Jibon Kasupator Pani | Junbai | Bihu | Manas Robin | Zubeen | Gayatree Mahanta | Barasharani Bishoya
Vložit
- čas přidán 8. 09. 2024
- #junbaibihu #zubeengargmanasrobin
Jibon Kasupator Pani | Junbai | Bihu | Manas Robin | Zubeen | Gayatree Mahanta | Barasha Rani Bishoya
Film : Junbai 1
Lyrics : Manas Robin , Debojit Bora
Composer : Manas Robin , Debojit Bora
Music Composer : Manas Robin
Singer : Zubeen Garg , Nirmali Das , Bornali Kalita
Music Label and Copyright : Manas Robin's Production
A Beautiful Assamese Bihu Song Sung By Zubeen Garg from Manas Robin's album Joonbai .
Manas Robin is lyricist, singer, composer, music director, filmmaker, music producer -- all roles into one.. He is one of the top musicians of Assam (India) who has consistently churning out chart busters during the last ten years.
He is one of the most recognized faces in the entire North-east region, he has been in forefront of Assamese music industry having a wide range of compositions in Assamese language under his belt. Folk music of the North-east has got a new lease of life at his hands as he has composed songs using hitherto unsung folk tunes of the various ethnic communities of the state of Assam as well as the other states of the North-east India.
হাইস্কুলীয়া কালত প্ৰেমত পৰিবলৈ এই গীতটোযে যথেষ্ট। মোৰ প্ৰিয় লাইন যাচি দিলে টো সোণৰো আদৰ নাই সঁচা মৰম কিমানে বুজি পাই ।❤❤❤❤❤❤❤
Debojit daa apuni Emn dhuniya dhuniya geet likhisil...D news interview 2 sai he gm pau...❤️
২০২৪ কোনে কোনে এই গানটো শুনি আছা লাইক এটা কৰি দিয়া।❤❤❤🎉🎉🎉
যেতিয়া ৫ , ৬ বছৰ থাকোঁতে শুনি ছিলো এইবিলাক গান এতিয়াও সেই দিন কেইটালৈ বহুত বহুত মনত পৰে,,,,, 😥😥😥😥😥😥❤❤❤❤❤❤
এই গীতবিলাক শুনিলে এৰি অহা সেই দিনবোৰলৈ মনত পৰে কিমান যে ভাল লগা দিন আছিল সেইবোৰ ।জীৱনত আৰু কাহানিও নাহে তেনে সময় ।
Debojit dada aponi emn dhunia gan likhisl..ami gome npo ..xunihe asilo.aponar sristi jugamia haok🙏❤❤
খুব ভাল লাগে যেতিয়া সঠাত গান বোৰ মনত পৰে আৰু শুনি শুনি অতীতৰ সেই সৰু কালৰ দিন বোৰৰ মাজলৈ ঘূৰি যাও ।
দেৱজিৎদাৰ গান বুলি আজিহে গম পালোঁ,, ইমান অপূৰ্ব সৃষ্টি কৰিও বহুত পিছ পৰি থাকিব লগা হ'ল😥😥 তেখেতৰ প্ৰতি বহুত শ্ৰদ্ধা বাঢ়ি গ'ল ❣️❣️
সেইদিনবোৰ সঁচাই বৰ সুমধুৰ আছিল❤❤❤ আজিও মনত পৰে সেই সোণৱালী দিনবোৰলৈ🥰🥰🥰💖🫂
2024 t kune kune ei gaan tu xuna like ata Kori jaba ❤
মিলন সঁচায়ে তাকেই জানা কয়
যদি মিলি যায় দুখনি হৃদয়
ভঙা সপোনো গঢ়ি-পিতি লয়
জনমলে দুয়ো লগৰী হয়...❤❤
❤❤❤
আজি ২ ঘণ্টা মান প্ৰায় জোনবাই আৰু জানমনিৰ গীতবোৰ শুনিলো,বহু কথাই মনত পৰি যায় এইবোৰ গান শুনিলে,সঁচাকৈ সৰুকালৰ দিনবোৰ মধুৰ আছিল
এনেকুৱা মধূৰ গীত সদায় অমৰ । ভগবানে
জুবিন দাক সদায় কুশলে ৰাখক।
জুবিন দাদাই গাইছে, কিন্ত লিখক জন দেৱজিৎ দাদা। দুই জন কুশলে থাকক।
Gaan tur likhok debojit daa u kukhol a thakok...
সচাঁকৈ গা সাত পৰি যায়। জনা নাছিলো দেবজিৎ দাদাৰ গান বুলি। এই গানবোৰ উপভোগ কৰিয়ে ডাঙৰ হলো অথচ কাৰ প্ৰকৃত গান জনা নাছিলো।
দেৱজিৎ বৰা ❤❤💐
Debojit dai imn dhuniya geet likhisle juwa kli he GM palu....
কি মিউজিক ,কি সুৰ , কি গীতৰ কথা আছিল সেই সময়ত । জীৱনৰ সোণাৱালী সময় আছিল 💝😥
BEST
😊🥰🙏🏻❤😊🥰
নদী সদায় সাগৰলৈহে বয়
ময়ো কিজানি আনলে নহয়...❤
অতীতৰ দিন মনত পৰিল
D news r interview tu sai pine he gom palu git tu debijit da a lika buli ....tq d news thq sakrapani parasarh daa... ❤❤
আজি হে গম পালো এই গীতটোৰ আৰত দেবজিত দা অবদান আছে ... লাভ ইউ জুবিন দা আৰু দেবজিত দা
জোনবাই vcd খন দেখাৰ পিছতে আমাৰ গাওৰ লগৰীয়া বিলাকৰ লগত লগ হৈ আমি জোনবাই বিহুৱা দল আৰম্ভ কৰিছিলো ❤❤
অন্যতম জনপ্ৰিয়তা তথা প্রিয় গীত।।।।
নতুন বছৰৰ শুভকামনা জনালোঁ ।।।
২০২২ চন টো সকলোৰে শুভ হওঁক।।
Debojit dar namot ata like kuribo ...dhuniya lyrics r babe ...aru gubin dai eman dhiniya kui gowar babe 😇👌
কেতিয়াৱ পাহৰিবো নৱাৰু এই গীত বোৰ ❤❤❤
Debojit Da Lyrics 😍😍😍😍♥️♥️♥️♥️
আমাৰ শিৱসাগৰৰ গৌৰৱ
Maa kosom aibilak talent.🙏
Ai gantu mur priyo🥰🥰🥰😘😘😘😘😘
Wow
@@abhijitsensua5127 mo
Lines Are ...I'm speechless ...Debojit Borah ...Thank you for giving such kind of beautiful song
Debojit Borah is Evergreen. Juiik ketiyau kapurere dhakibo nuwara.
বহুত ভাল লাগে গানটো শুনি ৷ শৈশৱৰ দিনৰ সোণালী স্মৃতি জড়িত হৈ আছে ৷😊😊
Thik koise
শৈশৱৰ স্মৃতি এই VCD কেইখনৰ লগত গভীৰ ভাৱে জড়িত হৈ আছে....যেতিয়াই সময় পাওঁ এই গানবোৰৰ মাজত সোমাই থাকি শৈশৱটো খুচৰি চাওঁ........আপোনাক বহুত ধন্যবাদ মানস দা❤️❤️❤️❤️
Dhanyabad debojit dak dibo..teo likhile xur nkrile manash rabine ketiao bonabo nuarile hoi😊
@@BB-sm7eg উম সেইটো হয় ৷ মানুহ জনক অসমৰ ৰাইজে বৰ দেৰিকৈ চিনি পালে ৷
@@jatinlahan5095 hoi
Hosa bohut val log gan bur
🥰🥰🥰❤❤❤❤🙏🙏🙏🙏
শৈশৱৰ স্মৃতি সদায়ে জীয়াই থাকিব এই গানটোৰ সৈতে 😍😍😘😘
Kmhlype
Omh
শৈশৱৰ দিনবোৰ কিমানযে সোনালি আছিল।আজি এই গীততি শুনি কিমানযে ভাল লাগিছে ভাষাৰে বুজাব নোৱাৰো।❤❤❤❤❤❤😂😂😂।
Who listens in 2024 ? Like
Me😢😢😢
🖐️
Debojit Da.. Apuni eman dhuniya dhuniya lyric.. Korisha atiyea he ami gom paw🥰🥰🥰
দেবজিৎ বৰাৰ গান বুলি আজিহে জানিলো ।। আৰু এনেকোৱা ধুনীয়া গান লিখি যাওঁক দাদা
Moiu interview2 sai ha gom paisu
Hoi diyok
সহজ সৰল মানুহ জনক কতোএ cradit নিদিলে।
মানুহৰ দুৰ্দিনত ঠগি খোৱা মানুহৰ অভাৱ নাই......
D news oor Interview sai gom palu gan tu kar
Debojit da is real hero
Haidina ha gm plu interview debojit da a2 apuni likha gan bulii bht vl lagila gm pai... ❤❤❤
সৰু কালৰ স্মৃতি।। ❤❤❤
কি দিন আছিল উস্ এতিয়া মনবোৰ সেমেকি উঠে।পলে পলে উপলব্ধি কৰিছো এতিয়া গানটোৰ অৰ্থ।
দেৱজিৎ বড়াৰ চিৰসেউজ বিহুগীত।
বৰ ভাল লাগে।
Debojit daa 💓💓😍💓🔥🔥
Debojit da loi bohut morom, jug jug par hoi goleu ai bihu bur xuni mntu ane vl lagi jai, 💕💕
This beautiful song was written by Debojit borah
5
@@night_baren ওওওঈঈওঐ৯ও৯ও
Yes
@@night_baren lplp00l
@@night_baren tt
আজি গম পালোঁ দেৱজ্জিত দাৰ গান বুলি।বহুত বেয়া লাগিছে কিন্তু।নিউজত দেখি হে গমপালোঁ।
Moi news sai gom plu.debojit da bhut bya lgisele kotha bur kowte
Jachi dile2 moromr ador nathake xosa kotha .....,dux lagile vedio2 sai.
Thanks you debojit bora daa for this beautiful song real credit goes to you ♥️♥️♥️
Yessss
Right..
O hosai
Yeah bro ..but without zg daa voice ..not complete bro
@@rockkhan9069 l
Thank you so much debojit da. Such a beautiful song
হাজাৰ বছৰ পাৰ হৈ গলেও এই পুৰণি গানবোৰক কোনেও পিছ পেলাব নোৱাৰে......😌😌😌❤️
This beautiful song was written by Debojit Borah....
এইবিলাক গীত দেৱজিত দাৰ বুলি দুদিন আগত গম পালোঁ| ইমান ধুনিয়া গীতবোৰ লিখিছিল তেখেতে, প্ৰাপ্যখিনি দিয়া উচিত আছিল|
Amazing song Debajit da
Junbaii 😍😍😍
Kune kune D news't Debojit daar interview suar pasat iaaloi aahisa
দেৱজিৎ বৰাই লিখা গীত হয় , কিন্তু সেইখিনি সময়ত দেৱজিৎ দা আৰ্থিক ভাৱে দুৰ্বল হোৱা বাবে তেওঁ লিখা এই ধুনীয়া ধুনীয়া গীতবোৰ কৌশলেৰে হস্তগত কৰি তেওঁৰ নাম ফকাছত নানি তোমালোকৰ নাম ফকাচত আনি জনপ্ৰিয় হলা, দেৱজিৎ দাৰ লগত এনেকুৱা বহুত অন্যায় হৈছিল ।।
Bhut onniyai korile
Hosa aibur kotha hunile bohut val lage moi aibur get ulaote horu asilu eman monot pore o...aibur ganor nisina atiya gane aku patta napai...2020 aibur geet a homador pai ase...aru agoloi hodai pai jab...thanks Manokh Robin da...apuanr geet bure hodai manuhor mon sui jai.....
Manas robin gaan nhoi aeitu ..দেবজীৎ বৰা লিখা সুৰ দিয়া গানহে মানস ৰবীনে ঠগিলে
Thanks to u debojit Da ....what a creativity....
Childhood memories 😢
Lyrics Debojit Bora dar kintu iyar description t o tekhetor name tu ke dia nhol...dukh palu...
D news or show Tu sai he gom palu debojit dar gaan buli.....
Dhulor Sador... Hur borokha baa Gayatri Baa nayan abhinoy hosai haibur din kot herai gl vakhare bujabo nuwaru Emn vl lge gaan bur Junbai hdai priyo ❤😢
O zubeen da ❤❤❤
Ai gan2 r pora Gayatri mahanta r prem t porisilu...se is so beautiful
U can't force anyone to be someone's priority unless the person realizes your importance....no one is so busy all about is priority.
যাচি দিলে তু সোণৰো অাদৰ নাই, সচা মৰম কিমানে বুজি পায় 👌
দেৱজিৎ দাৰ অপূৰ্ব সিষ্ঠি এইবোৰ গীত এতিয়াও হীৰাৰ দৰে জিলিকি আছে ❤️❤️
পুৰণি গানবোৰ সদাই প্ৰিয় যিমানেই নতুন গান নোলাওক কিয় ❣️
এনেকুৱা গান বোৰ গোটেই জীৱন ভৰ চালেও হেপাঁহ নপলাই।👍👍👍😐🙏.
Damfull ❤❤❤
Debojit da borhiya gaan likhisa tumi..
Thanks
Great work by debojit da❤️
Tumi kio Mur nohola my life is empty without uu🥺🥺
Miss Mumbai Maharashtra India Monika baa❤️😘
I love Zubeen Garg ❤❤❤
বহুত ভাল গান, जोबोत मोजां मेथाइ । এৰিব' নোৱাৰু খদাই । एंगारनो हाया सानफ्रोमबो । মোৰ ছকুলো খৰে দুয়ো গালেৰে বই-বই । आंहा मेगन मोदै सोरियो फारनैबो खावलायजों बोहै-बोहै । মই প্ৰীয়ংকাক পাহৰিব' নোৱাৰু । आं प्रीयंकाखौ बावगारनो हाखाया । ❤❤❤ ।
Agor gaan bur khunile sokulu boi ahe kio ba najnanu...💕🙂
Yes
শব্দবোৰ প্ৰত্যক্ষভাৱে আমাৰ লগত জড়িত।
Bohut bohut dhunea gan o😚😚😗😗😍😍😍
One of the best bihu song... Tons of feelings... Hats of
this beautiful song was written by debojit Bora.please credit him as lyricist
Khub xundor geet debojit da zubeen da luv u
❤❤ nice song n actor n actress 😊❤❤
vry emotional....heart touch kri goise??😭😭😭
pori Gogoi yoyo😣😣😣
এই গান তোৰে অতীত ক মনত পেলাই😭😭😭😭😭😭😭😭😭😭😭😭😭😭😰
Gayatri Mahanta baa is so beautiful & this song ❣️❣️❣️❣️❣️❣️❣️❣️❣️💎
যেতিয়া সৰু আছিলোঁ আৰু বেলেগৰ ঘৰত কিবা অনুষ্ঠান থাকিলে cd আনে তেতিয়া আমাৰ মন টো কিমান যে ভাল লাগিছিল কি যে এটা শান্তি পাইছিলো। আৰু যেতিয়া এইবিলাক চিনেমা চাও একেবাৰে আগত মাটিত বহি তাৰ সমান শান্তি নাই । বহুত মনত পৰে সেই সৰু কালৰ দিন বোৰ আকৌ এবাৰ ঘূৰি যাব মন যায় সেই দিন বৰলৈ এতিয়া টো বহুত আধুনিকতা আহিল কিন্তু তেতিয়াৰ সমান শান্তি নাই ।
Thikeiii...🥲 Aakou ghurai panir mon jaiii xei din...
Love u jubeen..nice.. Voice...
And love u..Devjeet da
What a lyrics Sundar👍👌👍🤗
Childhood memories ❤💕
প্ৰিয় গীত ❤
Lyrics is very good
Hridoi sui ji ai gan tui.. very nice song..
Bht val lage gantu.. Jibon joubon karu babe noroi
Zubeen dar babe ata like plzz
Ufff asile kin2 ❤
Mozza
20/03/24 ❤RimKan month😊 bohut val lagil❤
Tahanir sei vcd bor sai bahut bhal lagisil logote jubeen dai Kontho dia ganbor sei dinbor ghurai poa hole 😥😥
Debajit dai kiman je dhuniya gaan amak upahar dise...
এইবোৰ গান সদায়ে যুগমীয়া হৈয়ে থাকিব আমাৰ মাজত ❤️
Aji check korutehe gom palu xosake eitu Debajit Borah r gaan.... Apuni aguai jauk dada.. Bohut struggle korise apuni..
Debajit da ♥️♥️♥️♥️♥️♥️♥️♥️
Xhosa koi xhoru kalot jabo mon jay junbai khon dkhile aru gaan bur xhunile bohut bohut val lage nayan nilim da aru debojet da jay aay axom
bhut vl lge ai gaan2. lv u zubeen da
Debojit da aapunk 🙏🙏🙏🙏🙏🙏🙏.....aaapunk thogoya bork vogobane usit xasti dibo .....