Video není dostupné.
Omlouváme se.

Sandhya Naam Prasang || Arun Bora || Naam Prasang || নাম প্ৰসঙ্গ || অৰুণ বৰা

Sdílet
Vložit
  • čas přidán 29. 03. 2022
  • গুৰু ভটিমা:
    জয় গুৰু শঙ্কৰ সবৰ্ব গুণাকৰ
    যাকেৰি নাহিকে উপাম৷
    তোহাৰি চৰণকু ৰেণু শতকৌটি
    বাৰেক কৰোঁহোঁ প্ৰণাম৷৷
    দৰশিত সুন্দৰ গৌৰ কলেৱৰ
    যৈছন সুৰ পৰকাশ৷
    সকল সভাসদ ৰঞ্জন যাকেৰি
    দৰশনে পাপ বিনাশ৷৷
    বিনে অঙ্গভূষণ পেখি সুশোভন
    গহীন গম্ভীৰ ধীৰ মতি৷
    আয়ত কমল নয়ন বৰ সুন্দৰ
    বয়ন চান্দকহু জ্যোতি৷৷
    লীলা গজগতি গমন বিলোকন
    বাণী মেঘ গম্ভীৰ৷
    পাষণ্ড মৰ্দ্দন কলিকো কালে
    যাকু সম নাহি ধীৰ৷৷
    যোহি নাৰায়ণ মায়াক বিস্তাৰি
    কৰু ত্ৰিজগত নিৰমাণ৷
    সনক সনাতন যোগী যাকেৰি
    মহিমা কবহু নজান৷৷
    সকল চৰাচৰ পালনকাৰী
    যো হৰি দেৱক দেৱা৷
    চতুৰ বয়ন শিৱ সুৰপতি যাকেৰি
    কৰু নিত্য চৰণহি সেৱা৷৷
    চাৰি বেদ সৱ শিৰোমণি মাজে
    যাকেৰি চৰণ বিকাশ৷
    সোহি দেৱক কয়লি কলিকো
    শঙ্কৰ দেৱ পৰকাশ৷৷
    ত্ৰিভুৱন বন্দন দৈৱকী নন্দন
    যো হৰি মাৰল কংস৷
    জগ-জন-তাৰণ দেৱ নাৰায়ণ
    শঙ্কৰ তাকেৰি অংশ৷৷
    মায়া নৰতনু ধৰি হৰি ভকতি
    কয়লি বহু পৰচাৰ৷৷
    সৱ নৰ পাপ পয়োধি মজ্জল
    তাহে কয়লি উদ্ধাৰ৷৷
    অৱনিশি চাৰি বেদ বিচাৰি
    বেকত কৰু হৰি নাম৷
    যাকেৰি বয়নে মিলাই গাই
    পাই মনোৰথ কাম৷৷
    পণ্ডিত মানি বেদ বখানি
    গৰৱ কয়লি সৱ চূৰ৷
    গীত কৱিত্ব গুণ শঙ্কৰ দেৱৰ
    কীৰিতি গয়ো বহু দূৰ৷৷
    শ্ৰীযশ দান মান ভূত দায়া
    সৱ গুণ সম্পন্ন ঠিক৷
    ভকতক ভকতি দানে কৰে গুৰু
    দায়া তনয় অধিক৷৷
    হৰিকহু মূৰুতি গুৰুতি মন মগন
    মজ্জল আনন্দ-সিন্বুূ৷
    ঐছন নিৰমল হৃদয়ে বিকশিত
    ভকত কুমুদকুল ইন্দু৷৷
    নিজ কুল তাৰি ভকতি বিস্তাৰি
    বান্ধল হৰিগুণ সেতু৷
    কলিযুগে পাপ পয়োধি সৱ নৰ
    তাৰ কাৰণ হেতু৷৷
    ভকতি-ভাণ্ডাৰ দ্বাৰসৱ ছোড়ি
    মুকুতি কয়লি উদাস৷
    একশৰণ হৰি নাম-ধৰম কহো
    ৰাজা কৰু পৰকাশ৷৷
    কি কহব শঙ্কৰ দেৱৰ মহিমা
    জানি জ্ঞানী অন্ত নপাই৷
    যাকেৰি চৰণক ৰেণু শিৰে পৰশি
    মুকুতি সুখে সুখে পায়৷৷
    মাধৱ দীন মূৰুখমতি কহয়
    বাণী শুন সৱ লোই৷
    বিনে গুৰু-চৰণে ভকতি ৰকতি
    মুকুতি কবহু নহোই৷৷
    ওহি পৰম তত্ত্ব বেদকো বাণী
    জানি নৰ নকৰ বিৰাম৷
    ধৰমক কৰমক গৰৱক ছোড়ি
    ডাকি বোলহু ৰাম ৰাম৷৷
    দেৱ ভটিমা:
    পৰম পুৰুষ পুৰাতন পাপী পাৱন ঈশ্বৰ দেৱ৷
    ব্ৰহ্মা ৰুদ্ৰ আদি দিক্‌পাল
    যাকু কৰত নিত্য সেৱ৷৷
    যক্ষ ৰক্ষ বিপক্ষ লক্ষ
    লক্ষ ক্ষয়ঙ্কাৰী৷
    দুষ্ট দৈত্য দানৱ দলন দীন দাৰিদ্ৰ্য
    দুঃখ ভয়হাৰী৷
    অঘ বক কুৱলয় ধেনুক কেশী
    কংসনাশী বনমালী৷
    গোপী পীন-পয়োধৰ ঘৰিষণ চঞ্চল
    কৰ যুগশালী৷৷
    আনন্দ-সিন্ধু সাধুজন বন্ধু
    মধুৰ মূৰুতি মুৰনাশী৷
    বিৰিন্দা-বিপিন বিহাৰ বিশাৰদ
    শাৰদ ইন্দু নিন্দি পৰকাশী৷৷
    কোটি মদন মন মোহনৰূপী
    পৰশন পৰমানন্দ৷
    সিদ্ধ মুনিবৃন্দ সাদৰ বন্দিত
    যাকৰ এ পৰদ্বন্দ্ব৷৷
    পালন প্ৰলয়া সৃজনা জগতক
    যাহেৰি পৰম বিহাৰ৷
    যাসু নাম ধৰি অধম পাতকী
    পাৱত ভৱ-নদী-পাৰ৷৷
    সোহি গোপালক কেলি নাটক
    ওহি মুকুতি নিদান৷
    ভো ভো সভাসদ সাধুজন সৱ
    শুন মন কয় সাৱধান৷৷
    কলিকো পাপহৰ নাহি অতঃপৰ
    জানি তেজহু আন কাম৷
    কহ কৃষ্ণ-কিঙ্কৰ আপুন উদ্ধৰ
    ডাকি বোলহু ৰাম ৰাম৷৷
    #naamprasang #namprasanga #নামপ্ৰসঙ্গ #Srimanta_Sankardev_Sangha Sandhya Prasang

Komentáře • 35

  • @daisyrabha2343
    @daisyrabha2343 Před 4 měsíci +1

    Krishna Krishna prabhu oti xundor bhakti bhara sewa janaiso Krishna 🙏🙏🙏🙏

  • @sanjibrajkhowa123
    @sanjibrajkhowa123 Před 10 měsíci

    Khisno🙏 khisno🙏 khisno🙏
    Ponam jonalu🙏🙏🙏 🕉🕉🕉

  • @manojborah5230
    @manojborah5230 Před 5 měsíci

    Bohut bhal lagil.Krishan.

  • @user-sw9qm6nq7v
    @user-sw9qm6nq7v Před 7 měsíci

    Krishna bap apunasabalai sahasra pranam

  • @mukulchetia5609
    @mukulchetia5609 Před rokem

    কৃষ্ণ। অতি সুন্দৰ হৈছে

  • @nirjurajgogoi319
    @nirjurajgogoi319 Před 3 měsíci

    বৰ ভাল লাগিল নামষাৰ।

  • @mukulchetia5609
    @mukulchetia5609 Před rokem +1

    কৃষ্ণ। নামষাৰ শুনি বৰ ভাল লাগিল।

  • @subhamjyotiborah5179
    @subhamjyotiborah5179 Před 2 lety +2

    কৃষ্ণ 🙏 জয় গুৰু শঙ্কৰ 🙏

  • @pranjoldutta7038
    @pranjoldutta7038 Před 2 lety +3

    🙏🏿🙏🏿 কৃষ্ণ 🙏🏿জয় গুৰু শঙ্কৰ 🙏🏿 বহুত ধুনীয়া লাগিছে 🙏🏿 কৃষ্ণ 🙏🏿

  • @bhaitidutta8944
    @bhaitidutta8944 Před rokem

    কৃষ্ণ কৃষ্ণ। জয় গুৰু শঙ্কৰ।বৰ ভাল লাগিল প্ৰভুজন।

  • @priyakheebora5029
    @priyakheebora5029 Před rokem +1

    Krishna 🙏

  • @mukutmech2822
    @mukutmech2822 Před rokem

    কৃষ্ণ মাধৱ মাধৱ ইমান সুন্দৰ হৈছে

  • @krishnakantanazira1390

    কৃষ্ণ কৃষ্ণ জয় গুৰু শঙ্কৰ৷পৰম সুন্দৰ হৈছে৷

  • @achyutkrishnabora8435
    @achyutkrishnabora8435 Před 2 lety +1

    Krishna

  • @tarunloying7732
    @tarunloying7732 Před rokem

    কৃষ্ণ সুন্দৰ হৈছে।

  • @prasantakumarnath9469

    🙏🙏🙏কৃষ্ণ কৃষ্ণ ৰাম ৰাম

  • @mrinmoykalita4286
    @mrinmoykalita4286 Před 2 lety +1

    Joi guru Sankar 🙏🙏🙏

  • @arunchbora
    @arunchbora Před 2 lety

    (Arun Bora) কৃষ্ণ ৷ মাধৱ মাধৱ ৷

  • @jakerinahikeupam7623
    @jakerinahikeupam7623 Před 2 lety +1

    কৃষ্ণ কৃষ্ণ

    • @arunchbora
      @arunchbora Před 2 lety +1

      আপোনাৰ লগত কথা এটা আছিল ৷সোনকালে যোগাযোগ কৰকচোন ৷মই অৰুণ বৰা ৷

    • @jakerinahikeupam7623
      @jakerinahikeupam7623 Před 2 lety

      হয় কৃষ্ণ, নাম্বাৰটো কেনেকৈ পাম বাৰু

  • @utpalburagohain8721
    @utpalburagohain8721 Před 2 lety

    কৃষ্ণ!কৃষ্ণ!!

  • @monujkumargogoi2013
    @monujkumargogoi2013 Před 2 lety

    Krisno Krisno Sundor lagil ;

  • @rupaliduttaggoi3456
    @rupaliduttaggoi3456 Před 2 lety

    কৃষ্ণ

  • @rkcreation87
    @rkcreation87 Před rokem +1

    আমাৰ নাম-প্ৰসঙ্গৰ Video টো চাব
    Naam Prasanga || নাম-প্ৰসঙ্গ || || যুগল প্ৰসঙ্গ।। নৱ পাঠক।। জনীয়া সত্ৰ।। RK CREATION
    czcams.com/video/earZcBHRQxA/video.html

  • @subhamjyotiborah5179
    @subhamjyotiborah5179 Před 2 lety +3

    কৃষ্ণ 🙏 জয় গুৰু শঙ্কৰ 🙏