Neel Barakha - নীল বৰষা | Assamese Short Film | Soubhik Rajkhowa & Rose Bordoloi
Vložit
- čas přidán 3. 01. 2023
- Cast-
Soubhik Rajkhowa
Rose Bordoloi
Kalpa Jyoti Phukan
Kaku Rajbonshi
Pakhi Rajbonshi
Kalpana Rajbonshi
Bhupen Mahanta
Sanu Bora
Shankar Arandhara
Niharika Sharma
Priyanka Duarah
Song Name " XOPUNOR"
Vocal: Moonkaberi
Composition : Moonkaberi
Lyrics : Moonlai Gogoi
Music:Sens3i
Flute : Lakhinandan Lahon
DOP-TK
Assistant Dop-Ujjal Chutia
Makeup Artist-Alya bordoloi
Dubbing/Editing/Sound-Samrit Baruah
Director-Soubhik Rajkhowa
Kalpa Jyoti Phukan
Graphics-Partha Jit Hira
Special Thanks- Vreegu Kashyap
Kuki Arandhara
Mayur Bordoloi
সম্পৰ্কবোৰ হৃদয়ৰ পৰা গঢ়িব লাগে শব্দৰে নহয়,✨অভিমান বোৰ: শব্দৰে হব লাঘৱ হৃদয়ৰ পৰা নহয় ।💗
তোমালোকৰ অভিনয় ই সঁচাকৈ হৃদয় চুই যায় 💗✨
Bhut besi vl lagil sai aguyai jua tare kamona 🤗🤗🧚🏾♀️🧚🏾♀️🧚🏾♀️🧚🏾♀️
Goru sor bhaiok moja lagise gunda akdom heavy pura khatra lagise ❤❤❤❤❤❤❤❤goru sor 🔥🔥🔥🔥🔥🔥🔥🔥
সুন্দৰ কাহিনী, সুন্দৰ অভিনয়, সুন্দৰ নিৰ্দেশনা.. সকলো ধুনীয়া হৈছে...👌❤❤🔥🔥সকলোৰে অভিনয় বহুত ভাল হৈছে ,হৃদয় চুই গৈছে❤❤ ধন্যবাদ সকলোলৈ 🙏 শুভেচ্ছা থাকিল সকলো অভিনেতা অভিনেত্ৰীলৈ.... আৰু ধুনীয়া ভাল ভাল চুটি ছবি যাতে আগলৈ আমাক উপহাৰ দিয়ে🎁🎁 Love from Duliajan ❤❤
বহুত বহুত ভাল লাগিল চাই । ইমান ধুনীয়া বনাইছে চবেই ধুনীয়া acting কৰিছে । 2nd part চাবলৈ ৰৈ আছো সোনকালে লাগে ।♥️♥️♥️♥️♥️♥️♥️
অৱশেষত চাব পালোঁ ,🥰 বহুত ভাল লাগিল বহুত ধুনীয়া অভিনয় সকলোৰে সুন্দৰ হৈছে ।❤️
এনেদৰে আৰু ভাল ভাল আৰু ধুনীয়া ধুনীয়া short flim দিয়া যে আমাৰ মাজত ,🥳❤️
Soubhik da, rose ba, Shankar da, gorusur,kalpana khuri,pakhi ba,kaku da 🥰❤️ সকলো লৈকে 1ta like kri diba ❤️🥳
Mojja shoubhik da , rose ba, kaku da, pakhi ba, 😘😘😘❤️❤️❤️💜💜😥😥😥
A bhaii moja moja 🤟✨👀one off the best part 〽️🤟off my life 😘
কবলৈ ভাষা নাই । অতি সুন্দৰ কাহিনী আৰু অভিনয়।❤️💝
You're absolutely right
নাজিৰা কলেজত শিৱ দৌলত চুটিং ,,খুব ভাল লাগিল শিৱসাগৰবাসী হিচাপে সদায় শুভেচ্ছা আছে তোমালোকৰ লগত,,খুব ভাল কাহিনী খুব সুন্দৰ হৈছে ❤️🔥🤗
Bohut bohut bohut val lagise apunalukor video ❤️❤️❤️❤️❤️😊😊😇😇😇😇😇
Pakhi ba kaku da rose ba soubhik da চাৰি ওকে মই বহুত ভাল পাও and story Tu sai bahut val lagise 🥰❤️❤️
Mojjja
😊😊😢🎉
❤❤❤❤❤❤❤❤
জীৱনত যে বন্ধুত্বৰ প্ৰয়োজন বুজি পালো।🥰 Best story .... Aru laga anakowa😍😍
Pakhi ba and Kaku da r acting 🔥🔥
Mojja haise bhal lagise kahini to super se upar....
Bohut val lagil short film son sai ❤️☺️
অতি সুন্দৰ short film.. ধুনীয়া আভিনয় কৰিছে সকলোৱে।। অভিনন্দন থাকিল💗
Bor bhal lagil dai Sai, akow ekhon sabole akha korisu
Moja suobik da bohut bohut Val lagishe love you
অতি সুন্দৰ short film ধুনীয়া অভিনয় কৰিছে সকলোৱে। Love from Hyderabad .
Congratulations 👏🎉 nice short film😍😍😍❤️❤️❤️❤️
Jui pura🔥🔥🔥 aru flim lagibo❤❤❤
বহুত অপেক্ষা কৰি আছিলো চাৱলৈ পাই ভাল লাগিলে বহুতে আগৰ কিছু মান কথা মনত পৰি গল নীল বৰষা❤️❤️❤️
😘😘
গৰু চুৰৰ acting is the best 👏👏👏👏👍👍👍
Right kotha koisa
Hello Tumi muru frd hba ni moiu back krim tumk
@@dhunurumurlife6151 ok
Mojja lagise ... Villain Tu kintu khatraa
Woowwww amr ghro usro school khn t shooting kri sile but aji loike gon a nepalu🥺 aji video tu sai h gom pisu 🙂 bdw nice ❤
বহুত ভাল লাগিল। আপোনালোকৰ অভিনয় ধুনীয়া হৈছে। নীল- বৰষা পৰিয়ালটোলৈ বহুত শুভকামনা আৰু মৰম জাচিলো 🥰
বহুত ভাল লাগিল তোমালোকৰ short film খন অভিনয় বহুত সুন্দৰ হৈছে 💞নিজৰ সময় খিনি দেখা যেন লাগিল
খুব সুন্দৰ হৈছে 👏 কাহিনী টু,, মন চুই গ ল চাই পেলাই,, আৰু আগুৱাই যোৱা আগলৈ আৰু বহুত মৰম 💕💕
হাঁহি ধেমালি,কান্দোনেৰে ভৰা এখন চিনেমা 😅❤ সঁচাই ভাল লাগিল চাই ❤
সকলোৰে Acting 🔥🔥🔥🔥 𝐔𝐟𝐟𝐟𝐬𝐬𝐬 🥺❤️ একো কব ভাষা নাই হয়টো শব্দৰ অভাৱ 🥺❤️ শেষত এটাই কথা কও আগুৱাই যোৱা এনেদৰে 🙏🥺
Right koisa baru ultimate acting krise
Hello Tumi muru frd hba ni moiu back krim tumk
Moja❤❤
সকলোৰে অভিনয় ধুনীয়া হৈছে । মৰিগাঁও ৰ পৰা মৰম জাচিলো নিল বৰষা পৰিয়াল লৈ 🥰💛
Bohut vl...lagil ❤️❤️❤️
Xca a emn dhuniya lgil sai ☺vl pwa xca ankwa hb lga 💝2mluk agwai jwa
Khub val lgil pohi aha clg khont Sutting kra dekhi...
সকলো কলাকুশলীক আন্তৰিক অভিনন্দন জনালোঁ 💐 চাই ভাল লাগিল । মনৰ হেপাঁহেৰে আগুৱাই যোৱা 💕👍🏻
আমাৰ কলেজীয়া দিনলে মনত পৰি গল।🔥😍
Woww finally apuni aru ata story dile aru aneke di thakibo please apunalok dutatke bohut val lage
Bohut besi val lagile aru aneke bonaba sun❤️🤗🥰
অবশেষত অপেক্ষাৰ অন্ত পৰিল। সকলোৱে নীল-বৰষা চাবলৈ পালে। সচাকৈ বহুত ভাল লাগিল শৌভিক দা❣️ ইমান দিনৰ কষ্ট সাৰ্থক হোৱা দেখি সচায় ভাল লাগিছে ❤️🥰 সকলোৱে খুব ধুনীয়া অভিনয় কৰিছে আৰু সকলোলৈকে বহুত মৰম যাছিলো😊❤️😍 আৰু আগবাঢ়ি যোৱা তাৰে কামনা কৰিলো 🥰🥰
Bohut val lagil sai
Moja hoise diya ❤️🔥
Very nice
Bhut vl lagil dai hosake ❤️❤️❤️
Hello Tumi muru frd hba ni moiu back krim tumk
বহুত সুন্দৰ👍♥️ হৃদয় চুই গ'ল♥️ চকুপানী ৰখাব নোৱাৰিলো😥🥰
মইয়ো 😭
Muru 🥺❤️
Bhut vll lgise sai xsai bhut vll lgise😊
সঁচা ভাল পোৱাত যিমান অজুহাত নাহক কিয় ভগৱানে মিলাই দিব নিজৰ প্ৰেয়সী জনীক🥺😘
সুন্দৰ নীল বৰষা💗❤অভিনয় ধুনিয়া🤟🔥🔥
ভাল পোৱাৰ লগতে এজন ভাল বন্ধত্বও দেখা গৈছে💛🤝
Cute Story Soubik Da 😚❤
সুন্দৰ নীল বৰষা 👍 অভিনয়ধুনীয়া হৈছে ❤️
Val lagsa de. 🤗🤗🤗🤗❤️❤️❤️❤️
Neel Borsha💟Gungun Bikram😘
true love is never ending.... Purest Love 💟❣️
Dhuniya lagil de ❤
Amazing short film ❤bohut val lagil dei saii
bohut bohut bohut val lage tumalukr vdo vlog bur sai..xoday enedorei aguai jua🥰🥰🥰🥰🥰🥰🥰❤️❤️❤️❤️❤️❤️❤️❤️❤️
Moja hoise dei akdom🥰... Soubhik da rock 😍🤗
Mojaaa❤❤❤❤❤
Niche bhut val lagile 👍🤗
কাকুৰ অভিনয় কথাকোৱাৰ ইস্টাইল বহুত ভাল লাগিছে 👍👍👍
Khub bessi dhuniya ovinoy.... I'm really happy on this video
Nice 🥰😍 love story 💗🌹
Mak kosom moja dai bohut val lagele 💕💕💞❤❤
নীল বৰষা ৰ premot এইবাৰ 😩❤
সকলোৰে অভিনয় ধুনীয়া হৈছে 😘❤
নীল (সৌভিক) দা Always fire 🔥🔥 😩
Love you Neel Borokha team 😘❤
বৰ ধুনীয়া অভিনয় সকলোৰে।আৰু আগুৱাই যোৱা🥰
Mnt pri gol.agor din bur 💗💗mjhhh hoise 🔥🔥👌👌
Bohut val lagil abinoy Tu. Aru aneka val val abinoy bilak sabo parim buli axa takilu.
সৌভিক দা ইমান ধুনীয়া হৈছে তোমাৰ অভিনয় ❤ বহুত শুভকামনা আৰু মৰম নীল -বৰষা পৰিয়ালটোলৈ ❤❤❤😍
Vl lagil sae ❤️
Khasakoi aubor sale mantu bohut dukh lage
Swwff
ভাল লাগিল দেই
এতিয়া ৰ পৰাই অপেক্ষা কৰি আছো ❣️
অৱশেষত অপেক্ষা পাছত চাবলৈ পালোঁ মন চুই গল ❣️ সঁচা কাৰোবাক ভাল পালে এনেকৈ য়ে পাব লাগে
বাকী শুভেচ্ছা থাকিল আগুৱাই যোৱা
সকলোৱে অভিনয় সঁচা বহুত ভাল হৈছে
গৰু চোৰ জুই
Hello Tumi muru frd hba ni moiu back krim tumk dai
Bohut vl lagil flim khon sai ...🥰💝...akha koru agoloi u pam anekua flim sabo
Wow. Bohut dhunia hoise. Lots of love to the team
আগৰ কি খনত কৈ ধুনীয়া হৈছে ❤️🩹
সৌভিক দা তুমি জুই 🔥❤️
বহুত ভাল লাগিছে ❤❤
My all'time val loga lora to hoxai dei সৌভিক da tumak bohut jui lage 😚💥💥
Excited for নীল - বৰষা 😍❤️
Hii
@@gitarthakalita5835 hlo
❤️❤️❤️❤️❤️❤️
Tumar logot friend holu tumiyo mur logot friend hoba buli akha korilu m
সবাই আমার পরিবারের সদস্য হয়ে যাও প্লিজ
ইমানেই ধুনীয়া লাগিছে Short film খন চাই ☺☺ সকলোৰে অভিনয় ইমান সুন্দৰ হৈছে❤ কাকু দাৰ অভিনয় কিন্তু ধুনীয়া হৈছে ☺☺☺ পাখি বা তোমাক ইমান মৰম লাগিছে❤Soubhik দা & Rose baa ❤❤❤❤😍😍😍
Bohot 2 dhuniya hoese
Amazing 😍 short film ❤❤Val lagil dai😊
Bohut dhuniya lagil dada aru nobo moja love you 😍 ♥️
Excited for নীল - বৰষা 💕💕
Kalpaa acting osm just wow (goru sur jindabad)❤️
Mojja
video tu sai bhut vl lagise 🥰💖💖💖🔥🔥🔥🔥 keep it up ❤️💖
Bohut moja ❤
গৰু চুৰৰ অভিনয় জুই 🔥🔥
কাকু দা , পাখি বা, ৰ'জ বা আৰু সৌভিক দা সকলোৰে অভিনয় ধুনীয়া হৈছে😍❤️
আৰু আগুৱাই যোৱা ❤️❤️
Hello Tumi muru frd hba ni moiu back krim tumk dai
@@dhunurumurlife6151 hii
Goru Sur main
বহুত অপেক্ষা অন্তত আজি তোমালোকৰ Short film খন চাবলৈ পালো 🤗 ইমান সুন্দৰ হৈছে সকলোৰে অভিনয়বোৰ বহুত ভাল লাগিল চাই দাদা❤
মজা লাগিলে চাই _____❤💚 Love From Assam
___Love From Sivasagar 💚...Bohut Vl lagil🥰___
Excited for নীল - বৰষা 🥰❤❤❤
হৃদয় চুই গল video খিনি
বহুত ভাল লাগিল । বহুত ভাল লাগিল সচাকে 🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰👆👆❤️❤️❤️❤️❤️
This is the best Assamese short film ever ... Mur bohut vl lagise film khon ... Specially Soubhik da Aru rose ba r part khini bohut vl lagise karon bohut emotional part khini korise ... This is very emotional + Romantic ... Aru pakhi ba Aru kaku da r scene khini o bohut vl lagise ... Pakhi ba Aru kaku da r kisuman scene khini bohut funny ... Script tu bohut vl lagise ... Aru acting r ktha tu nokou e , bohut dhuniya hoise acting tu ... Mi aitu e bisaru je Aru jate anekuwa e love story short film bonuwak , anekuwa e related ... Mi bohut wait Kori asu next love story short film ... Pls jonabo ... And lots of love to Soubhik+Rose nd Pakhi+Kaku❤️💖💓 ...
😊
Nice video ❤❤❤❤
কাহিনীটো বহুত ধুনীয়া হয়। সৌভিক দাদাৰ অভিনয় বহুত ভাল হৈছে আৰু বাকী কেইজনে আৰু অলপ ভাল কৰিবলৈ চেষ্টা কৰিব লাগে আগলৈ। শুভকামনা থাকিল তোমালোকলৈ আগুৱাই যোৱা।
অপেক্ষাৰ অন্তত আজি নীল - বৰষা ❤️ বহুত বেছি ভাল লাগিল 🥰🥺
Hii
বহুত ভাল লাগিল❤❤❤❤
Wow dada apuralokor video bur bohut vll lage sabo😍🥰🥰🥰🥰🥰🥰aneke video bonai thakibi dada bohut vll lage apunalukor video bur sai ,😍🥰🥰🥰🥰🥰🥰🥰🥰🥰
মজা লাগিল। বন্ধুত্ব, প্ৰেমৰ অপূৰ্ব সমাহাৰে ছবিখনক জীপাল কৰি তুলিছে। বিশেষকৈ শেষৰ দৃশ্য❤️
Wow mind blowing acting and story....shouvik da congratulations for your success in new film ❤️☺️
Bura buri to bor mojja lagise deyy 😂❤❤❤❤
Bohot val lagesa sai bohot dhuniya bonaisa dada 😘❤️❤️
What is a sweet story .pakhi ba and rose ba always favourite kaku da jui sauvik da tu outstanding aru goru Sur voia nok . lots of love to the whole team of nill borosha .
Bohut val lagil dada video tu hosakoi sokupani ulai gol lastor seentut 😘❤️❤️
Ohh my god😱xosakoi ahh bht mojah lagil sai
অৱশেষত অপেক্ষাৰ অন্ত পৰিল... নীল_বৰষা...বহুত ভাল লাগিলে চাই🥰 তোমালোক সকলোবোৰ 🔥🔥🔥... Love you all😚💖
বহু অপেক্ষাৰ অন্তত। বহুত বহুত বেছিকৈয়ে ভাল লাগিল কাহিনীটো । আগলৈও এনেকুৱা ভিডিও পাম বুলি আশা থাকিল❤
emn ta bya nhoi soli jai👍💐
O ba aru dada eman dhunia hoysy bohut mojja lagisy waw❤❤❤❤❤
শৰীৰ চুব পৰাটো নহয়,
হৃদয় চুব পৰাটোহে প্ৰকৃত প্ৰেম।♥️
কাৰোবাক ভালপাওঁ বুলি কবলৈ
সময় নালাগে কিন্তু সেই ভালপোৱা
জীয়াই ৰাখিবলৈ গোটেই জীৱনটো লাগে। ♥️🌍মৰমে কেতিয়াওঁ নকয় তুমি কোন?
মৰমে মাথোঁ কয় তুমি মোৰ।
মৰমে কেতিয়াওঁ নকয় তুমি ক'ত থাকা?
মৰমে মাথোঁ কয় তুমি মোৰ
অন্তৰত থাকা।
মৰমে কেতিয়াওঁ নকয় তুমি মোক
ভালপোৱানে।
মৰমে মাথোঁ কয় মই তোমাকেই ভাল পাও।♥️♥️love is very important fore any person....love is more🌍♥️Val lgil aguai jua dada
You are right
❤️❤️
Knowledge is much more important than love....love is just a temporary thing and sometimes this temporary thing can spoil our life....
Soubhik Daa aru Kalpa Daar Entry Next Level 🔥🔥⚡⚡
Bohut val lagil sai❤️