Jibon Nodir Dhou - জীৱন নদীৰ ঢৌ | 24th Nov 2022 | Ep No 136
Vložit
- čas přidán 7. 09. 2024
- Click here to Subscribe to Rang TV Channel:- bit.ly/2zKPoy8
Episode 136
--------------------
অনু ৰাহুলৰ ঘৰলৈ আহি বিয়াৰ কথা কোৱাৰ পিছত কি হ'ব?
#JibonNodirDhou #RangTV #prideeastentertainments
More Useful Links :* Visit us at: www.rangtv.org
* Like us on Facebook: / rangtvofficial
* Follow us on Twitter: / rangtv2
সদায় ৰাহুল & অনুসূয়াক এনেকৈ চাবলৈ বিচাৰো!! অনুৰ বেমাৰটো যাতে ভাল হয় আৰু ৰাহুল আৰু অনুৰ বিয়াখনো ভালদৰে হৈ যায় তাৰেই কামনা কৰিলোঁ।।পৰিচালক আৰু কাহিনীকাৰজনক জনাই থলো যে বহুত মানুহে ইহঁতৰ বিয়াখন চাবলৈ ৰৈ আছে।প্লিজ কাকো আতৰ নকৰিব 🙏
ৰাহুল আৰু অনুসূয়াৰ সপোনটো যাতে পূৰণ হয় তাৰেই কামনা কৰিলোঁ ❤
অতীতত।দুয়োটাই বৰ কষ্ট পালে এতিয়া দুয়োটাই সুখী হোৱাৰ সুযোগ পাব লাগে ❣
ৰাহুল আৰু অনুসূয়াৰ অভিনয় বৰ ভাল লাগে,
পৰিচালকজনক শতকৌটি প্ৰণাম জনালো 🙏🙏
চাবলৈ নাপালে ভালেই নেলাগে |👌👌👌👌
BEST🥰🥰❤
Bahut bahut vl paw moi
Yjouh i8yuiu 899
Moy ai kei din seriyel sabo time powa najilu ..ajir pora he rong chenelor epos keita sam ,najai nuwari seriyel keikhon bht val lage sai
অণু বিদি আৰু ৰাহুলক মাকৰ লগত থাকিলে বৰ ভাল লাগে । চাৰিও জন ধুনী়য়া আৰু স্পষ্টবাদী ।
Anu baa r katha khini xoni bahut vl lagise akdom xasa katha 👍👍♥️ manuh a xadaii voi krib nalage agbahri he jb lage ♥️😘😘😘😘
বহুত ভাল হৈছে।মেডামৰ অভিনয় সুন্দৰ হৈছে।আৰু আগলৈ আগুৱাই যোৱা।মেডামৰ সাহসক শুভেচ্ছা জনাইছো।
Val lagise
Umm actingt supper upakhona Baaa 😘💕 দুটি মনৰ জোনাক ৰ পৰা আৰম্ভ কৰিছিল অভিনয় tetiyar pray 🔥🔥🔥 lgay dice...... 🤩😍😊
আজি খন্ডতি চাই বহুত ভাল লাগিল কাৰণ ৰহুলৰ আৰু অনুৰ কথাবোৰ বহুত ভাল লাগিল❤❤❤
ৰাহুল আৰু অনুক সুব ভাল লাগে
ৰাহুল দা বিয়া পাতক আৰু এনেকুৱা সুবিধা নেপায়। মই হোৱা হ'লে এক ছেকেণ্ড ৰৈ নেথাকো। কন্যা নিজে আহি ঘৰত ভৰি দিছে ন।💕💕
Barxun aaru jiban nadir dhou duokhan serial val lga hai aahise
"নাই মোৰ কাকো ভাল নালাগে" এই dialogue টোত ৰাহুলে তাৰ মনৰ ভাব ইমান ধুনীয়াকৈ ফুটাই তুলিছে। বৰ ভাল অভিন হৈছে।
anu ba aro bidi bak xasai bhut morom lagei😍😘☺😍
নিৰুপমৰ কি হল।ইমান দিন এজন মানুহক নেদেখালে ভাল নালাগে।
Um thike koise apuni
Bahut val lagise aji love you rahul ,anu and bidi
খুবেই ভাল লাগিল আজিৰ খণ্ডটি ❤️❤️
Serial khon saii bhut Val lga hoysi
Bestest couple Rahul and Anu ❤️..
আপোনালোকৰ মৰম আৰু আশীৰ্বাদ তথা বহুমূলীয়া গঠনমূলক পৰামৰ্শৰ বাবে অশেষ ধন্যবাদ জনালোঁ 🙏🙏
(টীম "জীৱন নদীৰ ঢৌ" )
Rahul da aru onu bar ovinoi bohut val lagise
অনু বা ৰাহুল দা আৰু সকলো কে জনাইছোঁ ধন্যবাদ 💕👍👍💕
Miss kori asilu aji sei babe sai bht val lagise 🥰
Rahul dada k green shirt to pindhile bahut dhunia dekhi ❤️😘😘😘😘😘 aru black shirt to pindhile o vl dekhi aneko bahut dhunia
Aji buhot besi vl lagise Anuxuia bak aru Rahul Dak 😍👏👏👏🥰🥰🥰
Aji moja lgil best episode
bidi bar sor keita val lagil😘
Khosai bhut dhunia o srial khon
Aji Sai bohot vl lagla
ভাল লাগিল চাই
Bohut Val lagise sirial Khon❤️❤️❤️
Bidi and anu ba love you ❤️
মই সদায় ৰাতি 1বজাত চাওঁ ভাল লাগে যে
লাহে লাহে ছিৰিয়েল খন বহুত ভাল লগা হৈছে ❤️❤️❤️❤️❤️❤️ মেডামমে ৰাহুল কৰা tag বহুত জমাই।। waiting for next episode
কি ; অসমীয়া মানুহৰ মৰিচিকা মানে মা। ভাল লাগিছে শুনিয়ে ,মা । হয়ে ঐঅ।
Bohut val lagil sai
Bahut val laga hoisi saii😘😘😘😘😘
I love u bidi 😍
Mozaa
বহুত বেছি ভাল লাগিল !!
সকলোৰে অভিনয় ইম্মান ভাল!!!!
ৰাহুল আৰু অনুসূয়াক একেলগে চাবলৈ মজ্জা হৈছে ❤
জীৱন জিন্দাবাদ ✊
Pplmllone
Mojjjaaaaaa
Bht val lage sereal khon Sai❤️❤️❤️
Ajir episode tu emn vl lagise sai
Bhut bhut bhut Val lagise
I love you too my favourite jibon nodir dhou ❤️😘😍❤️😘😍❤️😘😍😘😘🥰❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
এই ছিৰিয়েল খন সকলো ছিৰিয়েল কৈ অন্যতম হৈছে সুব সুন্দৰ অভিনয় হৈছে গোটে কেইজনৰ কিন্তু মানুহৰ ইমান ধৰ্য্য নাথাকে যিটো হৈ আছে এতিয়া ছিৰিয়েল খনত গতিকে বিচাৰো সকলোৱে মিলিব লাগে এতিয়া,,,, লগাত কৈ বেছি পকাই থাকিলে ছিৰিয়েল খনৰ মৰ্যদা নোহোৱা হব বুলি মই ভাবো ,,বাকী যি নহওঁক সকলোৰে অভিনয় ধুনীয়া হৈছে ❣️❣️
Bhut bhut bhut. Nice. 👌👌👌👌❤❤👌
Vl lagisa sai ❤
ইমান ধুনীয়া এখন ধাৰাবাহিক নোচোৱাকৈ থাকিব নোৱাৰি ও,,,,এনেকুৱা ধাৰাবাহিক বোৰ সঘনাই ওলাই থাকিব লাগে।।।
Um 🥰
@@pranitadevi8629 um,,, ki kri ase
Bahut vl lage serial khon
Xodai rati you tube ot sau
Mojaa Rahul
Bhuutt vl lgil saii..
Val lagise anu rahulor prem
Awesome 💚💚💚💚
Rahul Aru anokhuak say bohut val lagil
@@akhilopgamer3532 yes
Ajji Sai bhut bhut Val lagise
O aji ki mojaa lagil
BHT vl lgl
"এইয়া ৰাহুলৰ অণু" নাই মই কাকো ভাল নাপাওঁ ❤️🤔😇🤣💞❤️ "কি কি কাক্ থব লাগে" "নাজানো" কিযে কৰোঁ , এৰিবও নোৱাৰি ধৰিবও নোৱাৰোঁ ...❤️💞❤️
😅
Serial khon TV t saiu akou CZcams t 5/6 br sau,bohut besi bhal lage... Hokolure act bohut besi bhal hoise..,..Rahul Anu , the perfect couple ❤️❤️
মোৰ নিচিনা মানু্হ আৰু আছে তাৰমানে। মই আচলতে tv নাচাওঁ কাৰণ , বিজ্ঞাপন খিনিৰ বাবে বৰ অশান্তি লাগে । ভাল লগা খিনি দুই তিনি বাৰ ঘূৰাই পকাই চাওঁ। ধন্যবাদ ।
Pagol j sua ke Sai thako
@@dhrubajyotigogoi518 f
@@nathgaming9534 আপোনাৰ মন্তব্য চাই মোতকৈ আপোনাক হে বেছি পাগল যেন লাগিছে দেখোন । পাৰিলে এপাক গৈ আহিব Mantel Hospital
@@dhrubajyotigogoi518 good 👍
Bohut vl lagil aji kaliloi aru vl lgeb
Bohut vl lagil. Xundor tim. Excellent performance of all are👌👌
Nice o nice
Moio CZcams t 3/4bar saw sirial khan ❤️😘😘😘😘 aru tv.1/2saw xasakoi bahut bahut vl lagise Sai ♥️♥️😘😘 nwswakoi thakibo a nwaro moi
Val lagise de serial khon sai
Hosi aji bohut basi vl lagil ♥️♥️♥️
Bidi bhut dhunia
আজি বহুত ভাল লাগিল
Nice
Bhut vl lgil sai🥰🥰
Aji he mosti lagise sai
Sai bohut val lagese.
Mojja
Aaio Rahul r mak joni bohut val lage
Waiting for next episode ♥️♥️😘😘😘😘
Kbloi aku nai...... ❣️
Bhal lagli
Nice episode
Rahul dada htr ghar khn je emn moram lga bahut vl lage ♥️😘😘😘 Anu baai je Rahul dada r lgt biya hb a mak a je emn furti paise mnt a
আজিৰ খন্দটি বহুত ভাল লাগিল চায়...❤️❤️
Awesome ❤️❤️
Hii 1comment☺️☺️
❤️❤️❤️
Bohut vl kotha kola Anu ba ,vl lagil
Anu r dore premt porib khuju❤️❤️❤️❤️❤️❤️❤️❤️❤️😍😍😍🥰
Bohut Vl lagil sai😍😍😍
Bht hahilo ajii maa ru moii rahul ru anur ktha khuniii😘😊😊😊
bahut val lagil
Rahul ki iman tenson loi asa
💥🌸
Rahul dada aru anu baa r xomparka to vagaban a jate poran kre take kamana koriso.... bahut bahut vl paw moi saiii ..........
বহুত ভাল লাগিল❤❤
Bahut bahut Val lagise
ৰাহুল খং চাই ভাল লাগিছে
ভাল লাগিল বহুত
Val bohut val kintu rahul anu biya hobo lagibo
Emnnnnnnnn dhuniya😘😘😘😘😘😘😘😘
Papu da htk miss korisu
Mur bohut val lage
আজিৰ খণ্ডটো চাই বৰ ভাল লাগিল।
এই চিৰিয়েল খন বৌয়েক আৰু অনুসুয়াৰ কাৰনে যাবলৈ মন নাযায়।
supper avinoy hokolure
Bht vl lgise sai ❣️
❤️❤️💝💝
Anu ba kotha bur huni bsi vl lge