MOI NOJONAKE | JAANMONI 2005 | ASSAMESE MUSIC VIDEO | GOLDEN COLLECTION OF ZUBEEN GARG | BIHU

Sdílet
Vložit
  • čas přidán 4. 12. 2020
  • LIKE | SHARE | COMMENT | SUBSCRIBE
    Song Credits:
    ♫ Song : MOI NOJONAKE
    ♫ Album : JAANMONI 2005
    ♫ Singer : ZUBEEN GARG, VITALI DAS
    ♫ Music : BIMAN BARUAH
    ♫ Label : NK Production
    ♫ Category : Album
    ♫ Sub Category : Bihu Song
    ♫ Langauge : Assamese
    ► Cast : SHYAMANTIKA SHARMA, CHANDRANAV BORTHAKUR
  • Hudba

Komentáře • 1K

  • @dreamisangma
    @dreamisangma Před 7 měsíci +627

    Anyone here in 2024??

  • @marulidharrabha8339
    @marulidharrabha8339 Před 2 lety +122

    ১৬ টা বছৰ পাৰ হৈ গ'ল গানটোৰ বয়স,,। আজিও কতো জীৱন্ত।❤️❤️
    চিৰসেউজ এই গান চিৰদিনৰ বাবে চিৰনতুন, চিৰঅমৰ হৈ থাকিব এই গান।ভিতালী বা আপোনাক খুউব মিছ কৰিছোঁ। আপোনি যতেই আছা ভালে থাকক,,শান্তিত থাকক। জয় জুবিন দা।❤️❤️

  • @user-nl2cp4hi6h
    @user-nl2cp4hi6h Před 3 lety +31

    এনে গান বোৰ কিমান ভাল লাগিছিল । আজি কালিৰ বিহু গানবোৰ বিহু যেন নলগা হল ।

  • @axmmrinmyzg4823
    @axmmrinmyzg4823 Před 3 lety +121

    জন্ম হোৱা তিনি বছৰ পিছত এইটোৰ সৈতে আৰু কেইটামান গান শুনিছিলোঁ...তেতিয়াই চিনি পাইছিলোঁ...জুবিন গাৰ্গ মানৰ এই মানুহজনক...বিহু গাব নোৱাৰে বুলি বহুতে সমালোচনা কৰিছিল...এইজন মানুহক কিন্তয় এতিয়া বিহু মানেই জুবিন গাৰ্গ হৈ পৰিল❤️😍।।পাগলৰ দৰে ভাল পাওঁ মানুহজনক
    জয় জুবিন দা❤️✊

  • @natureover7360
    @natureover7360 Před 2 lety +163

    বুজাব নোৱাৰা অনুভূতি য়ে বুকু খন হেঁচা মাৰি ধৰিছে কত যে হেৰাই গল সেই সোনালী দিন বোৰ😭😭😭😭😭

  • @Dunknownboy
    @Dunknownboy Před 2 lety +106

    কেমেৰাৰ কোৱালিটি এতিয়াৰ নিচিনা 4k নহব পাৰে ত‍থাপি এতিয়াৰ মিউজিক ভিডিঅতকৈ বহুত ওপৰৰ এইবোৰ গান 💝💝

  • @nabajyoti9117
    @nabajyoti9117 Před 3 lety +62

    কত গলা গৈ ভিটালী বা। ইমান দূৰত গলা গৈ ভিটালী বা। য'তেই থাকা শান্তিৰে থাকা।

  • @sanjaymedhi2214
    @sanjaymedhi2214 Před 2 lety +74

    আজি পহিলা বহাগৰ দিনা কোনে কোনে এইটো গান শুনি আছা like দি যোৱা এটা। এইবোৰ গানতে পাও ভাল লগা স্মৃতিবোৰ শৈশৱৰ।

  • @sankardas3222
    @sankardas3222 Před rokem +15

    জুবিন দাৰ গীত শুনিবলৈ আহিছা যদি তলত এটি লাইক 👍 দি যোৱা। কাৰণ জুবিন দাৰ গীত সুখতো আৰু দূখতো চলে । এনেকুৱা অসমীয়া বিহু গীত মৃত্যুৰ আগলৈকে শুনি থাকিম । জয় জুবিন দা ♥️♥️♥️ । জয় আই অসম ❤️

  • @prandeepsonowal6210
    @prandeepsonowal6210 Před 3 lety +117

    এই ছবিবোৰে যি সুখ দিছিল আজিকালিৰ ছবি বোৰে নোৱাৰে। মনৰ দুখ ভাগৰ সকলো আতৰাই দিছিল।❤

  • @navakumarkumbang4263
    @navakumarkumbang4263 Před 3 lety +55

    ভিটালী বাইদেউক সদায় মিছ কৰিম।আপুনি য'তে আছা শান্তিত থাকা।

  • @poranjyotiborah5435
    @poranjyotiborah5435 Před 3 lety +222

    জুবিন দাদা আৰু ভিতালি বাৰ বিহু গান যি সকলে ভাল পোৱা তলত like কৰি যোৱা.....👇👇

    • @mexi1344
      @mexi1344 Před 3 lety +1

      Yes

    • @mexi1344
      @mexi1344 Před 3 lety +3

      @@expresswords9960 AYURVEDIC MEDICINE expairy নাই যিমান পুৰণি সিমানে কাজ্যকৰি No side effects

    • @ridipmaina3827
      @ridipmaina3827 Před 3 lety

      কৃষ্ণ

    • @gamingmanash2225
      @gamingmanash2225 Před 3 lety +1

      Like nokoru

    • @gamingmanash2225
      @gamingmanash2225 Před 3 lety +1

      Jubin dar nam LOI like loba bisarisa

  • @dishaborah1349
    @dishaborah1349 Před 3 lety +34

    প্ৰিয় গানটো❤

  • @nilabhjyotikalita944
    @nilabhjyotikalita944 Před 3 lety +54

    "অ মৰমৰ মইনা জান সাগৰ গভীৰ যিমান মৰম গভীৰ যিমান বুলি" চেনাইক কৈ বাইদেউ জোনবাইৰ দেশলৈ গুচি গল

  • @lokapriyagogoi7047
    @lokapriyagogoi7047 Před 3 lety +104

    এনেকুৱা বিহু গান বিলাকে ভাল আছিল, আকৌ ঘূৰি আহিব লাগে ।। আমনি নালাগে শুনি

    • @najrulliv4127
      @najrulliv4127 Před 3 lety +2

      niec

    • @dipakrajkonwar9101
      @dipakrajkonwar9101 Před 3 lety +2

      😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭
      😭😭😭😭😭❤️❤️❤️

    • @dipakrajkonwar9101
      @dipakrajkonwar9101 Před 3 lety +1

      😘

  • @312ANSH
    @312ANSH Před 2 lety +77

    এই গান কেইটাই বহাগৰ আগমন দিয়ে ❤️❤️❤️

  • @Arghadey1991
    @Arghadey1991 Před 5 měsíci +9

    i was in assam when this album got released…now i am in kolkata,2024….So many memories attached

  • @Mr.Madhurjya
    @Mr.Madhurjya Před 3 lety +31

    এই সুমধুৰ আৰু চিৰসেউজ বিহু গীত সমুহত ভিটালী বাৰ কন্ঠ আৰু স্মৃতি যুগমীয়া হৈ থাকিব। শৈশৱৰ স্মৃতি

  • @rupankarray2
    @rupankarray2 Před 2 lety +11

    এই গান বোৰ শুনিলে আকৌ সেই সোণালী শৈশৱৰ ইস্মৃতি বৰলৈ বৰকে মনত পৰি যায়

  • @monkalita7602
    @monkalita7602 Před 3 lety +27

    Bahut Val lage mon tu Val lagi jai ki kom aru Xoru kalor loi monot pore ।😘

  • @suruzjyotideka5006
    @suruzjyotideka5006 Před 3 měsíci +3

    Moi nojonake tumi hola ..........bihu buli kole zubeen da ❤❤❤

  • @BabuDas-yu4qu
    @BabuDas-yu4qu Před 3 lety +73

    ভিটালী বা,,,😭😭😭,,,,,,,আপোনাৰ গান সদায় আমাৰ মাজত চিৰযোগমীয়া হৈ ৰব । আপোনাৰ বাবে আকৌ আহিলোঁ

  • @Sv.9Vlogs
    @Sv.9Vlogs Před 6 měsíci +15

    I'm From Maharastra first time I'm listening this song ❤ very beautiful song। Again and again I'm listening this song many more , lyrics , music singers and acters are so nice
    Asaamee ❤

    • @Srk12381
      @Srk12381 Před 6 měsíci +1

      Love from Assam bro thank you so much u hear our song

  • @Bishalbaruah7889
    @Bishalbaruah7889 Před 3 lety +60

    জুবিনদাৰ এই বোৰ গান শুনিয়েই লৰালি কাল পাৰ কৰিছো, এতিয়াও প্ৰিয় l

  • @jindaginamilgengidubara1217

    পুৰণি স্মৃতি আকৌ এবাৰ মনত পেলাই দিলে Love জুবিন আৰু স্বৰ্গীয় ভিটালি বাইদেউ 😭❤️❤️

  • @tinkuboro124
    @tinkuboro124 Před 11 měsíci +23

    নমৰা লৈকে এই গীতবোৰ শুনি যাম🥲🥲
    বহুত miss কৰো সেই দিনবোৰলৈ

  • @nazmulahmed1103
    @nazmulahmed1103 Před 3 lety +207

    ইমান ধুনীয়া বিহু গানবোৰ শুনিয়েই সৰুৰ পৰা ডাঙৰ হ'লো । ভিটালী বাইদেউৰ অকাল বিয়োগত মৰ্মাহত হ'লো ।Rest in peace Vitali Baideu 😭😭...

    • @ridipmaina3827
      @ridipmaina3827 Před 3 lety +11

      কৃষ্ণ, bhitali বাৰ আত্মাই চিৰশান্তি লাভ কৰক তাৰেই কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো

    • @jurirabha6118
      @jurirabha6118 Před 2 lety +2

      @@ridipmaina3827 h

    • @natureover7360
      @natureover7360 Před 2 lety +5

      বুজাব নোৱাৰা অনুভূতি য়ে বুকু খন হেঁচা মাৰি ধৰিছে কত যে হেৰাই গল সেই সোনালী দিন বোৰ😭😭😭😭😭

    • @nagannb8149
      @nagannb8149 Před 2 lety

      oO99

    • @riyanvloglifex7452
      @riyanvloglifex7452 Před 2 lety

      @@ridipmaina3827 666t

  • @sabitadeka4752
    @sabitadeka4752 Před 2 měsíci +3

    Jiman xunileu hepah nopolai❤

  • @manabpegu7552
    @manabpegu7552 Před 3 lety +12

    জুবিন দাৰ সকলোবোৰ গানেই মোৰ অতিকৈ প্ৰিয়

  • @roysinghsingularity2844
    @roysinghsingularity2844 Před 3 lety +35

    Very beautiful song love from ledu Assam

  • @user-qj4et7hb5h
    @user-qj4et7hb5h Před 2 měsíci +2

    Sirf Zubeen Garg Ke Liye Mein Aapna Jaan Bhi de sakta Hun 💓😘 Bahut hi behtarin kam

  • @abinao6220
    @abinao6220 Před 3 lety +136

    এইবোৰ গান শুনিলে সৰু কাললে মনত পৰে কেতিয়াবা ভাবো এই দিনবোৰ কেতিয়ানো ঘূৰাই পাম বুলি ।
    সকলো বিহু প্ৰেমি ৰাইজক বহাগ বিহুৰ শুভেচ্ছা জনালো ২০২১ ।

    • @natureover7360
      @natureover7360 Před 2 lety

      বুজাব নোৱাৰা অনুভূতি য়ে বুকু খন হেঁচা মাৰি ধৰিছে কত যে হেৰাই গল সেই সোনালী দিন বোৰ😭😭😭😭😭

    • @kashmirmahanta4151
      @kashmirmahanta4151 Před 2 lety

      @@natureover7360 ললশশষষষনশষন ঝড় হোন ঝহহলজল। জ

  • @arunkukku3500
    @arunkukku3500 Před 3 lety +76

    I can't understand this lyrics.... But i like this song ❤️👌
    Love from kerala ❤️

  • @gautamzgrabha4054
    @gautamzgrabha4054 Před 2 lety +11

    সেই দিন ঘুৰি নাহে আৰু বহুত মধুৰ আছিল দিন কেইটা।

  • @user-lj9pi8ki4f
    @user-lj9pi8ki4f Před 5 měsíci +18

    সৰুৰে পৰা জুবিন দাৰ গান শুনি ডাঙৰ হৈছো ❤

  • @kakuboruah7130
    @kakuboruah7130 Před 3 lety +58

    Kune kune 2021 ot sai asa like ata kori dya

  • @2.0940
    @2.0940 Před 4 měsíci +11

    Bihu age age kine hunisa like kora 🤍mathu 12 din bihu loi advance happy bihu 💐

  • @tapashmandal4491
    @tapashmandal4491 Před 3 lety +77

    কৈশোৰ জীৱনৰ সেই স্মৃতিবোৰ, য'ত হাইস্কুলত পঢ়ি থকা অৱস্থাত।স্কুলীয়া লগৰ বন্ধু-বান্ধৱীৰ লগত একেলগে সেই বিহু গানবোৰ গাই ফুৰিছিলো আৰু নৃত্য কৰিছিলো।

  • @genexgenerationnext
    @genexgenerationnext Před 2 lety +50

    বিহু গীতৰ জয়জয় ময়ময় সময়লৈ মনত পৰি যায়।

  • @papuvlogsmix7212
    @papuvlogsmix7212 Před 7 měsíci +12

    এই বোৰ গান শুনিলে বহুত বছৰ পিছোঁৱাই যাব মন যায়

  • @marykalita8521
    @marykalita8521 Před 3 lety +5

    Vitali ba apuni jote ase sukhot thakok

  • @assamvideos1816
    @assamvideos1816 Před 3 lety +47

    সৰুকালৰ স্মৃতি ❤️❤️❤️❤️❤️❤️❤️❤️

  • @taylor1456
    @taylor1456 Před 3 lety +12

    Horu kaloloi mnot pari jai💛💛💛💛

  • @sangitasaha7223
    @sangitasaha7223 Před 2 lety +125

    আজিকালিৰ গানবোৰে এই গানবোৰৰ কাষ এ চাপিব নোৱাৰিব...old is gold ❤

  • @THUNDERSTORM_Music
    @THUNDERSTORM_Music Před 2 lety +3

    শৈশৱ লুকাই আছে ইয়াত ❤️🥺

  • @ABHI.961
    @ABHI.961 Před 7 měsíci +5

    Please like 2024 rt Kuna Kuna ai gan tu hunixa
    ....king of জুবিন garg

  • @monjitbharalimusic6570
    @monjitbharalimusic6570 Před 3 lety +28

    Horu kaloi mont pori jai o😌😍😍😍 Zubeen da and Vitali ba buli kole bihu main...🔥🔥🔥

  • @santanudas4340
    @santanudas4340 Před 3 lety +87

    Zubben is the greatest singer of Assam❣️❣️❣️

  • @himangshugohain8259
    @himangshugohain8259 Před 3 lety +10

    Aji kalibur bihu hoise neki....
    Zubeen daa love you❤️❤️❤️❤️❤️❤️❤️❤️

  • @kenny-robba-starr
    @kenny-robba-starr Před 3 lety +11

    Jay Ai Axom😊♥️
    Simple life Beautiful Life..!!💞🇮🇳

  • @pabanmedhi7464
    @pabanmedhi7464 Před 7 měsíci +2

    এই গানবোৰ বৰ্ত্তমান মোক বহুত আবেগিক কৰে । এই গানবোৰ শুনি শুনি তানুৰ প্ৰেমত পৰিছিলো। ই love you❤ Munu। তুমি মোৰ নোহোৱা ।

  • @bipindas1691
    @bipindas1691 Před 3 lety +37

    Zubin da you are God of assamiya singer

  • @mayurvibe
    @mayurvibe Před 3 lety +113

    Rest in peace Vitali Das ma'am❤thanks for making our childhood memorable with these chartbuster Songs ✨you will be remember forever

  • @user-fp8xh8hb8t
    @user-fp8xh8hb8t Před 3 lety +5

    2021 t kune kune huni ase ata like

  • @bsaikia4310
    @bsaikia4310 Před měsícem +1

    জুবিন দা ❤❤❤❤ বহুত বেছি ভাল পাওঁ আপোনাক।।

  • @sukhenmoran6944
    @sukhenmoran6944 Před 3 měsíci +4

    OLD IS GOLD

  • @mjduttamishu4315
    @mjduttamishu4315 Před 2 lety +6

    মোৰ সৰুতেই শুনা এটা প্রিয় গীত যাৰ দ্বাৰা আটাইতকৈ সোণালী দিনবোৰলৈ লৈ গল l janmoni বা I love you I love u zubeenda

  • @Vs-mr9vh
    @Vs-mr9vh Před 3 lety +21

    This song is memories bring back❤️

  • @jibonsaikia1797
    @jibonsaikia1797 Před 3 lety +5

    Mojja gaan 😅

  • @risaporimixassamese3044
    @risaporimixassamese3044 Před rokem +5

    এই গান বোৰ সদায় প্রিয় ❤❤❤

  • @jgabhijitxxx485
    @jgabhijitxxx485 Před rokem +26

    ২০২৩ শুনি আছা নে কোনোবা কি ভাল্ লগা আছিল সেই দিন বোৰ বাৰু বহাগ বিহুৰ শুভেচ্ছা জনালো সকলোলৈকে

  • @ThESOLOblog
    @ThESOLOblog Před 3 lety +5

    Miss you #Vitali baa...😂😂😂😂😂 Apunar geet & Kontho amar majot siro jugomiya hoi jiyai thakibo...❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️🌼🌼🌼🌼🌼 #RIP

  • @sumanboro861
    @sumanboro861 Před 2 lety +2

    Hosa kee aji bohut realize koresu ❤❤❤❤❤❤❤❤old is dimand😍😘😘😘😘

  • @user-vs7uf2fc1q
    @user-vs7uf2fc1q Před 2 měsíci +13

    2024 ji kun kun Sai asey

  • @sanjaykumarworld6567
    @sanjaykumarworld6567 Před 2 lety +97

    Don't worry..... We will meet here after 30 years listing this gem ❤❤❤

    • @monishbordoloi9111
      @monishbordoloi9111 Před 2 lety +1

      Thik koise dada 🥺

    • @rajuphathak4635
      @rajuphathak4635 Před 2 lety +5

      Don't worry...We will meet here after 30 years listing this gem ❤️❤️❤️

    • @opindia1000
      @opindia1000 Před 2 lety

      Ohkk 👍👍👍

    • @rihaan8099
      @rihaan8099 Před 2 lety +3

      No. English. আমি অসমীয়া। So, অসমীয়াত comment কৰক না, চাইও ভাল লাগিব। আমি অসমীয়া হৈ কিয় বাৰু কেবল ইংলিছ মাৰি থাকো..!

    • @fokrulislam6902
      @fokrulislam6902 Před rokem

      ​@@rajuphathak4635

  • @daskanak8386
    @daskanak8386 Před 3 lety +6

    Aibor ganor lyrics emn dhuniya😍😍😍huni thakileo Mon novore aru ajiklir singer a ki gay dudinor hit only.words bisari npy sage

  • @jesminasultana5761
    @jesminasultana5761 Před 2 lety +5

    Ei gan boror majerei vitali baa hodai amar logot ase & hodai thakibo..😍
    Miss you vitali baa..
    Reast in peace😭

  • @uchihaclan0744
    @uchihaclan0744 Před rokem +18

    One and only Zubeen Da ❤️❤️

  • @bashistadoley3611
    @bashistadoley3611 Před 2 lety +10

    জুবিন দাৰ বি‌হু গীত হুনি সৰুকাললৈ মনত পৰি যায়। জয় জুবিন দা 😔😔❤️❤️

  • @manishhazarika3190
    @manishhazarika3190 Před 3 lety +20

    Moi tatia 3 bosor tatia zubeen garg namtu xunisilu kintu kun sini pua nasilu. Aji zubeen garg mur hiar amothu❤❤❤❤

  • @kanxikanxi120
    @kanxikanxi120 Před 3 lety +2

    Nasi maan gol ooooo ....😍🥰💋♥️👌👌❤️

  • @nabanitachakravorty8525
    @nabanitachakravorty8525 Před rokem +1

    সৰু থাকোতেই শুনা...ভাল লাগিছিল...নিজৰ ঘৰত টি.ভি নাছিল বাবেই ভি.চি.ডি চাবলৈ দূৰলৈ গৈছিলো...কাৰেন্টো অহা নাছিল আমাৰ ফালেই...এতিয়া সময় সলনি হৈ গ'ল....টি.ভি ক'ত পৰি আছে গুৰুত্বই নাই....কিন্তু এই গানবোৰ শুনিলে নষ্টালজিক হৈ যাওঁ....ভালে থাকক জুবিন দা 🌼💚💚💚💜
    #জানমণি

  • @karishmasaikia5022
    @karishmasaikia5022 Před 3 lety +35

    This songs will never make us bore, its the melody of love n music

    • @borap1182
      @borap1182 Před 3 lety +1

      Moi njanakoi Tumi o hola bor ajoni

  • @gajendradas7017
    @gajendradas7017 Před 2 lety +3

    বহুত কথা মনত পৰি যায় ❤️❤️

  • @kabyasbro8806
    @kabyasbro8806 Před 2 lety +2

    Nostalgia...prothom prem t porar xomoyor gaan...

  • @JunjunakMoi-gc1of
    @JunjunakMoi-gc1of Před 10 měsíci +2

    এইবাৰ হে গান ❤

  • @nashinshin3237
    @nashinshin3237 Před 3 lety +22

    💖this song.
    It reminds me of my child hood days.

  • @thepureheart6670
    @thepureheart6670 Před 3 lety +3

    শৈশৱৰ তাইজনীলৈ মনত পৰি যায়

  • @SomirRay-yq2yt
    @SomirRay-yq2yt Před 3 měsíci +1

    Mojaa bihi ❤

  • @ABINASH-123
    @ABINASH-123 Před rokem +1

    গীতৰ কি সুন্দৰ শব্দ আৰু অপূৰ্ব ছন্দ।
    আজি কালি বজৰুৱা কিছুমানে কি গায়, গান হে গায় নে কাৰোবাক গালিহে পাৰি থাকে ধৰিয়ে নোৱাৰি।

  • @mustakalom9366
    @mustakalom9366 Před 2 lety +27

    Old is gold ....... Missing this days❤❤

  • @titubhuyan6019
    @titubhuyan6019 Před 2 lety +3

    Axomiya gaan manei zubeen daa ❤❤❤❤😘😘😘😘

  • @user-dc9yb7jt2b
    @user-dc9yb7jt2b Před 11 dny

    ডিচেম্বৰ মানেই জানমণি, জানমণি মানেই ডিচেম্বৰ ❤️ কিমান ভাললগা দিন আছিলে সেইবোৰ দিন ❤️

  • @bidyuthazarika3532
    @bidyuthazarika3532 Před 2 měsíci +2

    10000000 khuni leu hepah nopolyi ❤❤

  • @kaushikjyotisarma5322
    @kaushikjyotisarma5322 Před 2 lety +10

    Zubeen and Biman Baruah great.. people should also praise composer and lyricist... Without praising composer we shouldn't except those type of song..

  • @euphoricexplorer9608
    @euphoricexplorer9608 Před 6 měsíci +3

    My fav song from Janmoni😢❤ damn feeling nostalgic

  • @vlogstravelwithme
    @vlogstravelwithme Před měsícem

    Bohut bhal loga super super hit video song of Golden days of Album videos

  • @atinurhoque2021
    @atinurhoque2021 Před rokem +1

    ইমান ধুনীয়া লগা গান

  • @bikashborah8195
    @bikashborah8195 Před 3 lety +5

    Nk production 🔥🔥🔥❤️❤️

  • @akindian6828
    @akindian6828 Před 3 lety +3

    Memory..... Agor khoru kotha monot pore o

  • @taanveerraaj4665
    @taanveerraaj4665 Před 6 měsíci +1

    Janmoni buli kole monot xoday syamantika ba thakibo. ane keyao tair bahire Janmoni hobo nuware ❤️❤️

  • @dipendudeb1604
    @dipendudeb1604 Před 6 měsíci +2

    Zubeen Da + 20's Bihu song =🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥

  • @ranjitdas6219
    @ranjitdas6219 Před 3 lety +6

    Moja

  • @user-cj8ge2ts4c
    @user-cj8ge2ts4c Před 3 lety +13

    Bhut dinor pasot gaan tu huni bohut vhal lagil ❤️ god job 👍👍👍

  • @_shi_goi_
    @_shi_goi_ Před rokem +1

    উফফ ঢোলৰ চেও❤️❤️

  • @bagadhartaid2389
    @bagadhartaid2389 Před 8 měsíci +1

    Old is gold, এইবোৰ গান কেতিয়াও পাহৰিব নোৱাৰে

  • @utpolgogoi422
    @utpolgogoi422 Před 3 lety +9

    Moja ❤️❤️❤️❤️❤️

  • @rajibbaro7455
    @rajibbaro7455 Před 3 lety +5

    Mojja my childhood song

  • @bavrogaming6104
    @bavrogaming6104 Před rokem +1

    এই গানটো শুনিলে সৰু কালৰ কথা মনত পৰে 😌

  • @surajitdeka3262
    @surajitdeka3262 Před 6 měsíci +1

    One of the best ❤