অৱশেষত জামিন পালে দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াই...

Sdílet
Vložit
  • čas přidán 9. 09. 2024
  • অৱশেষত জামিন পালে দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াই। CBI আৰু EDৰ গোচৰত মনীষ ছিছ’দিয়াৰ জামিন মঞ্জুৰ কৰিলে উচ্চতম ন্যায়ালয়ে। মনীষ ছিছ’দিয়াই জামিন লাভ কৰাত উৎফুল্লিত হৈ পৰিল আপৰ নেতা-কৰ্মীসকল। জামিন প্ৰদানৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে বহুকেইটা চৰ্ত বান্ধি দিছে মনীষ ছিছ’দিয়াক। প্ৰত্যেক সোমবাৰে তদন্তকাৰী বিষয়াৰ ওচৰত হাজিৰ হ’ব লাগিব মনীষ ছিছ’দিয়া।
    #pratidintime #assam #todaynews

Komentáře • 7