Video není dostupné.
Omlouváme se.

হুছেইন' পৰিয়ালৰ হাতত পৰাস্ত হোৱাৰ ভয় নেকি ৰাজ্যিক বিজেপিৰ ?

Sdílet
Vložit
  • čas přidán 17. 06. 2024
  • উপ-নিৰ্বাচনক লৈ গৰম বতাহ বলিছে চামগুৰিত
    চামগুৰি সমষ্টিৰক লৈ শাসক বিৰোধীয়ে পৃথক পৃথক ৰাজনৈতিক সমীকৰণ
    চামগুৰি সমষ্টিক লৈ নিৰাপদ দূৰত্বত অৱস্থান কৰিছে বিজেপিয়ে
    হুছেইন' পৰিয়ালৰ হাতত পৰাস্ত হোৱাৰ ভয় নেকি ৰাজ্যিক বিজেপিৰ ?

Komentáře • 6

  • @sanjibbora6180
    @sanjibbora6180 Před 28 dny

    Phonir place t AGP dibo. Samogurit agp haribo

  • @Rana-hg8hg
    @Rana-hg8hg Před měsícem

    বৰ্তমান সময়ত অগপ মানে অতুল আৰু কেশব হে, সেই হেতুকে কেশবে নিজৰ ভায়েকৰ উন্নয়ন হোৱাৰ ষ্বাৰ্থত চামগুৰিৰ চিন্তা কৰিব, বঙাইগাঁও ৰসাতলে যাওক চিন্তা ধাৰাৰেই

  • @RatulBorah-xk6ir
    @RatulBorah-xk6ir Před 24 dny

    যত হৰাৰ 100শতাংশ সম্ভৱনা তাত ৰঘুমলাক এৰি দিয়ক

  • @puspadhardowarah1932
    @puspadhardowarah1932 Před 25 dny

    5:05 চামগুৰিত তাঞ্জিল হুচেইনেই কংগ্ৰেছৰ উপযুক্ত প্ৰাৰ্থী আৰু জয়যুক্ত হোৱাটোও খাটাং।কংগ্ৰেছ প্ৰাৰ্থীক হৰুৱাবৰ"বাবেএ আই ইউ ডি এফ আৰু বিজেপি মিত্ৰজোটেও প্ৰাৰ্থীত্ব আগবঢ়াব।বিজেপিয়ে হৰাৰ"ভয়ত অগপকে আসন এৰি দিব।বিনিময়ত বঙাইগাও সমষ্টিটো বিজেপি য়ে গ্ৰাস কৰিব আৰু ভবিষ্যত বাণী সত্য বুলি প্ৰমাণিত হব।বিজেপিয়ে হাতীক ঠেলি নিদিব;মাৰি পেলাব

  • @sanjibbora6180
    @sanjibbora6180 Před 26 dny

    Samgurit BJP k and bonagaigoan agp diyak

  • @DilipChaudhury-qi9ge
    @DilipChaudhury-qi9ge Před 20 dny

    এই খেল টো আমি আগতে জানো যে BJP দল কি খেল খেলিব , বঙাইগাঁও সমষ্টিত BJP দলৰ পাৰ্থী হব