অচিনাকি লোকক বাইকত উঠাই বিপদত মাধুৰ্য ৷

Sdílet
Vložit
  • čas přidán 6. 05. 2024
  • সাৱধান! অচিনাকি লোকক বাইকত উঠাই বিপদত মাধুৰ্য ৷ শিহৰণকাৰী ঘটনা শুনিলে আপুনিও ক’ব- ‘আৰু কোনোদিনে অচিনাকি মানুহক বাইকত নুঠাওঁ৷’
    A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
    'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
    / asomlive24
    / @asomlive24digital
    #asomlive24
    #axomlive24
    #assamlive24
    #breakingnews
    #exclusivenews
    #currentaffairsofassam
    #dailynewsupdate
    #dailynews
    #assamkanews
    #latestnewsofassam
    #latestnews

Komentáře • 20

  • @alonegamer79327

    কলিৰ যুগ মানুহ বোৰ ইমান বেয়া হৈ গৈছে মানে

  • @psdaxomiya2774

    এইবোৰৰ কাৰণে আমি ভালবোৰে কেতিয়াও সহায় নাপাম কাৰণ কোনে নো কাক বিশ্বাস কৰিব ভয় লাগে দেই

  • @KingCobra4090

    নিজে বাচি থাকা নিজক বচোৱা বৰ্তমান সময়ত দিন কাল বেয়া।

  • @rinkushivam8759

    নিজেই নিজৰ বাবে

  • @PPKMBA
    @PPKMBA  +3

    Very dangerous

  • @hindu6777

    অচিন কাঠৰ থোৰা নলগাবা

  • @manashmotivation5573

    এইবোৰ ডকাইতক ফাঁচী দিব লাগে ইহঁতৰ কাৰণে ভাল মানুহৰ বিপদ

  • @pranabgogoi6283

    Bhal manuh holei bipodot poribo lagae

  • @DulumaniDaimary

    ও ank bishakh kora tan

  • @123ranja

    Aji kali biswak nai kaku

  • @sureshchandraray50

    বাতৰিটো আধৰুৱা হ'ল । পিছৰখিনি নক'লে। কিয়?????

  • @ajitkumarphukan9736

    বচাই দিয়া বাবে ভগৱান ওচৰত parthona

  • @bodonortheast

    Acting korsu a sudur bhaivaa

  • @TimePass-qo7ch

    Docait keita kun jaatir manuh asil

  • @rituponborgohain3283

    Atm cardtu lga lg bondho kri dibo lagesile

  • @baishwajitbordoloi6240

    হচানেমিচা মাৰিব লাগে ধৰি

  • @lo-fimix7948

    Osinaki lift debo nelge rati bah din k