প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ চৰকাৰী বাসভৱনত হঠাৎ উপস্থিত হ’ল লুৰীণজ্যোতি গগৈ

Sdílet
Vložit
  • čas přidán 9. 09. 2024
  • বুধবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ চৰকাৰী বাসভৱনত হঠাৎ উপস্থিত হ’ল অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞা। মহন্ত পুত্ৰ শ্যামন্ত কাশ্যপে অতিশীঘ্রে কংগ্ৰেছত যোগদান কৰিব বুলি চলি থকা চর্চাৰ মাজত AJP নেতৃবর্গৰ এই সাক্ষাৎ অতি তাৎপর্যপূর্ণ বুলি বিবেচিত হৈছে। অৱশ্যে সংবাদ মাধ্যমৰ সন্মুখত ঘোষণা AJP নেতৃবর্গৰ- এই সাক্ষাৎ আছিল সম্পূর্ণ ঘৰুৱা আৰু অৰাজনৈতিক।
    #pratidintime #AJP #lurinjyotigogoi #Prafullamahanta

Komentáře • 37

  • @pratulkumarsaikia8110
    @pratulkumarsaikia8110 Před měsícem +17

    এই জনৰ পৰা ৰাজনীতি জ্ঞান নোলোৱায়ে ভাল।

  • @haladharkalita9820
    @haladharkalita9820 Před měsícem +9

    মহা শিয়ালৰ বৎস লুৰিন আৰু জগদিশ

  • @Rana-hg8hg
    @Rana-hg8hg Před měsícem +6

    বিজেপি দলৰ বিৰুদ্ধে যুঁজ দিবলৈ একমাত্র কংগ্রেচ দল হে, এই সমূহ দলে ভোট বিভাজন কৰি বিজেপি দলৰ নেতা সকলক জয়ী হোৱাত সহায় হে কৰিব গৈ

  • @RojoniProvaBoruah
    @RojoniProvaBoruah Před měsícem +5

    প্ৰফুল্ল কুমাৰ মহন্তৰ উপদেশ আমাক নালাগে। আমি আগত বহুত শিকিলোঁ।

  • @dipakkalita7034
    @dipakkalita7034 Před měsícem +10

    গুপ্ত হত্যা ৰ প্ৰশিক্ষণ দিব নোৱাৰি ব নেকি ?

  • @kumudbaruah2001
    @kumudbaruah2001 Před měsícem +5

    লুৰীণ জ্যোতি গগৈয়ে ৰাষ্ট্ৰীয় দল কংগ্রেসৰ বোকোচাত উঠি যোৱা লোকসভা নির্বাচনত বৈতরণী পাৰ হবলৈ অহোপুৰুষাৰ্থ কৰিও বিফল হল। এইজন ভূৱা জাতীয়তাবাদী নেতাই আন এজন জাতীয়তাবাদী নেতা তথা প্রাক্তন মুখ্যমন্ত্রী প্ৰফুল্ল কুমার মহন্তৰ পৰা জাতীয়তাবাদৰ পাঠ লবলৈ প্রচেষ্টা চলাইছে। বিজেপি ক হৰুৱাৰ স্বাৰ্থতে এজন জাতীয়তাবাদী নেতাই আন এটা ৰাষ্ট্ৰীয় দলৰ লগত জোট বন্ধনত মিলিত হৈছে আৰু আন এজন জাতীয়তাবাদী নেতাৰ পৰা জাতীয়তাবাদ প্রতিষ্ঠাৰ বাবে দিহা পৰামৰ্শ লবলৈ গৈছে। এয়া কেনে ধৰনৰ জাতীয়তাবাদ ৰাইজে লক্ষ্য কৰক। লুৰীণ জ্যোতি গগৈ আৰু তেওঁৰ সাংগো পাংগো সকলৰ এটাই মাত্র চিন্তা কৈনেকৈ কংগ্রেসৰ লগ লাগি দিছপুৰৰ মচনদ দখল কৰিব পাৰি। তেওঁ তিনি বাৰকৈ হাৰিও নিজকে বিশ্লেষণ কৰি নাচাই কেৱল বিজেপি ক হৰুৱাই যিকোনো পকাৰে দিশপুৰ দখল কৰিব লাগে। পিছে তেওঁৰ সপোন নফলিয়াই কাৰণ ৰাইজ তেওঁৰ লগত নাই। ৰাইজ বিজেপির লগতহে আছে।

  • @ranjanborah5983
    @ranjanborah5983 Před měsícem +1

    অসমৰ ৰাজনৈতিক ইতিহাসৰ আতাইতকৈ কলংকিত ব্যক্তি৷

  • @gauravchoudhury8693
    @gauravchoudhury8693 Před měsícem +1

    👍👍👍

  • @user-yo9hn4md4j
    @user-yo9hn4md4j Před měsícem +4

    এটা অলগর্ধ জাতিৰ দালালৰ পৰা জাতীয়তাবাদৰ শিক্ষা লব গৈছে ! আৰু তাৰ পৰা কি শিকিব ? দুই নম্বৰীচিন্তা ধাৰা ! সেয়াই উদ্দেশ্য এই সকল নেতাৰ ?একেই ধান্ডা আৰু একেই অবস্থা হব এই দুজন নেতাৰ |

  • @rinkushivam8759
    @rinkushivam8759 Před měsícem +1

    লুৰিন বাপ্পা ঘৰত বহি থকাই ভাল হৱ
    এনে ৰাজনীতি কৰি লাভ নাই।

  • @user-fl7do6pr2h
    @user-fl7do6pr2h Před měsícem +3

    কংগ্ৰেছ ৰ পিঠিত উঠি জাতীয়তা বাদৰ কথা কবলৈ লাজ লগা নাই লুৰিন জ্যোতি

  • @ilovemybharatdesh5697
    @ilovemybharatdesh5697 Před měsícem +1

    There should be no secret agreement with a mastermind of a secret killer. AJP cannot rise in this way ......should go, to the common people.

  • @user-et5tq1em6o
    @user-et5tq1em6o Před měsícem +1

    অসম আন্দোলনৰ নামতহে কাণ্ডাৰী
    কামত কিন্তু একো নাই
    অসম আন্দোলন কৰি ৮৫৫ জন চফল অসমীয়াক মৃত্যু মুখলৈ থেলি দি শ্বহীদ কৰিলে
    কিন্তু তেওঁৰ ১০ বছৰীয়া কাৰ্যকালত ৮ জনো বিদেশী খেদিব নোৱাৰিলে
    বৰঞ্চ গুপ্তহত্যা আৰু চৰকাৰী কৰ্মচাৰীৰ দৰমহা বন্ধ কৰি ৯০ দশকৰ শেষৰ পিনে অসমত এক অস্হিৰতা অনা মহন্তৰ প্ৰতি আমাৰ কোনো আস্হা নাই

    • @golokkaman4923
      @golokkaman4923 Před měsícem

      right

    • @arunmissong432
      @arunmissong432 Před měsícem

      855 জন শ্বহীদ গোটেই অসমতে হৈছিল, কিন্তু 5000 জন শ্বহীদ হৈছিল অকল বি টি এ দিত তেতিয়াৰ কথাবোৰ শুৱৰাই জাতি বিভাজন নকৰিব । ভাৰতবৰ্ষক স্বাধীন কোনে আনিছে কংগ্ৰেছৰ নেতৃত্বত মনত ৰাখিব।

  • @AnandaDas-e7r
    @AnandaDas-e7r Před měsícem +3

    মহন্তৰ গাত দাগ লগাবলৈ ষড়যন্ত্ৰ।

  • @user-zv1pb5dj8o
    @user-zv1pb5dj8o Před měsícem

    Kagrasat gag deyak nurena

  • @user-ne8jf2rg3k
    @user-ne8jf2rg3k Před měsícem

    AJP t jdi Praffula kumar mahanta i join kre tetiahle AJP r rajniti bhobisot hekh hbo..

  • @mohannath6515
    @mohannath6515 Před měsícem +2

    এসময়ৰ সাপ নেউল এতিয়া মিত্ৰতা হৈ এইবাৰ অসম হিয়াৰে গঢ়িব ৷

  • @montudutta7017
    @montudutta7017 Před měsícem +7

    ৰাষ্ট্ৰীয় দল কংগ্রেছৰ লগত একাকাৰ হৈ কি আঞ্চলিকতাবাদ কৰিব কৰিব বিচাৰিছে সেইটোহে বুজিব পৰা নাই👍👍

    • @babuldas4341
      @babuldas4341 Před měsícem

      😂 হয়
      কংগ্ৰেছ জাতীয় badi নেতা 😂😂

  • @mukulbaruah1833
    @mukulbaruah1833 Před měsícem +4

    Gupta ghatakr main mastermind a Axom Dhongkha karile. Lurinjyotir Ajp Mahora boniba. Fetikhap(King Cobrak) tilmaan biswakh karile u Monubadi,Brahmonbadi,jatibadi jehadik biswakh t lole brahmatalut khitiba.Ajp dal nirmil haboloi besi din nelagiba.

  • @umaroy4090
    @umaroy4090 Před měsícem

    Sabdhan gupta hotya

  • @mintumedhi2330
    @mintumedhi2330 Před měsícem +2

    Toy rajniti koribo goyso khiyal,toy jimane Satur nedekhao kiyo toy jibanot rajnitit success habo nuwaro,toy misoliya hoy ,toy nije Koli rajonoytik udaiso juwa nai teriya kiyo mahanto lorak AjP t join koribo Koli batman,botmas

  • @ManojDas-nc7ni
    @ManojDas-nc7ni Před měsícem +1

    কোনটো দলৰ লগত লগ লাগি জাতীয়তাবাদ আগুৱাই নিব বিচৰা হৈছে

    • @user-yo9hn4md4j
      @user-yo9hn4md4j Před měsícem

      প্রফুল্লৰ দলটোৰ লগত | পিছে দলটোৰ নামই নাজানো|

  • @user-vi6rf2wm4r
    @user-vi6rf2wm4r Před měsícem

    বালৰ পুতেক হত কিমান হৰা লাজ লগা নাই বুঢ়া হলী

  • @mukulbaruah1833
    @mukulbaruah1833 Před měsícem

    Lurijyoti Gogoi a Gupta ghatakr akhora laboloi goise.