Video není dostupné.
Omlouváme se.

How to use electric sewing machine/উষা ইলেক্ট্ৰিক চিলাই মেচিন কেনেকে ব্যৱহাৰ কৰে/USHA JANOME

Sdílet
Vložit
  • čas přidán 18. 01. 2022
  • নমস্কাৰ বন্ধু বান্ধৱী সকল🙏মোৰ অন্য এটি ভিডিওলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই Usha Janome Wonder Stitch Automatic Zig-Zag Electric Sewing Machine কেনেকৈ ব্যৱহাৰ কৰে তাকেই দেখুৱাইছো। এই ভিডিওতোৰ জৰিয়তে আপোনালোকে Electric Sewing Machine ৰ বিষয়ে কিছু পৰিমানে হলেও জানিব পাৰিব। Electric Sewing Machine ত কিমান কেইটা চিলাই আছে, চিলাই বিলাক কেনেকে কৰিব লাগে আৰু Machine parts বোৰৰ কি কি নাম সকলো খিনি এই ভিডিও টোত মই ভালদৰে জনাই দিছোঁ। সেয়ে সকলোৱে ভিডিও তো ভালদৰে চাব আৰু ভিডিও তো Like/Comment/Share/Subscribe কৰি দিব আৰু কাষতে থকা Bell icon তো দবায় দিব🔔🔔👈👈 তেতিয়া মোৰ আহিব লগীয়া ভিডিও বিলাক আপোনালোকে পাই থাকিব ।
    🙏ধন্যবাদ🙏
    #sewingmachine
    #electronicsewingmachine
    #assamesevideo
    #educationalvideo
    #ushajanome
    #stitching#Shikha Tyagi's Vlogs#Catch Life with Bhumi M#Home 'n' Much More

Komentáře • 10

  • @rakeshbayan3325
    @rakeshbayan3325 Před 2 lety +2

    Bhoriya

  • @tapankalita2010
    @tapankalita2010 Před 2 lety +1

    Nice

  • @lijadevi7001
    @lijadevi7001 Před měsícem +1

    Kun tu online app r pora loise... Please kouksun... Moiu lom buli vabisu

  • @lunkaslifestyle2743
    @lunkaslifestyle2743 Před rokem +1

    Machine tu korpora loise Baidew???

    • @debashreesworld1m517
      @debashreesworld1m517  Před rokem

      এইটো মই online লৈছিলোঁ।

    • @lunkaslifestyle2743
      @lunkaslifestyle2743 Před rokem +1

      Online't lole kuno okhubidha nohoi to . Aru jodi beya ulai return koribo parine please jonabo🙏🏿🙏🏿🙏🏿🙏🏿

    • @debashreesworld1m517
      @debashreesworld1m517  Před rokem +1

      @@lunkaslifestyle2743 একো অসুবিধা নহয়, যদি ভাল brandৰ লয়, মই উষা কম্পেনীৰ লৈছো সেয়ে কোনো অসুবিধা হোৱা নাই আজিলে । আৰু যদি কেতিয়াবা কিবা প্ৰব্লেম দেখাইও তেতিয়া উষা ৰ চাৰ্ভিছ চেণ্টাৰত লৈ গলেই হব। আপুনিও ভালদৰে চাই পিনি লব আৰু ওৱাৰেন্ত্ৰী থাকিবই, ৰেটিং বোৰ ভালকৈ চাই লব।