ডিমৌ ভাওনা প্ৰতিযোগিতাত বিচাৰকৰ মন্তব্য আৰু ফলাফল ঘোষণা | Demow Vauna Competition | Vauna

Sdílet
Vložit
  • čas přidán 24. 08. 2024
  • ডিমৌ ভাওনা প্ৰতিযোগিতাত বিচাৰকৰ মন্তব্য আৰু ফলাফল ঘোষণা | Demow Vauna Competition | Vauna
    Cover Topic:
    Demow Vauna Competition
    vauna competition demow
    Vauna competition 2023
    bhavna
    Assamese bhavna
    Vauna video
    vauna
    Vauna viral video
    vaona
    Bhauna
    Bhauna video
    Vauna competition
    all assam vauna competition
    vauna assamese
    bhauna assamese
    Bhaona
    vawna
    bhaona assamese
    assamese vauna
    Assamese bhauna
    assamese culture
    vauna 2023
    #vauna
    #bhauna
    #vaona

Komentáře • 53

  • @parthamahanta9151
    @parthamahanta9151 Před 8 měsíci +3

    সুন্দৰ উপস্থাপন। আজিৰ প্ৰতিযোগিতাৰ ভাওনা কেৱল অতিৰঞ্জিত

  • @lohithandique8735
    @lohithandique8735 Před 9 měsíci +8

    শইকিয়া দেৱ,আপুনি প্ৰত্যাহ্বান জনাইছে ঠিকেই আছে--! কিন্ত আপুনি গুৰুদুজনাৰ 'ভাওনা' সৃষ্টিৰ উদ্দেশ্য-লক্ষ্য সম্পকে ভালদৰে অধ্যয়ন কৰক(!) মনত ৰাখিম-অংকীয়া ভাওনা হ'ল নৃত্য প্ৰধান,মাতৃভাষা ভাওনা হ'ল কাহিনীযুক্ত 'সংলাপ প্ৰধান'। কিন্ত প্ৰতিযোগিতাৰ বাবে গুৰুজনাই "ভাওনা" সৃষ্টি কৰা নাছিল। মই ভাৱো কেৱল নিজৰ চিন্তাৰে ভাওনাৰ স্বকীয়তাক বিপথে নিব বিচাৰিলে,ই বুৰঞ্জী বিকৃত কৰাহে হৱ-!গুৰু দুজনাই মাতৃভাষাত ভাওনা সৃষ্টি কৰাই নাছিল--কিন্ত ইচ্ছা কৰা হলে পাৰিলে হেতেন-! আৰু আপুনি বৰ্ত্তমান গুৰুদুজনাৰ বৈকুণ্ঠীৰ বহুকাল পাছৰ সৃষ্ট নাটৰ 'বিচাৰক'। কোনোবা এটা বিষয়ত বিশাৰদ হৈ দুখনমান নাচ বা বাজনা সৃষ্টি কৰি নাচিব/বজাব পাৰিলেই--পোনে পোনে গুৰুজনাৰ হাতদুখন শিৰত পৰিলে বুলি ভাৱি নলৱ--(!)

  • @alokadityabora
    @alokadityabora Před 9 měsíci +13

    আজি দিনত ভাওনা প্ৰতিযোগিতাত politics ৰ বাহিৰে একো নাই।অলপ টকা হলেই প্ৰথম, দ্বিতীয় .... পুৰস্কাৰ পাই যায়।এই বিষয়েও অলপ চকু দিব।আগত politics টো আতৰাওক 👍

  • @jurhotita12
    @jurhotita12 Před 9 měsíci +8

    কথা এটা কব খুজিছোঁ,, দেখিছোঁ বিশেষ বিচাৰক কেই জনে অকল বিশেষ দল কেইটামান দিয়েই থাকে ,,, মানে hihotihe ভাওনা জনে,, হিহঁতিহে actor,, ভাওনাত কোনো best নাই,,, আৰু পোৱা দল gitak বাৰে বাৰে নিদিলেও hoi,,, আৰু আপোনালোক শঙ্কৰদেৱ nohoi,, আৰু ফটোৱা নকৰিব ভাওনা সংস্কৃতি 🙏

  • @rickyboraofficial2901
    @rickyboraofficial2901 Před 9 měsíci +5

    এটা কথা সঁচা কিন্তু.... যদি গায়ন বায়নৰ আগত আঁৰ কাপোৰ দিয়ে আৰু যদি শ্লোক আঁৰ কাপোৰৰ পাছফালে গালে প্ৰযোজ্য নহয় বাৰু। কাৰণ আঁৰ কাপোৰৰ পাছফালৰ খিনি marking কৰিব নালাগে

  • @probalkhataniar2919
    @probalkhataniar2919 Před 9 měsíci +4

    ভাওনাৰ ঐতিহ্য এইদৰে ৰক্ষা নহব প্ৰভু সকল ।ভাওনাৰ ভক্তি মাৰ্গৰ মূলধাৰা সকলোৱে পাহৰি গৈছে ।

  • @bijubharali8484
    @bijubharali8484 Před 9 měsíci +5

    গায়ন বায়ন কি কৃপা কৰি বুজাই দিলেআমি কৃতাৰ্থ হম কৃষ্ণ কৃষ্ণ🙏

  • @shikhankarradhe9358
    @shikhankarradhe9358 Před 7 měsíci +2

    মোৰ এটা প্ৰশ্ন ভাওনা কিয় সমাৰোহ কৰিব লগা হল কিয় প্ৰতিযোগিতালৈ নিব লগা হল । এইবোৰ কি গুৰুজনাৰ অবদান। ভাওনা প্ৰতিযোগিতা কৰক ন এইবোৰ গুৰুজনাই কোৱা নাছিল।

  • @simantasaikiaofficial9196
    @simantasaikiaofficial9196 Před 9 měsíci +6

    চৰিত্ৰ এটাত অভিনয় কৰি দেখাব লাগিছিল..... এনেই এখিনি লেকচাৰ দি লাভ নাই । মৰঙী ভাওনা প্ৰতিযোগিতাত উত্তৰ দিবলৈ এজনো বিচাৰক নথকাটোহে লাজৰ অথা ।

  • @mouofficialvlog6046
    @mouofficialvlog6046 Před 9 měsíci +4

    Moi hole coment porhibolehe ahisu dai...

  • @Dutta.S
    @Dutta.S Před 7 měsíci +2

    39:43 ভাওনাত মানুহৰ অভিনয় চোৱা যাই। শৰীৰ নাচাই। তেঁওৰ অভিনয় টো চাওক না। বিউতি competition পতা নাই নহই। যদি পালোৱান শৰীৰ হৈ অভিনয় 0 হয় তেন্তে লাভ কি?

  • @joduborah4896
    @joduborah4896 Před 6 měsíci

    জনা মানুহ বেছি হল আৰু , যি দেখিছোঁ শংকৰ দেৱক মাটি আনিব লাগিব যত আছে গৈ

  • @RajalakshmiDutta-xb8jt
    @RajalakshmiDutta-xb8jt Před 9 měsíci

    সুন্দৰ।।🙏

  • @user-ty2zb4nb2b
    @user-ty2zb4nb2b Před 8 měsíci +1

    ভাওনা প্ৰতিযোগিতাত ভক্তিমাৰ্গ দেখা পোৱা নাযায়।

  • @Dipankar_Assam
    @Dipankar_Assam Před 9 měsíci +2

    ❤❤❤

  • @dhirensaikia4740
    @dhirensaikia4740 Před 3 měsíci

    সকলো একগোট হৈ আলোচনা কৰি সমাধান নকৰিলে আজীৱন বিশৃংখল হৈয়ে থাকিব | প্ৰথমে বিচাৰক সকল এক হ'ব লাগিব | পাছতহে সমাধান | কৃষ্ণ

  • @dibyajyotiofficial913
    @dibyajyotiofficial913 Před 9 měsíci +2

    ❤❤❤❤

  • @ghanashyamborah1063
    @ghanashyamborah1063 Před 9 měsíci +1

    W4 formula should be used, 3/4 dimensions should be created on the stage.

  • @rahimabegum3943
    @rahimabegum3943 Před 8 měsíci

    Thik katha harute amio vaonar dekhicilu krishna aru sutradharir agat ar kapur diya

  • @BSCREATION61
    @BSCREATION61 Před 9 měsíci +1

    খিতিতিনি তাক ধেই……জিধগি তাতা খিতি যদি কাতি চটাটো সন্মুখত দিয়ে সেইটো সন্মুখৰ চটাহে হব কোনফালৰপৰা কাতি চটা হ’ল অলপ বুজাই দিয়া হ’ল ভাল হয় ৷

  • @Jadumoni_Dutta
    @Jadumoni_Dutta Před 9 měsíci +2

    Ar kapur komola bari gayen gale nalage mane beleg gale pari niki. Agor pora soli ahotu misa mane.

  • @NaranBorah-lr2yp
    @NaranBorah-lr2yp Před 9 měsíci +4

    ভাওনাপতিযোগিতাৰ বাবে নহয়।

    • @adyantdutta6855
      @adyantdutta6855 Před 9 měsíci

      কিয়?বাকি দিহানাম,বৰগীত,শঙ্কৰী নৃত্য ইত্যাদিবোৰ প্ৰতিযোগিতাৰ বাবে হয় নেকি?

  • @gyanenkashyap
    @gyanenkashyap Před 8 měsíci

    🙏🙏🙏

  • @SuklaKakoti
    @SuklaKakoti Před 9 měsíci +2

    বিচাৰক হিচাপে সজা কথা কৈছে

  • @raktimjyotiborah1487
    @raktimjyotiborah1487 Před 9 měsíci +4

    আড় কাপোৰ খন সকলো চৰিত্ৰৰ আগত কিয় দিব নালাগে কব লাগিছিল

    • @ManujSaikia-qh6ko
      @ManujSaikia-qh6ko Před 9 měsíci +2

      কোনো এটা চৰিত্ৰ প্ৰথম ওলালে আড় কাপোৰ ধৰা হয় সেইটো কেতিয়াও ভুল হʼব নোৱাৰে ,

    • @hrishikeshneog
      @hrishikeshneog Před 9 měsíci

      আঁৰ কাপোৰ অন্ধকাৰৰ প্ৰতীক। সূত্ৰধাৰীয়ে নাটকৰ বিষয়ে জনালে। আঁৰকাপোৰ আতৰিলে ভগৱন্ত ওলাই।

  • @prasantabaruah1728
    @prasantabaruah1728 Před 9 měsíci

    Hundr khota koisa

  • @pinkudutta8727
    @pinkudutta8727 Před 9 měsíci +3

    হয় আজি কালি ভাওনাত শ্লোক বিলাক ইমানেই গাই । মানুহৰ আমনি লাগি যাই চাই। আৰু নাৰদ‌ লুৱা জনেটো সাংস্কৃতিক সন্ধিয়া কৰি পেলায় ।খালি শ্লোক ... । আৰু mackup আজি কালি ধৰি বই নোৱাৰি

  • @sonybigtv6160
    @sonybigtv6160 Před 9 měsíci

    I like hip hop dance and break dance 👍

  • @subhashisdas2494
    @subhashisdas2494 Před 9 měsíci +11

    Apuni sankar devotoke uporot😢🎉

  • @rupaksaikia1544
    @rupaksaikia1544 Před 9 měsíci +2

    Pmb mix apunalukok ata ktha kow..apunalkr potitu vdo saw channel tu vl lge ...gotike apunlkeu vdo bilak jtia upload kre apunalkeu kisumn question sudhbo Karn sokolu tat uposthit nthke bisekke apunlke vdo krise jtia apunlk tat thke....1st ktha hol jd aar Kapur khn nlge tetiahle otijor pora kio soli ahise...jd vul hoi ba nlge buli j koise baki bur bisaroke ndhore kio...mane vinnoo munir vinno mot...vawna kra dolgtai kribo ki...ejne ata kbo ejne ata kbo..tat dukh kar vul kar ...2 nd ktha hol sokolu vawna potijugutitat niom ekei hbo lage buli vbi bisoi jie nhouk tetia team bilakor kosto nhoi....krn sokolu bisarokor vinno rup...kntu vawria vawna dol kntu eketai thke...bea napabo kua krne🙏🙏🙏

    • @PMBMix
      @PMBMix  Před 9 měsíci +7

      মন্তব্যৰ বাবে ধন্যবাদ... আপোনাৰ কথাটো ঠিক... কিন্তু কি কৰিম আমি কেৱল প্ৰচাৰ কৰা মানুহহে... বিচাৰকক প্ৰশ্ন কৰাৰ আমাৰ কোনো সুবিধা নাথাকে বা হয়তু অধিকাৰো নাই... কেৱল ভাওনাৰ লগত জড়িত ব্যক্তিসকলকহে সেই সুবিধা দিয়া হয়... মোক যদি কয় মই কম যে ভাওনা প্ৰতিযোগিতাৰ ক্ষেত্ৰত এখন সংবিধান থকাটো প্ৰয়োজন... অন্যথা কেতিয়াও এক সঠিক সমাধান পোৱাটো সম্ভৱ নহয়... কৃষ্ণ

    • @kalyankashyap677
      @kalyankashyap677 Před 9 měsíci

      ai keijon bisarok e kua dore jdi aar kapur okol gayan bayan,sutra aru vogoban soritrot jdi aar kapur dhori baki soritro keitat nodhore tetia bleg bisaroke heitue vul buli koi hei dol tuk poruskar puar pora bonsito koribo.aru ai keijon e olp acting tu u dekhuabo lagisil vawna okol sutro jone nokore nhy

  • @MoonmiKhargharia-xt9mw
    @MoonmiKhargharia-xt9mw Před 6 měsíci

    Vaynat porbaronga gayn bayan sompurna hobo laga age kale ghusa dhamle nagae besarokor ostade bace hoesa bohut jana bohut najana

  • @shyamdas6733
    @shyamdas6733 Před 9 měsíci +1

    vauna namot sob aji kali poisa he

  • @dilipmahanta8479
    @dilipmahanta8479 Před 9 měsíci +2

    মঞ্চত অগ্নিগড়, বিপৰীতে চকী মেজ্্্্।

    • @PMBMix
      @PMBMix  Před 9 měsíci +5

      ভাওনা শেষ হ'ল... সকলো নিয়ম কৰি হৈ গ'ল... শৰাই বিসৰ্জন দিলে... তাৰ পাছত পুৰস্কাৰ ৰাখিবৰ বাবেহে টেবুলৰ ব্যৱস্থা কৰা হৈছিল...

  • @rupamyyybaruah7642
    @rupamyyybaruah7642 Před 9 měsíci

    7:26 ভাওনাত সেই শ্লোক তোৰ কোনো প্ৰয়োজীয়তা নাই। মই জনাত এই শ্লোক টো ভাওনাৰ লগত কোনো সম্পৰ্ক নাই।

  • @pratapkmrbaruah
    @pratapkmrbaruah Před 8 měsíci

    সজ৷

  • @subhashisdas2494
    @subhashisdas2494 Před 9 měsíci

    Vauna akol sutroe nokore...... 😂

  • @subhashisdas2494
    @subhashisdas2494 Před 9 měsíci +1

    Sutro bahire kiba janene... Ne kiba acting dekhai dibo paribone

  • @subhashisdas2494
    @subhashisdas2494 Před 9 měsíci +2

    Apuni acting aku najane... Fotua kotha koi lav nai

  • @সাহিত্য-ম৬জ

    ❤❤❤