BHABI JUWAI By RAMEN DANAH || Ridip Rankit || Ujjwal Aarong || New Assamese Song 2024
Vložit
- čas přidán 9. 09. 2024
- Nupur swargam present
ৰমেন দানহৰ
ভাবী জোঁৱাই
Singer
RAMEN DANAH
Lyrics - Compose
RAMEN DANAH
RIDIP RANKIT
Music
UJJWAL AARONG
Mix-Master
DIGANTA BORDOLOI
Guitar
KOWSTAV MONI PHUKON
Ukilele
BIKASH GOGOI
Flute
UJJWAL KONWAR
Recorded Studio
STUDIO SRISHTI
By UJJWAL AARONG (Moran)
Digital Market & Media Director
(@DhwaniMusic )
by JUNAAK MILON
Cover Design
SATYAJIT D PHUKON
Lyrical Video
BIMAN BORUAH AXOMIYA
(Studio MaaMovie)
Special Thanks
Bharat Saikia
Kussum Kailash
Neel Akash
Dimpi Kalita
Joydeep Tanti
Papori R danaH
তুমি বৰুৱা গগৈ
কলিতা হালৈ
যি যিয়েবা নোহোৱা
মোৰ কাৰণে সেইটো নহয়
জৰুৰী কথা
তোমাৰ নামৰ পিছত
মোৰ উপাধি
লি লিখিবা কেতিয়া
নিদিওঁ তোমাক হবলৈ
আনৰ পাটীৰ তিৰোতা
জানিলে মোৰ কথা
তোমাৰ ঘৰত কেতিয়াবা
বুজি ডাঠী কৈ দিবা
অ’ জান কলিজা
ভাবী জোঁৱাই টো নহয়
স্বভাৱ-চৰিত্ৰ বেয়া
তুমি মই কোন দিনা
অ' জান
দুটি মানুহ এটি হৈ যাম
ফেচবুকৰ প্রফাইলত
কেতিয়া নো
যুৰীয়া ফটো লগাম
ক'বানে ক’বানে
অ' মোৰ জান
কেতিয়াকৈ পঢ়িব পাম
তোমাৰ হিয়াৰে টেবুলত
মৰম নামৰ অভিধান
জানিলে মোৰ কথা
কলিজা অ কলিজা
দেখাই শুনাই ভাল
নহ'ব পাৰোঁ মই ইমান
জনাই জানে নাই
ক'তো মোৰ একো বেয়া নাম
কলিজা অ কলিজা
নাপাবা আনক ভাল
তুমি জান নলবা আনৰ নাম
কলা চুলি বগা হোৱালৈ
তোমাকে ভাল পাম
জানিলে মোৰ কথা
❤❤ৰমেন দা আৰু আপোনাৰ শুভাকাংশী সকললৈ ইংৰাজী নৱ বৰ্ষৰ লগতে আহি থকা মাঘ বিহুৰ হিয়াভৰা আন্তৰিক ওলগ জনালোঁ ❤❤
Kokaidew tumar nisina he gaan rosibo lage bohut bohut hundor hoise Gaantu tumar hit hobo
বহুত ধুনীয়া ককাই তুমি ❤❤❤❤❤❤
Makosom bohut val lagil gantu huni 🔥🔥🔥🤟🤟🤟🤟👍👍🖤👍
Val lagil gantu...xundor uposthapon xobdor...xilibo 2024
Love from lakhimpur,❤❤ dhalpur
বেছিভাগ জনপ্ৰিয় গীতৰ শ্ৰষ্টা ৰমেন দানহ দা। আগুৱাই যাওক। অতি সুন্দৰ হৈছে
❤❤❤very song😮😮
ভাবী জোঁৱাই 💖💖
বৰ ধুনীয়া
কেৰেলাৰ পৰা বহুত বেছি শুভেচ্ছা জনালোঁ
ইংৰাজী নৱবৰ্ষৰ
ৰমেন দানহ ককাইদেউৰ গীত বোৰত সঁচাকৈয়ে কিবা এটা সুকীয়া আমোদ পোৱা যায়... যি কি নহওঁক অপেক্ষাৰ অন্ত পৰিল। ইংৰাজী নৱবৰ্ষৰ লগতে আগন্তুক ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা থাকিল। ❤🥰
বহুতো অপেক্ষাৰ পিছত গীতটো শুনিব পাই বহুত বহুত ভাল লাগিল দেই আৰু অনাগত দিনবোৰত এনেদৰে গীতবোৰ আমাক শুনাব বোলি আশা থাকিল
czcams.com/users/shorts0_fXuwui8s8?si=swdSL4fye5H1K07n
ককাইদেউ ধুনীয়া হৈছে ❤️
লগতে আগতীয়াকৈ ইংৰাজী নৱবষৰ শুভেচ্ছা জানালো ❤️❤️❤️
গান টো শুনিলো ভাল লাগিল ককাইদেউ লগতে আপোনালৈ নৱৰ্বষৰ শুভেচ্ছা জনালোঁ আৰু জন্ম দিনৰ শুভেচ্ছা জনালোঁ আহিব লগা দিন বোৰ সদায়ে সুখৰ হক❤🎉🎉🎉
Super duper hit houk ❤❤❤❤
Bor val lagise dada huni🌸🌸🌸
ককাইদেউ আগৰ গীত বোৰ দৰে ভাবী জোঁৱাই গীতটো হিট হ'ব 🎉🔥❤️
এ মজা ককাইদেউ
Hundor dei..vll lgil👍
Mojaa ❤
ৰমেন দাৰ সৃষ্টিৰ এক অপূৰ্ব সোৱাদ। উফ কি সুন্দৰ ❤❤
এ মজ্জা ৰমেন দা।❤️ বৰ সুন্দৰ হৈছে।👌
সুন্দৰ শোৱনি গান। ❤️😍
Aijoi kolija neriba..romen da❤❤❤
Ramen da..... apuni xodai juiiii 🔥🔥🔥🔥....xeidorei apunr geeet buru xodai juiiii 🔥🔥🔥🔥
বহুত অপেক্ষাৰ পিছত গীত টি শুনি ধুনীয়া লাগিছে ❤ককাই নতুন বছৰৰ হিয়া ভৰা শুভেচ্ছা যাচিলো🙏❤️❤️
Bhut Dhuniya lagil Romen da❤❤❤❤❤
Wow 😮 moja moja ❤❤
Mojjjjjaaaaa❤❤
Aaaaaa mjaaaaaa kela
আকৌ এবাৰ মাঘৰ বিহুৰ কাৰণে আহি গল❤
অতি সুন্দৰ দাদা প্ৰতিটো গীত যে মোৰ ভাল লাগে ❤🎉
বহুত ধুনীয়া লাগিছে । নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছো ।
❤😂 sengull hi o vi
Korobat vabi juwai hoise jen lagise dai..... Hit hoise dai Ramen.
সুন্দৰ হইচে ককাইদেউ
Lyrics সুন্দৰ হৈছে দাদা ।🎉🎉
Video পোৱা আশা কৰিলো 💈
সুন্দৰ অতি সুন্দৰ লাগিছে গান তো,
সুন্দৰ দাদা ❤নতুন বছৰ বহু বহু শুভেচ্ছা যাচিলোঁ ❤Happy new year
Ekdom juii
অতি সুন্দৰ দাদা মৰাণৰ পৰা মৰম যাঁচিলো ❤
জানিলে মোৰ কথা
তোমাৰ ঘৰত কেতিয়াবা
বুকু ডাঠি কৈ দিবা
অ' জান কলিজা ❤
ভাবী জোঁৱাইটো নহয়
স্বভাৱ চৰিত্ৰ বেয়া ।
Bor dhunia tu hoise dei bhabi juwai
বহুত বহুত ভাল লাগিল ককাই
Wah...kotha hur mojjaaahh
Mojaaa dei kokai, vabi juai ahi gol
ধুনীয়া ❤😊
Uf birat moja palu val lagil bohriya boria hundor khub bor dhunia hoise geetti
Mojjja ❤❤❤huni thakibo mn jy
Love from dhemaji ❤❤❤
Ramen Dak bhal Puwa hokole like ata di jabo 👍❤️❤️
Dadak val puwa jodi mur channel Tu subscribe kori diya
Please🙏
@@AbhiCooking-ej3bs❤
❤❤❤❤❤❤❤❤
🎉🎉🎉🎉🎉🎉
Best of Luck 🙌🙌🙌🙏
Yaho🎉🎉🎉🎉
Mojja disa dei kokai 2024 dhamaka ❤🎉
Aaaaaa mojjaaa ❤
ৰমেন ককাইদেউ 💫 আমি সাজো আছোং হিলাবলে 🔥 Firee🔥🔥🔥🔥 ককাইদেউ গানৰ লিখনিত power 🔋 আছে কিন্তু 💫💞
New year party t bajibo 🎉
A Mojja dada ❤
বহুত অপেক্ষাৰ পাছত।। ❤❤ শিৱসাগৰ ৰ পৰা মৰম যা চিলো।। ❤
Waiting pura
Xundor
Bhut val lgil Ramen daa ❤❤❤❤
Mojjja ligela gan tu huni
🔥🔥
Mojah super ❤💫.. 2024 . And happy birthday 🎂 i
সুন্দৰ গীত
Moza ramen da waiting aji khana khaiso pura bojam aru pura nasim
Mojjj@❤️lgil
Hitt❤🎉
Hundor val lagise ❤❤💯🥀👍🔥😍😘
মজা ককাই🎉🎉🎉
এতিয়া নচাতহে জোৰ আও❤
Oti hundor
❤❤❤❤❤morom daa
Ai geet tu bohut hit hobo ...geet tu ..huniye ...gom palu .........❤❤❤❤bohut dhuniya ge♥️et♥️❤️❤️💕💕
Ramen Da always rocks
Dhuniya ❤️❤️❤️
Dhuniya 😍
Kokai dhuniya gaisa❤
Super hit bro .ami o khali o potai diya na apunar geet r jorite ❤❤❤❤❤❤❤
Lyrics tu bohut hundor hunkale video tu dile besi val lgib
MOJJA HOISE KOKAI
Wow kokaideu apunalukor geet burole wetting kori thaku maghor bihu feel pabole bohut val lagil ❤❤❤❤❤❤hit
Bhal Hoise
So dorable ❤️ Beautiful lyrics... so acceptable Bihu Song... It's time being... good luck...💚
Hundor❤
Mjaaaaa🎉🎉🎉🎉🎉🎉
Op mona❤
জুই
Bhut bhut bhut......val lagil dada🎉🎉🎉💃💃💃
Dhuniya hoise kokai 👌❤
🔥💐♥️
Juii juii 🔥🔥🔥
Dhuniya lagise bohut ❤
Kokai 🔥🔥🔥
Best song for January and bihu❤
এ মজা ।❤❤❤
Hundor gan
Romen da👍👍👍👍👍
এ ৰমেন কোৱাইদৌ জুই❤😮😮😮 সুন্দৰ
Mja bonisa gan tu dai Raman da❤❤🎉🎉
Hudor 👍🤗
mojaa Romen da dhoniya
Vabi juwai 🔥🔥
Romen danoh daa gaantu mojjja lagile dei
Mojaaaaa rmn daa ❤❤❤
Juii dei vhabi juaii🔥🔥😍