‘মই তোমাক অকলে বিচাৰো, আহিবানে৷ তুমি কোনো টেনচন ল’ব নালাগে৷’

Sdílet
Vložit
  • čas přidán 21. 08. 2024
  • ‘মই তোমাক অকলে বিচাৰো, আহিবানে৷ তুমি কোনো টেনচন ল’ব নালাগে৷’- নিশা নাৰ্ছক মেছেজ নাৰ্ছিংহোমৰ মালিকৰ৷ তাৰ পাছত ঘটিল এই ঘটনা
    A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
    'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
    / asomlive24
    / @asomlive24digital
    #asomlive24
    #axomlive24
    #assamlive24
    #breakingnews
    #exclusivenews
    #currentaffairsofassam
    #dailynewsupdate
    #dailynews
    #assamkanews
    #latestnewsofassam
    #latestnews

Komentáře • 317

  • @swargojyotigogoi4135
    @swargojyotigogoi4135 Před 2 měsíci +159

    এই হাৰামীয়ে নাৰ্চক অকলশৰীয়াকৈ মতাতকৈ নিজৰ জীয়েককে মাতি যি কৰে কৰক।এওঁক পুৰষ্কাৰ হিচাবে জোতাৰ মালা পিন্ধাই সসন্মানে ৰাস্তাত এপাক ঘূৰাব পৰা গলহেতেন।

    • @user-sy7oe8eb3l
      @user-sy7oe8eb3l Před 2 měsíci +5

      এৰা গেৰা মানুহ বুলি ভাবিছ নেকি? ৰাস্তাত ফুৰাবলৈ ।

    • @jayantachouhan7237
      @jayantachouhan7237 Před 2 měsíci

      President hoi nki moi thaka hoi ek sor mari kant pora tez ulai dilu hoi​@@user-sy7oe8eb3l

    • @northeastindian7617
      @northeastindian7617 Před 2 měsíci

      Lompod buli bhabisu..​@@user-sy7oe8eb3l

    • @PapuSaikia-sj6yu
      @PapuSaikia-sj6yu Před 2 měsíci

      😊😊😊😊0😊😊😊
      ষ.
      ০ট

    • @user-jw5xl5tg1p
      @user-jw5xl5tg1p Před 2 dny

      😂😂😂

  • @deepshikhamalakar7803
    @deepshikhamalakar7803 Před 2 měsíci +47

    এনেকুৱা মানুহক পৃথিবীৰ পৰা বিদায় দিলে ভাল হয়,আইনে.

  • @nripenboruah32
    @nripenboruah32 Před 2 měsíci +74

    টকা আছে, ক্ষমতা আছে। গতিকে অপৰাধ কৰিলেও হাৰিযায়।এনেলোকক প্ৰথমে শাস্তি দিব লাগে। অনুস্হান বন্ধ কৰিব লাগে। প্ৰমাণ পোৱাৰ পাছত প্ৰশাসন বা পুলিচৰ হাতত ধাৰা নাই কিয়?

  • @SatyamevaJayate-hq4pn
    @SatyamevaJayate-hq4pn Před 2 měsíci +24

    এনেদৰে যদি সকলো ছোৱালীয়ে সাহস কৰিব পাৰে, কোনো মতায়ে সাহস কৰিব নোৱাৰিব৷

  • @kartikraja5568
    @kartikraja5568 Před 2 měsíci +19

    ই আগতে বহুতো ছোৱালীৰ লগত বেয়া কাম কৰিছিল নহ'লে ইমান সাহস নাপায়।

  • @satyabratdevnath5085
    @satyabratdevnath5085 Před 2 měsíci +14

    সন্মান গল বৰদেউতা

  • @mansidash78
    @mansidash78 Před 2 měsíci +17

    আমাৰ দেউতা ,ককা, অধ্যক্ষ, শিক্ষক, ডাক্তৰ, ACS officers, আৰু অন্যান্য officers বোৰৰ কিহে যে পাইছে বুঢ়া বয়সত সৰু সৰু ছোৱালী বোৰক ফুচলাই নিবিৰ বন্ধুত্যু পতাৰ হাবিয়াস , ঠগ প্ৰবঞ্চনা কৰি আনন্দ উপভোগ কৰাৰ পাপ মূৰত লৈ শেষ জীৱন কটাবলৈ কিয় ইমান ইচ্ছুক। মই ঘিন কৰোঁ ইবোৰক। একোটা পৰিয়াল ধ্বংস হৈ গৈছে। লৰা ছোৱালী বোৰৰ লাজ সন্মান লৈকো চাবলৈ পাহৰে। এনে মানুহ মৰি যোৱাই ভাল। ৰাইজে ধৰি গৰু পিটন দিব লাগে।

  • @Runjunborah-un5zk
    @Runjunborah-un5zk Před 2 měsíci +17

    এদিনেই পতা নাই আগতেও এইবোৰ পাতিছে চাগৈ মানুহজনীৰ কথাৰ পৰা গম পায়।

  • @7gc970
    @7gc970 Před 2 měsíci +10

    সুবিধাৰ বিছাৰিছে নিজ ভাল হলে কোনো একোকৰিব নোৱাৰে । মুহত পৰি প্ৰেমত দোব গৈই পাগল হৈ গৈছিল ব্যক্তিগত অনুষ্ঠানত কাৰো দিমান নেখাতে বেয়াৰ ইঙ্গিত পালে আতৰি থকাটো ভাল মানুহৰ কৰ্তব্য ।

  • @parthapratimdas8426
    @parthapratimdas8426 Před 2 měsíci +23

    নলবাৰীৰ পৰা আহি ঢেকীয়াজুলীত নার্ছিহোম খুলিছে নে বেআইনী কাম কৰি সমাজ কুলষিত কৰিব বিচাৰিছে ৰঞ্জীত পাঠকে ? seal কৰি দিব লাগে !

    • @user-vm4ll8zv7f
      @user-vm4ll8zv7f Před 2 měsíci

      নলবাৰী ত ঘৰ নহয় নেকি

  • @tusmideka8245
    @tusmideka8245 Před 2 měsíci +44

    এই জনকএটা ভাল শিক্ষা দিব লাগিছিল অসমৰ বিৰ লাচিত সেনাই।

  • @jayabaruah1801
    @jayabaruah1801 Před 2 měsíci +57

    Hospital বন্ধ কৰিব লাগে

  • @Free99.a
    @Free99.a Před 2 měsíci +46

    মালিকে কৈছে মোৰ কথা নুশুনিলে মই উলিয়াই দিমেই বুলি বৰ দম্ভালি মাৰি কৈছে যে কথাষাৰ। ই বহুত ভাল কাম টো কৰিবলৈ কৈছিল নেকি? ইয়াক ধৰি গৰু পিতন দিব লাগে আৰু ৰ্নাচিং হোম চিল কৰিব লাগে একেবাৰে।

  • @india1157
    @india1157 Před 2 měsíci +24

    অসমীয়া মানুহ সকলো তে আগবাঢ়ি গল !!! কণা মানুহেও ছোৱালী Kidnap কৰিব পৰাৰ দৰে অপৰাধ কৰি TV news ত Headline হল !!

  • @devdas8542
    @devdas8542 Před 2 měsíci +13

    আজিকালি সকলো কামতে কেবল ছোৱালী হে লয় মালিক বোৰে... লৰা বহুত কমকৈ লয়.... কাৰণ এইবোৰ এ....//😂

  • @mkmona7862
    @mkmona7862 Před 2 měsíci +12

    যিমানে পইছা থকা মালিক সিমানে নিলাজ আমি ভাল ❤ দুখীয়া মানু্হ

  • @brothersglobe5706
    @brothersglobe5706 Před 2 měsíci +19

    তাৰ নিজৰ জীয়েকক পঠিয়াই দিলেই হ'ল।

  • @ratanpatar5445
    @ratanpatar5445 Před 2 měsíci +22

    ছোৱালী জনিক like কৰিছো

  • @user-wq2tv2zr5z
    @user-wq2tv2zr5z Před 2 měsíci +18

    ঐ বুঢ়াঁ কি কব বিচাৰিছা মানুহে কি বুজি নাপায় নেকি

  • @Hi_I_Am_UniverseMind
    @Hi_I_Am_UniverseMind Před 2 měsíci +20

    Aibur Common Kotha O, Kunuba Dhora Pore Kisuman Dhora Nopore

  • @assam2006
    @assam2006 Před 2 měsíci +25

    পাঠক চাৰে পাঠ পঢ়াইছিল। কিন্ত নুবুজিলে।

  • @MakibulSad
    @MakibulSad Před 2 měsíci +28

    Hospital To Bondha Kori Diyok😡😡😡😡

  • @sandhiram9574
    @sandhiram9574 Před 2 měsíci +15

    হিৰ দেখুৱাইছ, জহৰা ডাক্তৰ।

  • @______________Ss23
    @______________Ss23 Před 2 měsíci +14

    বুঢ়া ৰ থিয় হৈছে ।
    বিহ জলকীয়া সানিব লাগে বুঢ়া 🤬

  • @minatidas4573
    @minatidas4573 Před 2 měsíci +6

    বুঢ়া তোৰ মাইকী নাই নেকি যদি নাই তেন্তে গলত চিপ জৰি লৈ মৰি যায় ত ই জীয়াই থাকিলে বহুত বদনাম হব পূথিৱী খনৰ

  • @simantachoudhury7586
    @simantachoudhury7586 Před měsícem

    এইজনক ভালদৰে শাস্তি দিব লাগে বুঢ়া হ'ল এতিয়া ৰামায়ণ গীতা পঢ়াব লাগে নে প্ৰেম কৰা বয়স

  • @santonooacharjyya3422
    @santonooacharjyya3422 Před 2 měsíci +7

    Hospital khon Governmente Bondho kori Maanuh jonok aoti Sighrai Grapter kori Dishtanto mulok Sasti Prodan koribo laage...

  • @nabajitdutta5984
    @nabajitdutta5984 Před 2 měsíci +10

    Hospital lock🔐 korebo lage 👉Harami Doctor aitu 100℅

  • @bikashbora9998
    @bikashbora9998 Před 2 měsíci +4

    ‌এ মাক ছোদু
    মই যদি আলফা থাকিলো হয়
    তুক মই Personally মাৰিলো হয়

  • @BibekaBikash
    @BibekaBikash Před měsícem

    Nurse গৰাকী কথাতে গম পায় যে..........!

  • @MunniBai-ob9qx
    @MunniBai-ob9qx Před 2 měsíci +3

    ইয়াৰ কটিত ভলোকা বাহ ভৰাই দিয়ক ৷
    আৰু হাত মাৰিব দিয়ক ৷কেই ঘন্টা হাত মাৰি মাৰি মাল পানী উলিয়াই দিব পাৰে তাকে চাব লাগে

  • @debenborsaikia4624
    @debenborsaikia4624 Před 2 měsíci +2

    ছাৰ মোকো অকলে বিচাৰকছোন Please .

  • @dhanjitnath4013
    @dhanjitnath4013 Před 2 měsíci +2

    প্রশাখনে কথাবোৰ ফহিয়াই চাবনে .নে কোনোবা বহুত ওপৰৰ মালে ফোন কৰি ৰাফাদাফা কৰিব.🙏🌹

  • @DibakarJAB
    @DibakarJAB Před 29 dny

    স্বত্বাধিকাৰী জনৰ যৌন উত্তেজনা আছে দিওক এতিয়াও,, মনিছো দেই

  • @ratanpatar5445
    @ratanpatar5445 Před 2 měsíci +1

    এই মালিক চালিকবোৰ এনেকোৱাই বতমাছ মানোহ ইহত...ata gun Val ase khosa buli sikar krise... kisuman a misa koi die nhoi buli..

  • @ajitkumarphukan9736
    @ajitkumarphukan9736 Před 2 měsíci +8

    পাঠক ক direct gouli sut koribo Lage B P নদী ত পেলাই দিয়ক আৰু বহুত আছে 😢

  • @BhumidharNath-im7ml
    @BhumidharNath-im7ml Před 2 měsíci +3

    যদি ইমানেই কামুক তেনেহলে বেশ্যা লয়ত কিয় যোৱা নাই??

  • @probalkhataniar2919
    @probalkhataniar2919 Před 2 měsíci +13

    ফাল্টু মালিক ই।

    • @user-nz7oi4wf9e
      @user-nz7oi4wf9e Před 2 měsíci

      Assamot Ki Adivasi namor Satra honthaw ase neki Direct Adivasi Satra hontha hunibole kintu bhal nalage dei. Lukor Akhon Stateot Adivasi namor Group tu Jodi Humai tenehole State bilakor Local manuh bilakor khong nuthibone baru keneka Halot hobo baru amar Assamese hokole Coment Kori jonabo. Amar Assamese bur Ki tenehole Amar Assamor Assamese bilakei Nijor Assamot nijoke Adivasi Buli porisoi di puwa nai tate Ako Hai British Indiai Jharkhand, Udisha pora ona hokole Ako Amar Assamot Adivasi Buli Sinaki di thake je. Junkhon Stateot asil Jharkhand manuh hokole Adivasi Buli koi thake tar kothatu baru beleg kintu Amar Assamot kio Hetu Direct Adivasi nam loi ase Nijor Jitu Jat ba Groupor nam ase Hetuhe nam lobo Lage. Amibur Ki kela Ami bur tu main Assamese hoi Ami kio kuwa nai nijoke Adivasi Buli. Assamor Bahiror state bikalok Jeneke Jharkhan, Udisha bahire South India Aru North India bakibur Stateot Adivasi namor kunu ata jatiu nai anki Amar North East Assamotu Nasil Adivasi namor jati hihoti aibilak nije bonaise. Direct Adivasi Buli porisoi diye Kela Ami Assamese bur Ki kela tohoti Direct teneka kole Agole uthi oha pojonmor Ki hobo Gutai Indiar. Aru Tohoti Amar Assamot kihot (Adivasi) Hetu Topicor uporot News hobo Lage kela. Amar Assamese karu Gulam nohoi Aru Assameseor kunu hoingya uliaboo nalage Ami Assamese ata Group hey Amar Assamese bilakor Jiman bilak Jat ba Jati ase Jeneke Bamun,Das,Ahom,Chutia,Moran,motok,Kolita jeneke Aru bohut bilak Assames Jat ase Jeneke Ami nijoke Assamese bulihe Porisoi dio Aru Assamor bahirotu. Amar Assamese Groupor atai bilak Jatie aitu Topic uporot alusona Koribo lage. Adivasi nam loi Amar Assamese hokolok Ki buli Bhabise Jodi Assamese hokole buji paise Like Koribo.

  • @user-kk5yy6sm6m
    @user-kk5yy6sm6m Před 2 měsíci +4

    ছোৱালী জনীও কম জেন নালাগে

  • @tilenpegu2136
    @tilenpegu2136 Před 2 měsíci +3

    পইচা টকা মানুহ বোৰ তেনে । দালাল মানুহ বোৰ তেনেকুৱাই

  • @user-xo2dm2lh2y
    @user-xo2dm2lh2y Před 2 měsíci +21

    বৰ হাৰামি বুঢা

  • @user-rx9qc2gl8w
    @user-rx9qc2gl8w Před 2 měsíci +2

    মালিকৰ চামান গৰম ।

  • @simantanaginisimantanagini6780
    @simantanaginisimantanagini6780 Před 2 měsíci +2

    এইবোৰ ডাঙৰ মানুহ যি সংগঠন নহক একু কৰিব নোৱাৰে আনকী পুলিছেওঁ নোৱাৰে ন..?
    কাৰণ ৰাইজে দেখি আহিছে কিন্ত সাধাৰণ মানুহ হোৱা হলে পিঠি বহল কৰিলে হয় ন..?

  • @anjalidas4572
    @anjalidas4572 Před 5 dny

    ইহঁতে নিজৰ ছোৱালীকো বিচাৰিব

  • @LakheswarSLD
    @LakheswarSLD Před 2 měsíci

    পাঠক চাৰ আপোনাৰ ছোৱালী জনীকে অকলে মাটি নললে কিয়, নাৰ্ছিং ৰুমত‌‍

  • @jugalgarg3281
    @jugalgarg3281 Před 2 měsíci

    Mozzaaa,, manuh jon......val manuh jon ,, aku vul kora .sage kheikrne emn tenson nhua ke kotha koise

  • @user-dv2mi3no3f
    @user-dv2mi3no3f Před 2 měsíci +5

    Anekuwa malikok sorkare bihito babosta lobo lage

  • @ROLLNO-07
    @ROLLNO-07 Před 2 měsíci +4

    এই পপিয়া তুক লান্তা কৰি পিতিব লগে , বেটি সুড

  • @akansahazarika
    @akansahazarika Před 2 měsíci

    লাজ লগা নাই,ঘৰত নিজৰ ছোৱালী পত্নী আছে নাই ....তাত ছোৱালীজনীয়ে কাম কৰি নথকাই ভাল, নহ'লে কেতিয়াবা ডাঙৰ ঘটনা ঘটাব ।

  • @diduboro7867
    @diduboro7867 Před 2 měsíci +19

    Haspital bandho koribo Lage 😮😮😮

  • @prabalamchi8456
    @prabalamchi8456 Před měsícem

    জহৰা ভুল কৰি এতিয়া ক্ষমা মাগিছ তোক কেলা , এই বয়সতো এনেকুৱা চৰিত্ৰ ,অসভ্য জাত! 😡

  • @jaansaikia9308
    @jaansaikia9308 Před 2 měsíci +6

    Doctor Doctor khelil hoi sage

  • @shriatiramrabha9388

    জীৱনত কোনো nurse নেপাবো । Nursing home will become a redlight home।

  • @amaira6421
    @amaira6421 Před 2 měsíci

    তাৰ ছোৱালীৰ লগত মই অকলে লগ কৰিব বিচাৰো।।।

  • @caborah5874
    @caborah5874 Před 2 měsíci +2

    মহ বুঢ়া হলেওঁ শিং বুঢ়া নহয় আকৈ

    • @sohanmajhi7615
      @sohanmajhi7615 Před 2 měsíci

      হয়, যেনেকুৱা বুঢ়া নেমুৰ ৰস বেছি ।

  • @carshorts7621
    @carshorts7621 Před 2 měsíci +7

    কণীটোৱে আমনি কৰিলে বেচেৰাই কৰেহে কি😂😂😂

    • @boraankur2356
      @boraankur2356 Před 2 měsíci +1

      😂😂

    • @carshorts7621
      @carshorts7621 Před 2 měsíci

      @@boraankur2356 😂😂😂😂

    • @GitaDevi-me1gs
      @GitaDevi-me1gs Před 2 měsíci +1

      😂😂😂

    • @boraankur2356
      @boraankur2356 Před 2 měsíci +1

      Vl dsa kintu 😂

    • @carshorts7621
      @carshorts7621 Před 2 měsíci

      @@boraankur2356 আজিকালি সামাজিক মাধ্যমত কিবা এটা চাওঁ বুলি ক'লে চিধাই এইবোৰ।

  • @prabhatsingha1420
    @prabhatsingha1420 Před 2 měsíci

    Hey Bhogoban subuddhi diyok....kintu nilajor dore jikhi kuwar buddhi nidibo....🙏🙏🙏

  • @rebulali1210
    @rebulali1210 Před 2 měsíci +3

    ই দেনজাৰ দেখোন

  • @NizamUddin-tc8ho
    @NizamUddin-tc8ho Před 2 měsíci

    এটা হস্পিলৰ ৰিপোৰ্ট পাইছে আৰু কিমান আছে এনেধৰণৰ ঘটনা, সকলোঁ হস্পিতালত আছে

  • @goalparaboyvlog2468
    @goalparaboyvlog2468 Před 2 měsíci +1

    ডক্তৰ নামত পাখণ্ড এটা গৰু পিতন দিব লাগে

  • @janmonigogoi6271
    @janmonigogoi6271 Před 2 měsíci +1

    ইমান ইজ্জত নাইকীয়া মানুহ।

  • @debajitgogoi9333
    @debajitgogoi9333 Před 2 měsíci +6

    Sill korok hospital

  • @amaira6421
    @amaira6421 Před 2 měsíci

    এওঁলোকক ভালদৰে কথা কব নেলাগে।।জোতাৰে কোবাই কোবাই সুধিব লাগিব।।।

  • @muned6442
    @muned6442 Před 2 měsíci

    পপিয়া বুঢ়া এইটো ইয়াৰ ঘৰত জীয়েক আৰু মাইকী নাই নি

  • @madhumitalimbu8882
    @madhumitalimbu8882 Před 2 měsíci

    Good job

  • @khagenmorang5587
    @khagenmorang5587 Před 2 měsíci +1

    বৰ নিলাজ মানুহ এইজন ।

  • @aidulaliali7088
    @aidulaliali7088 Před 2 měsíci

    Thike ase

  • @satyadas1230
    @satyadas1230 Před 2 měsíci

    টকা আছে কাৰণে দমত আছে

  • @ranjitbora734
    @ranjitbora734 Před 2 měsíci

    বেটাক ধৰি চুলিকাতি গেটৰ সন্মুখত আঠুকঢাই ৰাখক।

  • @nayanmanisarmariku6722

    His licence should be cancelled immediately. Nonsense.

  • @mridultalukdar7913
    @mridultalukdar7913 Před 2 měsíci +5

    কম মাল নহয়

  • @arabindagoswami1152
    @arabindagoswami1152 Před 2 měsíci

    ইমান বেয়া কাম এটা কৰাৰ পিচত কি যে নিলৰ্জৰ দৰে ইণ্টাৰভিউ দিছে।এইবোৰ মানুহনে?প্ৰশাসনে কিয় ব্যৱস্থা নলয়।

  • @runubaruah60
    @runubaruah60 Před 2 měsíci +4

    ছোৱালীজনী অলপ নোম টেঙৰ যেন লাগছে।

    • @rocktima_
      @rocktima_ Před 2 měsíci +2

      Muk num tengor kot dekhila moi mat motat vul hoi nki

  • @pabindas6525
    @pabindas6525 Před 2 měsíci

    এই নিলাজ তয়ে মিডিয়াৰ আগত কথা খিনি কব যে পাৰিচা ,ছুপাৰ নীলাজ টোয়ে কথা ফালৰি কাটি গৈছে

  • @SabitasCollection
    @SabitasCollection Před 2 měsíci

    Nursing home bandh hobo lage. Aru manuh jonk punished koribo lage

  • @user-sy7oe8eb3l
    @user-sy7oe8eb3l Před 2 měsíci

    মালিকে একো টো কৰা নাই ।মন গৈছিল বিচাৰিছিল,নাহিল নাই । জুৰ কৰা নাই টো ।আৰু ফক তিয়াকৈ একো বিচৰা নাই নহয় ।তাৰ বিনিময়ত প্ৰফিটো দিব ।আজিৰ দিনত একো বস্তু ফ্ৰী কৈ নাপাই । অফাৰ দিছিল নললে নাই ।কি fire দিয়াৰ কথা আছে ?

    • @babulbora4953
      @babulbora4953 Před 2 měsíci

      তোৰ ঘৈনিক পঠিয়াই দে বিদূৰ ভাই।

  • @user-nx3bf1tr9f
    @user-nx3bf1tr9f Před 2 měsíci +2

    4jon asil buli koisil nahil val hol tai 4 jone ki korile hoi kobo nuari

  • @monjaifamily......4553
    @monjaifamily......4553 Před 2 měsíci

    Good 👍

  • @NilamBaishya-cc1fr
    @NilamBaishya-cc1fr Před 2 měsíci +1

    Dhui

  • @bidyutdekavlogs7695
    @bidyutdekavlogs7695 Před 2 měsíci

    গৰু টোক ভাল চৰ দুটামান দিব লাগিছিল 😡 Seal কৰি দিব লাগে তাৰ হস্পিটেল।

  • @BalinKonwar
    @BalinKonwar Před 2 měsíci +1

    এই বোৰ সমাজৰ কলংক ৷ নিলাজৰ লাজ নাই কেকুৰাৰ মূৰ নাই ৷ সমাজত ডাঙৰ ডাঙৰ কথা কোৱা এই বিলাকে নিজৰ লৰা ছোৱালীৰ আগত কিদৰে মুখ দেখুৱায় আৰু নীতি শিক্ষাৰ কথা কয় ৷

  • @mohanbaro6940
    @mohanbaro6940 Před měsícem

    এইজন ৰাম শিয়াল হয়। চুপি আহাৰ
    খায়। ধৰ ,,,,,,।

  • @mintusaikia4517
    @mintusaikia4517 Před 2 měsíci +1

    অসমীয়াৰ নাক কটা অসমীয়া।

  • @birennath8618
    @birennath8618 Před 2 měsíci

    The Nurse is not secured at this Hospital. It is better to avoid this Hospital as soon as possible.

  • @dhunu.sowali5763
    @dhunu.sowali5763 Před 2 měsíci +5

    Toka thakile je ji ti korib aetu nohab

  • @miduldutta8798
    @miduldutta8798 Před 2 měsíci

    ইয়াক দুই তিনি চৰ মান ভাল দৰে দিব লাগে,
    চাল্লা গেদা হাৰামি বুঢ়া শগুণ
    সেই জনি ছোৱালী তোৰ নিজৰ পেটৰ পোৱালি দৰে ,
    ইমান যদি খজুৱতি আছে নিজৰ ছোৱালীৰ জনিক লৈ যাব লাগিছিল,
    ইহতৰ নিচিনা মানুহৰ বাবে সাধাৰণ ঘৰৰ ছোৱালী কিছুমানে বাধ্যতামূলক ভাৱে নকৰিব লগা কাম কৰি নিজৰ ভৱিষ্যত শেক কৰে ,
    টকা ঘেন্টা ইয়াক টকা সৈতে জ্বলাই দিব লাগে ,

  • @BhupenKalita-ee9hn
    @BhupenKalita-ee9hn Před 21 dnem

    Jadi bhul hoise sarkare ai nursing home bandh Kari dib lage tetya beleg nursing home bilake sidha linet salib

  • @user-gt3ck3dw2l
    @user-gt3ck3dw2l Před 2 měsíci

    A ne kuwa manuhok public usorot loi jai lengta kori tika fati juwa koi kubabo lage....

  • @tapanbaruah6255
    @tapanbaruah6255 Před 2 měsíci +3

    Hospital bondha Kari dib lage .

  • @ritachetry497
    @ritachetry497 Před měsícem

    Paisa basi hoisa owner tur..mat lagisa Paisa or.take to him action as possible..
    Thanks,
    Dipak

  • @munumunu2254
    @munumunu2254 Před 2 měsíci +3

    Ki kore je se

  • @rumi3848
    @rumi3848 Před 2 měsíci

    Moja malik

    • @BorokhaGogoi-tb7iv
      @BorokhaGogoi-tb7iv Před měsícem

      Toiu aso naki lgt moja Malik koiso je tur ghrt maa voni nai naki

  • @user-eh1pg2zv5h
    @user-eh1pg2zv5h Před 2 měsíci +1

    Hospital Malik huwa tu bad diyak,aru ejoni biya pati gharote thakok,aapuni manuhar harit napore.

  • @user-nz7oi4wf9e
    @user-nz7oi4wf9e Před 2 měsíci +1

    Assamot Ki Adivasi namor Satra honthaw ase neki Direct Adivasi Satra hontha hunibole kintu bhal nalage dei. Lukor Akhon Stateot Adivasi namor Group tu Jodi Humai tenehole State bilakor Local manuh bilakor khong nuthibone baru keneka Halot hobo baru amar Assamese hokole Coment Kori jonabo. Amar Assamese bur Ki tenehole Amar Assamor Assamese bilakei Nijor Assamot nijoke Adivasi Buli porisoi di puwa nai tate Ako Hai British Indiai Jharkhand, Udisha pora ona hokole Ako Amar Assamot Adivasi Buli Sinaki di thake je. Junkhon Stateot asil Jharkhand manuh hokole Adivasi Buli koi thake tar kothatu baru beleg kintu Amar Assamot kio Hetu Direct Adivasi nam loi ase Nijor Jitu Jat ba Groupor nam ase Hetuhe nam lobo Lage. Amibur Ki kela Ami bur tu main Assamese hoi Ami kio kuwa nai nijoke Adivasi Buli. Assamor Bahiror state bikalok Jeneke Jharkhan, Udisha bahire South India Aru North India bakibur Stateot Adivasi namor kunu ata jatiu nai anki Amar North East Assamotu Nasil Adivasi namor jati hihoti aibilak nije bonaise. Direct Adivasi Buli porisoi diye Kela Ami Assamese bur Ki kela tohoti Direct teneka kole Agole uthi oha pojonmor Ki hobo Gutai Indiar. Aru Tohoti Amar Assamot kihot (Adivasi) Hetu Topicor uporot News hobo Lage kela. Amar Assamese karu Gulam nohoi Aru Assameseor kunu hoingya uliaboo nalage Ami Assamese ata Group hey Amar Assamese bilakor Jiman bilak Jat ba Jati ase Jeneke Bamun,Das,Ahom,Chutia,Moran,motok,Kolita jeneke Aru bohut bilak Assames Jat ase Jeneke Ami nijoke Assamese bulihe Porisoi dio Aru Assamor bahirotu. Amar Assamese Groupor atai bilak Jatie aitu Topic uporot alusona Koribo lage. Adivasi nam loi Amar Assamese hokolok Ki buli Bhabise Jodi Assamese hokole buji paise Like Koribo.

  • @dragon9m
    @dragon9m Před 2 měsíci

    Incounter ketia hobo?

  • @Abhaypur12345
    @Abhaypur12345 Před 2 měsíci +2

    অ সেইজন দেখোন কনৌজ কোৱৰ

  • @hemanta9711
    @hemanta9711 Před 2 měsíci +1

    দুনীয়া খন খালি চুডা ছুদি এ হয় আছে আৰু। চুডা আৰু খোৱা

  • @shopamazone74
    @shopamazone74 Před 2 měsíci

    nijor jiyekor dore ajoni suwalik anekuwa dristi.

  • @devajitgogoi3174
    @devajitgogoi3174 Před 2 měsíci

    Anekuwa ata ase Dhemaji institute of paramedical r Pratap Saikia student k poka Suki kahibo mate ( Dhemaji institute of paramedical r Pratap Saikia bhut dinor pra solai ahise )

  • @NijuBarman-jj7mb
    @NijuBarman-jj7mb Před 2 měsíci +1

    Agote nurse beji disile atiya sir a nurse k beji dibo olaise😂