নিজ সমষ্টিতে পশু খেদা খালে মন্ত্ৰী কেশৱ মহন্তই। ঘটনাস্থলীৰ পৰা হাতযোৰ কৰি গাড়ী লৈ পলায়ন

Sdílet
Vložit
  • čas přidán 2. 07. 2024
  • নিজৰ ৰাজহুৱা জীৱনত এই পৰ্য্যায়ত সম্ভৱত অপদস্থ হোৱা নাছিল মন্ত্ৰী কেশৱ মহন্ত। নিজ সমষ্টিৰ জনতাৰ ৰোষত পৰি মাতিবলগীয়া হ'ল আৰক্ষী। ঘটনাস্থলীৰ পৰা হাতযোৰ কৰি গাড়ী লৈ পলায়ন
    #nbnews #nbnewsdigital #keshabmahanta
    A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
    Facebook: / nbnewstv
    #NBnews
    #NBtv
    #NBnewsassam
    #NBnewstv
    #Satellitechannel
    #NBNews

Komentáře • 28

  • @debajanibaruah3105
    @debajanibaruah3105 Před 4 dny +3

    সুন্দৰ ।ভোট বিচাৰি যাওতেই খেদি পঠাব লাগিচিল।জনতাৰ ভোট লৈ গাদি পাই পাহৰে জনতাৰ কস্ট ।বান পিৰিত সেৱা জনাইচো ভালে থাকক ,সাৱধানে থাকক ।ভগৱানক বিশ্ছাশ ৰাখী চলক ।চৰকাৰৰ কাম নাই ।গুৱাহাটীত পানী হব নিদিও বুলি অসমীয়া মানুহ খিনিৰ আমাৰ ঘৰ ভাঙি দিচে ।কেৱল শিলশাকোৰ মানুহ খিনীৰ কাৰনেহে বোলে গুৱাহষটীত পানী হয় ।কিন্তু এইবাৰ ঘৰ ভঙা পিচত বেচিহে পানী দেখা গল ।নিৰাপত্তা দিব নোৱাৰা চৰকাৰ ।

  • @momigoswami6116
    @momigoswami6116 Před 4 dny +4

    ভাল কৰিছে।বহুত আগতেই এইটো কাম কৰিব লাগিছিল

  • @pabitragogoi8654
    @pabitragogoi8654 Před 4 dny +2

    ৰাইজ সজাগ হবৰ হল দেই

  • @Rubulgogoi209
    @Rubulgogoi209 Před 4 dny +2

    এইজনে আকৌ ভায়েক মণিমাধৱক ৰাজনৈতিক সংস্থাপন দিব বিছাৰিছে । পৰিয়ালবাদ । অহংকাৰীৰ এদিন পতন হয়েই । উদাহৰণ স্বৰূপে প্ৰফুল্ল মহন্তক আজি কোনে চিনি পায় ? মথাউৰিৰ কমিচন কোনে কোনে বা ঠিকাডাৰৰ পৰা গিলিছে ?

  • @junjyotigogoi5074
    @junjyotigogoi5074 Před 4 dny

    শুনি ভাল লাগিল ।

  • @amalabasumatary4562

    কলিয়াবৰ পৰিবেশ দেখি খুবেই দুখন লাগিল

  • @pabitragogoi8654
    @pabitragogoi8654 Před 4 dny +1

    2026 অত হে election, জন প্ৰতিনিধিৰ ভয় নাই এতিয়া

  • @user-ks4yf7fj4z
    @user-ks4yf7fj4z Před 4 dny

    Moja lagese dei

  • @dharmadutta8831
    @dharmadutta8831 Před 3 dny

    ঠিক

  • @shikharpohor1995
    @shikharpohor1995 Před 4 dny

    All assam Same problems

  • @bulbulsonowal6356
    @bulbulsonowal6356 Před 4 dny +1

    আৰু দিবি ভোট

  • @dilipkumarboruah7406
    @dilipkumarboruah7406 Před 4 dny +1

    Voter homoyat he darkar janahadharanak bipadar hamayat nalage.

  • @puspadhardowarah1932
    @puspadhardowarah1932 Před 4 dny

    পহু খেদা কি গাহৰি খেদাই দিব লাগিছিল!এই সকলক কেতিয়াবাই ত্যাগ কৰিব লাগিছিল।মানুহ সদায় ফেটি নাইবা ক্ৰেইট সাপৰ দৰে হব লাগে। সাপৰ দৰে ক্ৰদ্ধ ভাব থাকিব লাগে! মানে মোৰ হব লাগে ।মোক অমৃত খুৱালেও নাইবা সোণৰ পালেঙত শোৱালেও মই বিজেপি আৰু অগপৰ কথাত ভোল নাযাও।

  • @user-pv6ns6ym6m
    @user-pv6ns6ym6m Před 3 dny

    একো নহয় আৰু ভোট দিম নহয় আমি

  • @rajibgogoi2215
    @rajibgogoi2215 Před 4 dny

    পহু খেদা নহয়, গৰু খেদা দিব লাগিছিল

  • @user-wp3ix3lv6m
    @user-wp3ix3lv6m Před 3 dny

    2nd srilonka hobo neki

  • @sopundeori8726
    @sopundeori8726 Před 4 dny +1

    নিউজ লাইভে এইবোৰ দেখা নাপাই

  • @Rana-hg8hg
    @Rana-hg8hg Před 4 dny +1

    সূন্দৰ প্ৰদখেপ জনসাধাৰণৰ

  • @anandsingnar1125
    @anandsingnar1125 Před 3 dny

    Sob khtrote politics😂
    Mothaurituo Kesab Mahantai vangi pelale dei😂😅

  • @asomiaasom6008
    @asomiaasom6008 Před 4 dny +2

    মন্ত্ৰী কেশৱ মহন্তক পহুখেদা নহয়ও কুকুৰ খেদা পহুক খেদিব নালাগে পহুৱে নিজেই মানুহ দেখিলে দৌৰি আতৰে ।কুকুৰেহে সময়ত নেজ পেলাই নেজ লৰাই মানুহৰ ওচৰত আহে আৰু দুৰ্যোগ কালত সুবিধাবুজি নিৰাপদ দুৰত্বত থাকি শুই জনতাৰ ৰং চায় ।কুকুৰক কুকুৰ খেদা বোলে পহুখেদা নবলে ।অবশ্যে বন্যাৰ্ত জনতাই জনতাৰ তেজপিয়া মন্ত্ৰী কেশব মহন্তক মেখেলা পিন্ধা বুলি কৈছে ।কেশৱ মহন্তৰ লোকে মথাউৰী কাটি দি ভঙাই দিয়াৰ কথা নুই কৰিব নোৱাৰি ।ভায়েকে ঠিকা পাব আৰু ১০% কমিশ্যন পাব ।

  • @lulusaikia6038
    @lulusaikia6038 Před 4 dny

    Action

  • @SADAGARMILI
    @SADAGARMILI Před 3 dny

    🫵🫵🫵🫵✊✊✊✊✊✔️

  • @joydwimary1386
    @joydwimary1386 Před 4 dny

    Good news,BJP hai-hai

  • @dilipnath7240
    @dilipnath7240 Před 4 dny

    Khed oi khed

  • @LazarSwargiary
    @LazarSwargiary Před 2 dny

    Boriya adom Boriya kham

  • @lulusaikia6038
    @lulusaikia6038 Před 4 dny

    Kaliyaar raijay c

  • @user-kf6sm4rn8q
    @user-kf6sm4rn8q Před 4 dny +1

    Piti piti kolal vangibo laga ai burok