অসীমত যাৰ হেৰাল সীমা II নদীৰ নাম কি II আকাশবাণী গুৱাহাটী

Sdílet
Vložit
  • čas přidán 26. 10. 2021
  • আকাশবাণী গুৱাহাটীৰ উপন্যাস পাঠ অনুষ্ঠানত কাঞ্চন বৰুৱাৰ উপন্যাস "অসীমত যাৰ হেৰাল সীমা"
    শীৰ্ষ গীত- "নদীৰ নাম কি"
    কথা - ৰাজীৱ বৰুৱাৰ
    সুৰ - জ্যোতিষ বৈশ্যৰ
    সংগীত ব্যৱস্থাপনা- ধ্ৰুৱজ্যোতি বৈশ্যৰ
    অনুষ্ঠানটিৰ প্ৰযোজনা- ইন্দ্ৰজিৎ দাসৰ
    #Content Copyrighted: This intellectual property belongs to All India Radio: Guwahati. Uploading is strictly prohibited in other source or medium
  • Zábava

Komentáře • 96

  • @bistirnahazarika3270
    @bistirnahazarika3270 Před 2 lety +59

    এখন অলৌকিক উপন্যাস। অলৌকিক যদিও সেই অলৌকিকতাত সত্য বিচাৰি পালো। প্ৰতিটো সৰু বৰ চৰিত্ৰত নিজক থৈ চালোঁ। কেতিয়াবা মিলনত আত্মহাৰা হৈ নাছিলো আৰু বতাহ হৈ বৰষুণত গা ঢালি দিলোঁ আৰু কেতিয়াবা বিৰহত আকুলি -বিকুলি কাপোৰ ভিজাই কান্দিলোঁ আৰু সেই একে বৰষুণ জাকতে থিয় দি বৰষুণৰ বিষাদ ভৰা পানী মুখত পেলাই মিলাই চকুৰ পৰা নদীৰ সোঁত বোৱাই দিলোঁ। কেতিয়াবা মৰমতে চুলিৰ মাজত হাত বুলাই চেনেহৰ সুবাস ললোঁ আৰু কেতিয়াবা খং অভিমান লৈ জেগাৰ পৰা উঠি আহিলোঁ। কেতিয়াবা চন্চল হৈ সোঁ হাত বাওঁ গালত লগাই অপূর্ব সৌন্দর্য উপভোগ কৰিলো আৰু কেতিয়াবা জ্বলি পকি নিজকে এখোপামান গালি পাৰিলো । শেষত নিজৰ সমস্ত প্ৰেম ভালপোৱা একেলগে সামৰি হিয়া উজাৰি কান্দি কান্দি বিলাই দিলোঁ দুটি জনমৰ দুটা জীৱনৰ মাজত। নিজে হৈ ৰ'লো মাথো নিজকে অন্ত পেলোৱা প্ৰেম কাহিনীৰ আধা লিখা দস্তাবেজৰ এটি সৰু চৰিত্ৰ, অস্তিত্বহীন চৰিত্ৰ। কিমান অদ্ভুত হ'ব পাৰে প্ৰেম ---আনন্দ আৰু বিষাদ, জয় আৰু পৰাজয়। সীমাহীন হৈ অন্তৰৰ সমস্ত ভালপোৱা ঢালি দি প্ৰতিটো চৰিত্ৰ জীয়াই তুলি কান্ছনমতিৰ পাৰৰ বগামাটি , ৰূপালিপাম, আদিৰে সজ্জিত এখন সৰু কমলপুৰ ---আমাৰ মাজত আজিও এক জীয়া বাস্তব।।।। 🍀☘️🍂🍃 সদায় জীৱিত থাকক সঁচা প্ৰেম সঁচা ভালপোৱা। সদায় জীৱিত থাকক "অসীমত যাৰ হেৰাল সীমা"ৰ প্ৰতিটো সৰু বৰ চৰিত্ৰ প্ৰতিটো কাল্পনিক বাস্তব। 🌈

  • @KrishnaSaikia-ws8lt
    @KrishnaSaikia-ws8lt Před 3 měsíci +1

    গীত টি সদায় শুনি শুনিও হেঁপাহ নপলাই। অতি প্ৰিয় এই গীতটি।

  • @lipikachoudhury8967
    @lipikachoudhury8967 Před 2 lety +28

    গীতটোৰ সুৰ,কথা ইমানসুন্দৰ হৈছে,,, শুনা মাত্ৰেই উপন্যাসখন মানসপটত ভাহি উঠিছে।,,,ধন্য আকাশবাণী গুৱাহাটী ধন্য❤️

  • @binitahandique2753
    @binitahandique2753 Před 2 lety +8

    গীতটি শুনি অজান পৃথিৱী এখনলৈ গুচি যোৱা যেন লাগিছে,যাক শব্দৰে প্ৰকাশ কৰিব পৰা নাই; হেৰাই গৈছো!

  • @RobinHood-uc7yx
    @RobinHood-uc7yx Před 2 lety +7

    কিয় বাৰু চম্পাক এনেদৰে আঁতৰাই নিলে সয্যই হোৱা নাই মোৰ।💔

  • @anjalinarzary6929
    @anjalinarzary6929 Před rokem +3

    ইমান ধুনীয়া সুৰ ইমান ধুনীয়া গীত । উপন্যাসখন পঢ়াৰ সময়ত যিমান ভাল লাগিছিল আপোনালোকৰ উপস্থাপন ইমান ভাল লাগিছে । এনে লাগে যেন মইও এটি চৰিত্ৰহে ।

  • @karabidekavlog8997
    @karabidekavlog8997 Před 2 lety +7

    আমাৰ গাঁওৰ কাষেৰে বৈ গৈছে পগলাদিয়া নৈ এতিয়া গাঁওৰ পৰা বহুত নিলগত আছো মই এই গীতটি শুনিলে কেৱল অতীতলৈ মনত পৰে মোৰ মৰমৰ গাঁওখন মৰমৰ মানুহবোৰ 

  • @kolpochitra3869
    @kolpochitra3869 Před 2 lety +5

    কিতাপখন ২য় বাৰ পঢ়ি পৰহি শেষ
    কৰিলোঁ। ইতিমধ্যে আকাশবাণী গুৱাহাটীৰ পৰা উপন্যাসখন শুনিবলৈ
    পায় বহুত সুখী হৈছোঁ। শুভৰাত্ৰি।
    🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @krishtichangmai9418
    @krishtichangmai9418 Před 2 lety +6

    গীতটি শুনি উপন্যাস খনৰ কাহিনীটো পুনৰ এবাৰ মনলৈ আহি গ'ল আৰু গীতটি শুনি বহুত ভাল লাগিল❤️

  • @chandrimarabha1682
    @chandrimarabha1682 Před 2 lety +11

    গা - মনত শিহঁৰণ তুলিলে 🥺 #চম্পা 💖

  • @sanatanentertainmentandcre6409

    বৰ্তমান মোৰ মবাইলৰ ৰিংট'ন❤❤❤❤🎻🎻🎻🎻🎻🎻🎻🎻🎻🎻🎻🎻🎻🎻🎻

  • @jantugaming510
    @jantugaming510 Před 8 měsíci +1

    সুন্দৰ ........😘

  • @rumeekalita3812
    @rumeekalita3812 Před 2 lety +8

    অশেষ ধন্যবাদ আকাশবাণী গুৱাহাটী কেন্দ্ৰ🙏🙏🙏দেহ মন জুৰুৱা গীত শুনিলে শুনি থাকিবৰ মন যায় 💐💐

  • @anonymousnerdguy
    @anonymousnerdguy Před 2 lety +6

    প্ৰত্যেকটো শব্দই শব্দই অনুভৱ কৰিছো উপন্যাস খনৰ💚

  • @Paragjyotideka12
    @Paragjyotideka12 Před 2 lety +6

    ইমান ধুনীয়া হৈছে গীতটি , আটাইলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো। ধন্যবাদ আকাশবাণী গুৱাহাটী

  • @prabalmaysarma1465
    @prabalmaysarma1465 Před 2 lety +7

    কিতাপখনো হৃদয় স্পৰ্শী গীতটোত ও একে হৃদয় স্পৰ্শী

  • @priyankabordoloi3376
    @priyankabordoloi3376 Před 2 lety +7

    অতি সুন্দৰ ❤️

  • @har-tk4xl
    @har-tk4xl Před 2 lety +4

    Bhut opekhya korilu sir hokal .

  • @bidyutboruah5118
    @bidyutboruah5118 Před 2 lety +3

    ইমান ধুনীয়া সুৰ কথা। গোটেই গীতটোতেই উপন্যাসখন ভাহি উঠিছে।

  • @arundhatidas7881
    @arundhatidas7881 Před 2 lety +4

    সুন্দৰ সৃষ্টি এইবোৰকহে কয়

  • @jibantaidassam4980
    @jibantaidassam4980 Před 2 lety +4

    সঁচাকৈয়ে ৷ ভাল গাইছে চয়নিকাই

  • @aaa-wr5lb
    @aaa-wr5lb Před 2 lety +2

    Ohhh ma'am emn cute hoise mattu ... Amar maam a amak jiman dhuniya k college t porhai ximn dhuniya koi gan o mare ... Proud 😌

  • @chandramadevi5886
    @chandramadevi5886 Před 2 lety +9

    অনুপম সৃষ্টি ! 💖
    গীতটোৰ সৈতে জড়িত আটাইলৈ অভিনন্দন জনাইছোঁ ।

  • @nipamdeka2483
    @nipamdeka2483 Před 2 lety +2

    ধন্যবাদ আকাশবাণী গুৱাহাটী

  • @calmmeditationmusic3447
    @calmmeditationmusic3447 Před 2 lety +5

    হৃদয়স্পৰ্শী

  • @pranjoldutta7038
    @pranjoldutta7038 Před 2 lety +2

    সুৰ কণ্ঠ বৰ সুন্দৰ 🙏🏿🙏🏿বৰ ভাল লাগিছে অ 👍👍🙏🏿

  • @preetirekhadas2338
    @preetirekhadas2338 Před 8 měsíci +1

    Khosai bohut dhuniya gaantu❤abar khunile khuniye thakib mon jai

  • @uddiptanarayan6470
    @uddiptanarayan6470 Před 2 lety +3

    উফ্... গীতটিৰ কথা সুৰ... হৃদয় চুই গৈছে...

  • @parulbania637
    @parulbania637 Před 2 lety +8

    মোৰ প্রিয় গ্রন্থ ... গানটোও হৃদয়স্পৰ্শী...

    • @akashvaniguwahati
      @akashvaniguwahati  Před 2 lety +4

      ধন্যবাদ। শুনি থাকিব আকাশবাণী গুৱাহাটী

    • @parulbania637
      @parulbania637 Před 2 lety +1

      @@akashvaniguwahati নিশ্চয় শুনিম... 😊

  • @assamjorhat8609
    @assamjorhat8609 Před 2 lety +3

    খণ্ড সমূহ সোনকালে দিয়ক ৰৈ আছো।

  • @barashasaharia8445
    @barashasaharia8445 Před 2 lety +3

    সচাকৈয়ে খুব সুন্দৰ

  • @dhan__13
    @dhan__13 Před 2 lety +3

    অতি আগ্ৰহেৰে শুনিবলৈ বাট চাই আছোঁ

  • @koushikpathak1213
    @koushikpathak1213 Před rokem +1

    Tarali Sharma baido best singer ❤

  • @dl293
    @dl293 Před 2 lety +5

    ❤️❤️ AIR Guwahati long live

    • @akashvaniguwahati
      @akashvaniguwahati  Před 2 lety +2

      ধন্যবাদ। শুনি থাকিব আকাশবাণী গুৱাহাটী

    • @dl293
      @dl293 Před 2 lety +3

      @@akashvaniguwahati সদায় শুনো । বিশেষকৈ অসীমত যাৰ হেৰাল সীমা ...মিচ নকৰোঁ একেবাৰে

  • @jpstatus7883
    @jpstatus7883 Před 2 lety +2

    Bor bhal lagise huni ❤️❤️❤️

  • @monrvlogs4283
    @monrvlogs4283 Před 11 měsíci +1

    Gantu huni uponyahtu sokut vahi ahe ..sokur Pani ulai jai

  • @Noireet
    @Noireet Před 2 lety +4

    গীতটোত Ek Duuje Ke Liye চিনেমাখনৰ Tere Mere Beech Mein(Kamal Hassan, Rati Agnihotri) গীতটোৰ কিছু অংশ মিল থকাৰ দৰে অনুভৱ হ'ল।

    • @dhrubajyotibaishya7241
      @dhrubajyotibaishya7241 Před 2 lety +8

      Geet tu shivranjani raag t kora hoise.... So ei raag r geet buror lgt olp slp mil paboi.... Jene mere naina sawan bhado/jane kaha gaye wo din/jeeta tha jiske liye/kyu ki itna pyar tunko/dil ek mandir pyar hai puja/jar babe ei minoti/jibon ghorir pratitu pal/jibon jura khyati a jodi etc etc😀

    • @narbahadurdarjee5259
      @narbahadurdarjee5259 Před 2 lety +1

      Sundar prastuti. Khakalu silpiloi Subhakamana thakil

  • @ramentalukdar7624
    @ramentalukdar7624 Před 2 lety +2

    সুন্দৰ। আশীৰ্বাদৰ ৰং উপন্যাসৰ আধাৰত কৰা ধাৰাবাহিক নাটক খন ইয়ুটিউবত দিব চোন।

  • @ranjitdas2869
    @ranjitdas2869 Před 9 měsíci +1

  • @A-NikhilDasGogoi
    @A-NikhilDasGogoi Před 2 lety +4

    অতি মনোমোহা, মন যেন জীপাল হৈ উঠে✨

  • @Satya....29
    @Satya....29 Před 8 měsíci +2

    Please re upload , this song ,
    Voice was not so clear, as like all episodes
    Please re upload
    Please please ❤️❤️❤️

  • @PriyankaP_0
    @PriyankaP_0 Před 2 lety +5

    হৃদয়স্পৰ্শী গীত....ভাল লাগিল ।

    • @akashvaniguwahati
      @akashvaniguwahati  Před 2 lety +2

      ধন্যবাদ। শুনি থাকিব আকাশবাণী গুৱাহাটী

  • @nitishabora3224
    @nitishabora3224 Před 2 lety +5

    This song has my whole heart now ❤✨

  • @jyotirmoyjishnu1954
    @jyotirmoyjishnu1954 Před 2 lety +4

    Moi ji thait thaku tat Alasbani Guwahati r signal napai. If anyone knows how I can access it, anugrah kori jonabo sun... And please joldi joldi upload korok CZcams ot.

  • @ratnamanibayan473
    @ratnamanibayan473 Před 2 lety +3

    Sundar

  • @NityanandaHazarika
    @NityanandaHazarika Před 2 lety +3

    Such a beautiful song but uploaded in low quality. Please provide original recording if possible.

  • @binoychutia5620
    @binoychutia5620 Před 2 lety +7

    উপন্যাস পাঠটোও ইউটিউবত দিব বুলি আশা কৰিলো।।

  • @tulikaduttabrahma3179
    @tulikaduttabrahma3179 Před 2 lety +3

    অনন্য... ... ...

  • @binoychutia5620
    @binoychutia5620 Před 2 lety +3

    অপূৰ্ব

  • @priyankaray3872
    @priyankaray3872 Před 2 lety +2

    বহুত বহুত ধন্যবাদ _❤🙂

  • @Xopuntora
    @Xopuntora Před 2 lety +2

    কিমান যে ধুনীয়া ❤️

  • @bhuprabhadeka4689
    @bhuprabhadeka4689 Před 2 lety +2

    গীতটো যে ইমান সুন্দৰ হৈছে,,, বুজাব নোৱাৰা

  • @violinachamuah18
    @violinachamuah18 Před 2 lety +3

    হৃদয়স্পৰ্শী 🙏🙏

  • @monojsarma228
    @monojsarma228 Před 2 lety +2

    ❤️Bahut Dhunia lagil,

  • @putalikonchkonch7141
    @putalikonchkonch7141 Před 2 lety +3

    অতি সুন্দৰ 😍

  • @rajashreedutta4876
    @rajashreedutta4876 Před 2 lety +3

    Champa💏💗

  • @aaa-wr5lb
    @aaa-wr5lb Před 2 lety +2

    Ohh my favourite maam ... You are always a special person for me .. collage t o apuni mor favourite aru apunar gan o moi bohut val pau 🥺❤️❤️❤️♥️♥️💓💓💓😍😍😘😘😘😚😚😚😚😚🥺🥺.....

  • @pratyashibarman2706
    @pratyashibarman2706 Před 2 lety +3

    বহুত ভাল লাগিছে শুনি

  • @hirenchakravarty8718
    @hirenchakravarty8718 Před 2 lety +2

    একেই শিহৰণ ❤

  • @SubhalakhiBora-qt4cv
    @SubhalakhiBora-qt4cv Před 15 dny

    ❤❤❤

  • @sanjibkalita358
    @sanjibkalita358 Před rokem

    সুন্দৰ ৷

  • @kuldeepdeka3122
    @kuldeepdeka3122 Před 2 lety +1

    Val laga get

  • @usharengoni1910
    @usharengoni1910 Před 2 lety +1

    Music is awesome which is alos heightened by the mesmerising voice of Chayanika Baishya.The song is really enticing; draws us to the core of the novel as if we are spell bound

  • @dekasankumonikashyap1740
    @dekasankumonikashyap1740 Před 2 lety +1

    Eman dhuniya sangeet

    • @kheconomics8074
      @kheconomics8074 Před 2 lety

      হৃদয় চুই গৈছে। কিন্তু clear নাইহোৱা । Original টো দিব

  • @arponagogoi2032
    @arponagogoi2032 Před 2 lety +3

    গানটো বাৰে বাৰে শুনিছোঁ , হেপাহ পলোৱা নাই। গীতটোৰ audio link পামনে ??

  • @bitulborgohain1160
    @bitulborgohain1160 Před 2 lety +8

    গীতটো অন্য প্লেটফৰ্মতো উপলব্ধ হলে ভাল লাগিল হয় ।

  • @chinmoyeechetia1496
    @chinmoyeechetia1496 Před 2 lety +2

    💖💖💖💖💖💖💖💖💖💖💖

  • @abidurrohman18
    @abidurrohman18 Před 2 lety +2

    সুন্দৰ❤️

  • @ARUNKALITA
    @ARUNKALITA Před 2 lety +4

    Good

  • @mridulsharma6739
    @mridulsharma6739 Před 2 lety +2

    Monurom geet

  • @priyaranjandas2483
    @priyaranjandas2483 Před 2 lety +3

    সুন্দৰ ❤️❤️

    • @akashvaniguwahati
      @akashvaniguwahati  Před 2 lety +2

      ধন্যবাদ। শুনি থাকিব আকাশবাণী গুৱাহাটী

  • @chandrabora8867
    @chandrabora8867 Před 2 lety +1

    Mor piyo upanyas

  • @ChandanDas-ff6nq
    @ChandanDas-ff6nq Před 2 lety +1

    মাঘ বিহুৰ episode tu কেতিয়া আহিব

  • @jitudeka3823
    @jitudeka3823 Před 2 lety

    Bor dhuniya gan2... Vl lge xuni

  • @RANJITDAS-wy7jm
    @RANJITDAS-wy7jm Před 2 lety

    very good

  • @bksladuassamyoutubechannel6765

    Nice

  • @pabansaikia4845
    @pabansaikia4845 Před 2 lety +1

    ১৭ নং খন্দটো শুনি বলৈ নোপোৱা হলো যে ? কথা টো কি ?

  • @barashachoudhury6429
    @barashachoudhury6429 Před 2 lety +1

    গীতটোৰ কথাখিনি পাম নেকি?🙏

  • @gstarchannel1073
    @gstarchannel1073 Před 2 lety +1

    কিমান বাৰ শুনো হিচাপ নায়।

  • @jpstatus7883
    @jpstatus7883 Před 2 lety +1

    N2n khndo aru nai ni

  • @munuborah3273
    @munuborah3273 Před rokem +1

    Kitap khon bohut bar porisu,hepah napalai pohi,aikhon jodi natok ba film nisinakoi bonale hoi hodai slu hoi

  • @user-qf3mp9py9o
    @user-qf3mp9py9o Před 2 lety +1

    saku muji khuni thakioi mon jai khekh hole vabo... ki hol....

  • @drsn6323
    @drsn6323 Před 2 lety +1

    ❤️❤️❤️

  • @akhajong3988
    @akhajong3988 Před 2 lety +2

    ❤❤❤