Dhing Incident | ধিং কাণ্ডৰ ভুক্তভোগীৰ আত্মীয়ই কি ক’লে? মুখ্যমন্ত্ৰীলৈ কি আহ্বান? N18V

Sdílet
Vložit
  • čas přidán 12. 09. 2024

Komentáře • 50

  • @dhrubajyotikoch2440
    @dhrubajyotikoch2440 Před 18 dny +21

    ইয়াতকৈ আৰু কি পৰীতাপৰ কথা হ'ব পাৰে। নিজৰ মাটিতেই থাকিব নোৱাৰা হলো। এই পৰিস্থিতি বোৰ জানো এদিনতে হলহি, নিশ্চয় নহয়। মধ্য আৰু নামনি অসমৰ যিসমূহ ঠাইত আজি আমাৰ অস্তিত্ব বিপন্ন , সেই বোৰ ঠাইৰ মানুহে এসময়ত এই অবাঞ্চিত মানুহবোৰৰ সহায়ত বহু আৰামৰ জীৱন যাপন কৰিলে। ঘৰসমূহৰ দৈনন্দিন কামসমূহ এই তথাকথিত কামলা সমূহ দ্বাৰাই কৰাইছিল। বহুতে আকৌ নিজৰ খেতি মাটি সমূহৰ অৱস্থিতি আৰু পৰিমাণ গমেই নাপাইছিল। খেতি বাতি সমূহ এই তথাকথিত কামলা সমূহেই কৰিছিল। তেওঁ লোকে খেতি বাতিৰ সকলো আউল মাৰি ভঁৰালত ধান থৈ গৈছিল। আমি মাত্ৰ খেতিয়কৰ নামটো লৈ লোকৰ কান্ধত বন্দূক ফুটুৱাই উপযুক্ত মঞ্চত আগস্থান লৈছিলোঁ। সেই সময়ৰ স্বাৰ্থলোভী মৌজাদাৰ সকলে কেইটামান, কুকুৰা কণী আৰু পোৱালি কেইটিমানৰ লোভত, খেতি বাতিত সহায়ৰ হাত হোৱাৰ সুগমৰ লোভত , কোনো আগপাচ নুগুনি বহু মাটি সেই কামলা সমূহৰ নামত কৰাইছিল। আজিৰ ধিং, ৰূপহী হাট , হোজাই , ডবকা আদি ঠাইসমূহত এনে কাহিনী প্ৰায়েই শুনা যায়। ,,,,,,,, গতিকে আজিৰ পৰিস্থিতিৰ বাবে আমিও পৰোক্ষ বা প্ৰত্যক্ষ ভাৱে জগৰীয়া। তাৰোপৰি ৰাজনৈতিক নেতা সকলৰ ভোট বেংকৰ ৰাজনীতিৰ কথা নকলেও হ'ব।
    মধ্য আৰু নামনি অসমৰ এই কামলা সমূহক আৰ্কষণ কৰা বেমাৰৰ বীজাণুয়ে বৰ্তমান উজনি অসমতো বাৰুকৈয়ে শিপালেহী। উত্তৰ পাৰৰ ঠাই সমূহত তেওঁলোকে গোজ হৈ, গজালি মেলিলে।
    বৰ্তমান সময়ত তেনে হ'লে আমাৰ কৰনীয় কি?
    সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ মাজত উপলব্ধ এটা সামাজিক ব্যাধি হ'ল কৰ্ম বিমুখীতা। যাৰ কাৰণে ব্ৰিটিছে চাহ খেতিৰ কৰিবলৈ ইচ্ছা কৰি কৰ্মীৰ বাবে দেশৰ আন আন অঞ্চললৈ চাবলগীয়া হ'ল। এই কৰ্ম বিমুখীতাৰ বাবেই প্ৰধানত আজি আমাৰ এই অৱস্থা। আজি আমি বহুতেই নিজৰ ভেতিটোতো থাকিব নোৱাৰা হলো, ইয়াতকৈও আৰু কি দুখৰ কথা হ'ব পাৰে? সেই বাবে আহক আমি কৰ্ম মূখী হও, অন্তত জাতিটোৰ কথা ভাবি। যাৰ যি যোগ্যতা আৰু দক্ষতা আছে, কামৰ সৰু ডাঙৰ নিবিচাৰি কাম কৰো আহক। কৃষিভূমি সমূহত নিজেই কাম কৰো আহক, প্ৰয়োজনত যন্ত্ৰ পাতিৰ সহায় লওক। এই তথাকথিত কামলা সমূহ যিবোৰ পৰিবেশৰ বাবে আকৃষ্ট হয় আৰু খোপনি পুতিবলৈ উৎসাহ পায়, সেই সমুহ নাইকিয়া কৰোহক। ব্যৱসায় বানিজ্য, কৃষিজাত সামগ্ৰী সকলোতে সম্ভৱপৰ সকলো দিশতে স্বাৱলম্বী হবলৈ চেষ্টা কৰো আহক।
    আমি ৰাজনৈতিক দিশত একেবাৰে সচেতন নহয়, এইটো আমাৰ মাজত এটা গতানুগতিক চিন্তা ধাৰা, সেই বোৰ এৰিবৰ হ'ল।
    নিজৰ মাটীবাৰি বিক্ৰীৰ ক্ষেত্ৰত দহবাৰ চিন্তা কৰক, অন্তত নাতিপুতিৰ দিনৰ নিৰাপত্তা লৈকে চিন্তা কৰক।
    অসমত ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা হ'ব লাগে। ৰাজনৈতিক আৰু ভূমিৰ অধিকাৰ কেৱল খিলঞ্জীয়া জনগোষ্ঠী সমূহৰ মাজত আৱদ্ধ থাকিব লাগে। জনজাতি কৰণ ব্যৱস্থায়ো আমাক কিছু সকাহ দিব। বিশেষকৈ নামনি অসমৰ খিলঞ্জীয়া জনগোষ্ঠী সমূহক একমাত্ৰ এই ব্যৱস্থাইহে অস্তিত্ব বিলীনৰ পৰা ৰক্ষা কৰিব।
    বৰ্তমান অসমৰ ৰাজনৈতিক বাতাবৰণ আৰু ৰাজনৈতিক ইচ্ছা, উপৰুক্ত ৰক্ষা কবচ সমূহৰ বাবে সাৰুৱা, গতিকে সংশ্লিষ্ট মহললৈ ইতিবাচক দৃষ্টিৰে বিবেচনা কৰিবলৈ অনুৰোধ জনালোঁ।

  • @bipulborah2193
    @bipulborah2193 Před 18 dny +33

    কেতিয়া কৰায়ত্ত কৰিব কুকুৰ দুতাক ? যদি ধৰিব নোৱাৰে সেনা বাহিনীক মোতায়েন কৰক।

  • @Dhamendraassam326
    @Dhamendraassam326 Před 18 dny +15

    মিঞা মুক্ত অসম হ'ব লাগে

    • @user-dv7yh6od3n
      @user-dv7yh6od3n Před 16 dny +1

      Tur mar gida mukto Assam Lage

    • @Dhamendraassam326
      @Dhamendraassam326 Před 16 dny +3

      @@user-dv7yh6od3n গেদা যে, সেইবোৰেই জানিবি। ধৰ্ষণকাৰী জাত।

    • @_Hemanta_Bora
      @_Hemanta_Bora Před 16 dny

      ​@@user-dv7yh6od3ndekhibi nohoi ro

    • @user-dv7yh6od3n
      @user-dv7yh6od3n Před 16 dny

      @@Dhamendraassam326 kukur jat gahorir jat kela bandoror jat Laura kela

    • @neonboy872
      @neonboy872 Před 14 dny

      ​@@user-dv7yh6od3ntur mairok mur tat pothai dibi koti fali blood uli dim miya maksudai Kati pic pic Kori kham tohotok aru keidinman wait kor tohotok gahorir dore randi kham malor logot just wait and see

  • @kripanshu-r4q
    @kripanshu-r4q Před 18 dny +18

    অপৰাধী ধৰ্ম নাই বুলি কৈ ।।। কিন্তু এটা সম্প্ৰদায় আন এটা ধৰ্মক তাৰ্গেত কুৰি আছে।।।।

    • @apurbabaida383
      @apurbabaida383 Před 15 dny +1

      Moro tnkua jen a vab hoise,ghotonabur dekhi.
      Axom xon bohut besi unsafe hoise swalir babe etia

  • @vijaplayer5799
    @vijaplayer5799 Před 18 dny +13

    অসমীয়া আজি অসমতে সুৰক্ষা নহয়

  • @paplurabha418
    @paplurabha418 Před 18 dny +20

    অসমত মিয়া থকা লৈকে Repe চলি থাকিব গতিকে মিয়া হতাও অসম বচাও। সকলো অসমৰ জনগণক একগোট হবলৈ অনুৰোধ জনালোঁ । জয় আই অসম 💪

  • @NajidAli-we4px
    @NajidAli-we4px Před 11 dny

    ছোৱাজনীয়ে। ভাল। মন্তব্য কৰিছে

  • @jimu.12
    @jimu.12 Před 16 dny +3

    সিহঁতক লুকুৱাই ৰখা কেইটাক একে শাস্তি দিব লাগে।

  • @ekramulislam9264
    @ekramulislam9264 Před 15 dny +2

    Today in Jorhat district of Assam.
    Hindu Jihadi has been arrested by Assam Police. Name of those people-1/Shri Dipankar Das
    2/Mr. Gaurav Das 3/Mr. Roshan Kumar Das 4/Mr. Jyotish Kumar Dev 5/Mr. Orion Das
    6/Shri Ajay Das

  • @JyotiprasadBordoloi-wl8fj

    এইখিনি সময়তে মিয়াক কিবা এটা কৰাৰ সময়

  • @shyamalsarmah5470
    @shyamalsarmah5470 Před 10 dny

    Upper Assam will be safest place

  • @juriphukan7311
    @juriphukan7311 Před 18 dny +2

    তেখেতে ঠিকেই কৈছে

  • @jitubora-tq8vw
    @jitubora-tq8vw Před 18 dny +2

    😢

  • @Moupriyamvlogs02
    @Moupriyamvlogs02 Před 18 dny

    Right 👍🏻

  • @putulali7697
    @putulali7697 Před 16 dny

    Khob beya lagil .nei pabo lage.

  • @karabikakati1457
    @karabikakati1457 Před 18 dny +4

    Kothaburot xikhitto mahila jenei lagise

  • @ekramulislam9264
    @ekramulislam9264 Před 15 dny +2

    आज असम के जोरहाट जिला में।
    से हिंदू जिहादी को असम पुलिस ने गिरफ्तार किया है।उन लोगों का नाम-1/श्री दीपंकर दास
    2/श्री गौरव दास 3/श्री रोशन कुमार दास 4/श्री ज्योतिष कुमार देव 5/श्री ओरियन दास
    6/श्री अजय दास

  • @PolashBorgohain
    @PolashBorgohain Před 18 dny +2

    Bondhu hokol lachit borphukan r hangdang uliyabor hol ,ai matri akhirbad Diya,jai mahakal, Dev maa kali

  • @RajibTipomia-hi1wh
    @RajibTipomia-hi1wh Před 14 dny

    Axom raijai hohoi korok

  • @pulakkonwar5082
    @pulakkonwar5082 Před 18 dny +1

    Dhing Express dhingoreei kijani

  • @WAHIDURATHKHELIA
    @WAHIDURATHKHELIA Před 18 dny

    Right Culprit ot Police e sastri dilei

  • @manojbora2244
    @manojbora2244 Před 18 dny

    😢😢

  • @sumitbasumatary65
    @sumitbasumatary65 Před 18 dny +4

    Muslim thake mane. Sob borbad hbo 1 number r johora cast ase jodi Muslim keita

  • @intajulzaman4393
    @intajulzaman4393 Před 18 dny +2

    O bi mukh khan kio nedakhai, kiba karan ase neki

    • @user-ow4vf2hl6t
      @user-ow4vf2hl6t Před 18 dny

      মুখ নাধাকিলে তহতে এই মানুজনিকো rape কৰিবি বুলি ভয়তে মুখ ঢাকি দিছে

    • @BijuKalita-yj4er
      @BijuKalita-yj4er Před 16 dny +1

      Johora toi mukhon sai ki koribi papi mia j mia kla

    • @taiGogoi-px4fx
      @taiGogoi-px4fx Před 16 dny +2

      Oi sutmarani mia... renda kutar batcha.. bangladeshi

  • @bobitadeka5310
    @bobitadeka5310 Před 18 dny

    Kiman dushor kotha amiyu maak amar man kenekuwa lagibo pare

  • @tdas573
    @tdas573 Před 18 dny

    Baki duta kot kela .

  • @JitenDeka-yq9pm
    @JitenDeka-yq9pm Před 14 dny

    Polatk dujanr mak bapekak geptar karib lage

  • @balenchoudhury9536
    @balenchoudhury9536 Před 18 dny

    😢😢😢