ঢোলত চাপৰ কেনেকৈ দিয়া হয় শিকোঁ আহক - পাঠ ২ - dhol tutorial assamese

Sdílet
Vložit
  • čas přidán 18. 03. 2024
  • ঢোলত চাপৰ কেনেকৈ দিয়া হয় শিকোঁ আহক - পাঠ ২ - dhol tutorial assamese
    আজিৰ এই বিশেষ ভিডিঅ'টোত ঢোলৰ চেও-চাপৰ আৰম্ভ কৰাৰ আভাষ দিবলৈ চেষ্টা কৰা হৈছে। ন-শিকাৰু সকলে ভিডিঅ'ত দেখুওৱাৰ দৰে বজাবলৈ চেষ্টা কৰিলে অনাগত দিনত সহজে ঢোলবাদ্য আয়ত্ত কৰিব পাৰিব বুলি আমি আশাবাদী 🙏🏻

Komentáře • 25