“Project JOYMOTI” by Suprotim Mahanta / Artistic Axom
Vložit
- čas přidán 18. 03. 2022
- “Project JOYMOTI” by Suprotim Mahanta / Artistic Axom
কোনে কয় জয়া নাই!
অসীম ত্যাগৰ চানেকিৰে জেৰেঙাৰ বুকুত আজিও প্ৰতিক্ষণে জীৱন লভে জয়াই। ইতিহাসৰ পৃষ্ঠাত সোণালী সূতাৰে ৰচে তেজেলিখা দেশপ্ৰেমৰ অমৰ দস্তাবেজ...আমাৰ এটি সৰু প্ৰচেষ্টা, সতী জয়াক স্মৰণ কৰাৰ..এইগৰাকী মহীয়সী নাৰীৰ জীৱনগাঁথাক বিষয়বস্তু হিচাপে লৈ গীত, নৃত্য, চিত্ৰকলা, কবিতা আৰু অভিনয়ৰ মাধ্যমেৰে আপোনালোকৰ আগত দাঙি ধৰাৰ ক্ষুদ্ৰ প্ৰয়াস এইয়া। Videoটি প্ৰস্তুত কৰোঁতে বহুতো ভুল ত্ৰুটী ৰৈ যাব পাৰে, আপোনালোকে ভুলবোৰ আঙুলিয়াই দি Videoটি সহৃদয়েৰে আঁকোৱালি ল'ব বুলি আশা কৰিলো❤️
#Joymoti
#Ahom
#Sivasagar
#Music#assam#assamhistory#drawing#painting #sivasagar #joymoti #borgeet#art#Zubeen#Artistic_Ax
#viral#youtube#youtubeindia#assam
🟢 More Art Video Link
🔸 Project Borgeet = • Project "BORGEET" ( Ud...
🔸 Zubeen Da Wallpainting =
• Wallpainting of Zubeen...
🔹Video Cover Tag
1. Joymoti,project joymoti,
2. assam history,
3. joya,
4. ahom history,
5. joysagar pukhuri,
6. Artistic Axom,
7. joymoti teaser,
8. জয়মতী,
9. অসম বুৰঞ্জী,
10. জেৰেঙা,
🔽Follow Us On Instagram
_Suprotim Mahanta / suprotim_mahanta
▪️CONCEPT AND DIRECTION~
Suprotim Mahanta
▪️ART BY~
Suprotim Mahanta
▪️SINGER~
Gouranga Dutta,Prastuti Phukon
▪️LYRICS/TUNE~
Gouranga Dutta
ADDITIONAL LYRICS/TUNE~
Prastuti Phukon
▪️MUSIC ARRANGER~
Himangshu Dihingia
▪️ACTORS~
Teresha Buragohain,Mrinmoy Mahanta,Debabrat Gogoi,Debapratim Buragohain
▪️DIALOGUE~
Jyotishna Mahanta
▪️POEM WRITTEN BY~
Chinmoy Ranjan Gogoi
▪️POEM RECITER~
Jahnobi Mahanta
▪️FLUTE~
Bitupon Konwar
▪️GUITAR~
Deepjyoti Chabukdhara,Raktim Gogoi
▪️DANCER~
Rimjhim Chutia
▪️VOICEOVER~
Rituporno Borgohain
▪️VIDEOGRAPHER~
Agniv Mahanta
▪️D.O.P~
Suprotim Mahanta
Gauranga Hazarika
▪️VIDEO EDITOR~
Abhigyan Mahanta
▪️VISUAL EFFECTS AND ANIMATION~
Abhigyan Mahanta
👉THUMBNAIL ~~
Bhuchitrapran Chandan Giri
▪️RECORDING~
R.K. Digital,Balighat,Sivasagar
M.B.Studio,Sivasagar
▪️MIXED AND MASTERED BY~
Rajuttam Borah(R.K.Digital),Balighat
❤️SPECIAL THANKS TO~
Girin Gogoi Sir,Bishwajit Hatimuria,Jyotishman Mahanta,Ujjal Mahanta,Bidisha Goswami,Chenglung,Buragohain,Mrinal Mahanta,Kashyap Buragohain,juktamukhi Mahanta.Chowmung Shyam,Sayuj Nehal,
Bichitra Kr Bhuyan,Nabanita Kalita,
Parash Jyoti Boruah,Sakrapani,Arandhara,Samir Hazarika.
___Thank You.❤️
বৰ সুন্দৰ, আটাইতকৈ ভাল লাগিছে এই কথাটোত যে তোমালোকৰ দৰে উঠি অহা প্রজন্মই বুৰঞ্জীৰ প্ৰতি আগ্ৰহী হৈ ইমান সুন্দৰকৈ কাম কৰিছা । মোৰ শুভ কামনা সদায় আছে । মোক জড়িত কৰাৰ বাবে কৃতজ্ঞ হৈ ৰলো 🙏🙏 । বৰ সুখী অনুভৱ কৰিছো ।
দাদা আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো। JOYMOTI videoটিত আপোনাৰ অৰিহণা অনবদ্য। আগন্তুক দিনত আপোনাৰ সহায় সহযোগিতা দিহা পৰামৰ্শ সদায় প্ৰয়োজন হব। ধন্যবাদ ঋতু দা❤️
😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂
@@konbakachari2996 GV GV vggtt
ভাষাৰে বৰ্ণনা কৰিব নোৱাৰাকৈ ভাল লাগিল।"Project joymoti" ৰ 💕প্ৰতিজন সদস্যই নিজ নিজ ক্ষেত্ৰত বৰ সুন্দৰকৈ উপস্থাপন কৰিছে । শুভেচ্ছা থাকিল সকলোলৈকে 👍🤩
বহুত বহুত ধন্যবাদ😍❤️
অতি সুন্দৰ। আগবাঢ়ি যোৱা আৰু আগলৈ । শুভেচ্ছা থাকিল❤❤❤❤
Dada keep going..... সচাকৈয়ৈ থমকি ৰলো।।।। জয়মতীৰ সতীত্ব সদায় জিলিকি ৰব ইতিহাস সাশী হৈ ৰব।।। .......... 😢❤😢
ভাষাৰে বৰ্ণাব নোৱাৰাকৈ ভাল লাগিল । সকলোলৈ অকৃত্ৰিম শ্ৰদ্ধা 🙏
বহুত বহুত ধন্যবাদ😍 আশীৰ্বাদ কৰিব❤️
অতি সুন্দৰ হৈছে।❤️❤️❤️❤️❤️
জয়সাগৰ, জয়া পাৰ, জেৰেঙা,জয়মতী
উফ কি ধুনীয়া গান,ভিডিঅ’, ছবি মুঠতে সকলো।
বহুত বেছি ভাল লাগিল। শুভকামনা সকলোলৈকে
বহুত বহুত ধন্যবাদ😍❤️ আশীৰ্বাদ কৰিব আমাক🙏
বহুত ধুনীয়া🥺❤️ তোমালোক আৰু আগুৱাই যোৱা 🥰 তোমালোক দুয়োৰে সুৰৰ মূৰ্চ্চনাত মুগ্ধ 🥺❤️বাকী অভিনয় excellent 👌
বহুত বহুত ধন্যবাদ😍❤️
খুব সুন্দৰ ৷ ভাল লাগিল ৷আপোনালোকৰ Team টোলৈ বহুত বহুত ধন্যবাদ যাচিলোঁ সুন্দৰ উপস্হাপনৰ বাবে ৷
বহুত বহুত ধন্যবাদ😍❤️
আগলৈ আৰু এনেকুৱা কাম হৈ থাকিব লাগে, নহলে কিজানিবা অসম বুৰঞ্জী অকল কিতাপৰ মাজতেই সীমাবদ্ধ হৈ থাকিব, আৰু এদিন কিতাপৰ মাজতেই শেষ হ'ব........
(বাকী শুভেচ্ছা প্ৰজেক্ট জয়মতীলৈ💞)
বহুত বহুত ধন্যবাদ😍❤️আশীৰ্বাদ কৰিব যাতে আৰু এনেকুৱা কাম কৰি যাব পাৰো❤️
Birat dhuniya hoise ❤️ Congratulations team.
thank you so much😍❤️
Mojja mojja 😢😢❤❤
অপূৰ্ব ❤️ । Project joymoti ৰ সমূহ কলাকৌশলীলৈ শুভেচ্ছা আৰু মৰম 💞।
thank you so much😍❤️
অপূর্ব নাট্যাভিনয়/সংগীত---
সকলো সদস্যলৈ শুভেচ্ছা জনালো-😍🎶
thank you so much😍❤️
Hundor uposthapon...tq so much every one ❤
Bhut dhuniaa hoise 👌👌👌👌👌
thank you so much😍❤️
Oo bahii ❤❤❤❤❤❤❤❤❤❤❤🔥🔥🔥🔥
thank you so much😍❤️
সঁচাই অপূৰ্ব ❣️ সকলোলৈ শুভেচ্ছা
thank you so much 😍❤️
বহুত ভাল লাগিল। শুভেচ্ছা জ্ঞাপন কৰিছো এনে এটা সুন্দৰ মানসিকতাৰে নব প্ৰজন্ম ক উৎসাহিত কৰা বাবে
বহুত বহুত ধন্যবাদ😍 আশীৰ্বাদ কৰিব❤️
বহুত ভাল লাগিছে।। লগতে বৰ দুখো লাগিছে।। গানতোৰ কন্ঠও বহুত সুন্দৰ হৈছে।। বহুত বহুত ধন্যবাদ থাকিল।।
ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি... আৱেগিক হৈ ৰলো ❤️
অশেষ ধন্যবাদ😍❤️আশীৰ্বাদ কৰিব
Gouranga daa......speech less 😍
And whole team.....amaizing
thank you so much😍❤️
মজালাগিল❤❤❤
Amazing project
thank you so much😍❤️
Bohut dhunia ❣️🤗
thank you so much😍❤️
Borhiya hoise dei vl lgil ❣️❣️
thank you so much brother❤️ lucky to have you😍 without you this project wouldn't be possible.. thank you so much ❤️
Bht val lagile sai aru aguwai juwa tumalok ❤❤
সঁচাই ভাল লাগিল।মই বিদ্যালয়ত ছাত্ৰ -ছাত্ৰীৰ দ্বাৰা এইবেলিৰ শিশু দিৱসত আৰু শিল্পী দিৱসত কৰোৱাম । সামৰণিত গদাকোঁৱৰে গোটেই ভিডিঅ'টোক পূৰ্ণতা প্ৰদান কৰিলে।
ভাল লাগিল । কলা কুশলীৰ অভিনয়, কাহিনীৰ উপস্থাপন আৰু ৰঙেৰে বুলাই দিয়া জয়াৰ জীয়া ছবিখনি । ভৱিষ্যতে আৰু এই ধৰণৰ বুৰঞ্জী সমৃদ্ধ কিছু কাহিনী দেখা পাম বুলি আশা ৰাখিলোঁ ।
শুভেচ্ছা থাকিল "প্ৰজেক্ট জয়মতী" ৰ সকলো লৈকে ❤️
বহুত বহুত ধন্যবাদ😍❤️
খুব সুন্দৰ উপস্থাপন✨❤। বাকী "Project joymoti" ৰ সমূহ কৰ্মকৰ্তালৈ বহুত বহুত শুভেচ্ছা যাচিলোঁ❤
thank you so much😍❤️
বহুত ধুনীয়া লাগিছ😘😘😍😍
ভাল লাগিল বহুত । ইমান সুন্দৰ হৈছে যে চৰিত্ৰত অভিনয় কৰা নাই; তেওঁলোকেই যেন সত্য।
বহুত বহুত ধন্যবাদ❤️আশীৰ্বাদ কৰিব🙏
আমি নেদেখা এখন ছবি দেখিবলৈ পালো। ❤🎉 বৰ ভাল লাগেলে চাই 😊😊
উপস্থাপন সুন্দৰ। অনাগত দিনলৈ শুভেচ্ছা জনালোঁ।
বহুত বহুত ধন্যবাদ😍❤️
This one is to good keep it up 👍👍💕
thank you so much😍❤️
Such a speechless and brilliant work. Keep it bhaity. 👍👍
thank you so much😍❤️
বহুত ভাল লাগিল সুপ্ৰতীম দা 👍👍👍👍
বহুত বহুত ধন্যবাদ ভাইটি😍❤️
Bohut hundor hoisa .hokoluloika huvkamona jonalu
thank you so much😍❤️
Joi aai axom 😊❤❤❤
সুপ্ৰতীম দাক বহুত ধন্যবাদ দিও শেষ কৰিব নোৱাৰি
বহুত বহুত ধন্যবাদ তোমালৈ..সদায় আগুৱাই যোৱা ভাইটি।তোমাৰ কণ্ঠই সকলোকে আপ্লুত কৰি যাওঁক। বহুত বহুত শুভকামনা😍❤️
❤️❤️❤️💙অপূৰ্ব,,,, উফ ভাষা নাই প্ৰকাশ কৰিবলৈ
বহুত বহুত ধন্যবাদ😍❤️
খুব সুন্দৰ ❤
Bohut bohut bohut dhunia hoise dadaa😍❤️❤️❤️❤️joi aai axom🤗💖
bohut bohut dhonyobaad😍❤️
খুব সুন্দৰ ... Kudos to team "Project Joymoti"🌼
thank you so much😍❤️
Eyes filled with tears.. so beautiful so perfect
thank you so much😍❤️
কি সুন্দৰ উপস্থাপন! চকুলো ওলাই গৈছে
বহুত বহুত ধন্যবাদ❤️ আশীৰ্বাদ কৰিব😍❤️
Hundor video... Sai val lagil... 👍👍
Thank you so much 😍😍
খুব সুন্দৰ প্ৰয়াস আগুৱাই যোৱাৰ
thank you so much😍❤️
❤️ গাৰ নোম সিঁহৰাই গ'ল অ........ভাষা নাই .....💐💐 ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
বহুত বহুত ধন্যবাদ😍❤️
Keep up brother . Video tu sai bohut val lagil lgte video tur pora moi olpman gyanu palu .
thank you so much😍❤️
Dhunia lagisa 👌👌👌👌👌 bu da ♥️♥️♥️♥️
thank you so much😍❤️
Welcome ♥️♥️♥️
Everything is perfect , Beautiful concept and this picture took my heart 💖 🌼
Well done "Project Joymoti" team members .
Specially Prostuti and Teresha keep shining and many more to go 🌼
Best wishes and congratulations to all of you ❤️.
thank you so much😍❤️keep supporting keep blessing us❤️
❤❤❤❤❤❤❤❤❤
Bahut vl lagise
❤❤❤❤❤❤❤❤❤❤❤
thank you so much😍❤️
বৰ ভাল লাগিছে
সুন্দৰ । ভাল লাগিল।
ধন্যবাদ❤️
Bohut vl lagile hosakoi ❤ ♥
thank you so much😍❤️
বৰ ধুনীয়া উপস্থাপন আৰু আশা কৰিলো
বহুত বহুত ধন্যবাদ😍❤️
ক'বলৈ ভাষা বিচাৰি পোৱা নাই । সঁচাকৈয়ে বৰ সুন্দৰ উপস্থাপন ! সকলোকে অভিনন্দন জনালোঁ ।
বহুত বহুত ধন্যবাদ😍❤️
Buhut vl lgil ❤️
It's just uffffff 🥺❤️ Hats off to u guys ❤️ superb 🔥 now we r expecting more Nd more ❤️ congratulations ❤️
thank you so much😍❤️ keep supporting keep blessing us❤️
সুন্দৰ,, খুউব ধুনীয়া হৈছে ,, ভাল লাগিল বহুত,🌹🌹🌹🌹🌹
thank you so much😍❤️
Vl lagil sai.. Moi u sivsagr suwli.. Jysagr. 💓💓🇮🇳🇮🇳🇮🇳🇮🇳
thank you so much😍❤️
@@ArtisticAxom 💞💞
Eman vl lagil sai video tu sai 🙏🙏
Vh
Muthote bhal lagil sai, bhakha nai koboloi, aguai jua suprotim
thank you so much😍❤️
Bht val lagile 👌👌
Incredible♥️♥️ speechless.......shine on
অপূৰ্ব।
বহুত বহুত ধন্যবাদ😍❤️
Ki kom ru emotional hoi goisu...hundor concept❤️
thank you brother ❤️lucky to have you in our project 😍 without you this video wouldn't be possible.. thank you ❤️
You're welcome..❤️
খুব ❤️ সুন্দৰ 👍
বহুত বহুত ধন্যবাদ😍❤️
@@ArtisticAxom Thank you 🥰
Dhuniya Hoise...❤️❤️❤️
Thanks To Team Joymoti
Imn xundor project korar babe...😍😍
Love from Biswanath Chariali... Good Luck 💕
thank you so much😍❤️keep supporting keep blessing us❤️
Congratulations brothers and sisters for your heartwarming project. Wish you all the best👍💯
thank you so much😍❤️
Wow 😱 amazing and vocal is so sweet 😘
বহুত ধুনীয়া বনাইছে ।
বহুত বহুত ধন্যবাদ😍❤️
সচাকৈ খুব কম সময়ৰ ভিতৰত সুন্দৰ উপস্থাপন কৰি দৰ্শকৰ মন মোহিত কৰিব পাৰিছে আপোনালোকে।আগন্তুক দিনত আৰু আগুৱাই যাওক।শুভেচ্ছা যাচিলোঁ।
বহুত বহুত ধন্যবাদ😍আশীৰ্বাদ কৰিব❤️
বৰ সুন্দৰ উপস্থাপন...সংগীত, অভিনয় আৰু বিষয় সকলো দিশেই ভাল লাগিল 💚
thank you so much😍❤️
Bhakha nai,bohut bohut bhal lagil 💓💓💓💓💓💓
thank you so much😍❤️
অতি সুন্দৰ।মন ভৰি গ'ল
বহুত বহুত ধন্যবাদ😍❤️
সুন্দৰ ❤️, মন চুই যোৱা...
thank you so much😍❤️
😍✨🌼
thank you so much😍❤️
সুন্দৰ ❤️
thank you so much😍❤️
Masterpiece ❤
thank you so much😍❤️
Excellent!!!!! no words to praise your effort
thank you so much😍❤️
Bohut dhuniya hoise!! Congratulations team❤
thank you so much😍❤️
Dhunia hoise bohut..
thank you so much😍❤️
Amezing🥰😘vl lgl sai
thank you so much😍❤️
Bht dhuniya hoise💛💛💛
thank you so much😍❤️
সুন্দৰ অভিনয়,উপস্থাপন শৈলী অপূৰ্ব। project জয়মতীৰ সকলো সদস্যক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।
বহুত বহুত ধন্যবাদ😍❤️
Daily শুনো যদিও আমনি নালাগে❤
Beautifully depicted the Story of Soti Joymoti. Salute To all the hard work of the members behind this project in bringing out such a beautiful piece of masterpiece. Nice Nice Mahanta Sir😍
thank you so much😍❤️keep supporting brother ❤️
Bhut dhuniya concept.. xosai bhut val lagil
thank you so much😍❤️
@@ArtisticAxom welcome
Mojja😢😢
Kobita ti otii hundor hoise 😍😍😍
thank you so much😍❤️
বহুত বহুত ভাল লাগিল 💕, আগবাঢ়ি যাওক এনেকৈ 🙏।
অশেষ ধন্যবাদ😍❤️
Oti hundor. Project Joymoti logot hokolu hodoisyo le bohut morom ❤️
thank you so much😍❤️
Bht dhunia hoisa
thank you so much😍❤️
bohut besi hundor hoise
thank you so much😍❤️
সুন্দৰ উপস্থাপন...ভাল লাগিল চাই
thank you so much😍❤️
👍bor dhunia hoise
thank you so much😍❤️
সুন্দৰ আৰু আগবাঢ়িযা ভাইটি
thank you so much😍❤️