নেমু গছৰ ডালৰ পৰা পুলি কেনেদৰে প্ৰস্তুত কৰিব পাৰি!kaji lemon farming!নেমু পুলি তৈয়াৰ কৰা সহজ উপায়!

Sdílet
Vložit
  • čas přidán 7. 09. 2024
  • Hi
    I m Lila. Welcome to our CZcams chennel Biswanath Agrifarm.
    নেমু গছৰ ডালৰ পৰা পুলি কেনেদৰে প্ৰস্তুত কৰিব পাৰি!assam kaji lemon farming!নেমু পুলি তৈয়াৰ কৰা সহজ উপায়!
    About this chennel
    বন্ধুসকল মই এই চেনেলত মাধ্যমেদি খেতি বাতি সম্পৰ্কীয় video লৈ আহিছোঁ.নেমু খেতিৰ লগতে মই আপোনালোকৰ আগত জলকীয়া খেতি ভোট জলকীয়া, জিকা খেতি লগতে বিভিন্ন ধৰণৰ খেতিৰ বিষয়ে আলোচনা কৰিম...
    মই সকলো যুৱ প্ৰজন্মক আহ্বান জনাইছো আপোনালোক আগবাঢ়ি আহক আৰু খেতি বাতি বৈজ্ঞানিক পদ্ধতিৰে কৰি নিজকে স্বাৱলম্বি কৰি তোলক..
    About this video
    নেমু গছৰ ডালৰ পৰা পুলি প্ৰস্তুত কৰা অতি সহজ কথা কিন্তু এটা কথা মনত ৰাখিব উপযুক্ত সময় হৈছে এপ্ৰিল মাহৰ পৰা জুলাই পৰ্যন্ত এই সময়ছোৱাত ৰখা cutting ১০০% বাচি যায়... লগতে পুলি ৰাখোটে সদাই বেলি মাৰ যোৱাৰ পাছত ৰাখিব আৰু ৰদ নপৰা জেগাত থব যেতিয়া গজালি অহা আৰম্ভ হব তেতিয়া ৰদত উলিয়াব পাৰে..
    যদি আপোনাক মোৰ চেনেলটো চাই কিবা খিকিব পাৰিম বুলি ভাবে তেন্তে subscribe koribo.
    Other link video
    • ভোট জলকীয়া গছৰ পৰিচৰ্...
    ভোট জলকীয়া গছৰ পৰিচৰ্যা কেনেকৈ কৰিব!
    • বীজ শোধন কৈনেকৈ কৰিব ল...
    বীজ শোধন কেনেকৈ কৰিব!
    • নেমু গছৰ কাটিং কেনেকৈ...
    নেমু গছৰ কাটিং কেনেকৈ কৰা হয়!
    • ভোট জলকীয়াত কি কি সাৰ... bhut
    ভোট জলকীয়া কি কি সাৰ প্রায়োগ কৰিব! কেনেদৰে কৰিব
    • ভোট জলকীয়াৰ খেতি। গছত...
    ভোট জলকীয়া গছৰ die back ৰোগ তথা নিৰাময়.
    #Lemon#cutting#
    Email id-Lilabnc@gmail.com
    Don't forget to LIKE..COMMENT...AND SHARE...
    SUBSCRIBE the channel and press the BELL icon to get notified about new uploads.
    THANK YOU

Komentáře • 297