এটা দুখ লগা video - Sad story of Khaplang Kai

Sdílet
Vložit
  • čas přidán 13. 10. 2020
  • khaplang kai family phone no
    8638871619
    and please watch ...bhondu party's most unique video on khaplang kai's family . link below
    • MVI POLICE 🤣🔥 || assam...

Komentáře • 2,6K

  • @aruphazarika4717
    @aruphazarika4717 Před 3 lety +19

    ডিম্পু ভাই , খুব মহান কাম কৰিছা আৰু এইদৰে সদায় কৰি যাবা বুলিয়েই
    বিশ্বাস । মানুহে একো কৰিব নোৱাৰে,
    কিন্তু ভগৱানে তোমাৰ নিশ্চয় মঙ্গল
    কৰিব ।

  • @abinashrajbongshi1279
    @abinashrajbongshi1279 Před 3 lety +142

    দিম্পু দা এইটো বহুত ভাল কাম কৰিছে ❤❤🤩🤩 ।আগলৈই কৰি যাব🙏🙏🙏🙏

    • @Azizulvlogs.
      @Azizulvlogs. Před 3 lety +1

      Mok subscribe kra moi back krim de plz kra plz

    • @monmeesharma9186
      @monmeesharma9186 Před 3 lety +1

      Tumi muk subscribe kora moi tumak subscribe kori dim

    • @dhunmanideka2174
      @dhunmanideka2174 Před 3 lety

      সেই দিনা নবীন দা গৈ ডাক্তৰ জনৰ ঘৰ পালে।
      ডাক্তৰ জনে তেওঁৰ অহাৰ কাৰণ সোধাত কলে যে তেওঁৰ মানুহ গৰাকীৰ তামাম জ্বৰ।
      কোনো মতেই তেওঁক ডাক্তৰ জনৰ চেম্বাৰলৈ আনিব নোৱাৰে।
      ডাক্তৰ - বাৰু ঠিক আছে।
      কিন্তু তোমাৰ ঘৰ ক'ত....?
      নবীন দাই ঘৰৰ এড্ৰেচটো কলে।
      নবীন দা - ছাৰ,আপুনি চেম্বাৰত ফ্ৰীজ কিমান কৈ লয়...?
      ডাক্তৰ - ২০০ টকা।
      নবীন দা - ঘৰলৈ গলে...?
      ডাক্তৰ - ৫০০ টকা।
      নবীন দা - ঠিক আছে ছাৰ।
      আপুনি মোৰ লগত এতিয়াই আমাৰ ঘৰলৈ ব'লক।
      মানুহ জনী গাটো বেছিয়ে বেয়া।
      ডাক্তৰ জনে নবীন দাক লৈ ঘৰ পালেগৈ।
      ডাক্তৰ - পিছে আপোনাৰ মিচেছ ক'ত...?
      নবীন দা - ছাৰ;মই বিয়াই পতা নাই।
      মিচেছ ক'ৰ পৰা থাকিব...!
      ডাক্তৰ - তেন্তে বেমাৰ হৈ আছিল বুলি যে মোক লৈ আহিছিলা.......?
      নবীন দা - ছাৰ,আজি গাড়ী মটৰ বোৰে ষ্টাইক কৰা নাই জানো....?
      বাটত ঘৰলৈ আ
      ভিডিঅ'টো চাওক হে
      👇👇👇👇👇
      czcams.com/video/-agoIiobq8Y/video.html

    • @priyanujhazarikaofficial
      @priyanujhazarikaofficial Před 3 lety +1

      Tome muk subscribe kora moi tomak subscribe kore dim...

    • @monmeesharma9186
      @monmeesharma9186 Před 3 lety

      @@priyanujhazarikaofficial moi kori dilu tumi kora nohola moi undsubcribe koei dim

  • @pri4u431
    @pri4u431 Před 3 lety +1

    Bhal jai ase dada. Keep it up

  • @rakiburjaman5055
    @rakiburjaman5055 Před 3 lety +2

    ধুনীয়া লাগিল দাদা🙂🙂😊😊😊

  • @najkitchen7329
    @najkitchen7329 Před 3 lety +400

    অসমত শিল্পীৰ পৰিয়াল ৰ এনেকুৱা অৱস্থা তেখেতৰ দৰে জনপ্ৰিয় শিল্পী জনৰ এই অৱস্থা উফ 😥 দিমপু দা বহুত ভাল লাগিল আগুৱাই যোৱা তুমি💚

    • @SKGaming-gs4tv
      @SKGaming-gs4tv Před 3 lety

      Ooo dimpu daa ....sarkararrr kamm niii haaa

    • @rmmoinachannel237
      @rmmoinachannel237 Před 3 lety

      🍎🍎❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

    • @Azizulvlogs.
      @Azizulvlogs. Před 3 lety

      @@SKGaming-gs4tv mok subscribe kra moi back krim de plz kra plz 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

    • @sanjithaloi
      @sanjithaloi Před 3 lety

      Wmm apuni thike koise.
      moiu Dimpu dar dory video bnabrloi sesta krisu.plz channel2 loi goi videobur sab sun vl pab.ru subscribe kri dib

    • @rpgaming6132
      @rpgaming6132 Před 3 lety

      czcams.com/video/aWds_9YvSgI/video.html

  • @monimalakolita3267
    @monimalakolita3267 Před 3 lety +159

    অসমত শিল্পী ৰ অৱস্থা এয়াই । জীয়াই থাকোঁতে মান পত্ৰ, সম্বৰ্ধনা জনোৱা, বঁটা প্ৰদান অসংখ্য। মৃত্যুৰ পিছত তেওঁক চিনি নাপাই। ধন্যবাদ দিম্পু।🙏

    • @dipankorgogoi5070
      @dipankorgogoi5070 Před 3 lety +1

      😁😁😁😁😁😁

    • @kuldipgoutamsharma780
      @kuldipgoutamsharma780 Před 3 lety

      এনেকুৱা ভিডিঅ'ৰে মানুহৰ মন জয় কৰিব পাৰি।
      এইটো চাবচোন পাৰিলে সহায় কৰিব।
      czcams.com/video/ag1-amJ-LUA/video.html
      লিংকটোত ক্লিক কৰি।
      এখেতৰো এনেকুৱা অৱস্থা।

    • @dhunmanideka2174
      @dhunmanideka2174 Před 3 lety +1

      সেই দিনা নবীন দা গৈ ডাক্তৰ জনৰ ঘৰ পালে।
      ডাক্তৰ জনে তেওঁৰ অহাৰ কাৰণ সোধাত কলে যে তেওঁৰ মানুহ গৰাকীৰ তামাম জ্বৰ।
      কোনো মতেই তেওঁক ডাক্তৰ জনৰ চেম্বাৰলৈ আনিব নোৱাৰে।
      ডাক্তৰ - বাৰু ঠিক আছে।
      কিন্তু তোমাৰ ঘৰ ক'ত....?
      নবীন দাই ঘৰৰ এড্ৰেচটো কলে।
      নবীন দা - ছাৰ,আপুনি চেম্বাৰত ফ্ৰীজ কিমান কৈ লয়...?
      ডাক্তৰ - ২০০ টকা।
      নবীন দা - ঘৰলৈ গলে...?
      ডাক্তৰ - ৫০০ টকা।
      নবীন দা - ঠিক আছে ছাৰ।
      আপুনি মোৰ লগত এতিয়াই আমাৰ ঘৰলৈ ব'লক।
      মানুহ জনী গাটো বেছিয়ে বেয়া।
      ডাক্তৰ জনে নবীন দাক লৈ ঘৰ পালেগৈ।
      ডাক্তৰ - পিছে আপোনাৰ মিচেছ ক'ত...?
      নবীন দা - ছাৰ;মই বিয়াই পতা নাই।
      মিচেছ ক'ৰ পৰা থাকিব...!
      ডাক্তৰ - তেন্তে বেমাৰ হৈ আছিল বুলি যে মোক লৈ আহিছিলা.......?
      নবীন দা - ছাৰ,আজি গাড়ী মটৰ বোৰে ষ্টাইক কৰা নাই জানো....?
      বাটত ঘৰলৈ আ
      ভিডিঅ'টো চাওক হে
      👇👇👇👇👇
      czcams.com/video/-agoIiobq8Y/video.html

    • @sanjithaloi
      @sanjithaloi Před 3 lety

      Dada আপোনি ঠিক কথাই কৈছে৷ মইয়ো দিমপু দাৰ দৰে VIDEO বনাবলৈ চেষ্টা কৰিছো৷ Chennel টোলৈ গৈ videobur চাবচুন৷ নিশ্চয় ভাল পাব৷ভাল পালে subscribe কৰি দিব দেই

    • @monimalakolita3267
      @monimalakolita3267 Před 3 lety

      @@dhunmanideka2174 এবাৰ চাবাচোন czcams.com/video/mz-LgddTMnc/video.html

  • @xtrkhanvlogs4594
    @xtrkhanvlogs4594 Před 3 lety +1

    Bohut Val lagiche

  • @binitabora309
    @binitabora309 Před 3 lety +1

    Bhal korisa 👌👌👌👌

  • @eduassam1583
    @eduassam1583 Před 3 lety +170

    খাপলাং দা সকলোৰে প্ৰিয়।

    • @PAHARI6PM
      @PAHARI6PM Před 3 lety

      মোৰ চেনেলটো এবাৰ চাবচোন আৰু চাই ভাল পালে please মোৰ চেনেটো subs কৰিব । ভিডিঅ চাইহে subs কৰিব নহলে unsubs হৈ যায় ।🙏🙏🙏🙏🙏🙏,,.,..,, ,,,,,,,,,,.,.,

    • @arunavkalita6591
      @arunavkalita6591 Před 3 lety

      Mur cnl tu saba please please 🤗🤗

    • @dreamers7463
      @dreamers7463 Před 3 lety

      @@PAHARI6PM 😂

    • @monmeesharma9186
      @monmeesharma9186 Před 3 lety

      @@priyanujhazarikaofficial moi kori dilu tumi kora aco

    • @PBVlogs23
      @PBVlogs23 Před 3 lety

      @@Azizulvlogs. kri dilu muru kri diba

  • @sininapaba2373
    @sininapaba2373 Před 3 lety +51

    স্বাৰ্থপৰ সকলো, অসমত শিল্পীয়ে কেতিয়াও উচিত সন্মান তথা মৰ্যাদা নাপায়🤐

  • @pappujoadder8414
    @pappujoadder8414 Před 3 lety

    বহুত ভাল কাম কৰিছে Dimpu Da

  • @rumimahanta2463
    @rumimahanta2463 Před 3 lety +1

    ইমান ভাল কাম কৰাৰ বাবেই বহুতেই আশিবাদ থাকিল

  • @gayatreebaruah7669
    @gayatreebaruah7669 Před 3 lety +12

    দিম্পু দা বহুত ধন্যবাদ ❤

  • @mainabaruah3071
    @mainabaruah3071 Před 3 lety +20

    Hometown mangaldai❤..
    Brilliant academy🔥

  • @rupahajong6557
    @rupahajong6557 Před 3 lety

    Apunar videobur Sai bohut mojjaaa👌👌👌👌👌❤️❤️❤️❤️❤️❤️. Lage

  • @narattamnath1665
    @narattamnath1665 Před 3 lety

    Dhoinnobad Dimpu daa aitu video bonoa babe🙏 bohute gom pabo atia kthakhini ...Khaplang kair kahini khini akdom mor deutar logot milise 😥😥😥Hy eyay duniyaa ki kom💔😥...ji ki nhouk Apunak adinakhon log pabo lage muk❤️❤️🔥🔥 bohut Mon Ase Apunak log poa

  • @missaplina
    @missaplina Před 3 lety +5

    শুপ্ৰভাত দিম্পু ।😊😍
    সেই দিনাখন তেখেতৰ পৰিয়ালৰ দুখৰ কাহিনী খুড়ীমাজনীৰ হিয়াভঙা কান্দোনেৰে শুনিব পাইছিলো ।বৰ দূখ লাগিছিল । সচাকৈয়ে দিম্পু তুমি অতি মহান । বহুত বহুত ধন্যবাদ তোমালৈ তেখেতৰ পৰিয়ালটিক কিছু সান্ত্বনা কিছু সহায় আগবঢ়োৱা বাবে । আজি তেখেতৰ আত্মাই খুবেই শান্তি পাব তোমালৈ আশীৰ্বাদ দিব।🙏😍😍😍😍
    👍

    • @Azizulvlogs.
      @Azizulvlogs. Před 3 lety

      Mor channel subscribe kra moi krim dia

    • @sahidul1426
      @sahidul1426 Před 3 lety

      czcams.com/video/MWCNC2tDcC0/video.html
      Sabo Mur video scuscribe karok

    • @sahidul1426
      @sahidul1426 Před 3 lety

      @@Azizulvlogs. czcams.com/video/MWCNC2tDcC0/video.html
      Sabo Mur video scuscribe karok

  • @zanegaming2997
    @zanegaming2997 Před 3 lety +7

    দিম্পু দা আমি কেতিয়া ও আপোনাক নাপাহৰো
    আমাৰ মৰমৰ দিম্পু মোৰ ফ্ৰথম অসমীয়া ব্লগ আপুৰ হে সাইছো💕💕We all will Never Forget you
    Dimpu Da Love from (Majuli)

  • @upanandablogs7687
    @upanandablogs7687 Před 3 lety

    খুবেই ভাল কাম কৰিছা দিম্পু

  • @dhanmanibaruah9262
    @dhanmanibaruah9262 Před 3 lety +1

    সুন্দৰ পদক্ষেপ 👌👌👌

  • @bhanumatidalu7620
    @bhanumatidalu7620 Před 3 lety +15

    বহুত দুখ লগা দৃশ্য, Dimpu ভাইটি তোমাক অশেষ ধন্যবাদ । 😢😢

  • @ashokdas3280
    @ashokdas3280 Před 3 lety +15

    সুন্দৰ পদক্ষেপ।এনেকুৱা শিল্পীৰ ঘৰবোৰ কেনেকৈ চলি আছে মাজে মাজে দেখুৱাৰ চেষ্টা কৰিব লাগে।

    • @sanjithaloi
      @sanjithaloi Před 3 lety

      Dada আপোনি ঠিক কথাই কৈছে৷ মইয়ো দিমপু দাৰ দৰে VIDEO বনাবলৈ চেষ্টা কৰিছো৷ Chennel টোলৈ গৈ videobur চাবচুন৷ নিশ্চয় ভাল পাব৷ভাল পালে subscribe কৰি দিব দেই

    • @hiyadas9852
      @hiyadas9852 Před 3 lety

      Please mor channel tu subscribe kri dibo😊 czcams.com/channels/mEF0LsmOuecSbqiqowCIGQ.html aro bhal lagile like aro comment o kribo😊

  • @ayeshasiddika4562
    @ayeshasiddika4562 Před 3 lety

    Bhut bhut vl lagil vedio to sai

  • @bipulkhanikar1587
    @bipulkhanikar1587 Před 3 lety

    ভাল কাম কৰিছা দিম্পু ৷ তোমালোকক ধন্যবাদ !

  • @jyotismitadeka8813
    @jyotismitadeka8813 Před 3 lety +29

    গুড মৰ্নিং...
    💐💐শুনিছোঁ খাপলাং কাই ৰ দুখৰ কথা

  • @udeshnaray4817
    @udeshnaray4817 Před 3 lety +6

    এইটো ভিডিঅ' বনোৱাৰ বাবে তোমাক বহুত বহুত ধন্যবাদ ।সচাই চকুৰ আতৰ হ'লে মনৰো আতৰ হয় খাপলাঙকাই ইয়াৰ উদাহৰণ।

  • @ROFIKULISLAM-mh5cq
    @ROFIKULISLAM-mh5cq Před 3 lety +1

    দিম্পু দা এই কারণেই তুমাক ভাল লাগে যে বিপদর হমঅত তুমি মানূহর ঘরত গই হোহারি দিয়া So Very Nice bro

  • @priyankagogoi7549
    @priyankagogoi7549 Před 3 lety +2

    Good bro...

  • @KrishnaDas-nz9vo
    @KrishnaDas-nz9vo Před 3 lety +6

    বিপদত সহায় কৰাতোয়ে পকৃত মানুহ । গতিকে দিমপুৰ বাবে এটা লাইক 👍👍👍👍💖💖💖💖💖

  • @joysingha1967
    @joysingha1967 Před 3 lety +8

    শচাকৈ বৰ দুখ লাগিল । আজি খাপলাং কাইক বৰ মনত পৰিছে।💔🙏🙏🙏

    • @experimentassam
      @experimentassam Před 3 lety

      Ai video to sai amio goisilo aponalekeo parile 10/20Toka koi help korib please mor videor discription ot khaflangkair wife or fon no aru account no tu ase

  • @kulentalukdar7919
    @kulentalukdar7919 Před 3 lety

    Xosake bhut dukh lga kahini hoise dimpu da..bhut vl Kam krisa

  • @zgdebajitborah4317
    @zgdebajitborah4317 Před 3 lety

    Dimpu Da Bhut Bhut Val lagil Apunar Aie Xundor posestha .👍
    Aguai jaouk

  • @zubeengargmusic2044
    @zubeengargmusic2044 Před 3 lety +45

    দিমপু দা মোৰ দৰে গৰিব ঘৰৰ ছোৱালীয়ে আপোনাৰ দৰে ভিডিও বনালে ৰাইজে আকোৱালী লবনে 😭😭😭😭😭

    • @experimentassam
      @experimentassam Před 3 lety +1

      Lob jodi kom khorosot vat anja bonai poriyal solowa dekhuwab para

    • @nilakshichamuah3512
      @nilakshichamuah3512 Před 3 lety

      😥😥😥😥😥😥😥😥😥😥😂😂😂😂😂😂😂

  • @bemine7808
    @bemine7808 Před 3 lety +15

    U r great man...
    Simple lyf ...op lyf😎🥰😘

  • @sabiralom1361
    @sabiralom1361 Před 3 lety

    বহুত সুন্দৰ কাম কৰিছে দিম্পু দা ।

  • @mukutsarmah7176
    @mukutsarmah7176 Před 3 lety

    বহুত ভাল কৰিলা, thank you so much

  • @TerryChanYT
    @TerryChanYT Před 3 lety +165

    Brilliant academy 😍🔥🔥

  • @nayanxnwl_
    @nayanxnwl_ Před 3 lety +12

    বহুত ভাল কাম কৰিছে দাদা ।

  • @mridulchandraborah8720
    @mridulchandraborah8720 Před 3 lety +1

    সচাকৈ খাপলাং কাইক বহুত মিচ কৰিছো। সময় সুবিধা পালেই তেখেতৰ ঘৰত গৈ খবৰ কৰি আহিম। সেই চিৰিয়েল খনত তেখেতক আৰু চাবলৈ নাপাওঁ। বহুত দুখ লাগে। ভগৱানে কিয় তেওঁক ইমান সোনকালে লৈ গ ল 😪😪😪😪দিম্পুৰ লগতে খবৰ কৰিবলৈ যোৱা গোটেই দলটোলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো।

  • @user-uu2ln8hn3c
    @user-uu2ln8hn3c Před 3 lety +1

    Dimpu da apona video to bohut val lagil

  • @parbatikitchen2072
    @parbatikitchen2072 Před 3 lety +3

    ধন্যবাদ দিম্পু, ভালপোৱাবোৰ সকলোৰে বাবে চিৰ স্থায়ী হওক, ৰাহুলদাক পাহৰা নাই, কিন্তু পৰিয়ালৰ বিষয়েও কোনোদিন ভবাই হোৱা নাই, বৰ ভাল কাম কৰিলা তুমি, ধন্যবাদ

    • @experimentassam
      @experimentassam Před 3 lety

      Parle aponalokeo 10/20 Toka help korib mor videor dibscriebtion ot khaflangkar ghoror fon no aru bank account no tu ase

  • @Pankoj1743
    @Pankoj1743 Před 3 lety +6

    CZcams ত যিমান ভিডিঅ' নাচাও কিয় দিম্পু দাৰ ভিডিঅ'ৰ কথাই সুকীয়া।।
    বাকী থাকিল অনুৰাগীৰ মৰমৰ কথা,
    আনে তোমাক কিমান মনত ৰাখে
    নাজানো কিন্তু আমাক বা তোমাক এদিন যৰৰ মানুহেও পাহৰিব।।

    • @hiyadas9852
      @hiyadas9852 Před 3 lety

      Please mor channel tu subscribe kri dibo😊 czcams.com/channels/mEF0LsmOuecSbqiqowCIGQ.html aro bhal lagile like aro comment o kribo😊

  • @jyotimoymedhi4950
    @jyotimoymedhi4950 Před 3 lety

    আপুনি বহুত ভাল কাম কৰিছে দিম্পু দা
    ধন্যবাদ
    🙏🙏🙏
    #Jyotimoymedhi

  • @ruhi2237
    @ruhi2237 Před 3 lety

    Khub val kotha... Bor val lagel... Apunar jugedi sorkare Jen kiba ata bibosta kore...vale thakok prialte

  • @jeerok2512
    @jeerok2512 Před 3 lety +9

    That's why I love dimpu da
    I'm inspired sir

  • @binoyhazarika6054
    @binoyhazarika6054 Před 3 lety +3

    আমাৰ মাজত মানৱীয়তা নাইকিয়া হ’ল ৷ সেই কাৰণে এনেকুৱা মহান শিল্পীৰ এনে অৱস্থা হৈছে ৷

  • @pranmarley9078
    @pranmarley9078 Před 3 lety

    Yes dimpu bohut vl video... Aro tumar kotha bilak bohut xosa kotha koisa maa ksm

  • @biplobsarkar3468
    @biplobsarkar3468 Před 3 lety

    Dimpu aponar eai vabona eai kam
    bilak val lage aru vobisotoli korija
    best of luck thank you

  • @Zadav_konwar6707
    @Zadav_konwar6707 Před 3 lety +8

    ❤❤❤বহুত ভাল লাগিল ভিডিঅটো চাই ডিম্পু দা। আগলৈকেও যাতে আপুনি এনেদৰে ভাল কাম কৰি যায় তাৰে কামনা কৰিলোঁ। ডিম্পু দাৰ বাবে এটা হিত লাইক লগতে কমেন্ট ।।ধন্যবাদ।। ❤❤❤❤❤

    • @mmvlog9111
      @mmvlog9111 Před 3 lety

      নতুন video দিবি

  • @Piyussarmashorts
    @Piyussarmashorts Před 3 lety +3

    Love From Shila Barpeta Assam

  • @pujabhuyan9413
    @pujabhuyan9413 Před 3 lety +1

    Nice bhut val lagil sai video to dada xodai sau moi tumr video bur bhut najana kotha janibo pari video bur sai

  • @padmalochan1292
    @padmalochan1292 Před 3 lety

    Dimpu bhai bahut dhunia vidio bnala tumi

  • @sushildoley3596
    @sushildoley3596 Před 3 lety +6

    ভাল কথা ইমান কষ্ট নকৰিবা
    কিয় নু জীয়াই থাকিব লাগিব
    আমাৰ কাৰণে,,,,,? 👍

    • @hiyadas9852
      @hiyadas9852 Před 3 lety

      Please mor channel tu subscribe kri dibo😊 czcams.com/channels/mEF0LsmOuecSbqiqowCIGQ.html aro bhal lagile like aro comment o kribo😊

  • @bimansaikia8947
    @bimansaikia8947 Před 3 lety +22

    চৰকাৰে কিয় লোৱা নাই এই বিলাকৰ বাবে পদক্ষেপ লোৱা হেতেন ভাল আছিল

  • @rajbongshi4111
    @rajbongshi4111 Před 3 lety

    Dimpu ভাই বহুত বহুত ধন্যবাদ।

  • @hiranyaray4973
    @hiranyaray4973 Před 3 lety

    Dhuniya lagise vaiii

  • @lifezzinfinite2121
    @lifezzinfinite2121 Před 3 lety +18

    Your help is so much inspiration for them 👌🏻👍keep loving👍keep supporting👍🤲❤

  • @mrinav5597
    @mrinav5597 Před 3 lety +5

    Dimpu mama,
    Bohut bhal kaam kori ase apuni.
    God Bless You!!! :'(

  • @prabhatrajbongshi436
    @prabhatrajbongshi436 Před 3 lety

    bohut bohut val lagil apuni ja aikhini korila ai kotha প্ৰচাৰ kori apuni bohut val kam korila.....অগুৱাই যাওক আপুনি😊😊god blass you

  • @dipankardipankar5319
    @dipankardipankar5319 Před 3 lety

    Dimpu da val lagil khaplang kair pariyal tor dokhar katha bilag xhilpi xamajak dekhowar babe xakoloway xahayar hat ag bahraijen...

  • @ainuscreativity6304
    @ainuscreativity6304 Před 3 lety +5

    আমাৰ শিল্পী সকলৰ অৱস্থা আজিও খুব দুখ লগা, কিন্তু আমি সকলোৱে এওঁ লোকক জীয়াই ৰাখিব লাগিব

  • @nabajyoti80
    @nabajyoti80 Před 3 lety +5

    Dimpu da tumr dre manuh ajonk pai ami xasai lucky..
    Dipmu dak vl powa bore like kora

  • @binoddeka2280
    @binoddeka2280 Před 3 lety

    Khaplang kai ...moi bohut val pau his acting.. toi xohai kor tar familik..dimpu...amar morom ase khaplang kay logot..

  • @anupumabegeum9941
    @anupumabegeum9941 Před 3 lety

    bohut val kam korela dempuda👍👍👍

  • @karim__majid
    @karim__majid Před 3 lety +6

    LOVE FROM MONGOLDOI 💖💖

  • @pkdutta7953
    @pkdutta7953 Před 3 lety +6

    যিজন শিল্পীয়ে জীয়াই থকাৰ সময়ত সকলোৰে মন জয় কৰিছিল কিন্তু মৰাৰ পিছত সকলোৱেই পাহৰিবলৈ ধৰিছে এইয়াই আমাৰ অসম ,দিম্পু তোমালৈ বহূত ধন্যবাদ থাকিল

    • @chaorishavvlogs4200
      @chaorishavvlogs4200 Před 3 lety

      czcams.com/video/oBffJEeiCFo/video.html ebar mur video buru hohai koribo

    • @hiyadas9852
      @hiyadas9852 Před 3 lety

      Please mor channel tu subscribe kri dibo😊 czcams.com/channels/mEF0LsmOuecSbqiqowCIGQ.html aro bhal lagile like aro comment o kribo😊

  • @dwipendas1941
    @dwipendas1941 Před 3 lety +1

    ইমান জনপ্ৰিয় অভিনেতা এজনৰ পৰিৱাৰৰ এনেকুৱা অৱস্তা বেয়া লাগিল বহুত

  • @sanchitaMahantaDas
    @sanchitaMahantaDas Před 3 lety

    Bohut val kam karise dada telokor bikhoye Raijok Abgot karai.Thank you

  • @manikakalita55
    @manikakalita55 Před 3 lety +7

    Big fan Dimpu. ......... love from tihu....

  • @ap_49
    @ap_49 Před 3 lety +7

    Love from Lakhimpur dimpu da love u so much dimpu da

  • @yashikavideos2281
    @yashikavideos2281 Před 3 lety +1

    Good job #Dimpu da👌

  • @sumankalitasuman5282
    @sumankalitasuman5282 Před 3 lety +1

    Tq dimpu da and mojja vidio

  • @manashentertainment6872
    @manashentertainment6872 Před 3 lety +16

    সঁচাকয়ে বহুত বেয়া লাগিল জনপ্ৰিয় অভিনেতা জনৰ ঘৰৰ কাহিনী দেখি। মানুহৰ জীৱন যে কেতিয়া কি ৰূপলৈ পৰিৱৰ্তন হয় ধৰিব এ নোৱাৰি।😢 ❤️ Love u Dimpu Daa❤️

    • @sanjithaloi
      @sanjithaloi Před 3 lety +1

      Dada আপোনি ঠিক কথাই কৈছে৷ মইয়ো দিমপু দাৰ দৰে VIDEO বনাবলৈ চেষ্টা কৰিছো৷ Chennel টোলৈ গৈ videobur চাবচুন৷ নিশ্চয় ভাল পাব৷ভাল পালে subscribe কৰি দিব দেই

    • @chaorishavvlogs4200
      @chaorishavvlogs4200 Před 3 lety

      @@sanjithaloi czcams.com/video/oBffJEeiCFo/video.html mur video bur ebar sabosun🙏

  • @deepjyotisaikiasaikia3598

    Mojja

  • @gudumainalove2694
    @gudumainalove2694 Před 3 lety

    বহোত ভাল লাগিল dimpu da সদাই এনেকে মানুহক তোমি সহাই কৰি যোৱা পাৰিলে এনেকোৱা ভিডিঅ আৰো দিবাছোন

  • @ng.842
    @ng.842 Před 3 lety

    Bhut bhal kaam korisa dimpu... Baido apunak bhogowane hokti diok jibon namor bostu tuye enekuwa edin hukh edin dukh

  • @gourabbarman7531
    @gourabbarman7531 Před 3 lety +18

    Love from Nalbari 🥰
    I am so happy that your health is good ❤️

    • @PAHARI6PM
      @PAHARI6PM Před 3 lety

      মোৰ চেনেলটো এবাৰ চাবচোন আৰু চাই ভাল পালে please মোৰ চেনেটো subs কৰিব । ভিডিঅ চাইহে subs কৰিব নহলে unsubs হৈ যায় ।🙏🙏🙏🙏🙏🙏,,.,..,, ,,,,,,,,,,.,.

    • @Azizulvlogs.
      @Azizulvlogs. Před 3 lety

      Mor channel subscribe kra moi back krim

    • @monmeesharma9186
      @monmeesharma9186 Před 3 lety

      Tumi muk subscribe kora moi tumak subscribe kori dim

  • @vlogslife2088
    @vlogslife2088 Před 3 lety +52

    Love from West Bengal Siliguri 🖤

    • @AbhinavandAnuragshow
      @AbhinavandAnuragshow Před 3 lety +1

      @NK Bikash moi korim aru tumio koriba

    • @NEWINFORMATION0.2
      @NEWINFORMATION0.2 Před 3 lety +1

      Mur channel tu sabo sun dada plzz

    • @PAHARI6PM
      @PAHARI6PM Před 3 lety +1

      মোৰ চেনেলটো এবাৰ চাবচোন আৰু চাই ভাল পালে please মোৰ চেনেটো subs কৰিব । ভিডিঅ চাইহে subs কৰিব নহলে unsubs হৈ যায় ।🙏🙏🙏🙏🙏🙏,,.,..,, ,,,,,,,,,,..,

    • @AbhinavandAnuragshow
      @AbhinavandAnuragshow Před 3 lety

      @NK Bikash Tumi muk kora moi tumak loge loge korim

    • @AbhinavandAnuragshow
      @AbhinavandAnuragshow Před 3 lety +1

      @@PAHARI6PM moi tumar channel tu sai tumar bondhu Hom aaru tumio mur channel tu Abar sai mur bondhu hobo sun

  • @sabnamslifestyle9832
    @sabnamslifestyle9832 Před 3 lety

    Bohut val lagil dada.xosai apuni bht bhal Kam korise

  • @alexchandankumar6987
    @alexchandankumar6987 Před 3 lety

    Bohut bohut Val kam korela dimpu da

  • @axommusicalcreation6438
    @axommusicalcreation6438 Před 3 lety +20

    এ দিম্পু দাদা মজা♥️♥️♥️♥️♥️

    • @Azizulvlogs.
      @Azizulvlogs. Před 3 lety

      Mor channel subscribe kra

    • @monmeesharma9186
      @monmeesharma9186 Před 3 lety

      Tumi muk subscribe kora moi tumak subscribe kori dim

    • @dhunmanideka2174
      @dhunmanideka2174 Před 3 lety

      সেই দিনা নবীন দা গৈ ডাক্তৰ জনৰ ঘৰ পালে।
      ডাক্তৰ জনে তেওঁৰ অহাৰ কাৰণ সোধাত কলে যে তেওঁৰ মানুহ গৰাকীৰ তামাম জ্বৰ।
      কোনো মতেই তেওঁক ডাক্তৰ জনৰ চেম্বাৰলৈ আনিব নোৱাৰে।
      ডাক্তৰ - বাৰু ঠিক আছে।
      কিন্তু তোমাৰ ঘৰ ক'ত....?
      নবীন দাই ঘৰৰ এড্ৰেচটো কলে।
      নবীন দা - ছাৰ,আপুনি চেম্বাৰত ফ্ৰীজ কিমান কৈ লয়...?
      ডাক্তৰ - ২০০ টকা।
      নবীন দা - ঘৰলৈ গলে...?
      ডাক্তৰ - ৫০০ টকা।
      নবীন দা - ঠিক আছে ছাৰ।
      আপুনি মোৰ লগত এতিয়াই আমাৰ ঘৰলৈ ব'লক।
      মানুহ জনী গাটো বেছিয়ে বেয়া।
      ডাক্তৰ জনে নবীন দাক লৈ ঘৰ পালেগৈ।
      ডাক্তৰ - পিছে আপোনাৰ মিচেছ ক'ত...?
      নবীন দা - ছাৰ;মই বিয়াই পতা নাই।
      মিচেছ ক'ৰ পৰা থাকিব...!
      ডাক্তৰ - তেন্তে বেমাৰ হৈ আছিল বুলি যে মোক লৈ আহিছিলা.......?
      নবীন দা - ছাৰ,আজি গাড়ী মটৰ বোৰে ষ্টাইক কৰা নাই জানো....?
      বাটত ঘৰলৈ আ
      ভিডিঅ'টো চাওক হে
      👇👇👇👇👇
      czcams.com/video/-agoIiobq8Y/video.html

    • @sanjithaloi
      @sanjithaloi Před 3 lety

      Dada আপোনি ঠিক কথাই কৈছে৷ মইয়ো দিমপু দাৰ দৰে VIDEO বনাবলৈ চেষ্টা কৰিছো৷ Chennel টোলৈ গৈ videobur চাবচুন৷ নিশ্চয় ভাল পাব৷ভাল পালে subscribe কৰি দিব দেই

    • @hiyadas9852
      @hiyadas9852 Před 3 lety

      Please mor channel tu subscribe kri dibo😊 czcams.com/channels/mEF0LsmOuecSbqiqowCIGQ.html aro bhal lagile like aro comment o kribo😊..

  • @B.Sarmah1
    @B.Sarmah1 Před 3 lety +6

    কাৰোবাক সহায় কৰিলে কেতিয়াবা নিজকো কোনোবাই সহায় কৰিব ।নিজৰো মনটো বহুত ভাল লাগে মই কাৰোবাক সহায় কৰিব পাৰিছো বুলি ।

    • @experimentassam
      @experimentassam Před 3 lety

      Khosai koise apuni ai video tu sai moi o goisilo khafkangkair ghorot mor videot khaflangkair ghoror fon no aru account no diya ase parile aponalokeo 10/20 Toka ji pare khohai korok dhannyabad

  • @pakhikoch7830
    @pakhikoch7830 Před 3 lety +1

    বহুত ভাল কাম কৰিছে আপোনালোক দাদা😊

  • @ganeshaurang6595
    @ganeshaurang6595 Před 3 lety +1

    Dada Hero apunalke Hoday aguway jawk god bless you hero

  • @urbashibasumatary7419
    @urbashibasumatary7419 Před 3 lety +4

    Love from Mangaldoi

  • @parishmitadeka1021
    @parishmitadeka1021 Před 3 lety +4

    Brilliant academy 😀✊🥰

  • @dhirajkumardeka4814
    @dhirajkumardeka4814 Před 3 lety

    বহুত ভাল ভিডিঅ বনোৱা তুমি...অাৰু আগুৱাই যোৱা।

  • @fujiwife6401
    @fujiwife6401 Před 3 lety

    Apunr video bor bht val lge dimpu da

  • @mridulhoque2639
    @mridulhoque2639 Před 3 lety +25

    Dimpu dar babe ata like

  • @rajkaithowar
    @rajkaithowar Před 3 lety +99

    Dimpu Da ❤️❤️❤️❤️❤️❤️ বাবে এটা like plz

  • @bikashdeka1238
    @bikashdeka1238 Před 3 lety +1

    Dimpo da Val Kam karisa, thank u,,,

  • @nihagogoi3934
    @nihagogoi3934 Před 3 lety

    বহুত ভাল কাম কৰিছে |

  • @armyxblinkyworld3216
    @armyxblinkyworld3216 Před 3 lety +17

    If a famous actor like khaplanka's family is suffering from this sitiuation then what is the situation of our asaamese juniour artist we cant explain.....our govt have to take responsiblities towards the public.....thnx dimpu daaa for helping his family u r a real life hero keep going .....stay safe stay happy....we r always with uh

    • @Azizulvlogs.
      @Azizulvlogs. Před 3 lety

      Mok subscribe kra moi back krim de plz

    • @hiyadas9852
      @hiyadas9852 Před 3 lety

      Please mor channel tu subscribe kri dibo😊 czcams.com/channels/mEF0LsmOuecSbqiqowCIGQ.html aro bhal lagile like aro comment o kribo😊

  • @alimuliassam6405
    @alimuliassam6405 Před 3 lety +59

    মোৰ প্ৰিয় অভিনেতা .....খাপলাং কাই❤
    বহুত মনত পৰে তেওঁলৈ....😢
    দিম্পু দা ভাল লাগিল আপুনি আজি তেখেতৰ বিষয়ে বহুত জনালে.......এটি মৰমৰ লাইক সকলোৰে বাবে❤❤....ধন্যবাদ,সুস্থ থাকক,

  • @jyotisharma2442
    @jyotisharma2442 Před 3 lety +2

    Dimpu khub Bhal Kam korisa

  • @shakship3103
    @shakship3103 Před 3 lety

    Ajikalir noboprojonmoi emaan bhaal kaam Kora dekhi bhaal laagil.. Dhonyobaad 🙏

  • @yuvnash
    @yuvnash Před 3 lety +15

    Luv from Hajong Community ❤️

    • @NEWINFORMATION0.2
      @NEWINFORMATION0.2 Před 3 lety +1

      Mur channel tu sabo sun dada plzz

    • @yuvnash
      @yuvnash Před 3 lety

      @@NEWINFORMATION0.2 mur channels Tu subscribe kribi moi o krim

    • @monmeesharma9186
      @monmeesharma9186 Před 3 lety +1

      Tumi muk subscribe kora moi tumak subscribe kori dim

    • @yuvnash
      @yuvnash Před 3 lety

      @@monmeesharma9186 agte tmi kra

    • @monmeesharma9186
      @monmeesharma9186 Před 3 lety

      @@yuvnash moi korilu tumi kora nohola moi undsubcribe koei dim

  • @rebotboruah8931
    @rebotboruah8931 Před 3 lety +3

    Bohut dukh loga kotha 😞😞😞😞

  • @madhunalbari1234
    @madhunalbari1234 Před 3 lety

    ভাল লাগিল চাই🙂🙂

  • @targeting100k5
    @targeting100k5 Před 3 lety

    Val lagise bohut video