পূণ্য নিদানৰ ভূত নাৰায়ণ নামক সুমৰে। অচতুৰ সি সি অতি পাপৰ নিদান ভূত নামে অৰ্থবাদ যিটো কৰে।" তুমি বিপদ ভাৱে অধ্যয়ন কৰি আগবাঢ়ি যোৱা।ভক্তি সম্পূৰ্ণ নিজৰ বস্তু।তোমাৰ কীৰ্তন ভক্তিয়ে পূৰ্ণতা লাভ কৰিছে।সৰ্বতো প্ৰকাৰে তোমাৰ মংগল কামনা কৰিছো। কৃষ্ণ কৃষ্ণ 🙏 জয়গুৰু শংকৰ 🙏। দিব্য গগৈ শিৱসাগৰ।

  • @arupgogoi5264
    @arupgogoi5264 Před rokem +2

    ৰাম কৃষ্ণৰাম🙏🙏🙏🙏

  • @rajumonibaruah8389
    @rajumonibaruah8389 Před rokem +8

    ইমান সুন্দৰ বুজনিত ও যদিও বুজিব পৰা নাই ।কি আচৰিত। বছৰ বাগৰি থাকিব তেখেত সকল তেনেকৈ থাকিব

    • @rewatimali1007
      @rewatimali1007 Před rokem

      ও ভেকুলী ও ভেকুলী তৰ তৰোৱা কিয় ? আই বোপাইৰ সজ টো মইনো এৰি ম কিয়?

  • @bishalnath8538
    @bishalnath8538 Před rokem +2

    কৃষ্ণ কৃষ্ণ 🙏 বাপ

  • @borahgaming9297
    @borahgaming9297 Před rokem +1

    জয় শ্ৰী ৰাম ❤

  • @dhankaibarta3971
    @dhankaibarta3971 Před rokem +2

    কৃষ্ণ বাপ 🙏🙏🙏🙏🙏

    • @rupkantapathori9666
      @rupkantapathori9666 Před rokem

      আনৰ ধৰ্মক নিহিংসিবা কদাচিত সবাকো মানিবা সকৰুণ চিত।ভগৱন্ত আকাশতো নাই পাতালতো নাই।মানুহৰ সেৱাহে আচল ধৰ্ম বুলি জানো।

  • @mrvideo.com.d4643
    @mrvideo.com.d4643 Před rokem +8

    কলিযুগৰ ভকত, শাস্ত্ৰৰ অমৃত ৰস বুজিপাবলৈ অলপ সময় লাগে । ৰাম কৃষ্ণ ❤️

  • @উত্তমঅভিমানবৰদলৈ

    🙏🙏🙏 শাস্ত্ৰৰ সিদ্ধান্ত মতে নাথাকে সেই সকল জীৱ মহা মূৰ্খ

  • @junalidas230
    @junalidas230 Před rokem +2

    Krishna

  • @durlabhsaikia7779
    @durlabhsaikia7779 Před 9 měsíci +1

    প্ৰানজিৎ গগৈয়ে কোৱা কথা মই এটাও নেমানো তেনে ব্যক্তি মতাতোয়ে ভুল। দূৰ্গা পূজা আমাৰ পৰম্পৰা সৰস্বতী আমাৰ পৰম্পৰা বিশ্বকৰ্মা পূজা পৰম্পৰা এই বোৰ আমি হেৰুৱাব নুখোজো আমি সত্ৰাধিকাৰ সকলৰ হে কথা শুনিম শংঘৰীয়া লোকক আমাৰ বামুণীয়া সমাজত মাতিবয়ে নাপায়

  • @indukhanikar5457
    @indukhanikar5457 Před rokem +2

    বহুত ভাল লাগিল বাপজনাৰ ভাগৱত ব্যাখ্যা শুনি । বহু নজনা কথা জানিলো । শুদ্ধ টো বুজি পালো । আৰু জন্য বিচাৰো ।

  • @madhurjyabora5507
    @madhurjyabora5507 Před rokem +14

    প্ৰশ্ন কৰা বাপ কেইজনৰ জনৰ প্ৰশ্ন কৰা দূৰৈ ই কথা ভাগৱত শুনাৰ লাইকৰ মানুহ নহয়।

    • @mainawbora39
      @mainawbora39 Před rokem

      কৃষ্ণ কৃষ্ণ,

    • @prasantagogoi5150
      @prasantagogoi5150 Před rokem +2

      ১০০% শুদ্ধ। মূখক জ্ঞান দি লাভ নাই।

  • @gogoidaa8572
    @gogoidaa8572 Před rokem +1

    কৃষ্ণ

  • @babyemech5858
    @babyemech5858 Před rokem +1

    Krishna Krishna

  • @Karma_is_Life.
    @Karma_is_Life. Před rokem

    হায়ৰে মানৱজীৱ জন্ম কিয় লৈছে।
    এইয়া মহা ভাগৱতৰ সিদ্ধান্ত। এখেতলোকে মহাভাগৱতৰ সিদ্ধান্তৰ ওপৰত সন্দেহ কৰিছে। গগৈ বাপ এখেতসকলৰ অধ্যয়ন আৰু মন্থনৰ প্ৰয়োজন আছে।
    বিশ্বাসে মিলয় হৰি...
    তৰ্কে বহুদূৰ।
    মহাভাগৱত শাস্ত্ৰ বিজ্ঞানসন্মত। তেখেতসকল অজ্ঞানী।
    সুমতি দিয়া প্ৰভু....

  • @mallikarabha5694
    @mallikarabha5694 Před rokem +1

    Krishna Krishna bapjana bor Sundar artha bhangi dise

  • @user-dx3fd7xh2n
    @user-dx3fd7xh2n Před rokem +4

    নাজানে শাস্ত্ৰৰ নয়
    যেহি আসে তাকে কয়।।
    প্ৰশ্ন কৰা কেইজনে এনে বকি আছে।

  • @binasonowal3686
    @binasonowal3686 Před rokem +1

    🙏❤️

  • @rumagogoi4430
    @rumagogoi4430 Před rokem +3

    প্ৰভূ 2023 ত মই কেৱ ল কৃষ্ণ কৃষ্ণ নামক লৈ থাকিলে পৰীক্ষাত পাছ কৰি যাম কৃষ্ণ

  • @amulyaborah1361
    @amulyaborah1361 Před rokem +2

    Krishan

  • @NripenBorah-pk3wq
    @NripenBorah-pk3wq Před rokem +1

    Good

  • @aradhanachannel8468
    @aradhanachannel8468 Před rokem +8

    কৃপাৰ সাগৰ দৈৱকী নন্দন ,পূৰিও মনৰ কাম , এতিয়া প্ৰশ্ন হ'ল , কোন বিলাক মনৰ কামনা পূৰন
    কৰাৰ কথা কোৱা হৈছে ? মাধৱ পূৰুষৰ ঘোষা পুথি ৰ প্ৰাৰ্থনা বিলাক আমি গাব লাগে গাঁও কিন্তু প্ৰাৰ্থনা বিলাক বুজিব লৈ চেষ্টা নকৰোঁ
    । গুৰু দুজনা ৰ ঘোষা বা কিৰতন মানে সমস্ত দৰ্শন তেই কোনো বৈষয়িক বা ভৌতিক বিষয় বাসনা পুৰন কৰাৰ কথা উল্লেখ মুঠেই নাই । মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ প্ৰাৰ্থনা ভাগি ত যে আছে কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰ্হ তেবেসে পভূ এৰাও ,,এই ভাগ ত কি অৰ্থ আছে ? অৰ্থ সাধাৰণ মানুহে যি বিলাক বিচাৰে যেনে উন্নতি প্ৰগতি শ্ৰীবৃদ্ধি সমৃদ্ধি শান্তি মাটি বাৰী ভাল ঘৰ মানে অট্টালিকা গাড়ী মটৰ ধন জন বিভুতি বৈভৱ মান সম্মান ক্ষমতা খিতাপ আৰু সৰ্বোপৰি সুন্দৰ নিৰুগী স্বাস্থ মুঠতে ৰঙীণ দীৰ্ঘ জীৱন ।হয়নে ? কিন্তু গুৰু দুজনৰ যি ধৰ্মৰ দৰ্শন তাত এই বিলাক ৰ ধনাত্মক উপায় মুঠেই নাই ।বৰন্স তেৰা সৱৰ দৰ্শনত এই বিলাক ত্যাগ কৰাৰ কথা হে কৈছে । মায়া মানে কি ? উপৰত উল্লেখ কৰা বৈষয়ীক বা ভৌতিক বস্ত্ বিলাকেই হৈছে মায়া ।সেৱকৰ মুখেদি গোৱাই ঈশ্বৰৰ চৰণত গোহাৰি জনোৱা হৈছে যে এই বিলাক ৰ পৰা আতৰাই ৰাখি আমাক মানৱৰ পৰা মহা মানৱ বনাই দিয়া প্ৰভূ ।কাৰন এই আকৰ্ষনীয় দ্ৰব্য বস্ত্ বিলাক বা বিষয় বিলাক সাধাৰণ মানুহে ত্যাগ কৰিব নোৱাৰে ই অসম্ভৱ । আৰু এই কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰ্হ প্ৰাৰ্থনা ভাগ সেৱকী য়ে গোৱাৰ পাছত ভকতে গায় নমো নমো নাৰায়ণ প্ৰসন্ন হোয়োক হৰি। কৰিওক মায়া ক নিৰ্জান ,,,,,,, হয়নে ? অৰ্থাৎ মায়া দুৰ কৰিবলৈ প্ৰাৰ্থনাও জনোৱা হ'ল ঈশ্বৰক আৰু সেই মতেই ভকতৰ পৰা আৰ্শীবাদো লোৱা হ'ল হয়নে ? এতিয়া চাওক আমি মানৱ নে মহামানৱ ? আমাৰ মন কৰ্ম ৰ লগত এই নিগম ভক্তি ৰ কিবা মিলন হ'লনে বাৰু ? সেৱকী য়ে গোৱা মায়া ত্যাগ কৰা প্ৰাৰ্থনা আৰু ভকতে ও মায়া ত্যাগ কৰা আৰ্শীবাদ ৰ লগত সেই কৃপাৰ সাগৰ দৈৱকী নন্দন পূৰিও মনৰ কাম প্ৰাৰ্থনা ভাগি ৰ সম্পৰ্ক হৈছে যে মায়া ত্যাগ কৰা যি কামনা সেই কামনা হে পূৰন কৰা কথা কোৱা হৈছে দেই । সেইবাবে মাধৱ পুৰুষৰ সকলো প্ৰাৰ্থনা গোৱাৰ বাবে আমি সাধাৰণ মানুহ যোগ্যৱান নহয় ।কাৰন আমি মহামানৱ নহয় । ধন্যবাদ ।ৰাম শ্ৰীকৃষ্ণ । শ্ৰী ৰাজীৱ কুমাৰ দত্ত ।

  • @Theakkiiiii
    @Theakkiiiii Před 9 měsíci

    বাপ কেজনাৰ আঙুলি টোৱাই কথা কোৱা বিবহাৰ টো ভাল নেদেখিলো কাৰণ প্ৰকৃত ভকত এজনৰ য়া চৰিত n nhoi কৃষ্ণ 🙏

  • @chimugoswami4016
    @chimugoswami4016 Před rokem +2

    আপুনি মহাপুৰুষ দুজনাক অপমান কৰিছে যেন অনুমান হয়।সমাজখন পাতিবলৈ চিন্তা কৰক,সমাজ ভঙাটো ভকতি ধর্ম নহয়।

  • @narayansaikia1423
    @narayansaikia1423 Před rokem +11

    কৃষ্ণ কৃষ্ণ বাপ।

    • @pradipdekapradipdeka7863
      @pradipdekapradipdeka7863 Před rokem

      Belegk ninda nkriba vagapath Ly

    • @rupkantapathori9666
      @rupkantapathori9666 Před rokem

      পিচে বাপজন কুৰিজন একেবাৰে দুখীয়া নিচলা মানুহক সহায় কৰিলে ভগৱন্ত সন্তুষ্ট নহব নেকি।ভাগৱতৰ সকলো কথা আজিৰ যুগত প্ৰাসংগিকতা আছেনে জনাবছোন।

  • @kolpochitra3869
    @kolpochitra3869 Před rokem +2

    কৃষ্ণ কৃষ্ণ, গগৈ বাপ জনাই ইমান সুন্দৰকৈ শাস্ত্ৰৰ মত বুজাই দিয়াৰ পাছতো যেয়ে যি বুজি পাইছে নিজে নিজেই জানিব।
    (শাস্ত্ৰৰ উত্তম....., উত্তম নাম, দেৱৰ উত্তম.... কৰোঁ প্ৰণাম।)
    আমি তাকেহে বুজি পাওঁ।
    🙏 কৃষ্ণ কৃষ্ণ 🙏

  • @DhrubaSarma-op5co
    @DhrubaSarma-op5co Před rokem +2

    বাপ আপুনি আপোনাৰ মা, দেউতাক সদায় সেবা কৰক ভগবান ‌সেয়াই।মা, দেউতা মৃত্যু ৰ পিছত চুলি যদি শুধৰাই তেতিয়া হলে ৰক্ষা।যদি নুশুৰাই সৰ্প নাশ। বাকী ভগবানক নিন্দা নকৰিব । কৃষ্ণই আপোনাক ‌ক্ষমা নকৰিব। আমি বোৰে ‌এই মহৎ লোক ‌সকলক‌ বহুত বহুত সন্মান ‌কৰো বাকী ‌দেৱ,দেবীক‌সেবা‌‌কৰো‌ নেপায় ‌এনেকৈ‌ কব । আঘাত লাগে। কৃষ্ণ, বিষ্ণু,মানব,।

  • @pradipGogoi-p1m
    @pradipGogoi-p1m Před rokem

    জগতৰ মানুহৰ মাজত মাএ মানুহত ধৰ্ম আৰু ৰাজনীতিৰ থাকিবলৈ ঠাই নোহোৱা হৈছে। ইমান ধৰ্ম ইমান ৰাজনীতি পাৰ্টি। কিন্তু অথ একো নাই। What is called religion and who is the God and what is the politics উত্তৰ শুনক সম্পূৰ্ণ শুদ্ধ উত্তৰ। ধৰ্ম প্ৰত্যেকৰ নিজৰ নিজৰ ইমান জগত জোৰা সমাজ ভেদে নহয়। যাৰ যি কৰ্ম তাৰ সেই ধৰ্ম। মই 24তত্বৰ প্ৰকূতিৰ পঞ্চ মহাভূতৰ দেহ বিলাক উৰণ বুৰণ গজন ভ্ৰমণ চাৰিও মুঠি দেহৰ কথা কোৱা হোৱা নাই। দেহ জীবিত হৈ থকা আত্মা বা পৰম আত্মাৰ পৰা অহা চেতনা বা প্ৰাণ যিbody can be make consciousness তাৰ হে আচল ধৰ্ম সদায় আত্মাক স্পৰ্শ কৰাটো। দেহৰ সমাজৰ দেশৰ জনতাৰ ইত্যাদি বিভিন্ন ধৰণৰ ধৰ্ম বিলাক অৰ্থ নাই। এই আছে সেই নাই। ব্ৰহ্ম হে সত্য শুদ্ধ নিত্য পূৰ্ণ চৈতন্যময় আনন্দ ময় সচিদানন্দ অজনমা অমৰ নিৰাকাৰ নিবিকাৰ সনাতন অদূশ্য সৰ্বশ্ৰেষ্ঠ সৰ্বশক্তিমান অনাদি অনন্ত সবজ্ঞ নিগূন সবাৰো উদ্ধত কালৰো অতীত। বাকী বোৰ মিথ্যা। দেহ বা প্ৰকূতিৰ মায়াৰ ভ্ৰম। আধ্যাত্মিক জ্ঞান বা। ধৰ্ম নহয়। প্ৰাকৃতিক মায়াবিক ভ্ৰম ধৰ্ম। লাভ নাই।নচলে বাৰে বাৰে জন্ম মূতু হৈ থাকে। গোটেই জগতত ধৰ্ম মাএ এটা চেতনা বা জীৱ আত্মা বা পৰম আত্মাৰ লগত মিলিত ‌ হোৱা। ৰাজনীতি এটাই ৰজা ৰামৰ দৰে সকলো তিয়াই কৰি প্ৰজা বয়সৰ হ'ব লাগিব। বৰ্তমান দুয়োটা মহা ভূল নিয়ম চলি আছে।
    সময়ে শুদ্ধ কৰিব। প্ৰদীপ গগৈ।

    • @pradipGogoi-p1m
      @pradipGogoi-p1m Před rokem

      ৰামৰ ৰাজনীতিৰ ওপৰত কোনো ৰাজনীতি আৰু নাই। প্ৰজাৰ বাবে সকলো তিয়াগ কৰিছিল যে। আজিৰ সময়ত ৰাজনীতি নাইয়েই। শোষণ নিষ্পেষণ দুৰ্নীতি ভ্ৰষ্টাচাৰ অণ্যায় বেভ্ৰিচাৰ আৰু কুটনীতি আজিৰ ৰাজনীতি। মুঠ কথা ৰাজনীতি হ'ব লাগে ৰামৰ দৰে। ধৰ্ম হ'ব হ'ব লাগে চেতনা শক্তিৰ আত্মাৰ লগত চিনাকি। বাকী দৈহিক বা প্ৰাকৃতিক মায়াবিক ভ্ৰম ধৰ্ম বিলাকে আধ্যাত্মিক জ্ঞান ৰহিত হোৱা বাবেই জীৱ বিলাকে বাৰে বাৰে জন্ম ল'ব লাগে। pgogoi

  • @rikugogoi3759
    @rikugogoi3759 Před rokem +1

    Sumitra Gogoi
    Krishna Krishna Krishna Bapjan imankoi bujowar pinchot manuhbilake ako buji powa nai mor Aaponaloihe beya lagi gol Bhagawaneai aamar jeewanar Aadi Mul Krishna Bapjan Bhagawane Aaponak Mangal karak Krishna

  • @minatimech4993
    @minatimech4993 Před rokem +2

    Krishna baap.