পূজা ঘৰত আপুনি এই ৩ ধৰনৰ মূৰ্তি ৰাখিছে নেকি ? যদি ৰাখিছে তেন্তে আজিয়েই আতৰাই দিয়ক || Assamese ||

Sdílet
Vložit
  • čas přidán 29. 10. 2023
  • পূজা ঘৰত আপুনি এই ৩ ধৰনৰ মূৰ্তি ৰাখিছে নেকি ? যদি ৰাখিছে তেন্তে আজিয়েই আতৰাই দিয়ক || Assamese ||
    #motivational #assamese #god
    About This Video
    পূজা ঘৰত ৩টা মূৰ্তি ভুলটো নাৰাখিব। কোন তিনিটা মূৰ্তি পূজা ঘৰত একেবাৰে ৰাখিব নালাগে? কাৰ মূৰ্তি থকাটো আটাইতকৈ ভাল? ভগৱান বিষ্ণু আৰু শিৱৰ মূৰ্তি একেলগে কিয় থাকিব নালাগে? মা লক্ষ্মী আৰু গনেশৰ কোনভাগ মূৰ্তি ৰাখিলে আটাইতকৈ শুভ ফল পাব, সেই সকলোবোৰ উল্লেখ আছে এই ভিডিঅটোত।
    Your Queries:-
    পূজা ঘৰত ৩টা মূৰ্তি ভুলটো নাৰাখিব
    কোনজন ভগৱানৰ মূৰ্তি ৰাখিব নালাগে
    বিষ্ণু আৰু শিৱৰ মূৰ্তি কিয় একেলগে ৰাখিব নালাগে
    ঘৰত ভগৱানৰ মূৰ্তি কেনেকৈ ৰাখিব লাগে
    লক্ষ্মী পূজাৰ নিয়ম
    হনুমানৰ কোনটো মূৰ্তি ঘৰত ৰাখিব লাগে
    ঘৰৰ কোন দিশত মন্দিৰ থাকিব লাগে
    ভগৱানক কেনেকৈ প্ৰাৰ্থনা কৰিব
    ঘৰুৱা পূজা নিয়য
    puja ghar kis disha me hona chahiye
    puja ghar mein kaun si murti rakhni chahiye
    kaun si murti ghar mein nahi rakhni chahiye
    কোনটো মূৰ্তি ঘৰত ৰাখিব নালাগে
    ভগৱানৰ বাণী
    assamese motivational video
    গনেশৰ কোনটো মূৰ্তি ঘৰত ৰাখিব
    অসমীয়া ভিদিও
    assamese video new
    #motivation #motivationalvideo #motivationalquotes #motivationalspeech #motivationalspeech #motivationalstatus #shiva #assamesemotivationalspech #krishnabhuyan #laxmi #narayan #bepositive #motivationalspeaker #motivationalvideos #krishnakatha #bhagwan
    Disclaimer :-
    এই ভিডিঅ' ধৰ্মীয় আৰু লোক বিশ্বাসৰ ওপৰত আধাৰিত। ইয়াৰ লগত বিজ্ঞানৰ কোনো সম্পৰ্ক নাই। যিসকলে ধৰ্ম শাস্ত্ৰ বা ভগৱানক বিশ্বাস কৰে তেওঁলোকৰ বাবে এই ভিডিঅটো প্ৰস্তুত কৰা হৈছে। ইয়াত থকা তথ্যৰ সৈতে আপুনি একমত নহলে আমাৰ চেনেল জগৰীয়া নহয়।
  • Zábava

Komentáře • 425