বাৰ্তালাপত আজি দুজন চহা ইউটিউবাৰ ৰাজীৱ দুৱৰী আৰু প্ৰণৱ চুতীয়া
Vložit
- čas přidán 17. 02. 2024
- বাৰ্তালাপত আজি দুজন চহা ইউটিউবাৰ ৰাজীৱ দুৱৰী আৰু প্ৰণৱ চুতীয়া
Contact with Chakrrapanni Parashar on
📷 Instragram: baarta_laap?igs...
🚀Facebook : / chakrrapanni. .
🔵Twitter:
✅Main Channel : youtube.com/@Baartalaap?si=yF...
👱♂️Vlog Channel : / @chakrapaniparash. .
...................................
/ baartalaapme. .
For Business Enquiry Email :-Baartalaapofficial@gmail.com
Show Enquiry : 8472051224
#chakrapaniparashar #assamesepodcust #Baartalaap #guwahaticity
ৰাজীৱ দুৱৰীৰ অভিনয় মই খুব চাওঁ। বৰ ভাল লাগে। তেওঁৰ ভবিষ্যত উজ্জ্বল কামনা কৰিলোঁ লগতে দীৰ্ঘায়ু কামনা কৰিলোঁ।
Rrajib daar video bilaak hosaakey real jen laagey bohut dhunia laagey ❤❤❤🙏🙏🥰
সুন্দৰ বাৰ্তালাপ ।
মানুহক হঁহুৱাব পৰাটো ,,,,, প্ৰেৰণা দিয়া টো মহৎ কাম । সদায় এনেদৰেই আগবাঢ়ি যাওক । আপোনালোকৰ সু স্বাস্থ্য ৰ লগতে দীৰ্ঘায়ু কামনা কৰিলো ।
ভাল লাগিল। দুই জনৰে ভৱিষ্যৎ উজ্জ্বল কামনা কৰিলো। লগতে চক্ৰ দা লৈও থাকিল মোৰ হিয়াভৰা ওলগ!
যথেষ্ট ভাল লাগিল। মৰমৰ অসমখন বিশৃংখলৰ পৰা আপোনালোকৰ কামৰ মাজেৰে শৃংখলিত হৈ উঠক তাৰেই কামনা।
প্ৰণৱ তুমি যেতিয়া ৰাজীৱ দুৱৰিক লগ কৰিব আহিছি লা তেতিয়া তোমাক আমি দুজন লৰাইও সহায় কৰিছিলোঁ বিজিত আৰু মই তোমাৰ মনত আছে নিছয় মই Shikhankar
বহুত ভাল লাগিল। শুভেচ্ছা দুয়োলৈ। বাৰ্তালাপো বৰ প্ৰিয়।
Bhal lagil de🎉
Thank you so much kokaideu❤❤ logote hokolu raijok pronam jonaisu
ভাল লাগিল কোৱাইদেউ আপোনাৰ পুৰণাৰ subscriber 🥰❤️
Very Nice dada ❤❤❤❤
অ কোৱাইড ঐ গাইজ টো নকলে যে😂
Biyolir Brindavan ot Boluguti chiritrotu bhal hoise dei.
তিনিও জনকে ভাল লাগিল ❤❤। ভগৱানে ভালে ৰাখক সকলোকে।🙏🙏🙏
Bohut val lagil apunalukar bartalav sai sab vak kothai koise very good
ভাল লাগিল আজিৰ অনুষ্ঠানটো ।ধন্যবাদ ।
ভাল লাগিল প্ৰণৱ কাই,ৰাজীৱ কাই
We love Rajib , Aguai juaaaaa , love from Sivsagar
Bohut val lagil... Sai
Aji bhut huwad lagile❤
ব্যতিক্ৰম ,সোৱাদ সুকীয়া , লগতে নতুনত্ব সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে,ভাল লাগে সেইবাবেই❤❤
Rajib da jui
Bhout Val lagil kotha khini xuni 🙏🙏🙏🙏
পণৱ দা মই লগ পাইছো৷দাদা জন ভালে দে৷আগবাঢ়ি যাওঁক দুয়োজন৷
তিনিও জনৰে কথা শুনি ভাল লাগিল....🥰
....ৰাজীৱ দা জিন্দাবাদ
Love from borsola ❤
ৰাজীৱ দুৱৰী এজন প্ৰতিভাশালী অভিনেতা প্ৰচুৰ সম্ভাবনা আছে।
ভাল লাগিছে ।
ভাল লাগিল আজি
Aji r gahori r huad ti loi bohut val lagil o kokaideu bor tiptire salu kintu ❤ bohut bohut morom thakil hokoluloi ❤🫶🎵
ব্যতিক্ৰম ❤
দুয়োজন আগুৱাই যাওক ৷
অশেষ শুভকামনা 🎉🙏💐
Chrakrapani daaa ktha great huni le huni thakb mn jai,
সুন্দৰ অনুস্থান বৰ ভাল লাগিল❤❤
Bohut bhal lagil dei.
Iman genuin lora atiar dinot❤ bohut dhanyabad logote agantuk vedio loi bat salu duyujonale❤🙏
Val loga manuh jon ahil aji vl lgil ❤
বহুত ভাল লগা অনুষ্ঠান ,,অনুপ্ৰানিত হবলৈ সুবিধা দিছে বহুতকে |
Bahut bhal lagil agloi ..........thanks.
সুন্দৰ অনুষ্ঠান । বহুত ভাল লাগিল।
Bhut val lagil
চক্ৰপাণি পৰাশৰে দুৱৰী আৰু দেউৰী পাৰ্থক্য নজনাটো দুৰ্ভাগ্যজনক। এই দুয়োটাই অসমৰ ঐতিহ্যমণ্ডিত জনগোষ্ঠী।
ভাল লাগিল আপোনালোকৰ বাৰ্তালাপ আশাকৰো আগলৈ আৰু আগুৱাই যওক
Rajib da❤
চক্ৰপাণি দাদা , আপোনাৰ কঠন শৈলী বৰ ভাল লাগে
Khub vl lagil , 2jona khub vl abhinoy kore , suvessa thakil 2gorakiloi 💐
Chakrapani da is a great guy.. really.. And pranab n Rajib both are inspired for new generation so Best wishes all of u..
mojja
Val lagil vdo2 sai
Bhut Val lagil 🎉🎉🎉❤❤❤
My favourite Rajib duwori .
গাহৰি খাই ভাল লাগিল আজি চক্ৰপাণি দা।
বৰ ভাল লাগিল । ভিডিঅ' টো চাই❤❤❤
Bartalapt mr bitu and homoy gogoi sabo bisaru .
Imaan bhal lagile sai❤❤
তোমাৰলোকলৈ বহুত বহুত ধন্যবাদ জনালোঁ
Bhout Val lagil Sai
Bohut bhal lagile
Bohut val ligl 👌👌👌
Bor bhal lagil dhanyabad
Rajeev bhai’r dangor fan dei🥰…love u bro… baki chakrapani dar toh aagor fan🥰
ইমান সুন্দৰ কথা কৈছে, ভাল লাগিল
সুন্দৰ ❤❤❤
সুন্দৰ লাগিল কথাবোৰ শুনি।
ভাল লাগিল।।
অ নবৌ...... মই জাম গৈ আৰু
Rajib daar struggle moi salute kru i love u rajib daa apuni mur inspiration.... Aru pranab da o xosa ke bahut vaal dore straight koi ktha bur koi... Logote baartalap channel Tu akhirbaad jonaysu aru vaal content diye jen
Apunar vdo bur Sai bohut bhal lage
এ মজা....❤❤
Chakra da.... Pranob da....Rajib da ... trimurti are favourite person
ৰাজীৱ দুৱৰীয়ে অভিনয় সুন্দৰ কৰে।
বহুত ভাল লাগিল
ভাল লাগিল 🎉
সুন্দৰ অনুষ্ঠান ।
Bhal lagil,👍
Bahut Val lagile.
খচাকৈ বৰ বেছি ভাল লাগিল video2 চাই ❤❤❤❤
Rajib da jui
Val lagil sai
ভাল লাগিল
দুয়ো জনকে বহুত ভাল লাগে। শুভেচ্ছা থাকিল আৰু আগবাঢ়ি যাওক।
val lagil sai 🙏
Kothabur bohut val lagil ❤
Rajib da🔥🔥
Sundar❤❤❤ chakra da
তিনিও কে ধন্যবাদ জনালো , কিছুক্ষেত্ৰত অনুপ্ৰানিত হৈছো , ভাল লাগিল .
Val lagil
বহুত ভাল লাগিল চাই
Bhal lagil ❤❤❤
ইমান ধুনীয়াকৈ সজাই কয় কথাবোৰ কতনো সোৱাদ বেয়া লাগিব
Mojjaa
Bhut bhut val lagile kothabur..
Bahut vall lagil❤
Complete salu dai.... Wish you bring positively in all.,.....
🕉🙏🏻🙏🏻✨️Mongol houk Krishno
বৰ ভাল লাগিল।
Bor xundor💗💗
সুন্দৰ ❤
Bhal lagil
ওপৰতেই একো বস্তুৰ পোৱাৰ নেজাই উপৰতে পোৱাৰ বস্তুৰ মূল্য নাই । এটাৰ কথা মই বুজিব পাৰো কষ্টৰ কেতিয়াও অথলে নেজাই । মোৰ ফালৰ পৰা শুভেচ্ছাৰ দিলো আৰু আগোৱাই যোৱাৰ ।
Mojja Mojja ❤
Duyujonoke bohut bhal lage.
Right
Pranab Dada🔥
Really a natural show
Chakra da apunar program Sai vl pw aru raajib da duijonarai vl lge