Video není dostupné.
Omlouváme se.

মোৰ জীৱনৰ সকলো সপোন আধৰুৱা হৈ ৰল। আজীৱন লগত থকাৰ প্ৰতিশ্ৰুতি দি, দি গল আমাৰ পৰীৰ দ্বায়িত্ব।

Sdílet
Vložit
  • čas přidán 26. 03. 2024
  • পলকতে সকলো সপোন থানবান হৈ গল/গঢ় লৈ উঠা ঘৰ এখন হৈ পৰিল বালিৰ ঘৰ সদৃশ।

Komentáře • 1,8K

  • @priyankasaikia5963
    @priyankasaikia5963 Před 4 měsíci +76

    তোমাৰ কথা খিনি শুনি মোৰে চিঞৰি কান্দি দিব মন গৈছে 😢 ভালে থাকা তুমি বা 😢 তোমাৰ মাইনা জনীৰ কথা ভাৱি সদায় সাহসী হৈ যুঁজি যোৱা 😢 মোৰ ফালৰ পৰা বহুত বহুত মৰম তোমালৈ 😢❤

  • @DipankarDas-vi5wu
    @DipankarDas-vi5wu Před 7 dny +3

    অসমৰ চিকিৎসা ব্যৱস্থা এতিয়াও বহুত পিছ পৰা। নিপুন চিকিৎসক ৰ বহুত অভাৱ। ভালকৈ থাকা।

  • @nilakhinarjary1051
    @nilakhinarjary1051 Před 2 dny +1

    আপোনাৰ কথা শুনিছো আৰু‌ কান্দিছো ... কবলে ভাষা নাই,... আপোনাক শক্তি দিয়ক ভগবানে..... মাইনা জনিলৈ ও‌ মৰম ❤

  • @jeemonigogoi3455
    @jeemonigogoi3455 Před 3 dny +2

    কথা বোৰ শুনি চকুপানী ৰখাব নোৱাৰিলোঁ 😭
    পৰী আৰু আপোনাক ভগৱানে সদায় সুস্থ আৰু কুশলে ৰাখক 🙏🏻

  • @jagadishsarmah8459
    @jagadishsarmah8459 Před 4 měsíci +18

    কথাবোৰ শুনি চকুলো টুকিলো.... ভগৱানে তোমাক আৰু মাইনাজনীক সদায় সুস্থ আৰু কুশলে ৰাখক তাকে কামনা কৰিছোঁ। ঈশ্বৰে তোমাক শক্তি দিয়ক🙏

  • @rimaborah6242
    @rimaborah6242 Před 4 měsíci +36

    প্ৰভু ভগৱন্তই তোমাক শক্তি দিয়ক আহিব লগা দিনবোৰ আগুৱাই নিবলৈ। দুখ নকৰিবা পৰীক লৈ আগুৱাই যোৱা ❤️

  • @bhagyashreetalukdar2534

    বহুত কান্দিলো বা আপোনাৰ কথাখিনি শুনি😭। নেদেখা জনে সাহস দিয়ক আপোনাক।লগতে পৰীজনিক লৈ আগুৱাই যাওক বা❤️।

  • @gitigogoi5001
    @gitigogoi5001 Před 3 měsíci +20

    মোৰ জীৱনটোও একে। একমাহ যুদ্ধ কৰি অৱশেষত হাৰি গলো। তোমাৰটো এজনী ছোৱালী আছে মই অকলশৰীয়া হৈ থাকিলো। ডিব্ৰুগড়ত টেষ্ট কৰিথাকোতেই গ'ল। বহুত কষ্ট হয়। ভুল চিকিৎসায়ৰ বাবেই জীৱন এটা নাইকীয়া হৈ যায়।কথাখিনি শুনি থাকোতে নিজৰ জীৱনটোৱে যেন লাগিলে। পৰীক লৈ সাহসী হোৱা। মইটো অকলশৰীয়া।।।।

    • @nayanmonimrinal7914
      @nayanmonimrinal7914 Před 2 měsíci

      কবলে একো ভাষা নাই । কৰো লগত এনেকুৱা নহওক।

  • @user-rc7ld7dn7x
    @user-rc7ld7dn7x Před 3 měsíci +15

    মই এজনী সৰু ছোৱালী আপোনাৰ প্ৰথম চাইচো ভিডিঅ'🥺🥺 এইটোই ভিডিঅ' প্ৰথম চাইচো বহুত বেয়া লাগি আছে ভাষাৰে বুজাব নোৱাৰি কিমান দুখ লাগিছে😭😭যি কি নহওঁক এতিয়া তুমি মাইনা জনী কথা ভাবি আৰু দাদাৰ সপোন পুৰ কৰা আৰু সদায় ভালে থাকা😢😢❤❤

  • @Gratefuluniverse.
    @Gratefuluniverse. Před 3 měsíci +4

    ভগৱানে তোমাক বহুত শক্তি দিয়কবাইদেউ ❤❤ জীৱনটো আৰু এবাৰ সুখৰ হক

  • @bobykalita2337
    @bobykalita2337 Před měsícem +2

    সাহস দিয়ক নেদেখাজনে৷পৰীক লৈ সপোন দেখি যোৱা দুখবোৰ অলপ হ’লেও কমিব৷ বহুত মৰম পৰী আৰু তোমালৈ৷ভালে থাকা❤

  • @ranjitaneog5653
    @ranjitaneog5653 Před 4 měsíci +5

    আজি Prothom চাইচো তোমাৰ ভিডিও . বহুত দুখ লাগিল চকুৰ পানী ওলাই গল . কি কৰিবা ভগৱানৰ লীলা . দুখ নকৰিবা ছোৱালী জনীৰ বাবে তুমি সাহসী হব লাগিব . সচাকৈ মানুহৰ জীৱনত বহুতৰ লগত সহিব নোৱাৰা দুখ আহি যায় . 😭😭

  • @kalpanahazarika8828
    @kalpanahazarika8828 Před 4 měsíci +7

    উপাসনা, তেনেকৈ নাভাবিবা--ভগবান আছে,পৰীৰ কাৰণেই তুমি strong হ'ব লাগিব --ভগবানেই তোমাৰ জীৱনৰ সাৰথি হ'ব ---তুমি হেৰুওৱা সকলো মনৰ সুখ/আশা/সপোন বিলাক পৰীয়ে ঘূৰাই আনিব ---May God bless you my dear/my son

  • @kalpanadeka8021
    @kalpanadeka8021 Před měsícem +8

    ভগৱানে তোমালোকক শক্তি দিয়ক🙏

  • @charumonidutta2162
    @charumonidutta2162 Před dnem

    ভগৱানে পৰি আৰু তোমাক সদায় ভালে ৰাখক❤

  • @jyotishnahaloivlogs8346
    @jyotishnahaloivlogs8346 Před 4 měsíci +4

    সদায় ভালে থাকা পৰীৰ লগত । ভগৱানে আৰু সাহসী কৰি তুলক তোমাক । নিজে পাৰ কৰি আহিছো এই সময় গতিকে অনুভৱ কৰিব পাৰো কিমান কষ্ট হয় । মই টো বিয়া যাব ৪ মাহ সম্পূৰ্ণ নহও তেই তেওঁৰ বিধৱা নামটো পাইছিলো । সেই তেতিয়াৰ পৰাই গৰ্ভত থকা সন্তানটোক সাহস হিচাপে লৈয়ে জীয়াই আছিলো । এতিয়া মোৰ ল'ৰাটোৰ বয়স ২ বছৰ ৮ মাহ । 🙂🙂

  • @lukumanichoudhury5141
    @lukumanichoudhury5141 Před 3 měsíci +3

    তোমাৰ কথা খিনি শুনি চিঞৰি কানদিব মন গৈছে 😢😢কণমানি জনীৰ সাহস হৈ থাকা। ভগৱানৰ ওচৰত তাকে কামনা🙏

  • @nihashreedevi2593
    @nihashreedevi2593 Před 4 měsíci +10

    Aji first karubar video sai kandi pelalu 😥😥stay strong and healthy.. Duyujni loi bhut mrm ❤❤

  • @KiranDevi-ev7dv
    @KiranDevi-ev7dv Před měsícem +2

    তোমাৰ কথা খিনি শুনি বৰ দুখ লাগিল।
    কিন্তু তুমি মাইনাৰ কাৰণে সাহসেৰে আগবাঢ়ি যোৱা। দুয়োজনীলৈ বহুত মৰম দিলোঁ 😘😘😘

  • @abhishekdevnath9959
    @abhishekdevnath9959 Před 3 měsíci +6

    বৰ দুখ লাগিল। ভগৱানে তোমাক সাহস দিয়ক। কণমানি পৰীক ভাল কৈ ডাঙৰ কৰা।

  • @nipsss-cz1vg
    @nipsss-cz1vg Před 4 měsíci +4

    বহুত কান্দিলো শুনি,,ভাল মানুহ এই পৃথিৱীত বেছি দিন নাথাকে,,,পোৱালীজনী ভাল হওঁক,,, আশীৰ্বাদ কৰিছোঁ

  • @Moni_Konwar
    @Moni_Konwar Před 2 měsíci +3

    সঁচাকৈ বা কিয় বাৰু প্ৰিয় মানুহবোৰক ভগৱানে কাঢ়ি লৈ যায় 😭 ভিনদেও আপোনাৰ লগত নাথাকিলে কি হ'ব আপোনাৰ ভাল স্মৃতি হৈ আপোনাৰ কাষতেই আছে আৰু সদায় থাকিব ❤️ পৰী আৰু আপোনী সদায় ভালে থাকক ❤️

  • @pallavisaikia8042
    @pallavisaikia8042 Před 3 měsíci +2

    বহুত দিনৰ পিছত দেখা পালো উপাসনা। বহুত দুখ লাগিল কথাবোৰ জানি। ভাষা নাই একো কবলৈ😢।অকমাণি জনিৰ সৈতে ভালে থাকা।🙏

  • @AyushChetry928
    @AyushChetry928 Před 15 hodinami

    Aji tumar video sai bahut bata lagise maina bhagabane tumak shakti diyok❤❤❤🙏🙏🙏🙏

  • @niharikaborpatrogohain4538
    @niharikaborpatrogohain4538 Před 4 měsíci +7

    বহুত সাহসী তুমি আৰু সাহসী হোৱা ভগবানে তোমাক ভালে ৰাখক ❤ পুতলাজনীলৈ বহুত আশীর্বাদ আৰু মৰম ❤❤ তেও যতেই আছে ভালে থাকক

  • @user-qq2he5zq7v
    @user-qq2he5zq7v Před 4 měsíci +4

    কিনো কৈ সান্তনা দিম তোমাক। নিজৰ ভালপোৱা মানুহজনক হেৰুৱা বেদনা বহুত যন্ত্ৰণা দায়ক। সুখী হব চেষ্টা কৰিবা মাইনা জনিৰ বাবে।

  • @KrishnaBorchetia
    @KrishnaBorchetia Před 3 dny

    সদায় সাহসী হৈ থাকা বা। জীৱন যুঁজত জয়ী হোৱাতো বৰ কঠিন,পৰীলৈ বহুত মৰম❤

  • @suku7498
    @suku7498 Před 8 hodinami

    Sokupani ulai goise, Be strong , Apuni bhale thakok aru Mainajoni bhal manuh hoi Jen 🙏🙏

  • @deekshitagohain6721
    @deekshitagohain6721 Před 4 měsíci +7

    You are one of the strongest woman I have seen. Being your senior I salute you.. wishing you both lots of blessings.

  • @pallabichangmai1005
    @pallabichangmai1005 Před 4 měsíci +10

    😢😢 বুজাব নোৱাৰা দুখ লাগিছে ।এতিয়া মাত্ৰ কণমানি জনীৰ মুখলৈ চাই সাহসী হোৱা ।তুমি সাহসী হোৱা বহুত দৰকাৰ।

  • @manjudeka7560
    @manjudeka7560 Před 3 měsíci +2

    তোমাৰ কথাখিনি শুনি বৰ দুখ লাগিল।তোমাৰ অকণমানিজনীৰ কথা ভাবি ধৈয্য ধৰা ,মনত সাহস গোটোৱা।ভগৱানে তোমালোকক মংগল কৰক

  • @tonkegogoi8763
    @tonkegogoi8763 Před 3 měsíci +1

    জীৱননে মানুহক হাঁহিব শিকাই যায় আৰু কান্দিওৱাই যায় এই জীৱনৰ ৰং। আপোনাৰ স্পষ্ট শব্দ শুনি আপোনাৰ ভিডিঅ' নুশুনাকে থাকিব নোৱাৰিলোঁ আৰু ঘটনাটো এনেকুৱা লাগিছে কথাবোৰ সম্পূৰ্ণ সন্মূখত ঘটি থকা যেন অনুভৱ হ'ল। আপুনি আৰু আপোনাৰ পৰী যেন এনেকৈ সত্ৰ সাহসেৰে আগুৱাই যায়।

  • @user-hq6jd7hl7f
    @user-hq6jd7hl7f Před 3 měsíci +4

    Kandilu kandilu bohut besy , tumi hahokhi hua porik val manuh koribo lagibo , love you pori

  • @Digitalmudramantra2023
    @Digitalmudramantra2023 Před 4 měsíci +3

    Prothom part tut gyan diya moral police keitamaan dekhilu. Manuhor ene manokhikotar babe dhikkar disu. Todupori tumi etiya morim melim bur bhabi nethakiba, pori ase, gotike aguwai jua. Eneu prithiwi r ataitkoi dangor juddha Maa hoi. Etiya tumi hobo laagibo. God bless you and Pari🙏🏻

  • @neenazrahman8887
    @neenazrahman8887 Před 6 hodinami

    Tumar kotha khini huni...Sokupani boi goise mur...bohut beya lagise huni...anekuwa karu logot nohouk...tumi bohut strong aru strong huwa mainar karone ...God bless you and your baby...Dua korisu moi❤

  • @pinkiThakuria
    @pinkiThakuria Před 4 měsíci +10

    Ai doctor bur r bbe ami amr apun manuh bur herab lgiya hoi....xihote practical kri sai sai manuh mri pelai rong tripment kri kine....bhut dux lgise ba tmi vle thaka porik vl manuh বনোৱা tmi vngi njaba vogban ase tmr lgt ❤

  • @NirmaliSaikia-pq5bl
    @NirmaliSaikia-pq5bl Před 4 měsíci +6

    ক'ব লৈ ভাষা নাই,ভালে থাকা সদায় মাইনা জনীক লৈ❣️❣️❣️

  • @sarma633
    @sarma633 Před 4 měsíci +5

    কথাখিনি শুনি বৰ বেয়া লাগিল৷ ভগৱানে আপোনাক শক্তি দিয়ক আগবাঢ়ি যাবলৈ৷

  • @dipikamahapatra215
    @dipikamahapatra215 Před 4 měsíci +3

    বহুত‌ দুখ‌ লাগিল‌ ‌ মাজনি‌ ,মাইনা‌ মুখলৈ‌ চাই‌ সাহসেৰে ‌ জীয়াই‌ থাকা।‌ ঈশ্বৰে‌ সহায়‌ কৰিব।‌ ধন্যবাদ

  • @gayatritamuly8234
    @gayatritamuly8234 Před 4 měsíci +2

    তুমি বহুত strong. আৰু‌‌ সাহসী হোৱা, সদায় ভালকৈ থাকিবা, বহুত দুখ লাগিছে কথাখিনি শুনি। কিন্তু আমি তোমাৰ দুখ খিনি কেতিয়াও উপলব্ধি কৰিব নোৱাৰোঁ,যেতিয়া নিজৰ লগত এনেকুৱা হয় তেতিয়া হে‌‌ গম পোৱা যায়। মোৰ দেউতা আমি বহুত সৰু থাকোঁতেই ঢুকাল, দেউতাৰ অভাৱে সদায় কন্দুৱায় । মাৰ দুখ খিনিৰ কথা মনলে আহিলে বুকুখন বিষায় যায় , ভগৱান আছে আৰু যাতে কেতিয়াও একোদুখ নিদিয়ে তোমাক তাৰে কামনা কৰিছোঁ। মাইনা জনীলৈ এগাল মান মৰম❤❤❤❤

  • @Kashyapdikshita
    @Kashyapdikshita Před 4 měsíci +15

    তুমি সঁচাই সাহসী ❤ ভগৱানে তোমাক সাহম দিয়ক🥺এই কথাখিনি মোক বহুত কন্দোৱালে ভালে থকা তুমি আৰু মাইনাজনি

  • @anowara.begum23
    @anowara.begum23 Před 4 měsíci +5

    ধয্য আৰু সাহসেৰে আগবাঢ়ি যোৱা ❤ বুজিব পাৰিছো তোমাৰ দুখ।

  • @munmiborahvlog1237
    @munmiborahvlog1237 Před 3 měsíci +2

    বৰ দুখ লাগিল। ভগৱানে তোমাক শক্তি দিয়ক।

  • @nabajitchetia268
    @nabajitchetia268 Před 3 měsíci +3

    Bohut dhukh lagil sokur pani ulai gol tumi jen hodai hukhot thaka vogoban or usrt parthona জনাইছোঁ

  • @MrinalBarua-hd9uj
    @MrinalBarua-hd9uj Před 4 měsíci +9

    বুকু খন bikhai goise......ভালে থাকক আপুনি আৰু মইনা joni bahut strong apuni

  • @prajwalitasaikia749
    @prajwalitasaikia749 Před 4 měsíci +3

    বা সাহসী হোৱা। বুজি পাইছো কথাখিনিতে তোমাৰ মনৰ অৱস্থাটো।কান্দি পাইছো মই কথাখিনি শুনি... অকণমানিজনিলৈ মৰম❤❤❤

  • @binitadeka1734
    @binitadeka1734 Před 2 měsíci +1

    বহুত দূখ লাগিল ভগৱানে তোমাক শক্তি দিয়ক।

  • @SaikiaLaxmi
    @SaikiaLaxmi Před 2 dny

    Bohut dukh lagil huni o ba.sokupani rokhabo pora nai.tumi bohut strong hoi.Valkoi thaka,maina ku valere rakha.vogowane hohai koribo tumalukok.nijor manor manuh tu nathakile kenekua feel hoi janu,tothapitu mainar karone Tumi strong hoboi lagibo.

  • @jennyraisa6832
    @jennyraisa6832 Před 4 měsíci +8

    তুমি সঁচাই বহুত সাহসী ভাল হওঁক ভগৱানে ভাল কৰক কথাখিনি শুনি কিবা এটা বুকুত খুন্দিয়াই থৈ যোৱা নিচিনা লাগিছে

  • @rishaboruah1639
    @rishaboruah1639 Před 4 měsíci +10

    তেওঁৰ আশীৰ্বাদ সদায় আছে আৰু থাকিব তোমালোকৰ লগত.... তুমি সাহসী হোৱা আৰু সুখত থাকা...
    অকণমানি জনিলৈ বহুত মৰম❤❤

  • @Ankita_Saikia_
    @Ankita_Saikia_ Před 3 měsíci +1

    কথা খিনিয়ে মন চুই গল😢 তোমালোকৰ ভালপোৱা অমৰ হৈ থাকক😢❤কান্দি গলো তোমাৰ কথাখিনি শুনি 😢 পৰিক লৈ আগবাঢ়ি যোৱা ❤

  • @priyakshibora2669
    @priyakshibora2669 Před měsícem

    অকণমানি জনীৰ কথা ভাৱি তাইৰ মুখলৈ চাই সাহসী হোৱা বা।।।। তোমালোকলৈ বহুত বহুত মৰম ❤️❤️❤️

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Před 4 měsíci +11

    পৰীৰ কাৰনেই তুমি সাহসী হব লাগে। পৰীৰ কাৰনেই তুমি মাক আৰু দেউতাকৰ স্হান পুৰাব লাগিব। তোমাক সাহসী হ'বলৈ ভগৱানে শক্তি আৰু সাহস দিয়ক তাৰ কাৰনে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। দুখ কৰি নাথাকিবা উদয়ৰ আত্মাই কষ্ট পাব। মইও মা দেউতা দুয়ো গৰাকীকে হেৰুৱালো। এতিয়া একেবাৰেই অকলশৰীয়া হৈ পৰিলো। নিজেই নিজৰ সাহস হ'বলৈ শিকা। দুখৰ চকুপানী বোৰ তুমি পৰীৰ কাৰনে বাস্তৱৰ হাহিলৈ পৰিৱৰ্তন কৰা। এদিন নিশ্চয় পৰীয়ে তোমাৰ দুখ বেদনাৰ অন্ত পেলাব।

  • @foodieclicks
    @foodieclicks Před 4 měsíci +4

    Vogoban logot ase 2mar,,,, stay strong ...aekhinir bade ru kobo pora word nai.
    Jibontu khontekiya, maina jonik valkoi saba. God bless her

  • @dipanwitaboruah3710
    @dipanwitaboruah3710 Před 6 dny

    নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা, তোমাক শক্তি দিয়ক 🙏
    শব্দহীন হৈ পৰিছো

  • @sumkihazarika8010
    @sumkihazarika8010 Před 4 měsíci +2

    তুমি কেতিয়াও ভাঙি নপৰিবা বা সদায় সাহসেৰে আগুৱাই যাবা তোমাৰ লগত তোমাৰ মানুহজন নাই কিন্তু তোমাৰ লগত তোমালোকৰ মাইনা জনী আছে। ‌এতিয়া তাই ডাঙৰ হৈ আহিব তোমাক এনেকৈ দুখ কৰা দেখিলে তাইৰো দুখ লাগিব .. দুখবোৰ বুজি পাইছোঁ কাৰণ আমাৰ লগতো এনেকুৱা হৈ গৈছে। এইবোৰ দুখ কেতিয়াও পাহৰিব নোৱাৰি ।।। মাথোঁ এটাই কম সাহসী হৈ মাইনাৰ কাৰণে এতিয়া তুমি সকলো কৰিব লাগিব। সদায় ভালে থাকা ❤ শেষত বহুত বেছি মৰম ❤।

    • @nitumonidutta-br5hu
      @nitumonidutta-br5hu Před 4 měsíci

      Bohut dukh lagil ba.nijor manuh jonok herua dukh ki onuvob koribo parisu, hosai vogobane manuhok iman dukh kio diye nejanu ji dukhe muhurttote jiyai thoka issa konu nuhua kori diye.tothapiu jiyai thakiboi lagibo. hahokh neheruaba vogobane tumar aru konmani jonir jobonole hukh hanti ghurai diok tarei parthona korisu

  • @rupshreedevi9179
    @rupshreedevi9179 Před 4 měsíci +43

    ইমান সৰুতে বেছেৰাটোক ভগৱানে লৈ গল,ভাৱিয়েই কিবা লাগিছে। তেওঁৰ আত্মাই স্বৰ্গ ঢুকি পাওক, তাকেই কামনা কৰিছোঁ

  • @purnimabaro2865
    @purnimabaro2865 Před 4 měsíci +3

    God bless you maa. Bhagawane tumalukar Mangal korok 🙏.Bahut dukh palu.

  • @BoraFam
    @BoraFam Před 6 dny

    ভগৱান তোমাৰ সহায় হওক । পৰীৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো 🙏🏼🙏🏼

  • @bobitasaikia7954
    @bobitasaikia7954 Před 2 měsíci +1

    জগন্নাথে তোমাক শক্তি দিয়ক..... মইনাজনী ভালে ৰাখক।

  • @rosmitatalukdar8859
    @rosmitatalukdar8859 Před 4 měsíci +4

    দুখ নকৰিবা তোমাৰ কথাবোৰ শুনি মোৰ চকুলু ৰাখিব পৰা নাই। ঈশ্বৰে তোমাক শক্তি প্ৰদান কৰক।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Před 4 měsíci +24

    বহুত দুখজনক ঘটনা। অতি হৃদয়স্পৰ্শী আৰু কৰুণ কাহিনী। কি কৰিবা আৰু। নাৰছিঙ ‌হোমবোৰে মানৱতাক গুৰুত্ব নিদি টকাৰ ওপৰতহে গুৰুত্ব দিয়ে। বহুত চিকিৎসকৰ ভূল চিকিৎসাৰ কাৰনেই বহুত ৰোগীৰ অকালতে মৃত্যুবৰণ কৰে। তুমি এতিয়া ভগৱানৰ ওপৰত বিশ্বাস ৰাখা। তোমাৰ মনৰ মানুহ জনৰ ভূল চিকিৎসাৰ বলি হৈ মৃত্যু হল আৰু তোমালোকক মিছা কথা কৈ টকাও আদায় কৰিলে তেওলোকেও এদিন নিশ্চয় ইয়াৰ শাস্তি পাবই। এই নাৰ্ছিঙ হোমবোৰে মৃত্যু হোৱা মানুহক আই চি ইউ ত মৃত্যুৰ পিছত সোমোৱাই থৈও মৃতকৰ আত্মীয়ৰ পৰা টকা আদায় কৰাত হে গুৰুত্ব দিয়া দেখা যায়। তোমাৰ লগত কৰা অন্যায়ৰ ফল তেওলোকেও এদিন নহয় এদিন পাবই পাব। আজিকালি নাৰ্ছিঙ হোমবোৰ সৰহসংখ্যকেই লাইচেন্স প্ৰাপ্ত ডকাইত। দুখ নকৰিবা। তুমি এতিয়া কনমানি জনীৰ কাৰনেই সাহসী হোৱা। ভগৱানৰ ওপৰত বিশ্বাস ৰাখা এদিন নিশ্চয় ভালদিন আহিব। তেওঁৰ স্বৰ্গগত আত্মাৰ সদগতি কামনা কৰিলো। তুমি সাহসী হোৱা। কি কৰিবা। জন্ম, বিবাহ আৰু মৃত্যু নেদেখা জনে জনেহে জানে। বিধি লিখে বিধাতাই। সাহসী হ'বলৈ ভগৱানে তোমাক শক্তি আৰু সাহস দিয়ক।❤❤❤

    • @upashanabora1402
      @upashanabora1402  Před 4 měsíci +3

      Bhut bhut dhnybad akhirbad koribo porik jte vl mnuh kribo pru

  • @ritadevi4456
    @ritadevi4456 Před 3 měsíci +2

    বহুত দুখ পালোঁ, পৰী আৰু তুমি কুশলে থাকা,

  • @Pooja-jd7ic
    @Pooja-jd7ic Před 4 měsíci +1

    Ba apuni bohut strong. Bhogobane aapunak aru ojosro hokti diok. konmani jonile dher morom bhogobane akhirbad korok tumaluk duyuk kukhole thaka🥹❤❤❤❤

  • @monjuriskitchen1077
    @monjuriskitchen1077 Před 4 měsíci +10

    এইবোৰ শুনিবলৈ বৰ কষ্ট হয়। আগুৱাই যোৱা তুমি ভাল হ'ব তোমাৰ।পৰীক ভাল মানুহ কৰা❤

  • @sanjibnath8928
    @sanjibnath8928 Před 4 měsíci +16

    বিশেষ একো কব নোৱাৰো.... খুব কান্দিলো....অকনমানি জনীৰ লগত ভালে থাকা, ভগৱানে শক্তি দিয়ক তোমাক

  • @trishnaborah729
    @trishnaborah729 Před 4 měsíci +1

    Ankua jate karu nhok vogobane tumk ru tumr suali jnik vlke rakhok tumi strong hua aji kali medical bur business hua nisina hol bht bodmash hoise khali poisa tumi hosake bht strong mi sabo pra ni ru . God bless you

  • @nirmalisvlogs1570
    @nirmalisvlogs1570 Před 4 měsíci +3

    Bht কন্দিলো tomar কথা বোৰ শুনি

  • @sumsumhandique3611
    @sumsumhandique3611 Před 4 měsíci +4

    মোৰ জীৱন্ত তোমাৰ নিচিনা একে মোৰ লৰা এট আছে 13 বচৰ হৈছে। মোৰ তোমাৰ video চাই মোৰ বহুত দুখ পাইছোঁ। ভাল থকা সদায় ।

  • @user-be1hb6eu1h
    @user-be1hb6eu1h Před 3 měsíci +1

    Bhagaban ace aru thakib sodai .pori bhogabanre ashirbad.porik loi aguwai jowa.tumar val hob.

  • @nabanitadevi4763
    @nabanitadevi4763 Před 3 měsíci +1

    Bohut dhukh lgil.. strong hua maina jni babe.

  • @hemaprovasaikia4777
    @hemaprovasaikia4777 Před 3 měsíci +3

    Bohut dukh lgil..mainak hodai moromt rakhiba❤❤

  • @ananyakalita1952
    @ananyakalita1952 Před 3 měsíci +5

    আপুনি ভাগি নপৰিব ভগৱানে আপোনাক সহায় কৰিব ❤মইনা জনীৰ ভাল হওঁক ❤আপুনি তাইৰ সাহস আপুনিয়ে সকলো❤

  • @sumigogoi582
    @sumigogoi582 Před 6 dny

    Tumi bahut strong huwa...May God bless you❤

  • @smritirekhabordoloi1024
    @smritirekhabordoloi1024 Před měsícem

    ভগৱানে তোমাক সাহস আৰু শক্তি দিয়ক পৰিক‌ ডাঙৰ দীঘল কৰিবলৈ।🙏

  • @ChefParishmita
    @ChefParishmita Před 4 měsíci +17

    Tumar vdo tu sai bohut kandilu.. Moi jetiya 9mnth r pregnant asilu tetiya mur mr. R jandis hoisil. Teu nursing home t moi ghorot.g dina moi admit hobo goisilu teu mur logot nasile. Ot t xumua time t teu nursing home goisil kintu gator pora teuk jabole nidile jsndis r karone.. Tetiya moi bohut kandisilu.. Vdo cl kori teu muk sai asile.. Xeikhini kotha monot porile kenekua lage bujabo nuaru.. Tumar kotha khini gom pai ki kom vaxa nai. Suwali jonir kotha sinta kori agbarhi jua..

  • @priyankagogoi5617
    @priyankagogoi5617 Před 4 měsíci +13

    হে ভগৱান , কি কৈইনো তোমাক সান্ত্বনা দিম, কিন্তু এটাই অনুৰুধ কৰিছো তুমি ভাঙি নপৰিবা নিজক হেৰুওৱা কথা নাভাবিবা কলিজা জনিৰ কথা ভাবি আগুৱাই যাব লাগিব, হয় যাৰ লগত হয় তেওঁহে বুজি পাই, তোমাৰ এই অৱস্থাত আমি যি কষ্ট পাইছো তাক কৈ বুজাব নোৱাৰোঁ, ভালে থাকা আগুৱাই যোৱা আকৌ কৈছোঁ নিজৰ যত্ন লবা। কলিজাজনিলৈ বহুত মৰম আৰু আৰ্শীবাদ থাকিল।

  • @junalisaikia9163
    @junalisaikia9163 Před 3 měsíci +1

    উফ বৰ দুখ লাগিল । ভগৱান তোমাৰ সহায় হ'ব ছোৱালী জনী ভালকৈ ডাঙৰ কৰা ।

  • @Minakshichakravarty31
    @Minakshichakravarty31 Před 4 měsíci +2

    Xosakoi karu jibont anekuwa nhok. Tumar kotha xunib sokupani ulai gol. Pori joni val manuh hoin uthk nedekha jonr usrt tare parthona. Val hok maina jonir😘😘😘

  • @bidisha2077
    @bidisha2077 Před 4 měsíci +11

    মোৰ দেউতাৰো আপুনি কোৱাৰ দৰে একেই হৈছিল। দাদাৰ যিখিনি হোৱা বুলি শেষত কলে আমাকো দেউতা নোহোৱা হোৱাৰ পিছত কৈছিল যে সকলো organs বেয়া হৈ গৈছে বুলি। এসপ্তাহৰ ভিতৰত সকলোবোৰ হৈ গৈছে আমাৰ লগত। সুস্থ মানুহজন খোজ কাঢ়ি নিজে গৈছিল আহোতে বগা কাপোৰেৰে ঢাকি লৈ আহিছিল। পৰীৰ ভাল হ'ব ❤

  • @user-Dipshikhaborborah
    @user-Dipshikhaborborah Před 4 měsíci +1

    Kimn j kndilu kb nwaru tumi ru pori hdy vle thaka monor pora vgwank parthona jonaisu....strong hua jibonot porir babe agbahi jua hodai happy thaka love you baa nd pori

  • @anupamaborah4763
    @anupamaborah4763 Před 4 měsíci +1

    Tumi bohut brave hoi ,kothakhini xuni kio jnu mon tu akebarei bhal logabo pora nai ,god bless your lil Angel.🙏

  • @nilimachoudhury3416
    @nilimachoudhury3416 Před 4 měsíci +13

    উপাসনা তুমি বহুত সাহস লৈ জীয়াই থাকিব লাগিব পৰীৰ কাৰনে। উদয় আৰু তোমাৰ মৰমৰ চিন হয় পৰী।

  • @MainaBarman-ui2hs
    @MainaBarman-ui2hs Před 4 měsíci +8

    কবলৈ শব্দ নাই ভগৱানে তোমাক আৰু পৰিক‌‌ কুশলে ৰাখক ,হৰ হৰ মহাদেৱ 🙏

  • @sayedarizuanahussain4897

    Tumi hukhi hua..aru tumr konmani joni jen deutakor proud hok..bohut morom tumalukole..mur tumk log pbo khub mon ase Upashana

  • @bitumnidas3881
    @bitumnidas3881 Před 3 měsíci +1

    More power to brave lady❤
    Be strong for your Princess ❤
    Be faith in yourself❤

  • @r.hazarika9231
    @r.hazarika9231 Před 4 měsíci +5

    বহুত দুখ লাগিছে, নিজেও ভুক্তভোগী,😭

  • @user-xc5vt8wo8c
    @user-xc5vt8wo8c Před 4 měsíci +9

    বুকু খন বিষাই গল | ভগবানে তুমাক আৰু কনমানিটোক ভালে ৰাখক | তেখেতৰ আত্মাই সদগতি পাওক

  • @assamesebuarijyotika9015
    @assamesebuarijyotika9015 Před 3 měsíci

    তোমাৰ কথা খিনি শুনি মোৰে চিঞৰী কান্দিব মন গৈছে 😢😢 তুমি ভাগি নপৰিবা ভগবান আছে সহায় কৰিব তোমাক মাইনা জনী ভাল হওঁক এতিয়া তুমিয়ে তাই কাৰনে সকলো 😢😢❤❤

  • @jaminibhuyan7744
    @jaminibhuyan7744 Před 4 měsíci +1

    Tumak log pabole mon goise Upaxona ... Bohut bohut morom aru xuvaxix tumaloi aru moinajoniloi .. Sibsagarar pora egoraki Ba ... ❤..

  • @Jaanmonibormon
    @Jaanmonibormon Před 4 měsíci +10

    প্ৰথমবাৰ চালো আজি তোমাৰ ভিদিঅ😢 সচাই বহুত বেয়া লাগিল চকুপানী ওলাই আহিল। 😭

  • @harshitabora9989
    @harshitabora9989 Před 4 měsíci +3

    সাহসী হৈ জীয়াই থাকা ❤

  • @AnamikaBarman-cn9gi
    @AnamikaBarman-cn9gi Před 2 měsíci

    মই এজনী মা গতিকে কথা খিনি শুনি ‌বহুত দুখ লাগিল। ভগৱানে যেন কাৰো এনেকুৱা নহয় ।

  • @Kangkan706
    @Kangkan706 Před 3 měsíci +1

    Baa first time moi apunar vedio saisu...bohut beya lagil kthabur huni...Be strong ba horu Pori jonir krne..May God bless you with good health n strength ....n overcome all the obstacles

  • @Dhirenkonch-ef2ug
    @Dhirenkonch-ef2ug Před 4 měsíci +13

    Kandi kandi salu vedio2 baa vale thaka hodai♥️

  • @rinkuduttasaikia107
    @rinkuduttasaikia107 Před 4 měsíci +4

    এই দোভাগ ৰাতি তোমাৰ ভিডিঅ' চাই বহুত বেয়া লাগিল ।তুমি সাহসী হোৱা পৰীৰ বাবে।সাহস দিয়াৰ সাহসো নাই।তথাপিও স্মৃতি লৈ জীয়াই থাকা

  • @nayanpathak840
    @nayanpathak840 Před 4 měsíci +2

    বহুত দুখ লাগিল আপোনাৰ কথা খিনি সুনি বা

  • @MOUSUM24444
    @MOUSUM24444 Před měsícem

    আজি হঠাৎ তোমাৰ ভিডিঅ এটা পাই একেলগে সকলো ভিডিঅ চাই পেলালো ৷ জনা নাছিলো তোমাৰ জীৱনত এনেকুৱা ঘটনা হৈ গ’ল ৷ বহুত দুখ লাগিল ৷ কি কিৰবা এয়াই জীৱন । জীৱনে ভিন ভিন পৰীক্ষা লয় ৷ ভালে থকা ৷ পৰী ভাল হওক ৷

  • @malobikamahanta7453
    @malobikamahanta7453 Před 4 měsíci +3

    Soku panire nedekha holo ... Bhogobane Dhoijyo diyok ..🙏🙏