আমি সকলোকে ধন্যবাদ ত্জ্ঞাপন কৰিছোঃ বদৰুদ্দিন আজমল

Sdílet
Vložit
  • čas přidán 3. 06. 2024
  • যিমান ভোটাৰে আমাক ভোট দিছে, যি সকলে আমাক ভোট দিব পৰা নাই আমি সকলোকে ধন্যবাদ ত্জ্ঞাপন কৰিছোঃ বদৰুদ্দিন আজমল।
    #PratidinTime #LokSabhaElections2024 #Elections2024 #VoteCounting #ElectionResult

Komentáře • 197

  • @parthapratimdas8426
    @parthapratimdas8426 Před 2 měsíci +52

    আজমল চাহাব আপুনি বেয়া মানুহ নহয় ! কিন্তু সকলোৱে সকলোৰে যোগ্য নহয় ! ৰকিবুল হুচেইনৰ ৰাজনৈতিক বিচক্ষনতা আপোনাতকৈ বহু ওপৰত ! তাৰ ফল এয়া ! বেয়া নাপাব ! নিজৰ কাম কৰি যাওঁক ! আপোনাৰ সুস্বাস্থ কামনা কৰিছোঁ !

  • @parag01
    @parag01 Před 2 měsíci +28

    ভাল শিক্ষা দিছে 😅

  • @dhanjitnath4013
    @dhanjitnath4013 Před 2 měsíci +28

    মামাৰ খাচ মানুহ হলে এদিন এই গতি হবই .🙏🌹

  • @IsamMullah
    @IsamMullah Před 2 měsíci +3

    Aiudf znidabad

  • @user-vz3kx8sw6t
    @user-vz3kx8sw6t Před 2 měsíci +25

    2026ত বিন্নকান্দিত candidate নিদিব নহলে ধুবুৰী ৰ নিচিনা হব পাৰে 😒 RiP UDF 😢

  • @rrahman853
    @rrahman853 Před 2 měsíci +37

    আপুনি এজন মৌলানা মানুহ হৈ ৰকিবুল হুচেইন ডাঙৰীয়াক বহুত বেয়া বেয়া গালি দিছিল, তাৰ পৰিনাম আপুনি এতিয়া নিজেই পাইছে ।

    • @KhalidAdnan-dy8bq
      @KhalidAdnan-dy8bq Před 2 měsíci +6

      অখিল গগৈ, লুৰিন জ্যোতি, ৰকিবুল মিঞাৰ আস্থা ভৰসা হৈ পৰিল। এতিয়া নিশ্চয় এই কেইজন মিঞা মুছলমান সপক্ষে মাত মাতিব আৰু গোটেই অসমৰ মুছলমানৰ বিপদৰ সময়ত প্ৰতিবাদ কৰিব আৰু মিঞা মুছলমানৰ কাষত থিয় হব। আজমলে যি কৰিছে বহুত বেয়া কৰিছে । ধুবুৰীবাসীক ধন্যবাদ কাৰণ হিমন্ত বিশ্ব পৰিকল্পনা আছিল মিঞা মুছলমানৰ কোনো প্ৰতিনিধি আৰু কোনো সমষ্টি নাথাকে। সেই ইচ্ছা পূৰণ হ'ল।

  • @IsamMullah
    @IsamMullah Před 2 měsíci +1

    ILove you Ajmol zindabd❤

  • @crisscrown2665
    @crisscrown2665 Před 2 měsíci +3

    আপুনি আজমল ছুপাৰ 40 ৰ fees বিলাক কম কৈ লওক । দুখীয়া মানুহৰ পৰা বেছি পইচা লৈ লৈ বহুত ধনী হৈ আছে আপুনি। 100 জনৰ ভিতৰত 3 জন হে neet পাই আছে ।

  • @thereality6307
    @thereality6307 Před 2 měsíci +13

    Karimganj aiudf r karonei harile😢

  • @sameerdeka5893
    @sameerdeka5893 Před 2 měsíci

    Bohut val lagise harai

  • @user-hw6ul5ut2j
    @user-hw6ul5ut2j Před 2 měsíci +1

    AIUDF দলটো হিমন্তই হে জীয়াই ৰাখিছে সময়ত ব্যৱহাৰ কৰিবৰ কাৰনে ৷

  • @suhaelakhtar7815
    @suhaelakhtar7815 Před 2 měsíci +16

    আপুনি এতিয়া তালি তোপোলা বান্ধি দুবাইলৈ গৈ তাত বেপাৰ চালু কৰক, ৰাজনীতি অৱসৰ লওক

    • @rajeshhazarika1663
      @rajeshhazarika1663 Před 2 měsíci

      😂একদম ঠিক কথা

    • @KhalidAdnan-dy8bq
      @KhalidAdnan-dy8bq Před 2 měsíci

      অখিল গগৈ, লুৰিন জ্যোতি, ৰকিবুল মিঞাৰ আস্থা ভৰসা হৈ পৰিল। এতিয়া নিশ্চয় এই কেইজন মিঞা মুছলমান সপক্ষে মাত মাতিব আৰু গোটেই অসমৰ মুছলমানৰ বিপদৰ সময়ত প্ৰতিবাদ কৰিব আৰু মিঞা মুছলমানৰ কাষত থিয় হব। বিগত দিনবোৰত আজমল আছিল কাৰণে ৰকিবুলে মুছলমানৰ বিপদৰ সময়ত মাত মতা নাছিল। আজমলে যি কৰিছে বহুত বেয়া কৰিছে । ধুবুৰীবাসীক ধন্যবাদ কাৰণ হিমন্ত বিশ্ব পৰিকল্পনা আছিল মিঞা মুছলমানৰ কোনো প্ৰতিনিধি আৰু কোনো সমষ্টি যাতে নাথাকে। সেই ইচ্ছা পূৰণ হ'ল। এতিয়া মিঞা মুছলমানৰ এজনো মিঞা প্ৰতিনিধি নাই।

  • @bulbulAxom099
    @bulbulAxom099 Před 2 měsíci +41

    এতিয়া ৰাজনীতি সন্যাসী লৈ বেপাৰত মন দিয়ক। বিদায় মানে চিৰ দিনলৈ বিদায় আৰু।
    Bye Bye বেপাৰী

    • @rajeshhazarika1663
      @rajeshhazarika1663 Před 2 měsíci +1

      😂একদম ঠিক

    • @bhaskarjthakuria5538
      @bhaskarjthakuria5538 Před 2 měsíci +1

      😂

    • @Sufiankhan63
      @Sufiankhan63 Před 2 měsíci

      😂😂😂 😎🙈

    • @Man_4m_North-East
      @Man_4m_North-East Před 2 měsíci

      কিয় আপুনি ‌ভিক্ষাৰী‌ নেকি? ভিক্ষাৰীবোৰেহে বেপাৰীক‌ বেয়া পায়।

    • @bulbulAxom099
      @bulbulAxom099 Před 2 měsíci

      @@Man_4m_North-East Bangladeh gedai kora acomiyar uporot bepar bur kuno karonei mani luwa nohobo deii...
      GEDA party

  • @TheLife-hw8dp
    @TheLife-hw8dp Před 2 měsíci +7

    Stop developmental work in Dhubri for five years

  • @badiuzzaman4941
    @badiuzzaman4941 Před 2 měsíci

    Oh apni bole 3th division paise❤

  • @sonalisenguota176
    @sonalisenguota176 Před 2 měsíci

    Mozaaa

  • @Itprofessional1992
    @Itprofessional1992 Před 2 měsíci

    Great 😃 Need to work on ground level,

  • @fayezurrahman2963
    @fayezurrahman2963 Před 2 měsíci

    Dhubri Lokspbhar kholo manuhok mor salam ji khokole AIUDfaru AGP avoid korile. Allah aponalukor val koribo insha Allah

  • @babulali7182
    @babulali7182 Před 2 měsíci

    Kene moja 🎉

  • @rambalram2610
    @rambalram2610 Před 2 měsíci +3

    হেমন্ত ই ইয়াৰ কফিনত শেষ গজাল টো মাৰিলে..😮😮😮 চলে বলে কৌশলে ৰকীবুলক ধুবুৰী লৈ পঠিয়াই বদৰুদ্দিন ৰ কফিন ত শেষ গজাল টো মাৰি ইয়াৰ বাত কঠিয়া অসমত নোহোৱা কৰিলে...😮😮😮😢😢😅😅😅😂😂😂 ই এতিয়া আকৌ নতুন বিয়া পাতি সাংসাৰিক জীৱন যাপন কৰিব আৰু...😅😅😅😂😂😂😂

  • @dncawhan8752
    @dncawhan8752 Před 2 měsíci

    😂😂😂😂😂😂 Mashallah 😂😂😂😂😂😂😂❤❤❤❤❤❤❤

  • @user-cs6sj7dx5c
    @user-cs6sj7dx5c Před 2 měsíci +1

    বিজেপিয়ে হৰুৱাব নোৱাৰিলে। কঙগেছ ইমান শক্তিশালী

  • @axomlife7349
    @axomlife7349 Před 2 měsíci

    Moi eito bisarisilo Ajmol bepari dangoriya mojja

  • @axomlife7349
    @axomlife7349 Před 2 měsíci

    Mojja

  • @rezadulsk534
    @rezadulsk534 Před 2 měsíci +1

    Sirmoi bohut asat vote disilo napalu

    • @rezadulsk534
      @rezadulsk534 Před 2 měsíci

      Sir more ata required golokganj or baterhat kimari pat 3 t kiba kibi koribo lagibo raijor babe

  • @rezadulsk534
    @rezadulsk534 Před 2 měsíci +1

    Sir apuni 2026 ot year answer dibo lagibo

  • @user-pe3tz6zi8c
    @user-pe3tz6zi8c Před 2 měsíci +1

    বাবা গ' আমি হাৰি গেলাম ৰে বাবা 😢

  • @educationalnews11
    @educationalnews11 Před 2 měsíci

    Congress zindabad

  • @amnztube
    @amnztube Před 2 měsíci

    Ajamal r nam musi gol dekhun

  • @JAKIRHUSSAIN-nz2je
    @JAKIRHUSSAIN-nz2je Před 2 měsíci

    I agree you are very good person...but I in election you have to deserve it.hooe same mistake will not in 2026 .

  • @BodrulNoorAlom
    @BodrulNoorAlom Před 2 měsíci +1

    Rip

  • @ArifIslam-sb2pk
    @ArifIslam-sb2pk Před 2 měsíci +2

    Allah tumak sukhriya 🤲🤲 Ajmal aru AIUDF horuwa babey

  • @user-ot9oe7uy4m
    @user-ot9oe7uy4m Před 2 měsíci

    Moja

  • @sahilpathuwary4065
    @sahilpathuwary4065 Před 2 měsíci +1

    Apuni harise valei hoise

  • @sirajbarbhuiya4980
    @sirajbarbhuiya4980 Před 2 měsíci

    রুকিবুল হুসেনক কি কই আছিল আপুনি ! মন কৰক

  • @user-qo2bb4jv8s
    @user-qo2bb4jv8s Před 2 měsíci +11

    Apuni aru Rajniti koribo nalage.Business korok

    • @rajeshhazarika1663
      @rajeshhazarika1663 Před 2 měsíci

      😂একদম ঠিক কথা

    • @JohirulIslam-fb1en
      @JohirulIslam-fb1en Před 2 měsíci

      বৰ্তমান অসমত কংগ্ৰেছ কৰা মানুহ কেইটা মুচলমান আৰু BJP কৰা মানুহ কেইটা হৈছে হিন্দু। মুছলিম অঞ্চল বাদে কংগ্ৰেছে কতো জিকা নাই বুলি কব পাৰি। যিমান বোৰ লেতেৰা ৰাজনীতি চলে একমাত্ৰ মুছলিম এলেকা বোৰত নিৰ্বাচন আহিছে মানে বাপেকৰ শ্ৰাদ্ধ আহিছে ।

    • @diman6591
      @diman6591 Před 2 měsíci

      ​@@JohirulIslam-fb1en jorhat ke hol dekha nai niki

  • @DildarAlom-th9wc
    @DildarAlom-th9wc Před 2 měsíci

    Ex MLA and running mla ticket cancel korok ..... otherwise your party finish

  • @hussainmosharaf517
    @hussainmosharaf517 Před 2 měsíci

    Treat people by mild behaviour,your rude behaviour one of the reason for defeat.

  • @creator2.0494
    @creator2.0494 Před 2 měsíci

    Mon beya nokoribo khura, jibonor baki homoy khini bisram louk. Aponar shusthata kamona korisu. Raije aponak Vale pai but politician hisab he Beya pai

  • @jaijawanagrifarm2416
    @jaijawanagrifarm2416 Před 2 měsíci

    Rokibul sir nujaua haten sukur Ali horai dila hetan

  • @Patgiri12
    @Patgiri12 Před 2 měsíci +1

    Atia mama r logot bia hoi jauk

    • @rajeshhazarika1663
      @rajeshhazarika1663 Před 2 měsíci

      😂বিয়া আগতেই হৈছিল এতিয়া বিচ্ছেদ হে হ'ব।

    • @psvideos4014
      @psvideos4014 Před 2 měsíci

      Mama next abhijon lai haju hok

  • @arfanalisikdar8083
    @arfanalisikdar8083 Před 2 měsíci

    ধাৰ্মিক মানুহে ৰাজনীতি নকৰে ।কাৰণ ৰাজনীতিত মিছা কথা কৱ লাগে ।

  • @SavagemodeON973
    @SavagemodeON973 Před 2 měsíci +2

    হিমন্তৰ কথা শুনিলে এনেকুৱাই হয় 😂😂 আপোনাক মুছ্লিম ধৰ্মালম্বী লোক সকলে আপোনাক ভাল পায় ,কিন্ত হিমন্তৰ কথা শুনি যে আল বাল বকে যে তাৰে পৰিনতি এইয়া। বেলেগক বেয়াকৈ কওতে কওতে নিজৰ মানুহে আপোনাক একাষৰীয়া কৰিলে ।

  • @s.i.sindian4503
    @s.i.sindian4503 Před 2 měsíci

    Ami apnak vote disilo

  • @shikharpohor1995
    @shikharpohor1995 Před 2 měsíci

    Aponi baghbor t ako diya nai

  • @presentearth9033
    @presentearth9033 Před 2 měsíci

    Rest in peace

  • @ArifHassanProdhani
    @ArifHassanProdhani Před 2 měsíci

    Aponar Party bondho kori diyai Val 😁

  • @tridipgogoichannel7268
    @tridipgogoichannel7268 Před 2 měsíci

    RIP ajmal

  • @shakibulreaction9366
    @shakibulreaction9366 Před 2 měsíci +1

    Aponi retired loi louk atiya

  • @pranabgogoi6283
    @pranabgogoi6283 Před 2 měsíci

    Kotha bur ontoror pora kuwa nai.

  • @rajeshhazarika1663
    @rajeshhazarika1663 Před 2 měsíci +12

    বুঢা তই এতিয়া টালি টুপুলা বান্ধি বাংলাদেশ গুচি যাগৈ যা তুৰ আৰু কাম নাই অসমত😂

    • @user-yf2is1ek2q
      @user-yf2is1ek2q Před 2 měsíci +6

      আপুনি ভাষাটো ভালকৈ প্ৰয়োগ কৰক। ৰাজনীতিত তেখেতক মইও বেয়া পাওঁ। জনসেৱা অাৰু শিক্ষাৰ ক্ষেত্ৰত বহুত অৱদান আছে। ডাঙৰ ক সন্মান কৰা শিক্ক

    • @alaluddin3283
      @alaluddin3283 Před 2 měsíci +3

      আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় মাথোঁ এয়াই নহয় 😮 আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিয়ালৰ পৰিচয়

    • @hussainmosharaf517
      @hussainmosharaf517 Před 2 měsíci +1

      don't comment in this way,His contribution to education is in top.

  • @fukrey2348
    @fukrey2348 Před 2 měsíci

    Manbai lagboo😂

  • @DekaVlog9101
    @DekaVlog9101 Před 2 měsíci +4

    শান্তিত ভাত খাম আজি । এই বদৰ টো হাৰিল । অসম ত আজমল হাৰাটো শুভ লক্ষন ।

  • @khurshidalom5810
    @khurshidalom5810 Před 2 měsíci

    ভিতৰি ভিতৰি বেচেৰাই কান্দি আছে

  • @anukalita3065
    @anukalita3065 Před 2 měsíci +5

    Sir ji apuni rajnitire manob sewa korib nalage ... Assam ot apunar nam ase.... C.M..Himanta sir ye .ii kam korib pora nai ... Apuni kori ase ....best of luck..

  • @shamimahmed3513
    @shamimahmed3513 Před 2 měsíci

    With the help of bjp you are selected as mp in Rajya sabha very soon so no tension.

  • @MyselfKabir
    @MyselfKabir Před 2 měsíci +3

    এতিয়া আৰু ৰাজনীতি বাদ দিয়ক আল্লা বিল্লা কৰক

    • @rajeshhazarika1663
      @rajeshhazarika1663 Před 2 měsíci

      😂একদম ঠিক কথা

    • @KhalidAdnan-dy8bq
      @KhalidAdnan-dy8bq Před 2 měsíci

      অখিল গগৈ, লুৰিন জ্যোতি, ৰকিবুল মিঞাৰ আস্থা ভৰসা হৈ পৰিল। এতিয়া নিশ্চয় এই কেইজন মিঞা মুছলমান সপক্ষে মাত মাতিব আৰু গোটেই অসমৰ মুছলমানৰ বিপদৰ সময়ত প্ৰতিবাদ কৰিব আৰু মিঞা মুছলমানৰ কাষত থিয় হব। আজমলে যি কৰিছে বহুত বেয়া কৰিছে । ধুবুৰীবাসীক ধন্যবাদ কাৰণ হিমন্ত বিশ্ব পৰিকল্পনা আছিল মিঞা মুছলমানৰ কোনো প্ৰতিনিধি আৰু কোনো সমষ্টি নাথাকে। সেই ইচ্ছা পূৰণ হ'ল।

    • @underliton5572
      @underliton5572 Před 2 měsíci

      আবে গানডু বিল্লা কব না পায় পাপ লাগিব সোনকালেই কমেনট ডিলেট কৰা

  • @BAHARULISLAM-ue2ev
    @BAHARULISLAM-ue2ev Před 2 měsíci

    Next time aminul Haque haribo

  • @s-seriesworld6814
    @s-seriesworld6814 Před 2 měsíci

    Beya lagileo upai nai....aponak chiro bidai dilu eibar

  • @bikashpathak1007
    @bikashpathak1007 Před 2 měsíci

    কাইদেউ হাৰিলে নেকি 🤭

  • @manjitboro8344
    @manjitboro8344 Před 2 měsíci

    Ki hoi gol 😂

  • @tulyajitsaikia7515
    @tulyajitsaikia7515 Před 2 měsíci +2

    😂😂

  • @bhaskor59
    @bhaskor59 Před 2 měsíci +1

    😂😂😂😂 জৰা ফুঁকা কৰি থাক এতিয়া

  • @NewajNR
    @NewajNR Před měsícem

    Moulana sahab 3 no nohoy 1no re joylabh korise,ichcha tho mur o asil kam koriboloi itu aponi rokobulok koidiyok,aru mata ta jonogoner shommukhe noto na koribo lage karon ita allar shommukhe noto koribo lage,Allah is allmighti.

  • @user-hw6ul5ut2j
    @user-hw6ul5ut2j Před 2 měsíci +1

    হাত মাৰ তই এতিয়া ৷ ৰাজ্য সভা ইলেকচনত বিজেপীক ভোট দিছিলি পোকৰ মৰা খালি এতিয়া ৷ কাম নাই তোৰ ৷ বিজেপীৰ লগত মিতিৰালি তোৰ ৷

  • @bakhtiarullalaskar694
    @bakhtiarullalaskar694 Před 2 měsíci

    Business aro bes mon doria koroukka r rajnitit na awa bhala

  • @Ashadul732
    @Ashadul732 Před 2 měsíci

    আজমল রে তুইন toto hujaid de আরো vote pabu

  • @babulali7182
    @babulali7182 Před 2 měsíci

    তাাপুনি গ্যান লওক

  • @bikashgahatraj6070
    @bikashgahatraj6070 Před 2 měsíci +2

    😂😂😂😂

  • @JahangirAlom-rf2yu
    @JahangirAlom-rf2yu Před 2 měsíci +1

    Bohot maza aa ria hai
    Dil garden garden ho ria hai
    Kiuki
    Bodruddin har gia ha😂

    • @KhalidAdnan-dy8bq
      @KhalidAdnan-dy8bq Před 2 měsíci

      অখিল গগৈ, লুৰিন জ্যোতি, ৰকিবুল মিঞাৰ আস্থা ভৰসা হৈ পৰিল। এতিয়া নিশ্চয় এই কেইজন মিঞা মুছলমান সপক্ষে মাত মাতিব আৰু গোটেই অসমৰ মুছলমানৰ বিপদৰ সময়ত প্ৰতিবাদ কৰিব আৰু মিঞা মুছলমানৰ কাষত থিয় হব। আজমলে যি কৰিছে বহুত বেয়া কৰিছে । ধুবুৰীবাসীক ধন্যবাদ কাৰণ হিমন্ত বিশ্ব পৰিকল্পনা আছিল মিঞা মুছলমানৰ কোনো প্ৰতিনিধি আৰু কোনো সমষ্টি নাথাকে। সেই ইচ্ছা পূৰণ হ'ল।

  • @funnybunny4042
    @funnybunny4042 Před 2 měsíci

    Kene mojaaa lagise atia😂😂😂

  • @PryadarshaniDas-lh5zf
    @PryadarshaniDas-lh5zf Před 2 měsíci

    Birat dawr dawr koi asil insa alla moi jikim , atea ki hol ?

  • @kamaldutta1652
    @kamaldutta1652 Před 2 měsíci +1

    Aapuni bepari manuh bepar korok.ai bilak bad diyok

  • @user-bx8gv2ct2i
    @user-bx8gv2ct2i Před 2 měsíci

    Karmafol

  • @RockstarAhsan
    @RockstarAhsan Před měsícem

    Kela Keita Bosto Diso Ako Yei Puwa Ni Nagaon Assam ot

  • @chandramabora6591
    @chandramabora6591 Před 2 měsíci

    আঐ দেহি।

  • @naranarayankakati442
    @naranarayankakati442 Před 2 měsíci

    Sir your colleague betrayed you.particulerly in Nowgoan

  • @abhinandansaikia4780
    @abhinandansaikia4780 Před 2 měsíci

    আপুনি শেষ।
    বিজেপিৰ লগত মিতিৰালি কৰি উৰিষ্যাত নবীন পাটনায়ক
    অন্ধত YSR CONG গল
    অসমত ভিতৰুৱা মিতিৰালি কৰি আপুনি শেষ।
    অসমত ভয়ানক বিষবাস্প বিয়পাই শেষ কৰি দিলে।
    অসম মানুহৰ দেশ।
    আমি ভাৰতীয়।
    হিন্দু-মুছলিম নাখাটে।

  • @mukutkhan9356
    @mukutkhan9356 Před 2 měsíci +1

    Good bye kaka 😂😂😂

  • @akashnath9206
    @akashnath9206 Před 2 měsíci

    Ajmol or babe beya lagise

  • @niquelous7282
    @niquelous7282 Před 2 měsíci

    Aiudf finished

  • @emdasvlogs130
    @emdasvlogs130 Před 2 měsíci +2

    The reason is your workers chacha!! Apunar workers or ghamand bari goisil

  • @BodrulNoorAlom
    @BodrulNoorAlom Před 2 měsíci +1

    Samsa kot😂

  • @mayurranjan2889
    @mayurranjan2889 Před 2 měsíci

    Aru CM OR LAGAT THAKIBA ANEKOWAI HOBA

  • @bestshort6256
    @bestshort6256 Před 2 měsíci

    Left wing of BJP gone bro

  • @Ebadur072iiz
    @Ebadur072iiz Před 2 měsíci

    UDF and BJP

  • @Leninkrbora
    @Leninkrbora Před 2 měsíci

    😂😂 Gari ki hol apunar gari t he tel naikia hol dekhun

  • @irfanhoque1346
    @irfanhoque1346 Před 2 měsíci

    Aiudf satae

  • @arzedhussain387
    @arzedhussain387 Před 2 měsíci +2

    আল্লাহ ৰ হুকুম গ চাচা😂

    • @KhalidAdnan-dy8bq
      @KhalidAdnan-dy8bq Před 2 měsíci

      অখিল গগৈ, লুৰিন জ্যোতি, ৰকিবুল মিঞাৰ আস্থা ভৰসা হৈ পৰিল। এতিয়া নিশ্চয় এই কেইজন মিঞা মুছলমান সপক্ষে মাত মাতিব আৰু গোটেই অসমৰ মুছলমানৰ বিপদৰ সময়ত প্ৰতিবাদ কৰিব আৰু মিঞা মুছলমানৰ কাষত থিয় হব। আজমলে যি কৰিছে বহুত বেয়া কৰিছে । ধুবুৰীবাসীক ধন্যবাদ কাৰণ হিমন্ত বিশ্ব পৰিকল্পনা আছিল মিঞা মুছলমানৰ কোনো প্ৰতিনিধি আৰু কোনো সমষ্টি নাথাকে। সেই ইচ্ছা পূৰণ হ'ল।

  • @purabitalukdarbarman2677
    @purabitalukdarbarman2677 Před 2 měsíci

    Rockybul election ot joyi huwatu jen etiya Himonto biswa Sharma r credit hol😄. Manuh bore bhabi sinti kotha koi tu.... Tetita hole kusudin pisot Rockybul BJP hob. So strange.

  • @KhalidAdnan-dy8bq
    @KhalidAdnan-dy8bq Před 2 měsíci +2

    অখিল গগৈ, লুৰিন জ্যোতি, ৰকিবুল মিঞাৰ আস্থা ভৰসা হৈ পৰিল। এতিয়া নিশ্চয় এই কেইজন মিঞা মুছলমান সপক্ষে মাত মাতিব আৰু গোটেই অসমৰ মুছলমানৰ বিপদৰ সময়ত প্ৰতিবাদ কৰিব আৰু মিঞা মুছলমানৰ কাষত থিয় হব। বিগত দিনবোৰত আজমল আছিল কাৰণে ৰকিবুলে মুছলমানৰ বিপদৰ সময়ত মাত মতা নাছিল। আজমলে যি কৰিছে বহুত বেয়া কৰিছে । ধুবুৰীবাসীক ধন্যবাদ কাৰণ হিমন্ত বিশ্ব পৰিকল্পনা আছিল মিঞা মুছলমানৰ কোনো প্ৰতিনিধি আৰু কোনো সমষ্টি যাতে নাথাকে। সেই ইচ্ছা পূৰণ হ'ল। এতিয়া মিঞা মুছলমানৰ এজনো মিঞা প্ৰতিনিধি নাই।

  • @abdulali-df9hb
    @abdulali-df9hb Před 2 měsíci

    😅😅😅😅😅

  • @emanali4528
    @emanali4528 Před 2 měsíci

    As you saw so will you reap

  • @user-kc3tc9mf4j
    @user-kc3tc9mf4j Před 2 měsíci +39

    BJP ৰ কতি চেলকি থাক তই।।😮

    • @rajeshhazarika1663
      @rajeshhazarika1663 Před 2 měsíci

      😂নেচেলিকেলে যে CBI নহ'লে ED ৰ খামুচ যে পৰি যাব গতিকে উপায় নাই আৰু😂

    • @debajanisarma1673
      @debajanisarma1673 Před 2 měsíci +1

      BJP r koti joli 🔥 goise..ki selekibo

    • @mriduldas-zj6eq
      @mriduldas-zj6eq Před 2 měsíci

      Tohote pappur kukure khuwa biscuit 🍪 khai thak.

    • @bhaskarjthakuria5538
      @bhaskarjthakuria5538 Před 2 měsíci

      ​@@debajanisarma1673😂

    • @biswajitdas-eg6xt
      @biswajitdas-eg6xt Před 2 měsíci

      😂😂😂😂

  • @hirakjyotidutta7515
    @hirakjyotidutta7515 Před 2 měsíci +1

    Besi hol e.. Huvesya ru dhonyo bad... Vorti hoi pori jabo, nate r bason horu

  • @draupadkashyapvlogs3023
    @draupadkashyapvlogs3023 Před 2 měsíci

    Apuni business man taneke thakok..AIDUF bye bye

  • @JohirulIslam-fb1en
    @JohirulIslam-fb1en Před 2 měsíci

    Innalillahi wa inna ilaihi rajeun.

  • @zakirbarbhuiya1276
    @zakirbarbhuiya1276 Před 2 měsíci

    2026 udf end

  • @sunny__2300
    @sunny__2300 Před 2 měsíci

    😅😅😅😅😅😂😂😂

  • @titasgmomin4553
    @titasgmomin4553 Před 2 měsíci

    Dari Tupi lungi manuser sorkar gelo ga